text
stringlengths
20
85.1k
আমেৰিকাৰ গেঙে বিপদত পেলাব আপোনাকো বিশেষ প্ৰতিবেদনঃ কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সমগ্ৰ বিশ্বৰ দেশে দেশ অব্যাহত থকা লকডাউনৰ ফলত বিধ্বস্ত হৈ পৰিছে ব্যৱসায়-বাণিজ্য
উপাৰ্জন নাইকিয়া হৈ পৰাত গ্ৰাহকসকলে অত্যাৱশ্যাকীয় দুই-এপদ সামগ্ৰীৰ বাদে আন সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ এৰি দিছে
ফলত এতিয়া বন্ধ হোৱাৰ উপক্ৰম ঘটিছে এটাৰ পিছত এটাকৈ উদ্যোগ-প্ৰতিষ্ঠান
কৰ'না কালৰ এই মন্দাৱস্থাৰ ধুমুহাত বিশ্বৰ চুক-কোণৰ প্ৰায় প্ৰতিটো কোম্পানী বিপৰ্যস্ত হৈ পৰাৰ সময়তো মূৰ দাঙি থকা দেখা গৈছে প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ কেইটামান বছ বছা বৃহৎ প্ৰতিষ্ঠান
কেৱল মূৰ দাঙি উঠাই নহয়, বিবিচিৰ 'টেকন'লজি ৰিপ'ৰ্টাৰ' ৰ'ৰি ছেলান জন্সে ভৱিষ্যতবাণী কৰিছে যে কৰ'না ধুমুহা শাম কটাৰ পিছতে এনে কোম্পানীসমূহ অধিক শক্তিশালীহে হৈ পৰিব
প্ৰযুক্তি সাংবাদিক জন্সৰ মতে কৰ'না কালৰ পিছত সমগ্ৰ বিশ্বতে এক নতুন ৰূপত দেখা যোৱাৰ সম্ভাৱনা থকা 'মহাৰজা' সদৃশ এই কোম্পানীকেইটা হৈছে গুগল মালিকানাধীন এল্ফাবেট, এপল, ফেচবুক আৰু এমাজন
এই কোম্পানীকেইটাক একেলগে '' (গুগল, এপল, ফেচবুক আৰু এমাজন) গেং আখ্যা দিয়া হৈছে
কেবাগৰাকী বিশেষজ্ঞৰ উধৃতিৰে জন্সে কৈছে যে কৰ'না ভাইৰাছে মহামাৰী ৰূপ ধাৰণ কৰা এই সময়ত '' গেং দুৰ্বল হোৱাৰ পৰিৱৰ্তে শক্তিশালীহে হৈছে
কোম্পানীকেইটাৰ লাভ তথা জনপ্ৰিয়তা আদি সামৰি লোৱা শেহতীয়া ৰিপ'ৰ্টত কোম্পানীকেইটা অনাগত সময়ত সমগ্ৰ বিশ্বতে অধিক প্ৰভাৱশালী হৈ উঠাৰ স্পষ্ট ইংগিত পোৱা গৈছে
গুগল আৰু ফেচবুক গুগল আৰু ফেচবুক দুয়োটা কোম্পানীৰে উপাৰ্জনৰ মূল উৎস হৈছে বিজ্ঞাপন
যিসময়ত বিশ্বৰ আগশাৰীৰ কাকত-আলোচনী, নিউজ চেনেল আৰু নিউজ পৰ্টেলসমূহক বিজ্ঞাপন প্ৰদান কৰা কোম্পানীসমূহে বিজ্ঞাপন দিবলৈ কমাই দিছে সেই সময়তে গুগল আৰু ফেচবুকৰ দৰে কোম্পানীৰো বিপদ হোৱাতোৱেই স্বাভাৱিক
সেইমতে, মাৰ্চ মাহত গুগল আৰু ফেচবুক দুয়োটা কোম্পানীৰে বিজ্ঞাপন হ্ৰাস পাবলৈ আৰম্ভ কৰে
গুগলৰ চিইঅ' সুন্দৰ পিচাইয়ে জনোৱা মতে বিজ্ঞাপনৰ পৰিমাণ পূৰ্বতকৈ কিছু হ্ৰাস পালেও ব্যৱহাৰৰ সংখ্যা কেবাগুণে বৃদ্ধি পাইছে
ফেচবুকৰ হৰ্তা-কৰ্তা জুকাৰবাৰ্গেও এপৰ ব্যৱহাৰকাৰী আৰু এংগেজমেণ্ট (ব্যৱহাৰৰ পৰিমাণ) বৃদ্ধি পোৱাৰ কথা সদৰী কৰিছে
ব্যৱহাৰকাৰী আৰু ব্যৱহাৰৰ পৰিমাণ বৃদ্ধি পোৱা সন্দৰ্ভত জন্সে কৈছে যে ইয়াৰ অৰ্থ হৈছে সমগ্ৰ বিশ্বতে কোম্পানীকেইটাৰ আধিপত্য পূৰ্বতকৈও বৃদ্ধি পালে
তেওঁ আৰু কয় যে যি সময়ত কৰ'না মহামাৰীয়ে বাতৰি কাকত আৰু টিভি চেনেলৰ ব্যৱসায়লৈ খৰাং নমাই আনিছে সেই সময়তে গুগল আৰু ফেচবুকৰ বাবে খোল খাইছে এখন স্বৰ্ণ দুৱাৰ
এপল আৰু এমাজন এইকেইদিনত এপলৰ হাৰ্ডৱেৰ ব্যৱসায় বা ফোনৰ বিক্ৰী বহুপৰিমাণে হ্ৰাস পাইছে
বিপৰীতে তেওঁলোকে প্ৰদান কৰা অনলাইন সেৱা গ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি পাইছে
অনলাইন ৰিটেইল বিজনেছৰ দৈত্যস্বৰূপ এমাজনৰো ই-কমাৰ্চত কিছু প্ৰভাৱ পৰিলেও ক্লাউড কম্পিউটিঙৰ ব্যৱসায়ত লক্ষণীয় বৃদ্ধি দেখা গৈছে
ক্লাউড কম্পিউটিং কি বস্তু সেয়া বুজি নোপোৱা বহু লোকেও এতিয়া ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে ইয়াৰ সেৱা
অৱশ্যে কোম্পানী দুটাই কৰ'না ভাইৰাছৰ মোকাবিলা কৰিবলৈ কিছু খৰছো কৰিবলৈ বাধ্য হৈ পৰিছে
এমাজনৰ স্বত্বাধিকাৰী জেফ বেজ'ছে কৈছে যে এই সংকট কালত মুনাফা সংগ্ৰহ তেওঁলোকৰ লক্ষ্য নহয়
সেয়ে তেওঁ বিনিয়োগকাৰীসকলক এই সময়ত কেৱল লাভৰ কথা নাভাবিবলৈকো সকীয়াই দিছিল
কিন্তু লাভৰ কথা নাভাবিলেও অগ্ৰগতিৰ বাবে যিমান পাৰি সিমান খৰছ কৰা নীতিৰেই বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ আখ্যা পাবলৈ সমৰ্থ হোৱা এমাজনৰ স্বত্বাধিকাৰীয়েও কৰ'নাৰ সংকটকালৰ মাজতে দেখা পাইছে সম্ভাৱনাৰ আন এক নতুন পথ
বিশেষজ্ঞসকলেও স্পষ্টকৈ কৈছে যে গুগল আৰু ফেচবুকৰ দৰেকৈ কৰ'না কালৰ পিছতে ই-কমাৰ্চৰ আৰু ক্লাউড কম্পিউটিঙৰ জৰিয়তে অধিক শক্তিশালী হৈ পৰিব এমাজন
কঠোৰ নিয়মৰ দাবী তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ আন এটি দৈত্যসদৃশ প্ৰতিষ্ঠান মাইক্ৰ'ছফটেও কৰ'না কালৰ পিছতে সমগ্ৰ বিশ্বৰ চুকে-কোণে পূৰ্বতকৈও অধিক শক্তিশালী ৰূপত বিয়পি পৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে
বিবিচিৰ প্ৰযুক্তি সাংবাদিক জন্সৰ মতে কৰ'না কালৰ পিছত সমগ্ৰ বিশ্বতে আৰু নতুন নতুন ক্ষেত্ৰত উইণ্ডজৰ ব্যৱহাৰ বৃদ্ধি পাব আৰু তাৰ ফলত লাভান্বিত হ'ব মাইক্ৰ'ছফট
কৰ'না মহামাৰীয়ে সৃষ্টি কৰা সংকটকালতো ইমান সুস্থিৰ অৱস্থাত থাকিবলৈ হোৱা '' গেঙৰ কোম্পানীকেইটাক নিয়ন্ত্ৰণ নকৰিলে ক্ষুদ্ৰ ক্ষুদ্ৰ কোম্পানীসমূহে তিষ্ঠি থকাটোৱেই টান হ'ব বুলি আশংকা ব্যক্ত কৰিছে সাংবাদিক জন্সে
জন্সে সোধা এক প্ৰশ্নৰ উত্তৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ'বামাৰ পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰা জেছন ফ'ৰমেনে কৈছে যে এই কোম্পানীকেইটাক নিয়ন্ত্ৰণত ৰাখিবলৈ আইন কঠোৰ নকৰিলে সমগ্ৰ বিশ্বতে সৰ্বসাধাৰণৰ মাজত বিৰূপ প্ৰভাৱ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে
অ'বামাৰ পৰামৰ্শদাতাগৰাকীয়ে আশংকা প্ৰকাশ কৰে যে কৰ'নাৰ সংকটকালৰ ফলত কোম্পানীকেইটাক বিশ্বৰ দেশসমূহে প্ৰয়োজন অনুপাতে নিয়ন্ত্ৰণত ৰখাৰ ক্ষমতা হেৰুৱাই পেলাব
'যদিহে এনে পৰিস্থিতি অব্যাহত থাকে তেন্তে এই কোম্পানীকেইটা মহা শক্তিশালী হৈ পৰিব
কৰ'নাৰ সংকটলৈ চাই দেশসমূহৰ চৰকাৰে কোম্পানীকেইটাক নিয়ম-কানুনত ৰেহাই দিলেই কোনো নহয় কোনো প্ৰকাৰে আৰ্থিক সংকট সৃষ্টি হোৱাতো নিশ্চিত
তাৎপৰ্যপূৰ্ণ যে কৰ'নাৰ বাবে যিসময়ত বিশ্বৰ বিভিন্ন শ্বেয়াৰ বজাৰত হোৰাহোৰে তললৈ নামিছে সেইসময়তে আমেৰিকাৰ শ্বেয়াৰ বজাৰত দেখা গৈছে তাৰ বিপৰীত ছবি
এপ্ৰিল মাহত আমেৰিকাৰ শ্বেয়াৰ বজাৰ বিগত ৩ বছৰৰ ভিতৰতে উৰ্ধগামী হৈ পৰিছে
উল্লেখ্য যে যোৱা ১৫ মাৰ্চৰ পিছত এমাজন আৰু নেটফ্লিক্সৰ শ্বেয়াৰ ৪০ শতাংশ পৰ্যন্ত উৰ্ধগামী হৈছিল
একেদৰে ফেচবুক, গুগল, এপল আৰু মাইক্ৰ'ছফটৰ শ্বেয়াৰতো দেখা গৈছিল উৰ্ধগামী ৰূপ
এই প্ৰযুক্তি কোম্পানীকেইটাৰ এনে অগ্ৰগতিৰ সময়তে আমেৰিকাৰ ড'নাল্ড ট্ৰাম্প প্ৰশাসনে বিষয়টোক গুৰুত্বসহকাৰে নোলোৱাতো সমগ্ৰ বিশ্বৰ বাবে ভয়াৱহ হৈ পৰিব পাৰে বুলিও মন্তব্য কৰিছে বিশেষজ্ঞসকলে
ভাৰত তথা অসমত ইয়াৰ প্ৰভাৱ '' গেং মহা শক্তিশালী হৈ পৰিলে ইয়াৰ স্পষ্ট প্ৰভাৱ দেখা যাব ভাৰততো
ইতিমধ্যে '' গেঙৰ এটা কোম্পানী ফেচবুকে জিঅ'ৰ প্ৰায় ১০ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে
কেন্দ্ৰ চৰকাৰে এফডিআইৰ নীতি-নিয়ম কঠোৰ কৰা বুলি দাবী কৰিলেও দেখা গৈছে যে বাস্তৱত বহু সুৰুঙা ৰৈ গৈছে
ইয়াৰ ফলত ভাৰতৰ সৰু-বৰ কোম্পানী আৰু ব্যৱসায়ীসকলৰ ব্যৱসায় তথা জীৱন-ধাৰণ আৰু পেছালৈ যিকোনো মুহূৰ্ততে সংকট নমাই আনিব বুলি আশংকা প্ৰকাশ কৰিছে কেবাগৰাকী বিশেষজ্ঞই
'জিঅ'ই ইতিমধ্যে ই-কমাৰ্চৰ জৰিয়তে প্ৰতিটো চুক-কোণৰ দোকানসমূহ নিজৰ অধীনলৈ নিয়াৰ যো-জা চলাইছে
সকলো বিজ্ঞাপনদাতাই এতিয়া কেৱল গুগল আৰু ফেচবুকতহে বিজ্ঞাপন দিবলৈ আৰম্ভ কৰিছে
এয়া আমাৰ দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলৰ বাবে মুঠেই শুভলক্ষণ নহয়
'-এইদৰে কয় এগৰাকী বিশেষজ্ঞই বিশেষজ্ঞগৰাকীয়ে আৰু কয় যে পৰিৱৰ্তন অৱশ্যাম্ভাৱী হ'লেও মহামাৰীৰ ফলত হঠাতে বহুত বৃহৎ পৰিৱৰ্তন সংঘটিত হ'লে তাৰ তাৎক্ষণিক প্ৰভাৱ ভাল হোৱাৰ সম্ভাৱনা তেনেই কম হৈ পৰে
'মানুহে মহামাৰীৰ বিৰুদ্ধে যুঁজ দি ইতিমধ্যে আৰ্থিক আৰু মানসিকভাৱে একপ্ৰকাৰ দুৰ্বল হৈ পৰিবলৈ বাধ্য হয়
তেনে সময়তে এইধৰণৰ পৰিৱৰ্তনৰ সৈতে মিলি যাবলৈ সকলোৰে পক্ষে কষ্ট হোৱাতোৱেই স্বাভাৱিক
আমাৰ লক্ষ্য 'ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা
কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ
সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক
দিনজোৰা কাৰ্যসূচীৰে ওৰাঙত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আন্তঃৰাষ্ট্ৰীয় ক্রীড়া-জগত আন্তঃৰাষ্ট্ৰীয় ক্রীড়া-জগত দিনজোৰা কাৰ্যসূচীৰে ওৰাঙত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডিজিটেল সংবাদ, ওৰাংঃ বিশ্ব পৰিৱেশৰ দিনটোত পুৱাৰে পৰা ব্যস্ততা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ
এই উপলক্ষে সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰৌতা, ওৰাং, মাজবাট আৰু ওদালগুৰিত উপস্থিত হয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো
বিপিএফৰ ১৭ বছৰীয়া সূতা কম্বলৰ ৰাজনীতিৰ পৰিৱৰ্তে শিক্ষা আৰু মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দিছে বিটিচি চৰকাৰে
সদ্য ঘোষিত হাইস্কুল‌ শিক্ষান্ত পৰীক্ষাত এইবেলি অসমৰ ভিতৰতে উত্তীৰ্ণৰ হাৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে বিটিচিৰ জিলা
আগন্তুক বোৰ্ড পৰীক্ষা সমূহত শীৰ্ষ দহত স্থান পাবলৈ সক্ষম হ'ব বিটিচিৰ চাৰি জিলাৰ ছাত্ৰ-ছাত্ৰীসকলে আশা প্ৰকাশ কৰিছে জিলাবাসীয়ে
বিটিচিত জ্ঞান চৰাং আঁচনিৰ জৰিয়তে বছৰি ৯২০০ দুখীয়া ছাত্ৰ-ছাত্ৰীক জলপানি দি আহিছে চৰকাৰে
আগন্তুক দিনত আৰু অধিক ছাত্ৰ-ছাত্ৰীক দিয়াৰ পৰিকল্পনা কৰিছে বিটিআৰ চৰকাৰখনে
আনহাতে অনচাই বিথাংকি আঁচনিৰ জৰিয়তে দুখীয়া মহিলাসকলক আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে প্ৰমোদ বড়ো চৰকাৰে
আজি ওৰাঙত উপস্থিত হৈ এইদৰে মন্তব্য আগবঢ়ায় বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে
পুৱা ১০ বজাত ওৰাং কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ত বৃক্ষৰোপনেৰে কেইবাটাও উন্নয়ন মূলক আচনিৰ আধাৰশিলা স্থাপন কৰে প্ৰমোদ বড়োৱে ৷ সমান্তৰালকৈ মাজবাট মহাবিদ্যালয়, বড়োবজাৰ, নলবাৰী আদি স্থানতো কেইবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভণি কৰে বড়োৱে
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় প্ৰধানমন্ত্ৰীয়ে জুনিয়ৰ বিশ্ব ৰেষ্টলিং চেম্পিয়নশ্বিপ ২০২১ত পদক বিজয়ীক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জুনিয়ৰ বিশ্ব ৰেষ্টলিং চেম্পিয়নশ্বিপ, ২০২১ত পদক অৰ্জন কৰা খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিছে
জুনিয়ৰ বিশ্ব ৰেষ্টলিং চেম্পিয়নশ্বিপ ২০২১ত আমাৰ পুৰুষ আৰু মহিলা দলে সুন্দৰ প্ৰদৰ্শনেৰে ৪টা ৰূপৰ পদকসহ মুঠ ১১টা পদক লাভ কৰিছে
এই সাফল্যৰ বাবে মই দলটোৰ শলাগ লৈছো আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো
" প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় প্ৰধানমন্ত্ৰীয়ে জুনিয়ৰ বিশ্ব ৰেষ্টলিং চেম্পিয়নশ্বিপ ২০২১ত পদক বিজয়ীক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জুনিয়ৰ বিশ্ব ৰেষ্টলিং চেম্পিয়নশ্বিপ, ২০২১ত পদক অৰ্জন কৰা খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিছে
গোলাঘাট: পৰীক্ষা কেন্দ্ৰত হাফ পেণ্ট পৰিধাণ কৰি যোৱা কাণ্ডকলৈ গোলাঘাটত বিশিষ্ট সমাজকৰ্মী, মহিলা নেত্ৰী জীনা বৰুৱাৰ মন্তব্য
ৰাজ্যিক অসমীয়া ৰাজ্যিক অসমীয়া ৰাজ্যিক ৰাজ্যিক অসমীয়া ৰাজ্যিক 'ৰাজ্যিক ৰাজ্যিক भारतीय राजभाषा शब्दकोश खांडबहाले.कॉम (মৈতৈলোন্ संस्कृतम् ৰাজ্যিক
নগাঁও: দক্ষিণ হয়বৰগাঁৱত অধিবক্তা হাফিজুৰ ৰহমানৰ ঘৰ উচ্ছেদ কৰিলে নগাঁও পৌৰসভাই, আজি প্ৰতিক্ৰিয়া প্ৰকাশ অধিবক্তাগৰাকীৰ নগাঁও: দক্ষিণ হয়বৰগাঁৱত অধিবক্তা হাফিজুৰ ৰহমানৰ ঘৰ উচ্ছেদ কৰিলে নগাঁও পৌৰসভাই, আজি প্ৰতিক্ৰিয়া প্ৰকাশ অধিবক্তাগৰাকীৰ ಸವದತ್ತಿ: ಬೆಳಗಾವಿಯಲ್ಲಿ ಬೃಹತ್ 'ಪ್ರಜಾಧ್ವನಿ ಯಾತ್ರೆ' ಕಾರ್ಯಕ್ರಮ; ಕೈ ಮುಖಂಡರು, ಕಾರ್ಯಕರ್ತರು...
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আইচিচি ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটত জল লাভ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আইচিচিৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাত জয় লাভৰ বাবে ভাৰতীয় ক্রিকেট দলক অভিনন্দন জনাইছে৷ এক টুইটযোগে প্রধানমন্ত্রীয়ে কয়, "আমাৰ তৰুণ ক্রিকেটাৰসকল...
এই বিষয়ে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও টুইট কৰি জনাই যে আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন হৈছে
জোনাই: অৰুনাচলৰ নিকলক নদীত জোনাইৰ দুই যুৱকৰ সলিল সমাধি, দুয়োৰে মৃতদেহ উদ্ধাৰ অৰুনাচল আৰক্ষী আৰু স্থানীয় ৰাইজৰ
কৰ'না বিৰোধী যুদ্ধত নামি পৰিছে সকল নিয়মীয়া বাৰ্তা অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত - অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত কৰ'না বিৰোধী যুদ্ধত নামি পৰিছে সকল কৰ'না বিৰোধী যুদ্ধত নামি পৰিছে সকল
স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য কৰ্মীৰ লগতে আশা কৰ্মী সকলক আখ্যা দিয়াৰ পাছতে দূগুণ উৎসাহৰে কৰ্মক্ষেত্ৰত নামিছে এইসকল কৰ্মী
গাঁৱে গাঁৱে কোৱাৰেণ্টাইনত থকা লোকসকলৰ নিৰীক্ষণ কৰাৰ লগতে ছেনিটাইজ কৰাৰো ব্যৱস্থা কৰিছে
কোৱাৰেণ্টাইনত থকা লোকসকলক ঘৰে ঘৰে গৈ বুজোৱাৰ লগতে চুবুৰীয়া লোকসকলকে সতৰ্ক কৰি দিছে আশাকৰ্মীসকলে
শিলচৰ মেডিকেল কলেজত উপস্থিত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নগাঁও, হোজাইত ক'ৰোনা সম্পৰ্কে জিলা প্ৰশাসনৰে পৰ্যালোচনাত মিলিত মুখ্যমন্ত্ৰী সোণোৱাল মুখ্যমন্ত্রীয়ে কাইলৈ মুকলি কৰিব মালিগাঁৱৰ উৰণ সেতু ফিলিপাইনছলৈ প্ৰশিক্ষণৰ বাবে আমন্ত্ৰিত শিৱসাগৰৰ জেনিফাৰ পাঠশালাত ৰঞ্জিত দাসৰ দুবছৰীয়া খতিয়ান "উন্নয়নৰ বাটেৰে দুটা বছৰ...
বাতৰি কাকতখনৰ চাৰিটা সংস্কৰণ গুৱাহাটী, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি আৰু গোৱালপাৰাৰ পৰা একেসময়তে প্ৰকাশ পায়
মুখ্যমন্ত্রীয়ে কাইলৈ মুকলি কৰিব মালিগাঁৱৰ উৰণ সেতু ফিলিপাইনছলৈ প্ৰশিক্ষণৰ বাবে আমন্ত্ৰিত শিৱসাগৰৰ জেনিফাৰ পাঠশালাত ৰঞ্জিত দাসৰ দুবছৰীয়া খতিয়ান "উন্নয়নৰ… ঠিকনা: নিউজ লাইভ বিল্ডিং, খ্ৰীষ্টানবস্তি, গুৱাহাটী – ৫
মনোবিজ্ঞানৰ শাখাসমূহৰ তালিকা অসমীয়া ৱিকিপিডিয়া সমললৈ যাওক মুখ্য মেনু মুখ্য মেনু দিশ-নিৰ্দেশনা ৰাইজৰ চ'ৰা ৱিকিপত্ৰিকা শেহতীয়া সাল-সলনি যিকোনো পৃষ্ঠা ভাষাৰ সংযোগসমূহ পৃষ্ঠাৰ ওপৰ অংশত প্ৰবন্ধৰ শিৰোনামৰ কাষত আছে
সন্ধান কৰক একাউণ্ট সৃষ্টি কৰক ব্যক্তিগত সৰঞ্জাম একাউণ্ট সৃষ্টি কৰক লগ-আউট কৰা সদস্যৰ বাবে পৃষ্ঠাসমূহ এই টোৰে যোগাযোগ কৰক মনোবিজ্ঞানৰ শাখাসমূহৰ তালিকা ভাষা যোগ কৰক লিংক যোগ কৰক ইতিহাস চাওক ইতিহাস চাওক সংযুক্ত পৃষ্ঠাসমূহ প্ৰাসংগিক সালসলনিসমূহ ফাইল আপল'ড কৰক বিশেষ পৃষ্ঠাসমূহ স্থায়ী সংযোগ পৃষ্ঠাটোৰ বিষয়ে তথ্য প্ৰবন্ধটোৰ ...
ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে
গোপনীয়তা নীতি অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে দায়লুপ্তি মোবাইল সংস্কৰণ উন্নয়নকাৰী কুকিৰ বিবৃতি সীমিত সমলৰ প্ৰস্থ টগ'ল কৰক
ৰহাৰ বাৰপূজীয়া যোগনিয়াৰ গ্ৰাহক সমবায় সমিতি লিমিটেডৰ সোনালী জয়ন্তী আৰম্ভ, আন্তঃৰাষ্ট্ৰীয় ক্রীড়া-জগত আন্তঃৰাষ্ট্ৰীয় ক্রীড়া-জগত ৰহাৰ বাৰপূজীয়া যোগনিয়াৰ গ্ৰাহক সমবায় সমিতি লিমিটেডৰ সোনালী জয়ন্তী আৰম্ভ, ডিজিটেল সংবাদ, ৰহাঃ ১৯৬৯ চনতে স্থাপন হোৱা বাৰপূজীয়া যোগনীয়াৰ গ্ৰাহক সমবায় সমিতি লিমিটেডৰ সোনালী জয়ন্তী শনি...
দিনৰ ১১ বজাৰ পৰা অনুস্থিত হয় "মীন পালন আৰু স্বাৱলম্বিতা – আধুনিক চিন্তা শীৰ্ষক আলোচনা চক্ৰ৷ সমবায়খনৰ সভাপতি উপেন চন্দ্ৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰখনত বক্তা হিছাপে উপস্থিত থাকে ক্ৰমে নগাঁও জিলা মীন উন্নয়ন বিষয়া ড°ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন, নগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মা খাউণ্ড আৰু নগাঁও জিলা কৃষি আৰু বানিজ্য...
ছেওঁতা, কদ, স অং. ছে, কাটু) কাটি দুই ছেও-পাত, স. শ অং. ছেও+পাত, পত্র) কোনাে বস্তু ঢাকিবৰ নিমিত্তে ঘুৰীয়াকৈ ছেও-মণি, স. শ অং. ছেও, খণ্ড মণি, অলঙ্কাৰ বিশেষ) কেইবা ভাগ বা খলা কৰি জৰীৰে সিয়া, হাতৰ ঠাৰিত পিন্ধা ছেই, স. শ. এস. শিম্বী; হিং. ছিমী, বংশিম) দীঘলীয়া গুটিৰ ভঁড়াল, কোনাে কোনাে গছৰ গুটি পকা দীঘলীয়া গােটা বা ছে, স...
অতি ক্ষুদ্র বিন্ধা থকা কোনাে বস্তুৰ মাজে দি সৰকাই নিৰ্ম্মল কৰ; যেনে, ছেকনী,স. শ. জুলীয়া বস্তু নির্মল কৰা সৰু সৰু ছেতাে, কদ, স. ছেকি নির্মল কৰােতা, ছে, স. শ সং. চেদ, খণ্ড, অর্থাৎ সময়ৰ ভাগ) কোনাে কাৰ্য্যৰ মাজৰ সময়; যেনে, "এহি বুলি খাণ্ডা বাৰু ধৰি সেহি ছেগে
" কোনাে কাম কৰিবৰ সুসময়, চল ; যেনে, চোৰে ছেগ চাই চুৰ কৰে ; অধিকাৰক কথা জনাবৰ ছেগ পােৱা নাই ছেগ চা, সুসময় বিচাৰ, চল চা, ছেগ মাৰি, চল চাই থাকি সুসময় পালেই
যেনে, চোৰে ছেগ মাৰি চুৰ কৰে, মাজে যাতে, কোনো কোনাে সময়ত ; যেনে, ছেগা-চোৰােকা, বি অং. ছেগ, সুসময় + চোৰাং, গুপ্ত) সুসময় বুজি চোৰাংকৈ হােৱাৰ দৰে হােৱা, মাজে মাজে হােৱা ; যেনে, এই বাৰ বৰষুণ ছেগা-চোৰােকা, কোনাে কোনাে ঠাইত হােৱা, সকলে ছেগা-চোৰৰকাকৈ, ক্রি. বি. মাজে মাজে, এৰা ধৰাকৈ ; কোনো কোনাে ঠাইত, ছেগে, ক্রি. বি. ছেগত, স...
গোপনীয়তা নীতি ৱিকিউৎসৰ বিষয়ে দায়লুপ্তি মোবাইল সংস্কৰণ উন্নয়নকাৰী কুকিৰ বিবৃতি
উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমগৰাকী মহিলা ব্লেক বেল্ট ডিগ্ৰীৰে জিলিকিল তেজপুৰৰ নৱম শ্ৰেণীৰ মুকবধিৰ ছাত্ৰী প্ৰয়াসী কটকী শতাব্দ ছাইন ইন যোগদান স্বাগতম, আপোনাৰ একাউণ্টত লগ-ইন কৰক. পাছৱৰ্ড পাহৰিছে
পাছৱৰ্ড ৰিক'ভাৰ কৰক. আমাৰ বিষয়ে একাউণ্টৰ সবিশেষ শতাব্দ ইতিবাচক খবৰ প্ৰথম পৃষ্ঠা এক্সক্লুছিভ উত্তৰ পূৰ্বাঞ্চল সম্পাদকীয় জীৱন অনুপম(ব্যক্তিগত অভিজ্ঞতা) নাগৰিক সাংবাদিকতা ব্যৱসায়/উদ্যমিতা মনস্বিনী (নাৰী) মন্দাকান্তা( কবিতা) মানুহৰ পৃথিৱী প্ৰথম পৃষ্ঠা এক্সক্লুছিভ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমগৰাকী মহিলা ব্লেক বেল্ট ডিগ্...
উল্লেখ্য যে, গুৱাহাটীৰ কাহিলীপাৰাৰ ভাউৰী দেৱী চেৰাউগী মুকবধিৰ বিদ্যালয়ৰ পৰা এইবাৰ নৱম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা দিয়া তেজপুৰৰ নিকটৱৰ্তী মিলনপুৰৰ চন্দন কটকী আৰু মেৰীণা কটকীৰ একমাত্ৰ সন্তান প্ৰয়াসী কটকী জন্মগত ভাৱে মুকবধিৰ যদিও অতি মৰম লগা প্ৰয়াসী শিশু অৱস্থাৰ পৰাই এগৰাকী পাৰদৰ্শী নৃত্যশিল্পী হিচাপে যেনেদৰে খ্যাতি অৰ্জ...
শোণিতপুৰ জিলাৰ পৰা ২০ গৰাকীয়ে এই ডিগ্ৰী লাভ কৰাত যোৱা ১৯ তাৰিখে তেজপুৰ কলেজিয়েট বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগনত থকা চিত্ৰলেখা ক্লাবত আনুষ্ঠানিক ভাৱে এই ডিগ্ৰীৰ মানপত্ৰ আৰু ব্লেক বেল্ট প্ৰদান কৰে
শোণিতপুৰ জিলা টাইকোৱানড' সন্হাৰ সভাপতি হিমেন লহকৰ আৰু সম্পাদক চিন্তা মণি শৰ্মাৰ লগতে প্ৰশিক্ষক সকলৰ উপস্থিতিত প্ৰয়াসীয়ে মানপত্ৰ গ্ৰহণ কৰাৰ সময়ত উষ্ম আদৰণি জনায়
উল্লেখ্য যে বিগত জানুৱাৰী মাহত ইন্দ'ৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় মুকবধিৰ টাইকোৱানড'লৈ নিৰ্বাচিত হোৱা আৰু চটপুট আৰু লং জাম্পৰো এগৰাকী পাৰদৰ্শী খেলুৱৈ প্ৰয়াসীয়ে এই দুয়োটা খেলৰ বাবে বিগত সময়ত ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত হৈছিল যদিও ক'ভিড কালিন পৰিস্থিতিৰ বাবে সেই প্ৰতিযোগিতা বাতিল হয় আৰু ইয়াৰ সুযোগৰ পৰা বঞ্চিত হয়
অসমৰ কেবাটাও টিভি চেনেলৰ প্ৰতিভা সন্ধানী প্ৰতিযোগিতাত প্ৰয়াসীয়ে প্ৰদৰ্শন কৰা দৃষ্টিনন্দন নৃত্যই ইতিমধ্যে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল
"আকাশ ছুবৰ মন", "সুখৰ সংজ্ঞা বিচাৰি", "মন যায়" আদি অনুষ্ঠানত প্ৰদৰ্শন কৰা নৃত্যই সকলোকে মুগ্ধ কৰা প্ৰয়াসীয়ে শেহতীয়াকৈ সমৰকলা টাইকোৱানড'ৰ সৰ্বোচ্চ ডিগ্ৰী লাভ কৰাৰ পিছত কথা কৈ নিজৰ আনন্দ প্ৰকাশ কৰিব নোৱাৰিলেও পিতৃয়ে কৈ যোৱা কৃতিত্বৰ কথা সমূহৰ মুহূৰ্তত মুখ মণ্ডলত আনন্দৰ প্ৰতিচ্ছবি পৰিলক্ষিত হয়
শ্বেয়াৰ কৰক পূৰ্বৱৰ্তী লেখা লখিমপুৰৰ মহাইজানত আই জি এচ এচ এচৰ সামগ্ৰী বিতৰণ পৰৱৰ্তী লেখা ইলোৰা বিজ্ঞান মঞ্চৰ স্মৃতি দিৱসত 'স্বপ্নদ্ৰষ্টা জীতেন চুণ্ডী সোঁৱৰণী ন্যাস' গঠনৰ ঘোষণা আপুনি ভাল পাব পাৰে লেখকৰ অন্যান্য লেখা পঢ়ক সমুদ্ৰগুপ্ত কাশ্যপক নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্তি প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি তিনি...
জীৱন যুঁজত হাৰ মানিলে বিশ্বৰ ক্ষুদ্ৰতম পুৰুষজনে; ২৭ বছৰ বয়সত মৃত্যু খগেন্দ্ৰৰ জীৱন যুঁজত হাৰ মানিলে বিশ্বৰ ক্ষুদ্ৰতম পুৰুষজনে; ২৭ বছৰ বয়সত মৃত্যু খগেন্দ্ৰৰ বিশ্বৰ ক্ষুদ্ৰতম ব্যক্তি খগেন্দ্ৰ থাপা মগৰ
কিছুদিন ধৰি নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ নেপালৰ এখন চিকিৎসালয়ত ভৰ্তি হৈ থকা খগেন্দ্ৰৰ শুকুৰবাৰে দেহাৱসান ঘটে
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰা বিশ্বৰ ক্ষুদ্ৰতম ব্যক্তিজনৰ মৃত্যুত তেওঁৰ গুণমুগ্ধসকল শোকাভিভুত হৈ পৰিছে