text
stringlengths
0
188k
ভানলালছাংকিমী আৰু তেওঁৰ ভাতৃয়ে সপ্তাহৰ ৫ দিন চিটি বাছ চলায়। তেওঁলোকৰ দিনটো পুৱা প্ৰায় ৬ বজাত আৰম্ভ হৈ সন্ধিয়া ৭ বজাত অন্ত পৰে। আইজলৰ ঞাইজেল চিটি বাছ টাৰ্মিনেলত নিজৰ বাছখন ৰখাই দিয়ে। ঘৰলৈ অহাৰ পিছত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছতো ভানলালছাংকিমী য়ে পুনৰ কামত লাগি যায়, পশুধনৰ বাবে খাদ্য প্ৰস্তুত কৰে। পৰিয়ালটোৰ দুটা গাহৰি আছে। নিশা প্ৰায় ১০ বজাত তাইৰ দিনটোৰ অন্ত পৰে।
প্ৰত্যাহ্বানৰ মাজতো তাই বিশ্বাস কৰে যে এগৰাকী বাছ কণ্ডাক্টৰ হোৱাটো এটা ভাল কেৰিয়াৰ বিকল্প আৰু মহিলাসকলৰ এই ক্ষেত্ৰত ভাল সুযোগ আছে।
নিজৰ কন্যাক লৈ গৌৰৱান্বিত মাকে কয়, “মই মোৰ ছোৱালীক লৈ গৌৰৱান্বিত, তাই প্ৰয়োজনত যিকোনো কাম কৰিব। তাই ঝাড়ুৰ বোজা কঢ়িয়াই নিব বা প্ৰয়োজন হ’লে গাহৰিৰ খাদ্য প্ৰস্তুত কৰিব। মোৰ সন্তানৰ মাজত মই কেতিয়াও পুৰুষৰ কাম বা নাৰীৰ কাম বুলি পাৰ্থক্য নকৰো।”
ৰাজ্যখনৰ পৰিবহণ মন্ত্ৰী টি জে লালনুন্টলুৱাঙাই ভানলালছাংকিমী প্ৰশংসা কৰি কয় যে তেওঁৰ এই সাফল্য আনৰ বাবেও এই আদৰ্শ হৈ ৰ’ব।
লগতে পঢ়ক – কাঁ চলচ্চিত্ৰ মহোৎৱলৈ ‘বুম্বা ৰাইড’, তেন্তে অসম চৰকাৰে কিয় বিষয়া-আমোলাক মহোৎসৱটোলৈ পঠিয়াইছে?
Related
Commonwealth Games : ভাৰতৰ দ্বিতীয়টো সোণৰ পদক
Commonwealth Games: ষষ্ঠ স্থানত ভাৰত, উত্তৰ-পূৰ্বাঞ্চলে কঢ়িয়াইছে গৌৰৱ
অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত দুই ৰাজ্যৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
Subscribe to EastMojo Assam
Enter your email address to receive notifications of new stories by email.
Email Address
Subscribe
{{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}
{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}
Submitting…
Join 6,588 other subscribers
Tagged: Mizoram
Leave a comment
Leave a Reply Cancel reply
Show more
Search for:
Search
Sort by Relevance Newest first Oldest first
Trending News
ছাত্ৰ ৰাজনীতি আৰু বিশ্ববিদ্যালয়; জীৱনৰ মানসপতত ক’লা অধ্যায় হিচাপে ৰৈ যোৱা এক বৰ্ণিল যাত্ৰাৰ কাহিনী
শিলচৰত আজি প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ কেবিনেট বৈঠক
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত চাৰিজন ছাত্ৰক নিলম্বন
ব্ৰাজিল (১) বনাম ছুইজাৰলেণ্ড (০) - বিশ্বকাপৰ Tactical Analysis
অসমৰ ৰাষ্ট্রীয় উদ্যানৰ সংখ্যা ৭ খনলৈ বৃদ্ধি পালে
Latest News
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত জড়িত চাৰিজন ছাত্ৰক নিলম্বন November 29, 2022
ৰাজ্যত দুটা পৃথক অভিযানত ৩ কোটিতকৈ অধিক মূল্য ড্ৰাগছ জব্দ November 29, 2022
মঙলদৈত উদ্ধাৰ তিনিটা বাঘৰ পোৱালি November 29, 2022
শীঘ্ৰেই শক্তি বিভাগৰ ২,৩২০ টা পদত হ’ব নিযুক্তি November 29, 2022
ব্ৰাজিল (১) বনাম ছুইজাৰলেণ্ড (০) – বিশ্বকাপৰ Tactical Analysis November 29, 2022
YouTube
Facebook
Twitter
Instagram
LINKS
অসম | কলা-সংস্কৃতি | ক্ৰীড়া | জীৱনশৈলী | দেশ-বিদেশ | মনোৰঞ্জন | মুখ্যপৃষ্ঠা | ইষ্ট ম’জ’ বিশেষ | চাকৰি | ভিডিঅ | Grievance Redressal<eot>Man claims losing his death certificate ইণ্টাৰনেটত প্ৰতিদিনে বিভিন্ন ধৰণৰ আশ্চৰ্যকৰ কিম্বা মনৰোচক খৱৰ বিয়পি পৰে! কিছুমান বিতৰ্কিত বা আলোড়নকাৰী ভিডিঅ’ বা ছবি ভাইৰেল হৈ পৰে। তাৰমাজতে এক অদ্ভুত বিজ্ঞাপনে ইন্টাৰনেন্টৰ পৃথিৱীত আলোড়ন সৃষ্টি কৰিছে।
এজন লোকে বাতৰি কাকতত বিজ্ঞাপন দিছিল যে তেওঁ তেওঁৰ ডেথ চাৰ্টিফিকেট অৰ্থাৎ মৃত্যুৰ প্ৰমাণপত্ৰ হেৰুৱাইছে! হয়, ঠিকেই শুনিছে। তেওঁ তেওঁৰ মৃত্যুৰ প্ৰমাণপত্ৰ হেৰুৱাই পেলাইছে। এনে বিজ্ঞাপন ভাইৰেল নোহোৱাকৈ থাকিব পাৰেনে?
লগতে পঢ়ক: যৌনতাৰ প্ৰস্তাৱত সন্মত নোহোৱাৰ বাবে যুৱতীক ‘হত্যা’! গ্ৰেপ্তাৰ বিজেপি নেতাৰ পুত্ৰ
বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনত কোনোবা ৰঞ্জিত কুমাৰ চক্ৰৱৰ্তীয়ে লিখিছিল, “৭ ছেপ্টেম্বৰত পুৱা ১০ বজাত মই লামডিং বজাৰত মোৰ মৃত্যুৰ প্ৰমাণপত্ৰখন হেৰুৱাইছো।‘’
আইপিএছ বিষয়া ৰূপিন শৰ্মাই এইটো শ্বেয়াৰ কৰি লিখিছে, “এয়া কেৱল ভাৰততে ঘটিব পাৰে। ‘
এই বিজ্ঞাপনটোকলৈ ধেমেলীয়া সৰস মন্তব্য ভৰি পৰিছে। এজনে সুধিছে, ‘’যদি মই সেই প্ৰমাণপত্ৰ পাওঁ, তেন্তে মই ইয়াক স্বৰ্গলৈ পঠিয়াম নে নৰকলৈ?’’
আন এজনে লিখিছে, ‘’যদি কোনোবাই পায়, তেন্তে তেওঁ সোনকালেই প্ৰমাণপত্ৰৰ গৰাকীলৈ সেইখন ঘূৰাই পঠিয়াব। নহ’লে সেই ভূতটোৰ খং উঠিব।‘’
লগতে পঢ়ক: ডিমাচা চলচ্চিত্ৰ ‘ছেমখোৰ’ৰ বিষয়বস্তুক লৈ আইনী সমস্যাত অভিনেত্ৰী আইমী বৰুৱা
আন এজনে আকৌ আচৰিত হৈ সঁহাৰি দিছে, “মই প্ৰথমবাৰৰ বাবে দেখিছোঁ যে কোনোবাই তেওঁৰ মৃত্যুৰ প্ৰমাণপত্ৰও হেৰুৱাব পাৰে!”
It happens only in #India😂😂😂 pic.twitter.com/eJnAtV64aX
— Rupin Sharma (@rupin1992) September 18, 2022
মৃত্যুত যিমানেই বেদনাদায়ক নহওঁক কিয়, মানুহে সুযোগ পালে ইয়াকলৈও কৌতুক কৰাৰ সুযোগ হেৰুৱাব নিবিচাৰে।
দৰাচলতে ভুলটো কিহৰ বাবে হ’ল বা ভাষা জ্ঞানৰ মাৰফততেই হওঁক, বিজ্ঞাপনটোৱে কিন্তু অলপ সময়ৰ বাবে হ’লেও সকলোকে হাঁহিৰ খোৰাক দিছে।
Recent News
ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত কিংবদন্তি স্প্ৰিণ্টাৰ পি টি উষা
বিয়াত বহাৰ প্ৰস্তাৱ অস্বীকাৰ: কিশোৰীক টুকুৰা-টুকুৰকৈ কটাৰ ভাবুকি দিলে যুৱকে
লকডাউনৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ চীন, ৰাজপথত জিনপিঙৰ বিৰুদ্ধে ধ্বনি
পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা: ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে তিনি শিশুৱে, গুৰুতৰভাৱে আহত আন এক শিশু
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>সূৰ্য্য আৰু চন্দ্ৰৰ পৃথিৱীৰ পৰা নিজ নিজ ব্যাসৰ দূৰত্বৰ অনুপাত ১০৮ ত স্থিৰ নহয় - Factcrescendo Assamese
Skip to content
Monday, November 28, 2022
Hindi
Marathi
Malayalam
Tamil
Gujarati
Odia
English
Bangla
Sri Lanka
Myanmar
Bangladesh
Cambodia
Afghanistan
Factcrescendo Assamese
The fact behind every news!
Home
Archives
Submit For Fact-Check
Our Policies
Privacy Policy
Terms of Use
Code Of Principles
Correction & Submission Policy
Our Methodology
Disclaimer
About Us
Contact Us
Coronavirus
Search for:
সূৰ্য্য আৰু চন্দ্ৰৰ পৃথিৱীৰ পৰা নিজ নিজ ব্যাসৰ দূৰত্বৰ অনুপাত ১০৮ ত স্থিৰ নহয়
Misleading Religious
October 27, 2022 October 27, 2022 Debanjana BaishyaLeave a Comment on সূৰ্য্য আৰু চন্দ্ৰৰ পৃথিৱীৰ পৰা নিজ নিজ ব্যাসৰ দূৰত্বৰ অনুপাত ১০৮ ত স্থিৰ নহয়
অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত সনাতন ধৰ্ম (হিন্দু ধৰ্ম)ত ১০৮ নম্বৰৰ তাৎপৰ্য্যৰ বিষয়ে কোৱা পোষ্টাৰ এখন আছিল। ইয়াত উল্লেখ কৰা হৈছিল যে কেনেকৈ হিন্দুৱে প্ৰাৰ্থনাত ব্যৱহাৰ কৰা জাপমালাত ১০৮ টা মণি থাকে। আয়ুৰ্বেদত ১০৮ টা মৰ্ম (শৰীৰৰ বিশেষ অংশ) থকাৰ বাহিৰেও নাট্যশাস্ত্ৰত (নৃত্যৰ শাস্ত্ৰ) ১০৮ টা কৰ্ণ (হাত-ভৰিৰ সমন্বয়ৰ গতি) আৰু সংস্কৃতত ১০৮টা বৰ্ণমালা আছে। পোষ্টাৰত কৰা মূল দাবীত কোৱা হৈছে যে সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব সূৰ্য্যৰ ব্যাসৰ ১০৮ গুণ। চন্দ্ৰক লৈও একেই দাবী কৰা হৈছে।
অৰ্থাৎ পোষ্টাৰখনত দাবী কৰা হৈছে যে পৃথিৱী আৰু সূৰ্য্য/চন্দ্ৰৰ মাজৰ দূৰত্ব আৰু সূৰ্য্য/চন্দ্ৰৰ ব্যাসৰ অনুপাত এটা ধ্ৰুৱক ১০৮। Archived Link
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি অনুসন্ধান কৰি পালোঁ যে নৃত্য সম্পৰ্কীয় প্ৰাচীন হিন্দু শাস্ত্ৰ নাট্যশাস্ত্ৰত সঁচাকৈয়ে পোষ্টাৰত উল্লেখ কৰা অনুসৰি ১০৮টা কৰ্ণ আছে। তদুপৰি জাপমালা অৰ্থাৎ হিন্দুসকলে প্ৰাৰ্থনাত ব্যৱহাৰ কৰা মণিৰ হাৰত ১০৮ টা মণি থাকে।
কিন্তু আয়ুৰ্বেদক লৈ কৰা দাবী সুশ্ৰুত সংহিতা অনুসৰি সঠিক নহয়। সুশ্ৰুত সংহিতাত মানৱ দেহত মাত্ৰ ১০৭ টা মৰ্মৰ বৰ্ণনা কৰা হৈছে। কিন্তু তামিল পৰম্পৰাত ই ১০৮।ইয়াৰ উপৰিও কেৰেলাৰ কলাৰী পৰম্পৰাত এই সংখ্যা ৩৬৫ লৈ বৃদ্ধি পায়।(উৎস)