utterance_id stringlengths 11 11 | text stringlengths 1 319 | audio audioduration (s) 2 59.2 |
|---|---|---|
utt00000172 | ওচৰতে নে কি | |
utt00000173 | নাই অকমাণ আঁতৰত আছে | |
utt00000175 | মাকক এতিয়া game খেলিব দিম | |
utt00000176 | হয় নি, বকনিসোপা তুমি শুনি লবা | |
utt00000177 | ভায়ে ফোন মাৰিছিলে নি অ | |
utt00000179 | ভায়ে ফোন মাৰিছিলে নি? | |
utt00000181 | তুমি মাৰি দিবা আকৌ তোমাৰ মবাইলৰ পৰা | |
utt00000182 | আজি তোমালে মাৰিছিলে নে কি? | |
utt00000183 | মোলৈ নাই মৰা মই ইয়াৰ পৰা মৰা নাই মানে network ৰ problem হয়, ঘৰ গৈ কথা কথা পাতিমগে | |
utt00000185 | কেতিয়া কথা পাতিছিলো | |
utt00000186 | পৰহি কথা পাতিছিলো নিকি | |
utt00000187 | সৰু মবাইলটোৰ পৰা গৈছিলে নি | |
utt00000188 | ওহো, মোৰ পৰা মাৰিছিলো | |
utt00000190 | ভালেই | |
utt00000192 | টিকলিজনী আছেই | |
utt00000194 | তাইও একদম ওচৰত আহি লব direct game খাম game খাম | |
utt00000197 | ফ্ৰি ফায়াৰ খেলি থাকিলে একদম আহিব trigger টো চুই দিব থে থে থেকে গুলি চলি যায় নাই | |
utt00000198 | অ অ বৰ ভাল পোৱা চাগে | |
utt00000199 | আগতে game খাম বুলি কৈছিলে আজিকালি খেলিম বুলি কয় | |
utt00000202 | খেলিবই, মবাইলৰ পগলা | |
utt00000203 | উম দাদাৰ নিচিনাই হব আৰু | |
utt00000204 | Hello | |
utt00000206 | Network বৰ disturb অ ইয়াত network টো up হৈছে বাঢ়িছে কমিছে | |
utt00000207 | মোৰো একেই গতি আজি কেলৈ জানো ইমান disturb দিছে | |
utt00000208 | ভোকেই লগা নাই চোন খাবলে | |
utt00000216 | এতিয়া যেনেকৈ ও serious বস্তু এটাও থাকে ধৰি ললোঁ | |
utt00000220 | media লাগি আছে channel লাগি আছে যে কি হল এতিয়ালৈকে police এ কিয় ব্যবস্থা লোৱা নাই । দুমাহ হৈ হল দেদ লৰা টোৰ একো খবৰ পোৱা নাই আঢ়ৈ মাহ হৈ গল একো খবৰ পোৱা নাই এনেকৈ সেইটো part ত লাগি থাকে । সেইটো সেইটো চলি থাকে , একেধৰণে । এতিয়া সেইটো বস্তু | |
utt00000226 | ও মই টো কৰা নাই | |
utt00000235 | গতিকে কৃষ্ণ nath ৰ বস্তুটো যথেষ্ট চলে চাই মানুহে | |
utt00000243 | দে সেইটো সেই কাৰণে দেখুৱাই মানে মানুহে চাই ভাল পায় আৰু সাধাৰণ নহয় বস্তুটো । মানে এতিয়া মম মই কোনবা বিহু program এখনত গলে ম মানে মোক ত্ৰিশ জন মানুহে escort দি নিনিয়ে কৃষ্ণ ক নিছে। | |
utt00000247 | আৰু এতিয়া কৃষ্ণ nath এই চাগে প্ৰথম এনেকুৱা হব যি নাগৰা নাম গাব কাৰণে একদম মাননি লৈ গোটেই সদলবলে গৈ একদম হাজাৰ মানুহ হয় তাৰ মাজত অনুষ্ঠান পৰিবেশন কৰিব লগীয়া এইটো দেখুৱাই । চবেই চাই মানুহে ভাল পায়। | |
utt00000252 | মানে তাকেই কোনো অ ভাবি পেলাই অহা নাই | |
utt00000253 | এতিয়া আৰম্ভ কৰি মই উদ্দেশ্য লক্ষ্য পায় পায় গৈ আছোঁ | |
utt00000259 | টো মই কোনোদিন ভাবা নাই যে মই media join কৰিম কিবা কৰিম ।কিন্তু যেতিয়া join কৰিলোঁ তেতিয়া এতিয়া মই ভাবো যে এতিয়া ম ভাবিব পাৰো যে মানে media ত কাম কৰি বহুত কিবা কিবি কৰিব পাৰি। মাজতে মই কিবা এটা internet টো খুচুৰি থাকোতে । | |
utt00000260 | উম ইন কিবা এটা পাইছিলো মানে ।মই এজন ডাঙৰ মানুহৰ quote এটা আছিলে journalism is the easiest way to make history and make people aware about good things | |
utt00000262 | মানে সাংবাদিকতা ই একমাত্ৰ মানে আৰু ইমান সহজ মাধ্যম যে যিকোনো এটা ভাল বস্তু মই সহজে মানুহৰ ওচৰত লৈ যাব পাৰো । কাৰণ এ এখন platform থাকে । টো প্ৰথমে একো উদ্দেশ্যে লক্ষ্য বুলি তেনেকৈ একো নাছিল এতিয়া কিন্তু আছে । | |
utt00000265 | অ উদ্দেশ্য এটা বুলি কলে ভুল হব । প্ৰথমটো নিজে জীয়াই থাকিব লাগিব চলি থাকিব লাগিব , নিজে উপাৰ্জন কৰিব লাগিব। | |
utt00000269 | ঘৰ আছে পৰিয়াল আছে সেইটো আছে আৰু চবতকে ম মানে বেছি ভাল লগা মোৰ কথাতো হল যে মই এটা বস্তু জানো মানে media ত কাম কৰি ভাল কাম কৰিব পাৰি মানুহৰ help কৰিব পাৰি যিখিনি মই অকলে নোৱাৰিম। | |
utt00000271 | এতিয়া কোনোবা এজন মানুহৰ কিবা problem হৈছে মই সহায় কৰি দিব নোৱাৰিলেও মই আৰু দহ জন মানুহক সহায় কৰিবলৈ আহ্বান জনাব পাৰিম । সেই ধৰনৰ বস্তুবিলাক সেইকাৰণে ভাল লাগে । | |
utt00000279 | ম GMCH ৰ সন্মুখত চাৰিশ পাঁচশ মানুহক ম নিশা ভাত খুৱাইছে । | |
utt00000281 | ম এতিয়া ৰমজান মাহ , মানুহে চেহেৰি খাই আছে । টো তেওঁলোকে তেওঁলোকক বহুতে donation দিছে | |
utt00000282 | সহায় কৰিছে । মই নিজে পাঁচ হাজাৰ দশ হাজাৰ টকাই দি সহায় কৰিব পৰা নাই কিন্তু মই সেইটো যেতিয়া news এটা কৰিছো মই মানুহক কৈছোঁ যে আপোনালোকে , তেওঁলোকে মহান কাম এটা কৰিছে আপোনালোকেও সহায় কৰক । | |
utt00000285 | সেইটো কে আপুনি যে কৈছিলে ৰাতি যাম বুলি সেইটো আছিলে নেকি news? | |
utt00000297 | টো আ চলি আছে ঠিক থাক । কিন্তু মানে তাকে মই office টো কওঁ sir কো কওঁ কথাটো মানে যিটো salary । | |
utt00000320 | উম তেনেকুৱা একো নহয় মই একদম practical , সেইটো মই office টো কওঁ , মোৰ ঘৰটো মই কৈছোঁ । | |
utt00000322 | তাৰমানে এতিয়া মই time eight ত কাম কৰি আছোঁ আ | |
utt00000323 | পৰিবেশটো ভাল পাইছোঁ মই কাম কৰিম । | |
utt00000324 | কিন্তু মানে financial line টোত বা তুমি যিটো কথা সুধিছা সেইধৰণৰ বস্তুটো মোৰ এটাই plan আছে উম যদি কাম কৰি থাকো যদি ভবাৰ দৰে বস্তু বিলাক হৈ গৈ থাকে time eight ত কাম কৰি থাকিম । | |
utt00000326 | আৰু next যদি মানে time eight ৰ পৰা মই jump কৰো মানে মই এনেকুৱাকে মানে নিজে কষ্ট কৰিম বুলি ভাবি লৈছো কাম কৰিম বুলি ভাবি লৈছো মানে খোলা খুলি কে কৈছোঁ আৰু । | |
utt00000328 | অ মই মানে যদি কেতিয়াবা এৰিব লগা হয় time eight বা বেলেগলৈ jump কৰিব লগা হয় মই ইয়াতকৈ double salary ত join | |
utt00000329 | অ সেইটোতো হবই ন তেতিয়া বাঢ়ি যাব আৰু টো এনেইও সাংবাদিক বিলাকে ধৰি লওক বেলেগ channel লৈ যায় দ, মানে মানুহে কয় থাকে ন ডলাৰ বগৰী নিচিনাকৈ ঘূৰি ফুৰে। | |
utt00000332 | কি হয় মই বহুত পাইছোঁ , মানে বহুত house ত বহুত channel ত মানে এনেকুৱা কৰে আ মোৰ লগত উ হৈছে বা বেলেগৰ লগত বহুতৰ লগত এইটো হৈছে মানে কি কৰে | |
utt00000335 | আৰু যি চাকৰিটো কৰিবলৈ আহে সিও জানে যে মোক ধপ দিছে | |
utt00000340 | সেইটো বাঢ়েই বাৰু । যেতিয়া negative comment আহে তেতিয়া আপোনাৰ কেনে লাগে বাৰু ? | |
utt00000343 | অ মানে মোৰ negative ক মোৰ negative comment দিয়া মানুহটো এটা ধৰণৰ মানুহ আছে বাৰু এটা particular এটা ধৰণৰ মানুহ আছে । নিজৰ কিবা ideology চ লৈ চলা মানুহ অলপ আছে । সেইটো কাৰণে ইমান হেৰি নাই । মই কিন্তু জানি বুজি মই যিমান কৰিছোঁ মই গালি খাব লগীয়া বাৰু সেই কাম | |
utt00000352 | মানে কি হল ব যিখিনি দুই হাজাৰ তেইছত CTET যিখিনি লৰা ছোৱালী আছে তেঁওলোকে আকৌ apply কৰিছে। | |
utt00000354 | UPLP ৰ যিটো TET পৰীক্ষা হব , সেইটোৰ কাৰণে apply কৰিছে । এতিয়া already মানে TET উত্তীৰ্ণ লৰা ছোৱালী খিনি সিহঁতৰ মানে অভিযোগটো হল যে , CTET উত্তীৰ্ণ যিখিনি লৰা ছোৱালী আছে তেওঁলোকৰ যি certificate আৰু mark sheet supreme court এ দিবলৈ মানা কৰি থৈছে । | |
utt00000356 | গতিকে বিনা original certificate তেওঁলোকে apply কৰিব নোৱাৰে । সেই news টো কৰোতে মই মানে অকণমান কিবা খেলিমেলি হল । মানে মই ইমান গম নাপাওঁ আৰু normally মই যেতিয়া news এটা কৰোঁ মই thorough যাওঁ মই ।গোটেইখিনি পঢ়ি মেলি মই চাই লওঁ a to z মই খুচুৰি লওঁ । | |
utt00000357 | সেইটো মানে কিবা কাৰণত যোৱা চোন পঢ়ি দিয়া । পঢ়ি দিব লগীয়া হল । অলপ miss মি misinformation পাই গলোঁ মই । পাই গৈ পেলাই মই কি কৰিলোঁ CTET ৰ certificate খনৰ ঠাইত মই BED certificate খনৰ কথা কৈ দিলোঁ। | |
utt00000363 | মই চালো , মোক যিটোই information দিছে তাক মই গালি পৰিছো বোলো তোমাৰ কাৰণে মই আজি গালি শুনিব লগীয়া হৈছে । | |
utt00000365 | তাৰ পিছত অ বহুতে মোক আৰু এইখিনি বস্তুত মানে ম যথেষ্ট লৰা ছোৱালী engage হৈ থাকে । | |
utt00000367 | টো মোক বহুতে WhatsApp ত message দিছে যে আপুনি এইটো অলপ ঠিক কৰি দিব শুধৰাই দিব । তাৰ পিছত গলিও পৰিছে বহুতে মানে যে | |
utt00000370 | তাৰ পিছত অ মই চালো ম মই গোটেই information টো লৈ ললো । কালি সেইকাৰণে মই অলপো ত্ৰুটি এৰি দিয়া নাই । যেতিয়া মই মানে news টো লিখিছো যিকেইজন লৰাই ছোৱালীয়ে মোক এইবোৰ WhatsApp ত দিছে, সিহঁতলৈ আকৌ মই আকৌ script টো পঠিয়াই দিছোঁ , এতিয়া ঠিক আছেনে ? | |
utt00000374 | পঠিয়াই দি পেলাই কালি আকৌ মই কৰিছোঁ । টো মানে এ মই সেই বস্তুটো মোৰ নিজৰো খুব ভয় লাগে মানে studio ত সোমোৱাৰ আগত গোটেই বস্তুটো a to z information থাকিব লাগে হাতত। | |
utt00000376 | নহলে নাথাকিলে খেলিমেলি হৈ যায় । অকণমান এটা নামত খেলিমেলি হৈ গলে problem হৈ যাব । আ টো এই বস্তুটো মানে আমাক যেতিয়া mass com কৰোঁতে শিকাইছিল তেতিয়া খুব ভাল বস্তু এটা শিকাইছিল মানে । | |
utt00000385 | নহলে আৰু digital ত সেইটোয়েই problem, digital ত যেনেকৈ প্ৰশংসা কৰিলে নাজিদা জুই নাজিদা বহুত ভাল লাগে এইটোও পায় আৰু একেলগে গলিটোও আহি থাকে । টো সেইকাৰণে সাৱধান হব লাগে । challenges বহুত | |
utt00000387 | এই এটা কথা মনত পৰিছে আমাক sir ঋতুস্মিন sir এ আমাক class লৈছিলে , তেতিয়া মানে এটা কথা কৈছিল যে বাতৰি কাকত যদি কাকত যদি কিবা এটা লিখা হয় সেইটো প্ৰশংসা আপুনি গোটেই জীৱন থাকিব । | |
utt00000388 | কিন্তু digital বা এনেকৈ news channel ত যদি কিবা এটা ভুল হয় ন , ধৰি লওক এটা এদিন ভাল story কৰিছে তাৰ বাঃ বাঃ পাব । যদি এটা আকৌ বেয়া story মানে কিবা এটা খেলিমেলি হল যে আপোনাৰ খেলিমেলি হৈ গৈছে , আকৌ সেইটোৰ reaction ও বেয়া হৈ যায় | |
utt00000390 | তাৰ মানে বস্তুটোত ইয়াত digital বস্তুটো কি হয় মানে স সৰু ভুল এটা | |
utt00000391 | মানে digital media ত ডাঙৰ অপৰাধ বুলি establish কৰি দিব পাৰি । | |
utt00000394 | মানে combination টো digital ত মানে মানুহক প্ৰশংসা কৰিবলৈও easy সমালোচনা কৰিবলৈও easy ভালকৈ কবলৈও easy বেয়াকৈ কবলৈও easy সেই কাৰণে অলপ বেছি মানে tough এইটো | |
utt00000395 | digital আহাৰ পিছত আপুনি মানে কি ভাল হৈছে বুলি ভাবে digital media | |
utt00000396 | digital আহাৰ পিছত ভাল এইটো হৈছে যে মানে মানুহখিনি একগোট কৰিবলৈ সহজ । | |
utt00000400 | বানপানী হৈছে মই কোনোবা এখন জিলাৰ কোনোবা এখন গাঁৱলে যাম যত বানপানী হৈছে । গাঁৱলৈ যাওঁতে মই খাদ্য সামগ্ৰী খিনি অলপ বা কাপোৰ কানি অলপ লৈ যাম । সেইখিনি যদি facebook টো নাথাকিল হয় | |
utt00000401 | বা social media platform বিলাক নাথাকিল হয় communication application বিলাক নাথাকিল হয় তেতিয়া আমি কেনেকৈ মানুহ গোট খুৱায় কাপোৰ গোটালো হয়? | |
utt00000403 | কিন্তু এতিয়া facebook টো হৈ যোৱাৰ লগে লগে এনেকুৱা হৈ গল যে মই যদি facebook ত post এটা লিখি দিওঁ মোৰ অলপ follower আছে মই তোমাক tag কৰি দিলো মই আমুক আমুকলৈ যাম , আমুকলৈ গৈ মই ইমান টা মান পৰিয়াল আছে মই তেওঁলোকক অলপ সাহায্য দিম আপোনালোকে কিবা দিয়ে যদি সহায় কৰিব পাৰে । | |
utt00000404 | এই জনমত টো গঠন কৰাত digital media টোই যথেষ্ট সহায় কৰিছে | |
utt00000406 | সেই digital media ৰ ওপৰত base কৰি এখন চৰকাৰ হয়। digital media ৰ ওপৰত base কৰি চৰকাৰ ভাঙিবও পাৰি। | |
utt00000408 | so digital media যথেষ্ট powerful আৰু future টোতো digital media ত | |
utt00000411 | time eight ৰ দুটা ভাল গুণ আৰু দুটা বেয়া গুণ লাগে । | |
utt00000412 | ব এইটো ভাল আৰু বেয়াটো লগাই নিদি এইটো গুণ বা দোষ। | |
utt00000416 | time eight ৰ অ গুণটো মই মই এইটো কব বিচাৰো যে time eight ৰ যথেষ্ট energy আছে । time eight মানে something different , different breed | |
utt00000417 | মানে মই অথনি আহোঁতেও যিটো কথা পতিছোঁ। | |
utt00000425 | সেইটো মই বুলিয়েই নহয় । বাকী প্ৰতিটো লৰা প্ৰতিজনী ছোৱালীয়ে এনেকেই | |
utt00000429 | আমাৰ বাদে যাতে অকল বোলে এইটো news আমি পোৱা নাই বাকী বেলেগ এটাই পাইছে তেনেকুৱা হব নোৱাৰিব কোনো কাৰণত। | |
utt00000433 | competition, super energy super active আৰু চবেই সমানেই কাম কৰে আৰু মানে এনেকুৱা হয় যে কেতিয়াবা চাৰে এঘাৰটা ত আমাৰ duty শেষ হয় । কেতিয়াবা এনেকুৱা হৈছে যে চাৰে এঘাৰটাত breaking এটা আহিছে relate লৈ তললৈ লৰা নামি গৈছে মাতি দিছোঁ আকৌ আহি machine on কৰি দিছে আকৌ আমি চাৰে এঘাৰটাত পঢ়িছোঁ। | |
utt00000438 | energy, একদম young team , dynamic team বঢ়িয়াকে কাম কৰে । টো সেইটো প্ৰথম আৰু second টো হল time eight য়ে মানে আজিকালি আজিকালি মানে এটা news channel বুলি কলে media house বুলি কলে যথেষ্ট মানুহে আক্ৰমণ কৰিবলৈ সুবিধা পায় যে ইহঁতে এইটো কৰে সেইটো কৰে ইহঁতে | |
utt00000440 | মানে genuine public এ যেনেকৈ ভাবে মানে public ৰ ওচৰলৈ যেনেকৈ news টো present কৰিলে public ক সুবিধা হব time eight এ তেনেকৈ কৰে । এইটো হল অ মনে দুটা positive কথা time eight এ মানে ৰাইজৰ নি ৰাইজৰ স্বাৰ্থতে গোটেই কাম খিনি কৰে | |
utt00000441 | তাৰ মানে এনেকুৱা নহয় যে যিকোনো এটা political party ৰ side লব , যিকোনো এটা ideology ৰ side লব তেনেকুৱা কোনো কথা নাই। তাৰ পিছত আৰু দোষ কি আছিল দোষ দেখোন মই বিচাৰিয়েই পোৱা নাই। | |
utt00000446 | তেনেকুৱা একো নাই, এটা বস্তু আগৰ পৰা আছিল এই মানে শিৱ দাৰ কথা টো যে | |
utt00000451 | মানুহৰ যেতিয়া এতিয়া emotion যিটো বস্তু থাকে | |
utt00000454 | সেইটো নোকোৱাতকে মই কিন্তু টোক বেয়া পাইছোঁ | |
utt00000458 | টো গতিকে যেতিয়া এ accident এটা হল পাঁচজন মানুহ মৰি গল | |
utt00000463 | টো যেতিয়া মানে গে gravity টো চায় incident টো কেনেকুৱা ম সে সেই বস্তুটো চায় । কিন্তু সেইটো must। | |
utt00000466 | এইটো গোটেই explain কৰিব লাগিব কব লাগিব , এইটো ডাঙৰ কথা । | |
utt00000475 | যিটো বস্তুৰ মানে ঘটনা টোৰ gravity টো চাই ঘটনা টো যিমান ডাঙৰ সিমান যাতে public এ তাৰ বস্তুটো গম পায় যে এইটো important কিবা এটা হৈছে ডাঙৰ কিবা এটা হৈছে। | |
utt00000476 | মানে সেই বস্তুটো যাতে ডাঙৰ কিবা এটা হৈছে মই চাব লাগিব কাৰণ প্ৰথম বিছ ছেকেণ্ডতে মানে কিমান ডাঙৰ ঘটনাটো হৈছে visual টো দেখুৱাই দিব নোৱাৰে নহয় anchor এ । প্ৰথম বিছ প্ৰথম anchor এ পঢ়াৰ লগে লগে full plate আহিব information টো আহিব তাৰ পিছত হে visual যাব তাৰ পিছত হে কোনোবাই | |
utt00000477 | কন্দিছে কন্দা খিনি ওলাব । কোনোবাই কিবা এটা কথা কৈছে bite টো ওলাব । প্ৰথম anchor টোই কওঁতে কথা কিমান ডাঙৰ ঘটনা এটা সি explain কৰিব গৈ আছে । ইমান ভয়ংকৰ কথা এটা সি কব সেইটো প্ৰথম দহ ছেকেণ্ডত মানুহে গম পাব লাগিব । | |
utt00000485 | সেইটো আৰু আ second দোষ দোষ মানে কি হয় অ মই এটা বস্তু এইটো মানে মানুহে কয় মানে যে এ এক একেটা বস্তুকেই দুই তিনিবাৰ upload হয় বা repeat কৰা হয় সেইটো এটা বস্তু থাকে সেইটো মানে কি হয় | |
utt00000486 | অ এতিয়া কালি upload হোৱা news টোৰ আজি notification কাও কালৈকেও নাযায় । আজি নতুন নতুন যিখিনি upload হব সেইখিনিয়েই যাব । এতিয়া পেপাৰ খন কি হয় পেপাৰ খন থকাৰ লগে লগে পেপাৰ খন যদি ইয়াত থাকে |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.