utterance_id
stringlengths
11
11
text
stringlengths
1
319
audio
audioduration (s)
2
59.2
utt00000488
মই এতিয়া আহি মই paper খন কি আছে বুলি কলে চাব পাৰোঁ , ৰাতি কোনোবা এজন মানুহ আহি paper চাওঁ বুলি কলে চাব পাৰে । কাইলে ৰাতিপুৱা মন গল বোলে আঠ তাৰিখৰ
utt00000496
হয়, একদম বঢ়িয়া by the way তোমাক good evening
utt00000499
নিশ্চয় মই ঘৰতে আছো
utt00000500
অ, to চাহ খোৱা হল
utt00000501
খালো খালো এইমাত্ৰ just খালো
utt00000502
হয়, দুপৰীয়া কোনোবাফালে গৈছিল নেকি মই তোমাক দুপৰীয়াই phone কৰিছিলো
utt00000505
medical ত গৈয়ে অ গলো আহিলো এইমাত্ৰ
utt00000515
যে তোমা তুমিয়ে তুমি যিহেতু মই তোমাৰ গম পাওঁ তুমি বিভিন্ন ধৰণৰ স্ৱাস্থ্যৰ tips দি থাকা
utt00000519
তোমাৰ অ তুমি বহুত দিনৰ মূৰত call কৰিলাতো
utt00000522
অ, নথৈ আনন্দিত মানে অনুভৱ কৰিছো
utt00000527
হয়, খবৰতো মানে এনেকুৱা যে আজি বহুত দিন পিছত তোমাক যিহেতু call কৰিলো
utt00000529
যিহেতু মোৰো অলপ ই sports ৰ ফালে অলপ যিটো মোৰ অভিজ্ঞতা আছে মানে
utt00000531
so, তাৰ বিষয়ে কথাপাতিলো মানে আজি আমাৰ ইয়াত তোমাৰ এখন খেল arrange কৰিছিলো তোমাৰ cricket ত মানে
utt00000535
so, তোমাৰ twenty over ৰৰ মানে match হৈছিলে
utt00000545
তাৰ হয়, সেই বস্তুখিনি এতিয়া আমাক মানে ধৰা ডাঙৰ মানুহখিনিও বহুত support কৰে
utt00000547
গাওঁৰ মানে গাওঁপ্ৰধানে হওক বা হওক president হওক ward member হওক
utt00000550
মানে আমাক খেল খেলৰ ফালেদি মানে ই sports ৰ ফালেদি বহুত সুবিধা কৰি দিছে আৰু
utt00000553
পৰা তোমাৰ football, bat অ badminton ৰ racket, cock, net এইবোৰ মানে আনো আৰু
utt00000558
নাই নাই ধুনীয়া ধুনীয়া ভাল actually মানে কথাটো কি জানা
utt00000560
এতিয়া ধৰা উম অ মানে তুমিও office লৈ যোৱা বা ময়ো যাওঁ যিহেতু মানে আমি দিনতো বহি থাকো নহয় জানো
utt00000562
বহাৰ পিছত যিটো আমাৰ অ মানে কোনো ধৰণৰ কষ্টদায়ক কাম নকৰো যদি laptop ত যদি কাম কৰো আমি দিনতো বহি
utt00000564
আমাৰ মানে কি এই অ কষ্টকৰ নহলে আমাৰ যিটো persiana বুলি কই নহয় জানো
utt00000570
to আমাৰ কি হয় fat হৈ যায় বা বা আমি অ আমাৰ মানে শৰীৰটোৰ মানে fat হৈ গলে আমাৰ problem হয় নহয় জানো আজিকালি জানায়ে sugar বেমাৰ কিবা বেমাৰ মানে বহুতধৰণৰ বেমাৰ ওলাইছে নহয় জানো
utt00000574
যেনেকে তোমাৰ নৱপ্ৰজন্মকো দেখুৱাই দিছা
utt00000576
যে এনেকে কৰিব লাগে cricket এটা game football game হয় যে মানে তুমি এইটো পাতিছা বহুত বহুত ডাঙৰ তুমি এটা great কাম কৰিছা তোমাক মানে তোমাক i salute you
utt00000583
অ, তুমি গম পোৱা হিমা দাস কিহৰ কাৰণে বিখ্যাত তুমি গম পাইছাই ছাগে ‍‍
utt00000584
সেইটোয়ে তোমাৰ running ৰ কাৰণে ‍‍
utt00000590
to actually হিমা দাসক আমি পাহৰিব নোৱাৰো সঁচাকে
utt00000594
so, তে তেনেকে এতিয়া তুমি recently আমাৰ যিটো অ হেৰি আছিলে তোমাৰ এট এজন নগাঁৱৰ যিটো SP
utt00000596
I IS officer যিটো যিজন তেওঁ তেখেতে ই sport তত অ নিয়োগ হৈছে নহয় জানো
utt00000601
নিশ্চয় মানে অসমত যিটো অ ই sport association মানে
utt00000602
association yes yes yes মানে তেখেতৰ মানে বহুত অ তেনেকে bike rider বা তেনেকে কৰি তেখেতৰ বহুত ভাল লাগে ই sports ত মানে তেখেতৰ অ প্ৰতি যিটো আছে
utt00000604
আ উম উব যিটো মানে তেখেতৰ অন্তৰৰ পা
utt00000606
মানে যে অ মই আগুৱাইছো বা বেলেগকো আমি অ tips তেখেতে যিটো দিয়ে
utt00000610
নহয় জানো ভাল মানে তেখেতটো এজন so IS police officer
utt00000612
to to যিহেতু মানে তেখেতৰ ই spaso ই sport ৰ লগত বহুত ভাল জড়িত হৈ আছে
utt00000618
ঠিক কৈছা এতিয়া ই sports ৰ ফালেদি চাব গলে আমাৰ পি ভি সিন্ধু যিটো তোমাৰ অ পি ভি সিন্ধু badminton ৰ ফালেদি অসমৰ অ ভাৰতবৰ্ষৰ নামটো জিলিকাবলৈ সক্ষম হৈছে
utt00000620
ছানিয়া মিৰ্জা আৰু ছানিয়া নেহৱাল মানে হয় নে নহয়
utt00000621
মানে ধৰা অ ই sport ৰ ফালেদি মানে ধৰা নামটো আমাৰ ভাৰতবৰ্ষৰ অ এটা সুনাম কঢ়িয়াবলৈ ধৰা সক্ষম হৈছে হয় নে নহয়
utt00000623
যিটো আমাৰ কাৰণে খুবেই এটা মানে ধৰা ভাল কথা আৰু আমাৰ north-east ৰ যেনেকুৱা মেৰী কম
utt00000625
boxing য়ে boxing ৰ যোগেদি তেওঁ যিটো মানে অ আমাৰ ভাৰতবৰ্ষৰ আৰু north-east ৰ যিটো নামটো তেওঁ ক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে
utt00000632
কব লাগে কব লাগে কব লাগে নিশ্চয়
utt00000633
তেওঁলোকক আমি বুজাব লাগে যে ই sports বুলি কোৱা বস্তুতো কেনেকুৱা
utt00000635
সেইটোৰ যোগেদি মানে ধৰা আজিকালি অসম চৰকাৰে এটা সুবিধা কৰিছে যে যদি কোনোবা অসমৰ লৰা-ছোৱালীয়ে ই state ত অ খেলি পেলাই আহে যদিও ই sports ৰ যোগেদি তেওঁক আমি তেওঁক আমি এটা ভাল এটা চৰকাৰী পদবী দিম বুলি ঘোষণা কৰিছে
utt00000637
to সিটো এটা ভাল পদক্ষেপ বুলি মই ভাবো অসম চৰকাৰৰ
utt00000643
চৰকাৰে free of cost কিছুমান coaching কৰি দিছে
utt00000645
মই ভাবো সেইটো মানে ধৰা মোৰ মতে কি ন এসেএজএটা দেশক এটা দেশখনক বা এখ এখন ৰাজ্যখনক অ সকলো নাগৰিককে সকলো ব্যক্তিতে ব্যক্তিকে যদি সুস্বাস্থ্য হিচাপে গঢ়ি তু তুলিবলৈ হলে
utt00000646
ই sports এটা ভাল মানে এটা পদক্ষেপ বুলি মই ভাবো তুইত তুমি
utt00000650
to ধৰা এইটো যদি এই আমি ৰাতিপুৱা অ কেনেকে ধৰণৰ বস্তু দিয়ে অনুলমবিলম নহয় জানো তাত এনেকে মানে ধৰা অ যিসকল বুঢ়ী অ বুঢ়া-বুঢ়ী আছে বৃদ্ধ হৈ গৈছে
utt00000651
বা নৱ প্ৰজন্মতে তেওঁলোককো মানে exercise ঘৰত বহি বহি কৰিব পাৰে নহয় জানো
utt00000653
to তেনেকুৱা ক্ষেত্ৰত মানে তেওঁলোকৰ শৰীৰটো ভাল থাকে
utt00000657
নহয় জানো ব্যায়াম যিটো মানে যে exercise actually মানে সেইটো থাকিব লাগে যদি মই game খেলিব পৰা নাই তে exercise তো থাকিলে মানুহৰ মানে কি হয় তোমাৰ বেমাৰ-আজাৰৰ পৰা বহুতধৰণে তোমাৰ আতৰত থাকিব লাগিব নহয় জানো আত পাৰিব
utt00000659
আৰু ই sports বুলি বস্তুতো কলে মানে actually সৰুৰ পৰাই
utt00000661
মানে আমি নৱপ্ৰজন্মক সৰুৰ পৰাই আমি target কৰি দিব লাগে মানে এঘণ্টা হওক বা আধাঘণ্টা তুমি খেলা অকল পঢ়াত বুলি নহয় পঢ়াৰ বাহিৰেও খেলা-ধূলাত থাকিব লাগে নহয় জানো
utt00000663
খেলা-ধূলা তোমাৰ থাকিলে কি হয় to মানুহৰ মানে কি অ anytime busy থাকিলে mine তো fresh হৈ নাযায়
utt00000669
to অ to তেনেকে ধৰণৰ কৰিলে আমাৰ শৰীৰটো ভাল থাকে
utt00000673
অ daily life যিটো মানে আমাৰ যিটো আছে অ মানে অকল আমি পঢ়িলো বুলি নহয় যিকোনো ধৰণৰ কাৰ্য্যসূচী আমি এটা আৰু মানে হেৰি কৰি থব লাগে এই তোমাৰ যে মই আজি এইটো উঠি ইমান সময় মই game খেলিলো
utt00000677
to daily routine থাকিলে সেই routine মতে যদি আমি চলো নহয়
utt00000683
হয়, মানে খেলা-ধূল মানে খে যিটো খেল প্ৰতিযোগিতা তাত মানে যদি তেওঁলোকে লৈ যায়
utt00000685
হয়, আৰু অ সূৰজ তোমাক এটা কথা সুধো তুমি যে সৰুত আমি যে খেলি আছিলো কিছুমান খেল মানে অ তাৰ বিষয়ে কিবা মন মনত আছে আজিলৈ এটা দুটা
utt00000692
যত ব আৰু সেই ball দি মানে লগাব লাগে যদি কাৰোবাক লগাই দিলে সি side হৈ যাব
utt00000697
হয় নে আৰু এইটো গধুৰ বস্তু দলিয়া তাৰ পিছত যে জাপি হেৰি যাঠি খেল না কিবা কই নহয় তোমাৰ
utt00000701
তাৰপিছত তোমাৰ অ long জাপ , high জাপ তেনেকে ধৰণৰ মানে বহুত খেল খেলিলো
utt00000705
উম অ to মানে ভাল লাগে to সৰুত খেলতো আগত সৰুৰ খেল যে সঁচাকে তুমি মনত পেলাই দিলা
utt00000710
এইটো অ ধৰা যিটো মই কলো খেল বুলি কয়
utt00000717
উম, মানে সোনালী সময় এটা আমাৰ সৰু কালৰ যিটো সময় ই sports ৰ কথা পাতোতে মানে তুমি সেইবোৰ সময়ৰ বিষয়ে অলপ মনত পেলাই দিলা আৰু মই সূৰজ কি কওঁ মানে ধৰা
utt00000718
যদি কোনোবা অ কোনোবা এজন লৰা-ছোৱালী যদি ই sports ৰ ফালে অলপ মনযোগ দিয়ে ন
utt00000727
সিটো এটা মানে ভাল মানে সেইবোৰ বস্তুৰ পৰা
utt00000728
actually অ হয় হয় মানে তুমি যিটো কলা
utt00000730
মানে actually মানে ই sports ৰ লগত জড়িত so থাকিবয়ে লাগে যিটো মানে আমি কওঁ যে এতিয়া যিটো চোৱা যাতায়ত ব্যৱস্থাতো মানে bike হৈ গল নে ঘৰে ঘৰে এতিয়া bike হৈ গলে মানুহবিলাক কি হয় একদম অৱহেলা মানে cycle চলাব মন নাযায়
utt00000732
to bike মানে কৰবাত যদি মানে তোমাৰ ওচৰলৈ কৰবালে গলো bike লৈ যাওঁ কিন্তু সেইটো actually কৰিব নালাগে মোৰমতে প্ৰত্যেক ঘৰ এখনত cycle থব লাগে
utt00000740
মই মানে তোমাৰ অ তোমাৰ লগত কথা পাতি পাতি মানে অলপ আগফালে আহিছিলো আৰু
utt00000744
অ, তাত গৈ পেলাই তোমাৰ cigarette মদ-চদ কিবা খাই আছে এতিয়া ধৰা তেওঁলোকক তেনেবোৰ যদি ব্যক্তিক আমি যদি ধৰা তেনেবোৰ লৰা সৰু সৰু লৰা-ছোৱালী মানে ধৰা ওঠৰ বছৰৰ সোতৰ বছৰৰ লৰা-ছোৱালী মানে
utt00000746
তেওঁলোক সেইটো কাম কৰি আছে so এহেন্তক যদি আমি অলপ ভালদৰে বুজাই মিলি ই sports ৰ ফালে যদি অলপ মনযোগ দিওঁ তেওঁলোকে সেইবোৰ বস্তু খাবলৈ এৰিব হয় নে নহয়
utt00000748
মোৰ মানে এতিয়া মনত পৰিলে আৰু সেইকাৰণে তোমাক মই কৈছো
utt00000750
to তুমি কি কোৱা মানে সেইটো কৰিব পাৰি নে মানে আমি এটা
utt00000751
নহয় actually মানে সজাগতা সভা এটা পাতিব লাগে তেনেকে ধৰণৰ বা আমি অ বিশিষ্ট ব্যক্তি ধৰা অলপ গুণী জ্ঞানী ব্যক্তি তেনেকে মানুহ তেওঁলোকক মাতিব লাগে তেওঁলোকক মাতি যদি আমি সজাগতা সভা
utt00000753
to তেওঁলোক নিশ্চয় অলপ change হব পাৰে কিন্তু তেওঁলোকক মানে ধমকি ধপ ধমকি দি নহয়
utt00000755
মানে অ অলপ ব উম অ তোমাৰ তে তেওঁলোক যিটো অ গুটকা খালে কেনেকে ব্য হয় মানে problem দেখা দিয়ে বা মানুহজনক বিপদ মুখত পৰে পইচা পাতি নাথাকিলে তেওঁ নাবাচি পাৰে মৃত্যুমুখত পৰিব পাৰে নহয় জানো
utt00000759
সমাজপ্ৰমী থাকে তেওঁলোকক মা মাতি তেওঁলোকক যদি সজাগতা সভাত তেওঁলোকক মাতি আনি
utt00000761
so, তেওঁলোকক বুজোৱা হয় নহয় যদি to বহুত best best হৈ তেওঁলোক ভাল হৈ পৰিব
utt00000768
না তাকেতো অ তোমাৰ যিটো মই কলো সভাতো পাতিবয়ে লাগে `আৰু plus এটা মানে ক কথা নিজৰো এটা মনে ধৰা অ যদি বেয়া অভ্যাস থাকে
utt00000774
তুমি যদি বেলেগক বুজোৱা বা সভা পাতি তুমি লাভ নাই
utt00000775
লাভ নাই লাভ নাই নিশ্চয়কৈ মানে প্ৰথমত নিজে সমাজত এগনএ এজন সুনাগৰিক হিচাপে গঢ়ি উঠিব লাগে
utt00000780
তুমি ভাল কথা কৈছা আৰু মই ভাবো যে বিশেষকৈ আজিকালি অ ই sports ৰ ফালে মানে আমি আমাৰ নৱপ্ৰজন্মক মানে অলপ আগুৱাই লৈ যাব লাগে আমি অলপ সহায় কৰিব লাগে হয় নে নহয়
utt00000784
হয়, so আমি আমাৰ ফালৰ পৰা এটা প্ৰচেষ্টা কৰিব লাগে তেওঁলোকক আমি এইবোৰৰ বিষয়ে বুজাব লাগে
utt00000787
মই তোমাক অ phone কৰিলো আৰু সেইটো বিষয়ে মই তোমাক অ
utt00000790
তুমি এটা উম right time ত call কৰিলা
utt00000792
আৰু যিহেতুকে running কৰি আছো তুমি কথা কলা মই অলপ running speed তো কমাই দিলো
utt00000794
অ, যিটো তুমি দুয় মানে ই sports ৰ বিষয়ে কলে কলাতো
utt00000796
যিটো তু তুমি ভাল ভাল tips দিয়া আগে পিছে মই জানো তুমি সভায়ে meeting য়ে তুমি ভাল মানে তোমাৰ ই speech আছে
utt00000800
একদম ধন্যবাদ তোমাক অ next বাৰ তুমি call কৰিবা
utt00000802
অ, তোমাৰ আশা থাকিল next call কৰিবা
utt00000805
হয় welcome to তোমাৰ লগত কথা পাতি নিশ্চয় ভাল লাগিছে
utt00000813
তুমি যদি সমাজত হয় হয় নিশ্চয় নিশ্চয় তুমি যদি
utt00000815
অ, নিশ্চয় যদি তুমি meeting চিটিং বা সভা অনুস উম পাতিব বিচৰা
utt00000821
আৰু মাদক দ্ৰব্য সেৱন কৰা মানুহ আছে
utt00000823
to তেওঁলোকৰ অ এটা extra এটা হেৰি ওলাইছে
utt00000832
মই আজি এইডছৰ উম বিষয়ে আলোচনা কৰিম। এইডছ এক ভয়াৱহ ব্যাধি
utt00000835
বিজ্ঞানীৰ চৰম প্ৰতিযোগিতাৰ বাৱে মানুহে আৰম্ভণি সম্ভৱ কৰিবলৈ পাৰে আৰু নি নতৌ ন ন পৰীক্ষাৰ্থী নিয়মীয়া চল চলিয়েই আছে।