uttid
stringlengths
24
24
audio
audioduration (s)
2.81
10.4
sentence
stringlengths
9
94
common_voice_as_22079584
চকুত টোপনি নাই, আন নালাগে মানুহৰ লগত কথা পাতিবলৈকো এৰিলে।
common_voice_as_22079585
টমক দৰব জাতি দি বহুতো সুস্থ কৰিলে।
common_voice_as_22079666
ভাওনাত ভাও দিয়াত যেনে পাকৈত আছিল, পঢ়া শুনাতো তেনে চোকা আছিল।
common_voice_as_22079667
এই গোটেইকেইটা গুৱাহাটীৰ অন্তৰ্গত।
common_voice_as_22079668
সেই দিনাৰ পৰা দুইৰো ভিতৰত বৰ প্ৰণয় হোৱা দেখা গ'ল।
common_voice_as_22079670
সেইদৰে এটা মহকুমা কেইবাটাও আৰক্ষী চক্ৰত বিভক্ত
common_voice_as_22079672
তাৰ পাছত দেওধাই মহাপুৰুষে হাত-ভৰি ধুই মৰঙত উঠিল।
common_voice_as_22079741
এনেতে তেওঁ আলিয়ে আলিয়ে আহি থকা বাবাজী এজন দেখা পালে।
common_voice_as_22079742
তোৰ নিমিত্তে চেষ্টা কৰিব খোজে, সেই দেখি তেওঁক কালিলৈ পুৱাতে আমাৰ মতামত লাগে।
common_voice_as_22079743
তেজপুৰলৈ গৈ পাওঁতে কিমান সময় লাগিব?
common_voice_as_22079745
কিন্তু, ৰ'ব! কাহিনীটো এতিয়াও শেষ হোৱা নাই।
common_voice_as_22079748
একোটা পাত নিজৰ হাতৰ পৰা মুঠেই পেলাই পেলাই দিছে আৰু তেওঁ কেৱল কথাহে পাতিছে।
common_voice_as_22079781
তাৰ এইটো বেমাৰ সৰুৰে পৰা আছে, মাজে মাজে উক দিয়ে।
common_voice_as_22079782
এই দৰে কুকুৰটোৱে সিংহৰ সৈতে একে লগে একে গৰালতে এবছৰ কটালে।
common_voice_as_22079783
কঁঠালে পেলাই মুচি, মই আহিলো গুচি।
common_voice_as_22079784
মই অহাৰ গম পায়েই পলাইছে হ'বলা?
common_voice_as_22079785
সিদিনা কমিটীত সূতা কাটিবলৈ কৈছে
common_voice_as_22079828
ঘটনাৰ সময়ত কাণি-মুনি আন্ধাৰ।
common_voice_as_22079831
এই সপােনটি এতিয়া ভাঙ্গি কওঁ
common_voice_as_22079833
দুয়োৰে ৰূপ-গুণলৈ লক্ষ্য কৰি গাৱঁৰ তিৰোতাবিলাকে মাজে মাজে কয়।
common_voice_as_22079834
ভূধৰে সুধিলে- "অ' বাপা! কেতিয়া আহিলা?"
common_voice_as_22079835
সকলোৱে আমোদ উপভোগ কৰিলে।
common_voice_as_22079945
সি ভাবিলে, "মই ঘৰৰ পৰা ওলাই যাওঁ।"
common_voice_as_22079952
অসৎ মানুহে অসৎ কামক প্ৰশ্ৰয় দিয়ে।
common_voice_as_22079956
মিৰি গাভৰুবিলাকৰ ভিতৰত তায়েই এটাইতকৈ ভাল নাচনী।
common_voice_as_22079960
টকা নহলে বেজ ঔষধ আনি ৰোগীৰে বা নৰিয়া ভাল কৰিবা কেনেকৈ?
common_voice_as_22079964
সেই চনত দেৰগাঁও আলোক শিল্পী সমাজৰ বাৰ্ষিক অধিৱেশনলৈ আহিছিল কলা গুৰু বিষ্ণু ৰাভা।
common_voice_as_22080062
দক্ষিণ আৰু দক্ষিণ-পূবত মিজোৰাম ৰাজ্য আৰু পশ্চিমে কৰিমগঞ্জ জিলা।
common_voice_as_22080065
গুৱাহাটী পৌৰনিগম নামৰ সংস্থা নগৰখন পৰিচালনা, বিকাশ আৰু ব্যৱস্থাপনাৰ দায়িত্বত আছে।
common_voice_as_22080067
ৰং-তামচা, শিল্প আৰু কৃষি প্রদর্শনী চাই যায়হি
common_voice_as_22080069
“অ’ ভেকুলী অ’ভেকুলী টোৰ্টোৰাৱ কিয়?”
common_voice_as_22080070
পীতাম্বৰ ঘৰতে থাকে আৰু সময়মতে খেতি-পথাৰ চায়।
common_voice_as_22080133
ভাৰত মাতৃৰ স্বাধীনতাৰ বাবে প্ৰয়োগ কৰিবলৈ আহ্বান জনাইছিল।
common_voice_as_22080136
মনতে খুঁহ-ধুঁহ কৰি কথাটো তামেদক ক'লে।
common_voice_as_22080139
তই দেখোন দেখিছই ঘৰৰ তেটি গোটেইটো খানিও মই এটা পইচাও নাপালোঁ।
common_voice_as_22080142
এনেকৈ ছবছৰ মানত তেওঁ সকলো খৰচ কৰিও আঠশ টকা জমা কৰিলে।
common_voice_as_22080144
ইয়াক প্ৰতিহত কৰি তেওঁলোক অৱশেষত নাগৰাজ্য পায়গৈ।
common_voice_as_22080239
আপোনাৰ দৰেই সিও যদি ভালদৰেই দেখিলেহেঁতেন, তেতিয়া সিও সৰু শাৰীকেইটাও সলসলীয়াকৈ মাতি দিলেহেঁতেন।
common_voice_as_22080240
তেজপুৰ কলা, সংস্কৃতি, সাহিত্য আৰু প্ৰাকৃতিক সম্পদৰ ফালৰ পৰা অতি মনমোহা নগৰ।
common_voice_as_22080242
আৰু পৰি যোৱা ছোৱালীজনীৰ হাতৰ পৰা নিচানখন লৈছোঁ।
common_voice_as_22080243
তেতিয়াই ৰজাই, হাতনিপেৰা অনাই মেলি চালে।
common_voice_as_22080244
বাৰীৰ পিছফালে এই পিনেই বিচাৰি গ'লে তুমি তোমাৰ গৰুজনী পাবা।
common_voice_as_22080306
দেউতা বৰ ৰসাল আৰু সহজতে মানুহৰ লগত মিলিব পৰা মানুহ।
common_voice_as_22080309
বেগাই শিলঘাটৰ ফাললৈ যাবলৈ ধৰিলে।
common_voice_as_22080311
ডবাত এজনো যাত্ৰী নায়।
common_voice_as_22080314
সকলো কাৰ্যৰ পূৰ্বে গণেশ স্মৰণ বা পূজন শুভকৰ আৰু মংগলজনক।
common_voice_as_22080315
চছমা সঠিকৰূপত ব্যৱহাৰ নকৰাৰ ফলত চাক্ষুস উদ্দীপনাৰ অভাৱত চকুকেইটাই দেখিবলৈ বন্ধ কৰি পেলালে।
common_voice_as_22080419
পঁজাৰ ভিতৰৰ মানুহবোৰৰ আজি বৰ দুখ।
common_voice_as_22080424
হেৰৌ, ডাকঘৰ, বেংকলৈ আহিলে কলম এটা লগত লৈ অনাৰ অভ্যাস নকৰে কিয় হে'?
common_voice_as_22080427
লাজত আগৰ পৰা উঠি আহি কাষত কলহ লৈ পানী আনিবলৈ নৈৰ ঘাট পালেগৈ।
common_voice_as_22080429
তই সংসাৰত শিক্ষিত মানুহৰ কৃত্ৰিমালি কথাৰ মোল নাপাৱ।
common_voice_as_22080434
আনবোৰ খোজ কাঢ়ি লেগ্ৰীৰ কপাহৰ বাগিচাৰ ফালে খোজ ল'লে।
common_voice_as_22080513
সোৱণশিৰি নদী প্ৰথমতে পূব আৰু দক্ষিণ-পূবলৈ বৈ গৈ ভাৰতত প্ৰৱেশ কৰিছে।
common_voice_as_22080517
এসপ্তাহমানৰ আগতে সি মোক খবৰ দিবৰ কথা আছিল।
common_voice_as_22080523
তাই মাজে মাজে বনগীত এফাঁকি দুফাঁকি গায় কুকুৰটোলৈ চাই হাঁহে
common_voice_as_22080840
যদিও ভদ্ৰৰ বয়স সত্তৰ আৰু চকু মুদিলে ধন-সম্পত্তি ভোগ কৰিবলৈ কোনো নাই।
common_voice_as_22080845
বলোৱে তেতিয়া তেওঁলোকক ক'লে- "তোমালোক নাযাবা, ইয়াতে থাকা।"
common_voice_as_22081019
সুস্থ শৰীৰতহে মন সবল থাকে আৰু মন সবল থাকিলে অধ্যয়নত মনোযোগ দিব পৰা যায়।
common_voice_as_22081024
মুৰেৰে গেৰুৱা কাপোৰ পিন্ধা এজন বাবাজী, তেওঁৰ হাতত এডাল ত্ৰিশূল।
common_voice_as_22081027
পাঁচ মিনিটমানৰ পাচতে পণ্ডিত গৈ ওলাল আৰু শ্বেয়াৰমেনক নমস্কাৰ জনালে।
common_voice_as_22081031
অথবা পাঁচজনী জলকুঁৱৰী পানীৰ পৰা ওলাই ধেমালি কৰিছে।
common_voice_as_22081035
মোটটো আনি জুইত পুৰি পেলোৱাত শিঙৰা গুচি সি বৰ থূলন্তৰ পুৰুষ হৈ পৰিল।
common_voice_as_22081123
পিতৃ-মাতৃ, গুৰুজনক সন্মান কৰা।
common_voice_as_22081130
ওচৰৰ ল'ৰাৰ লগত খেলে আৰু মাকো কামত সহায় কৰি দিয়ে।
common_voice_as_22081136
আমি মিছাতে তালৈ বাট চাই থকাৰ দৰকাৰ নাই।
common_voice_as_22081146
ভূপেন হাজৰিকাৰ "অটোৰিক্সা চলাও আমি দুই ভাই"
common_voice_as_22081151
বিয়ালৈ এঘাৰ দিন থাকোঁতেই হঠাৎ জ্বৰ হ'ল।
common_voice_as_22081237
কাৰোবাৰ কিৰা টান নৰীয়া হৈছে নেকি?
common_voice_as_22081243
তেওঁৰ একেটা ল'ৰা মণিৰাম গাওঁখনৰ ভিতৰতে ভাল ল'ৰা।
common_voice_as_22081247
সিহঁতৰ এই কথাত তাইৰ তাক পাবৰ আশা অলপ বলৱতী হ'ল।
common_voice_as_22081254
ভলণ্টিয়াৰ জনে গোটেই গীতটো গাই শেষ কৰাৰ পিছত দূৰৈত বৰ গণ্ডগোল শুনা যায়।
common_voice_as_22081259
ঢোল-খোল বোৱা শেষ হ'ল।
common_voice_as_22083655
হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকৰ ৰিজাল্ট একেই দিনা দিব নেকি?
common_voice_as_22083656
চৰাইবিলাকে এই গছজোপাৰ পাতে পাতে পৰি কোঢ়াল কৰি আছে।
common_voice_as_22083657
এইবোৰৰ বিষয়ে তোমালোকে কি কৰিছাঁ?
common_voice_as_22083658
গতিকে তাক নিজ ইচ্ছা মতে গঢ় দিব পাৰি।
common_voice_as_22083659
কেনেবাকৈ ওচৰত কোনো নাথাকোঁতে জুই নাইবা পানীত পৰিলেহে বিপদ।
common_voice_as_22083702
ওচৰতে এটা কুকুৰ-পোৱালিয়ে হাঁহকেইটামানক খেদাখেদি কৰি কুঁ-কুৱাই ফুৰিছিল।
common_voice_as_22083703
দেউতাৰ টেনচন আৰম্ভ হ'ল।
common_voice_as_22083705
এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবে ইয়াৰ নাম অসম হ'ল।
common_voice_as_22083706
মানুহৰ দৰে সিহঁতৰ স্বভাবো সাঁচতিয়াৰ।
common_voice_as_22083707
বাকী কেইমাহত মোৰ কিবা কাম থাকিলে খবৰ দিম, তেতিয়া কৰি দি যাবি।
common_voice_as_22083769
গুৱাহাটীৰ চিটী বাছ সেৱা অতি সুবিধাজনক।
common_voice_as_22083771
“কচ, কিয় অহা নাই” অনুসন্ধান কৰিবলৈ কাকূতি মিনতি কৰিবলৈ ধৰিলে।
common_voice_as_22083772
ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ" নামেৰে জনা গৈছিল।
common_voice_as_22083774
পথাৰৰ কাম কৰিবলৈ ব'ৰ্ডে তোমাক ৰখা নাই, স্কুলৰ কাম কৰিবলৈহে ৰাখিছে।
common_voice_as_22083775
বীৰদত্ত নাৱে-গাৱেঁ বীৰদত্ত।
common_voice_as_22083886
তেওঁলোকৰ বেচি ভাগৰে থকা ঘৰৰ ভেটিটোৰ বাহিৰে আন মাটি-বাৰী নাই।
common_voice_as_22083887
আপুনি অসমীয়াৰ বাহিৰে আন কোনো ভাষা জানেনে?
common_voice_as_22083888
ডেকা ত্ৰিশ-পয়ত্ৰিশ বছৰীয়া হৈ উপাৰ্জনক্ষম হ’লেহে তেওঁৰ বিয়াৰ চেষ্টা কৰা হৈছিল।
common_voice_as_22083890
পিছে অৰ্জুনে গোটেই খাণ্ডৱ বনৰ আকাশ শৰেৰে ঢাকি পেলাই।
common_voice_as_22083891
দুজন মানুহ আহি ওলাল ঘৰলৈ।
common_voice_as_22084002
তাই জানিলে যে জংকিয়ে আকৌ তাৰ প্ৰণয়িণীক গৈ বিচাৰি উলিয়াব।
common_voice_as_22084003
ৰুথক দেখিয়েই হাত জোকাৰি সকলোৰে কুশল বাৰ্ত্তা শুধিলে।
common_voice_as_22084005
প্ৰায় এবছৰমান পিছত মা দেউতা আৰু বাপু ৰেলেৰে পাঠশালাৰ দেউতাৰ ঘৰলৈ গৈ আছিল।
common_voice_as_22084006
আযোজন সম্পূৰ্ণ হ'লত দয়াৰামক লৈ সকলোটি সমদলে কন্যা ঘৰলৈ আগ বাঢ়িল।
common_voice_as_22084007
নতুন ভাবেৰে অনুপ্ৰাণিত হ'ব পাৰিছে তাৰো আভাস দিবলৈ ইয়াত যত্ন কৰা হৈছে।
common_voice_as_22084055
সেই ছোৱালী কোন?
common_voice_as_22084058
প্ৰতিকী ব্যঞ্জনাই জ্যোতিপ্ৰসাদৰ কলাত্মক বিবেচনাবোধৰ পৰিচয় দিয়ে।
common_voice_as_22084060
আজি আহিব নোৱাৰে, অইন এদিন ভাল দিন চাই হোম পোৰা হ'ব।