uttid
stringlengths
24
24
audio
audioduration (s)
2.81
10.4
sentence
stringlengths
9
94
common_voice_as_32843692
এই নম্বৰটো লোৱা আৰু ডাইল কৰা।
common_voice_as_32843693
এই কথা মনত পৰিলত তাই বুজিব পাৰিলে যে তেজীমলাইহে জৰা হৈ আছে।
common_voice_as_32843694
ৰাতি দুপৰ হৈছে।
common_voice_as_32843695
মালতীয়ে একো উত্তৰ দিব নোৱাৰিলে।
common_voice_as_32843696
লগতে অগ্নিয়ে নিজৰ ৰথখনো অৰ্জুনক প্ৰদান কৰিছিল।
common_voice_as_32843718
জবা ফুল, ডালিম পুলি আৰু মইনা চৰাই লৈ নিজৰ নগৰলৈ গুচি গ'ল।
common_voice_as_32843721
মই নেযাওঁ
common_voice_as_32843745
কলমটো দেউতাৰ বৰ মৰমৰ আছিলে।
common_voice_as_32843751
যি এক বন্য জীৱন-যাপন কৰে।
common_voice_as_32843797
দেউতাকে কলে- "ই আপোনাৰ লগত থাকি ভাল পাইছে, পঢ়িছেও।"
common_voice_as_32843804
এতিয়াৰ পৰা যদি তুমি ঘৰৰ কাম কৰিবলৈ অভ্যাস নকৰা
common_voice_as_32843839
তেওঁ সুধিলে- "দয়াৰাম যোৱাৰ পৰা কিবা খবৰ পাইছ জানো?"
common_voice_as_32843840
তাক মা দেউতাই বাপু বুলি মতা আৰম্ভ কৰিলে।
common_voice_as_32843841
বেচিব! কিয় বেচিব?
common_voice_as_32843842
তেতিয়া তিনিওজন দোকানতে বহিল।
common_voice_as_32843843
ময়ো তোক আজি শুদাই নেৰোঁ।
common_voice_as_32843909
অলপ দিনৰ ভিতৰতে নানাবিধ গছেৰে বাগিচা খন ভৰাই পেলালে।
common_voice_as_32843910
যেন তেওঁবিলাকে ভোগ কৰিব লাগিছে।
common_voice_as_32843922
শিৱসাগৰ পুখুৰীটোৰ দক্ষিন পাৰে তিনিটা দ'ল আছে।
common_voice_as_32843958
তাৰ পিছত তাই মোক কৈছিল তাই হেনো মোলৈকে আহিব।
common_voice_as_32843963
ইয়াৰ পাচত নৰাই থানালৈ গ'ল আৰু সকলো কথা বৰ্ণনা কৰি এখন এজাহাৰ দিলে।
common_voice_as_32844024
আজি দেশৰ জনসাধাৰণ সাৰ পাই উঠি নিজৰ দেশক ইংৰাজৰ হাতৰ পৰা মুক্তি কৰিবলৈ
common_voice_as_32844025
টিভি অন কৰা, ভাল এটা বাতৰি চাব আছে।
common_voice_as_32844026
সেই দেখিয়েই সেই দিনা নৰায়ে মতাতো সি হাতৰ কাম এৰি নাহিল।
common_voice_as_32844032
কি জানি পুলিচে কিবা সূত্ৰ উলিয়ায়েই।
common_voice_as_32844058
কিজানি তাৰ বিয়া কৰাবৰ ইচ্ছা নাই।
common_voice_as_32844059
আজি চাগে মই যাব নোৱাৰিম।
common_voice_as_32844060
তাৰ পাচত জীয়েকক মাতি ক'লে- "আই! দেখিছ নহয় আমাৰ পোৰা কপাল।"
common_voice_as_32844061
বাঁহ, বেত, গছৰ পাত জাপি সজাৰ ঘাই উপকৰণ।
common_voice_as_32844068
মটৰ ধৰিবলৈ ঘৰৰ পৰা দুমাইল খোজ কাঢ়ি যাব লাগে।
common_voice_as_32844069
কি ভাল, কি বেয়া এতিয়া ভাবিবলৈ যোৱা মিছা।
common_voice_as_32844072
সেমেকা বিস্কুট আলহীক দিমনে?
common_voice_as_32844073
এজাক মানুহ হাতত লাঠী লৈ আমাৰ ঘৰত সোমাল।
common_voice_as_32844079
জীয়াৰী-বোৱাৰীহঁতে জা জলপানৰ আয়োজন কৰিছে।
common_voice_as_32844082
পিতৃ মাতৃক কষ্ট দিলে সেই জন কেতিযাও মানুহৰ ভিতৰত গণ্য হ'ব নোৱাৰে।
common_voice_as_32844083
সবাহলৈ যায়নে নেযায়?
common_voice_as_32844089
আপুনি এবাৰো লৰচৰ কৰা নাই।
common_voice_as_32844090
সেইহে এতিয়াই মাত লগাবলৈ আহিলোঁ।
common_voice_as_32844091
তাৰ পাচত লাহে লাহে দুৱাৰখন মেলি দিলে।
common_voice_as_32844092
মাক-বাপেকে তাৰ ওপৰত কেছ কৰিছে।
common_voice_as_32844093
এক ক'লো লেখি, এক ক'লো দেখি, হা দৈ বোলোত ওলাল হাৰডাল।
common_voice_as_32844119
কি কয় এই জনীয়ে?
common_voice_as_32844126
সেই বাবে মাটিৰ অনুসন্ধান কৰি আছিল।
common_voice_as_32844127
এচাম লোক সদায় আগবাঢ়ি আহি ইয়াত ভাগ লোৱা দেখা যায়।
common_voice_as_32844139
গিৰিহঁতৰ স'তে ভাত খোৱা, শাক খোৱা আদি সুখ-দুখৰ নানা কথা পাতিবলৈ ধৰিলে।
common_voice_as_32844140
নাগসকলৰ বিশয়ে অধিক জানিবলৈ শিৱ আৰু সতী কাশীলৈ ৰাওনা হয়।
common_voice_as_32844171
ইয়াকে ভাবি সি এদিন সাধুৰ বেশ ধৰি পুখুৰীৰ পাৰত ধ্যানত বহি ৰ'ল।
common_voice_as_32844172
ক্লিপব'ৰ্ড বা অন্য ঠাইৰ পৰা মিডিয়া পে'ষ্ট কৰক।
common_voice_as_32844173
ঘৰৰ ভিতৰৰ পৰা কান্দোন শুনা যায়।
common_voice_as_32844174
বৰ্তমান জিলাখনৰ মহকুমা দুটা- গোৱালপাৰা আৰু দুধনৈ।
common_voice_as_32844189
ছোৱালীজনীয়ে বা কি কয়।
common_voice_as_32844192
কিছুমান দিন ঘৰতে থকাৰ পাচত মণি চাকৰি বিচাৰি ওলাল।
common_voice_as_32844193
তুমি মুঠেই মোৰ কথাত মত দিয়া।
common_voice_as_32844199
ৰজাই শালিকাটোৱে কি কয় বুলি কৈ একো ভাবি নাপাই মনে মনে থাকিল।
common_voice_as_32844203
গধূলিৰ আগতে জাহাজ নাপায়।
common_voice_as_32844245
মাঘমহীয়া অলপ কিন্কিনীয়া বৰষুণ।
common_voice_as_32844248
মংগলতীক লাগীয়ে আগেয়েই ৰূপ-বান খুৱাই শিকাই থৈছিল।
common_voice_as_32844301
কাৰণ যুদ্ধ তামসিক কাৰ্য্য, তামসিক কাৰ্য্য তামসিক ভাৱৰ জন্মদাতা।
common_voice_as_32844303
তেজাই পিছলৈ নোচোৱাকৈ আহিবলৈ ধৰিলে।
common_voice_as_32844306
দেউতা তেতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনত কাম কৰে।
common_voice_as_32844308
বৰ দৰকাৰ এটা আছে।
common_voice_as_32844333
ল'ৰাটোলৈকে বিয়া কৰাবলৈকো বহুতে উপদেশ দিলে।
common_voice_as_32844390
সেই কলটোৰ পৰা এনে সুন্দৰ মল্মলীয়া গোন্ধ ওলাব ধৰিছে
common_voice_as_32844393
সেই পৰিয়ালৰ মানুহ বিলাকে খাবলৈ বহিলে সি সাহ কৰি মুখ উলিয়াই চাই থাকে
common_voice_as_32844399
ঠিক সেইদৰে সেইবোৰ ইয়াত দিয়া হোৱা নাই।
common_voice_as_32844400
প্ৰথমে জাপি দেখিবলৈ টুপিৰ দৰে আছিল।
common_voice_as_32844455
কেতিয়াবা বহুত দিন একেবাৰে অনাহৰত যায়।
common_voice_as_32844456
মই ইয়াত নথকা কেদিন সকলো কাম ভালকৈ চলি আছিল তো?
common_voice_as_32844458
দেউতাই কলে- "নাই দিয়ক, আজি অলপ পকেট ঠাণ্ডা হৈ আছে।"
common_voice_as_32844460
হয় কি বাতৰি ভাই?
common_voice_as_32844462
চোৰে ভাবিলে, এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব।
common_voice_as_32844505
ফ্ৰেম এখন কিনি আনিম আজি।
common_voice_as_32844506
ভাত খাই ফৰিঙৰ টোপনি আহিলত ফৰিং শুই থাকিল।
common_voice_as_32844507
চকুৰে ভালদৰে দেখা নোপোৱাৰ বাবে।
common_voice_as_32844508
তেওঁৰ স্বভাব অতি সাৱধানেৰে গঠিত কৰা উচিত।
common_voice_as_32844509
পুৰণিয়ে এটি নতুন আলি বান্ধিবলৈ নতুনক মাটি নিদিয়ে
common_voice_as_32844559
ৰাভা দেৰগাঁৱত সাত দিন আছিল।
common_voice_as_32844562
অকল শুনাই নহয় দৰাকো লগ পাই আহিছোঁ।
common_voice_as_32844566
তেতিয়াৰ দিনত হোটেলত থকাৰ কথা মানুহৰ মনলৈ অহাই নাছিলে।
common_voice_as_32844614
এইবোৰৰ ওপৰতহে আলোচনা হোৱা উচিত।
common_voice_as_32844616
দেউতা ৰেলৱেৰ ট্ৰেফিক বিভাগত চাকৰি কৰে।
common_voice_as_32844618
যেনেকুৱা প্লেন কৰিছিলোঁ তেনেকুৱাই হৈছে।
common_voice_as_32844664
নতুন বেটাৰী লগাব লাগিব।
common_voice_as_32844665
চিনেমা হল পূৰা খালী আছিল।
common_voice_as_32844666
আৰু তলাত কেনে চাবি লাগিব বন্ধ কৰাৰ লগতে তাক চাই-চিতি লৈছিল।
common_voice_as_32844667
তোৰ তেজ ওলোৱা যদি বন্ধ নকৰোঁ তোৰ জীৱনৰ আশা নাই।
common_voice_as_32844674
নলবাৰী অসমৰ এখন প্ৰশাসনিক জিলা।
common_voice_as_32844675
বহাগৰ একুৰি এদিন যোৱাত।
common_voice_as_32844711
তাকেই তো বুজিব পৰা নাই।
common_voice_as_32844722
তেতিয়াৰে পৰা আমাৰ পেটলৈ ভাত যোৱা নাই।
common_voice_as_32844744
এই দৰে ভাবিচালে দেখিবা তেওঁ বিলাকে আমাৰ কাৰণে যি কৰিছিল
common_voice_as_32844750
কাইলৈ মোৰ ডাঙৰ বাৰ বিয়া।
common_voice_as_32844751
মই শুনিলোঁ পানেই বোলে আকৌ পলাল।
common_voice_as_32844762
হাবিৰ মাজত সোমোৱাৰ পাচত এইকেইটা কথা তেওঁৰ কাণত পৰিল।
common_voice_as_32844773
তোৰ টকা জমা থাকিব পাৰে, কিন্তু তাক যেতিয়া নাপালোঁৱেই তোক ক'ৰ পৰা দিম।
common_voice_as_32844779
আকৌ তহঁতৰ লগতে ভাই-ভনীৰ দৰে ফুৰিম।
common_voice_as_32844780
তোৰ একো ভয় নাই
common_voice_as_32844791
পিচে মই কি কৰিম! আপুনি কেতিয়াও আপোনাৰ ইচ্ছাৰ কথা পিতাইক জনোৱা নাই।
common_voice_as_32844792
নহয়, ভাল মানুহ নহয়, সভাসদজনো নহয়।
common_voice_as_32844794
সেই সময়ত ষ্টাৰ নম্বৰ পোৱাটোৱেই বহুত ডাঙৰ কথা আছিল।