uttid stringlengths 24 24 | audio audioduration (s) 2.81 10.4 | sentence stringlengths 9 94 |
|---|---|---|
common_voice_as_32862397 | স্কুলৰ কাম জানো নকৰাকৈ আছোঁ! | |
common_voice_as_32862398 | লক্ষীমপুৰ নগৰত ৰাতিপুৱা প্ৰায় বেলি আঠ-ন মান বাজিছে। | |
common_voice_as_32866340 | ধৰা পেলাব নোৱাৰিলেই হয়, সি পলোৱাই ভুল হৈছে। | |
common_voice_as_32866342 | তাৰ পাচতহে যি হয় ক'ব পাৰিম। | |
common_voice_as_32866343 | বেলতলা তিনিআলিৰ পৰা কিমান দূৰ? | |
common_voice_as_32866344 | ৰং চাই কোনে? | |
common_voice_as_32866346 | সি তাক দেখিলে যে তাই মিৰিয়নী হ'লেও দেখিবলৈ শুৱনি। | |
common_voice_as_32866349 | হাতী, মহ, বাঘ ইত্যাদিকো ভয় নকৰি তাই পলাব। | |
common_voice_as_32866350 | ”গৰখীয়াই যে গৰু নাৰাখে, মই বা নাখাম কিয়?” | |
common_voice_as_32866351 | তেওঁৰ "জমিদাৰীত" গোলামবিলাকৰ কোনো কষ্টয়েই নাছিল। | |
common_voice_as_32866352 | নকৰিলে চলিব কেনেকৈ? | |
common_voice_as_32866353 | কাৰণ নগৈ বহি থাকিলে লাগীৰ হাতত সিহঁতে গালি আৰু মাৰ খাবই লাগিব। | |
common_voice_as_32866354 | পেজখন ৰিল'ড কৰিলে হয়তো ঠিক হ'ব। | |
common_voice_as_32866355 | আমিও অলপ আগতেহে খালোঁ। | |
common_voice_as_32866356 | এনেদৰে ভাবি চিন্তি তেওঁলোকে বহুত সময় কটালে। | |
common_voice_as_32866357 | আপুনি কেনে আছে? | |
common_voice_as_32869148 | কিন্তু ৰেলৰ শব্দৰ বাবে কোনেও শুনা নাপালে। | |
common_voice_as_32869149 | আঙঠিটো লৈ গৰুটো খেদাই খেদাই আনি ঘৰ পালেহি। | |
common_voice_as_32869151 | কেঁকোৰাটো কিন্তু বৰ বুধিয়ক। | |
common_voice_as_32869187 | বগা ভাত দেখিলে কাউৰীৰ আকাল নালাগে। | |
common_voice_as_32869188 | দিম বাৰু কওকচোন আমি সকলো ডেকা-গাভৰু ভালে থাকিমনে? | |
common_voice_as_32869189 | আহোঁতে কাহৰ ছীৰাপ লৈ আহিব। | |
common_voice_as_32869190 | বাৰু, মই চেষ্টা কৰি চাওঁ, কাৰবাৰ পৰা ধাৰ কৰিব পাৰোঁ নেকি। | |
common_voice_as_32869198 | সেই সকলোবোৰেই হোৱা ঘটনাৰ আলম লৈয়েই নাটকত দেখুৱা হৈছে। | |
common_voice_as_32869217 | বয়সো বেচি হোৱা যেন লাগে। | |
common_voice_as_32869218 | এগাল খুজিয়েই আনাগৈ নহ'লে। | |
common_voice_as_32869220 | এবাল্টি পানী তুলি আন কুঁৱাৰ পৰা। | |
common_voice_as_32869221 | মই এতিয়া একো ক'ব নোৱাৰোঁ। | |
common_voice_as_32869243 | সেই দেখি কাকো দেখা নিদিয়াকৈ লুকাই থাকিম বুলি ওলাইছোঁ। | |
common_voice_as_32869244 | যদি নতুন নতুন বাট কৰিব খােজে | |
common_voice_as_32869245 | ভূধৰে সেই দিনা তেওঁৰ লগা-ভগা লোকসকলৰ লগত পৰামৰ্শ কৰিলে। | |
common_voice_as_32869261 | নগাঁওলৈ গৈ পাওঁতে কিমান দেৰি লাগিব? | |
common_voice_as_32869262 | এজন আঠ-ন বছৰীয়া ল'ৰা লগ পালে। | |
common_voice_as_32869264 | মই আপোনাৰ অনুৰোধ ৰাখিব নোৱাৰিম। | |
common_voice_as_32869265 | সকলো যোগাৰ মই দিম। | |
common_voice_as_32869288 | তাৰ বয়স তেতিয়া একৈশ বছৰ। | |
common_voice_as_32869295 | মোৰ সৰু ভাইটিয়ে চাকৰি পালে। | |
common_voice_as_32869311 | দেউতাই আৰু কিছুমান মজাৰ কাম কৰিছিল। | |
common_voice_as_32869312 | বৰাধানতো আমাৰ ভঁৰালত নাই। | |
common_voice_as_32869314 | তেওঁ বলোক বহিবলৈ দি নিজেও ওচৰ চাপি বহিল। | |
common_voice_as_32869372 | এতিয়াও আপোনাৰ আগে আগেহে ঘৰ সোমাইছোঁ। | |
common_voice_as_32869373 | ৰ'দ দিয়ক বা বৰষুন, সি তাৰ কাম কৰিবই। | |
common_voice_as_32869374 | ক্লাছত টোপনি মাৰি থাকে। | |
common_voice_as_32869375 | এই দুটা শব্দ মিলি হিমালয় শব্দটোৰ গঠন হৈছে। | |
common_voice_as_32869381 | প্লিজ, অলপ হেল্প কৰি দিয়া। | |
common_voice_as_32869383 | চুপিৰ পৰা তেল উলিয়াই চাকি লগালে। | |
common_voice_as_32869389 | ৰাতি টোপনী নাহে | |
common_voice_as_32869399 | ভগীৰাম কিন্তু যাবলৈ মান্তি নহ'ল। | |
common_voice_as_32869425 | কেইটামান সন্যাসী সেই দিনাই ধৰিছিল। | |
common_voice_as_32869426 | তেতিয়া মালিকে ৰাভাক ক'লে- "আপুনি ওখ মানুহ, আকাশলৈ চাই আছে।" | |
common_voice_as_32869428 | কোনোবা এটা মাছ মোৰ লগত গৈ বিলখন চাই আহিবাগৈ। | |
common_voice_as_32869432 | আগৰ সেই নৈৰ পাৰ পাওঁতে কাছই শহাৰ পিঠিৰ পৰা নামি দিলে। | |
common_voice_as_32869454 | পদুমৰ ককায়েক ৰঘু। | |
common_voice_as_32869455 | তেওঁ নগাঁওত থাকে নেকি? | |
common_voice_as_32869617 | এনেকৈয়ে আৰু ডেৰ বছৰমান যোৱাত ভদ্ৰৰ মৃত্যু হ'ল। | |
common_voice_as_32869623 | আৰু সিহঁতে ল'ৰালৰিকৈ খাই পাত দুখন দলিয়াই পেলালে। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.