text
string
কিছু শকতকৈ, কিছু মিঠাবৰণীয়া মানুহগৰাকী। বয়স চল্লিশৰ আশে পাশে। অযত্নপালিত চেহেৰা, কিছু মলিয়ন বেশভূষা। পাতল ৰঙা শাৰীখনেৰে নাভিতলৰ চৰ্বীখিনি উন্মুক্ত কৰাৰ নিৰ্লজ প্ৰয়াস। চকুত তাইৰ চিকাৰীৰ দৃষ্টি, খোজত বয়সৰ স’তে খাপ নোখোৱা কিছু চঞ্চলতা বিৰাজমান। গধূলি সময়ত প্ৰায়েই আহি তাই ব্যস্ত ৰাজপথত নতুবা চিনেমাহলৰ কাষত থিয় দিয়েহি। নাই,...
আবেদনকাৰী গৰাকী যদি পঞ্জীয়নভূক্ত নহয় তেন্তে, মুখ্য পৃষ্ঠাত থকা “ৰেজিষ্টাৰ(পঞ্জীয়ন)টেব”ত ক্লিক কৰিব লাগিব আৰু তাৰপিছত সম্পূৰ্ণ নাম, দুৰভাষ সংখ্যা, ই-মেইল আইডি (বাধ্যতামূলক নহয়), ৰাজ্য তথা পাছৱৰ্ড আদিৰ সৈতে ৰেজিষ্ট্ৰেশ্যন (পঞ্জীয়ন) কৰাটো আৱশ্যক। ইয়াৰ পিছত আবেদনকাৰীয়ে পৰিচয় পত্ৰ সহ “লগ ইন টেব”ত ক্লিক কৰি লগ ইন কৰাটো প্ৰয়ো...
বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে আৰু মাত্ৰ কেইদিনমান থকা অৱস্থাতে পঞ্জাৱত কংগ্ৰেছৰ বাবে অস্বস্তি কঢ়িয়াই আনিছে এক ঘটনাই। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী চৰনজিৎ সিং চন্নিৰ ভতিজাকক গ্ৰেপ্তাৰ কৰা হৈছে। বাতৰি অনুসৰি, বুধবাৰে সন্ধিয়াই এনপ’ৰ্ছমেন্ট ডিৰেক্টৰেট (ইডি)য়ে বালি খনন তথা সৰবৰাহ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে তেওঁক চি...
বৰ্তমান নিশা ১০ বজাৰ পৰা নৈশ সান্ধ্যআইন চলি আছে যদিও ১ ফেব্ৰুৱাৰীৰ পৰা সেই ব্যৱস্থাৰ সলনি ঘটাই নিশা ১১ বজাৰ পৰাহে সান্ধ্যআইন জাৰি কৰা হ’ব। ৰাজ্যৰ কোভিড পৰিস্থিতি উন্নত হোৱাৰ বাবেই এনে কৰা হ’ব। আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে মন্তব্য কৰে। সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যজুৰি দৈনিক কোভি...
যিসময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কংগ্ৰেছ দলটো নিৰ্বাচনী ৰাজনীতিত অবিৰত পতনৰ সন্মুখীন হৈ আছে, অসম প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰা জৰ্জৰিত হৈছে অন্তঃকন্দলত। যোৱা বেছ কিছুদিন ধৰি চলা অনিল ৰাজা-ৰকিবুল হুছেইনৰ মাজত চলা বাকযুদ্ধ, অভিযোগ তথা স্পষ্টীকৰণৰ জোৱাৰ সাধাৰণ ৰাইজৰ আমোদৰ বিষয় হৈ পৰিছে। দলীয় অনুশাসনৰ সন্মুখীন হ’লেও হাৰ মনা নাই অনি...
বলিয়া কুকুৰ এটাৰ আক্ৰমণত মঙলবাৰে গোৱালপাৰাৰ ৰাজাপাৰা প্ৰাথমিক বিদ্যালয়তে ঘায়েল হৈছে দুটি কণমানি ছাত্ৰ। সম্বন্ধত ককাই-ভাই তুলাৰাম (৮ বছৰীয়া) আৰু সুৰেশ বসুমতাৰী (৬ বছৰীয়া) নামৰ কণমানি দুটা বৰ্তমান বিপদমুক্ত, চিকিৎসকে জনায়। “তুলাৰামৰ আঘাত অধিক গুৰুতৰ আছিল। চকুৰ তলৰ অংশকে ধৰি কুকুৰটোৱে তেওঁৰ গোটেই মুখখনকে কামুৰি-আঁচুৰি পেল...
ত্ৰিপুৰা ৰাজধানী আগৰতলাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৰ উদয়পুৰত ৰজাৰবাগ নামৰ এটা মটৰ ষ্টেণ্ডত হোৱা বিধ্বংসী অগ্নিকাণ্ডত ষ্টেণ্ডটোত থকা ৭খনকৈ বাছ জাহ যায় আৰু আন কেইবাখনো কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হয়। ঘটনাটো যোৱা নিশাৰ। নিশা প্ৰায় ১১.১৫ বজাত জুই বিয়পি পৰা সময়ত ষ্টেণ্ডটোত ২০খন বাছ আছিল। অগ্নিকাণ্ডৰ ঘটনাটো এতিয়াও ৰহস্যৰ আৱৰ...
এগৰাকী বিবাহিতা মহিলাক ধৰ্ষণ চলোৱা বুলি নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু হোৱা ৰেইল মন্ত্ৰী ৰাজেন গোহাঁইক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় অখিল গগৈয়ে। শণিবাৰে গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এক সংবাদমেলত সম্বোধন কৰি গগৈয়ে এই দাবী জনায়। আনহাতে, গোচৰীয়া মহিলাগৰাকীয়ে তেওঁ দাখিল কৰা ...
ডিজিটেল ডেস্কঃ বিভিন্ন উৎসৱ- পাৰ্বনত অসম তথা ভাৰতত বিভিন্ন পুতলা, খেলৰ সামগ্ৰীৰে বজাৰ ভৰি পৰা নতুন কথা নহয়। ন'কলেও হয় যে, এই পুতলা, খেলৰ সামগ্ৰীৰ অধিকাংশই আহে চীনৰ পৰা। এনেকৈও ক'ব পাৰি যে, চীনৰ সামগ্ৰীৰে ভাৰতৰ উৎসৱ অনুষ্ঠিত হয়। দিপাৱলী, দুৰ্গা পূজা, ফাকুৱা, কালী পূজাকে ধৰি বিভিন্ন উৎসৱত চীনৰ সামগ্ৰীৰে বজাৰ ভৰি পৰে। আনহ...
বছৰটোৰ আৰম্ভনিৰে পৰা মহামাৰী কৰোনাই বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে। সমগ্ৰ বিশ্বৰ মানৱজাতি আজি চিন্তিত। পৰিত্ৰাণ পোৱাৰ পথ বিচাৰি দিশহাৰা হৈছে। চীন দেশৰ য়ুহান প্ৰদেশৰ পৰা বিয়পি পৰা ক’ভিড-১৯ নামৰ মহামাৰীয়ে মানৱজাতি তথা দেশৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকাশৰ পথ দুৰ্বল কৰি তুলিছে। বহু দেশে ইয়াৰ বাবে চীনক দোষাৰোপ কৰি...
মাজুলী জিলা সাহিত্য সভাই নামনি মাজুলী কণিষ্ঠ মহাবিদ্যালয় আৰু নামনি মাজুলী শাখা সাহিত্য সভাৰ সহযোগত মহাবিদ্যালয়খনিৰ প্ৰাঙ্গনত ১৯ আৰু ২০ জুনত দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱস পালন কৰে। ১৯ এপ্ৰিলত বিভিন্ন কাৰ্যসূচীৰ হৈ যোৱাৰ পিছত বুধবাৰে পুৱা ৮-৪৫ বজাত জিলা সভাপতি প্ৰভাত বৰা বুঢ়াভকতে পতাকা উত্তোলন কৰাৰ পিছতে ৯-১৫ বজাত...
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা। তেখেতে আজিৰে পৰা পাঁচশ বছৰৰো অধিক সময়ৰ আগতেই ধৰ্ম, শিক্ষা, ভাষা-সংস্কৃতি, শিল্প-কলা আদি সকলো দিশতেই অসমৰ অসমীয়া জাতিক শক্তিশালী ৰূপত গঢ় দি গৈছে। ভাওনা তেখেতৰ দ্বাৰা সৃষ্ট এক অনুপম নাট্যশৈলী। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহক ‘অংকীয়া নাট’ বুলি আখ্যা...
নলবাৰী : নলবাৰী জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে চাৰি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত চাৰি গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীয়ে গৌৰৱ কঢ়িয়াই আনিলে নলবাৰী জিলালৈ। দ্বিতীয়, ষষ্ঠ আৰু দশম স্থান দখল কৰিছে নলবাৰীৰ চাৰি ছাত্ৰ-ছাত্ৰীয়ে। মঙলবাৰে ঘোষণা কৰা হয় হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ হাই স্কুল শিক্ষান্ত পৰী...
গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত সৰ্বসাধাৰণ ৰাইজৰ মূৰত ৰাম টাঙোন শুধাই ভাৰতৰ অৰ্থনীতি ব্যাপকভাৱে পুঁজিপতি অৰ্থনীতিলৈ গতি কৰিছে। ২০১৪ চনত আম্বানী, আদানী প্ৰমুখ্যে কেইগৰাকী মান মুষ্টিমেয় পুঁজিপতিয়ে নেপথ্যত থাকি নৰেন্দ্ৰ মোদীক ব্যাপক পৰিমাণৰ পুঁজিৰ যোগান ধৰি অভূতপূৰ্ব ব্যয় বহুল নিৰ্বাচনী প্ৰচাৰ চলাই নৰেন্...
হোজাই জিলাৰ লংকাস্থিত লংকা উচ্চ মাধ্যমিক বিদ্যালয়ত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ২৪ সংখ্যক বাৰ্ষিক অধিৱেশনখন দেওবাৰে সামৰণি পৰে। এই দুদিনীয়া অধিৱেশনৰ সময়তে হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ৬১ জনীয়া পূৰ্ণাঙ্গ সমিতিখন গঠন কৰা হয়। এই অধিৱেশনতে সভাপতি পদত দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হ’ল জামাল আহমেদ। আনহাতে প...
গুৱাহাটী উজান বজাৰস্থিত আৰ্থ-সামাজিক উন্নয়ন সংস্থা ’মুক্তি’ৰ উদ্যোগত শুকুৰবাৰে গোৱালপাৰা জিলাৰ বিকালী মহাবিদ্যালয় প্ৰেক্ষাগৃহত সদ্যঘোষিত সাহিত্য অকাদেমিৰ বঁটাপ্ৰাপকসকলৰ এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত ’মুক্তি’ৰ সম্পাদক জয়ন্ত কুমাৰ ডেকাই জানিবলৈ দিয়া মতে গোৱালপাৰাৰ ব...
সূধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি ১১ সংখ্যক মৃত্যু বাৰ্ষিকী। বিশ্ববিশ্ৰুত সংগীত শিল্পীগৰাকীৰ আজিৰ এই বিশেষ দিনটোত তেওঁৰ গীত, গীতৰ কথা আৰু ইয়াৰ প্ৰাসংগিকতা সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ জয়দীপ নাৰায়ণ দেবৰ এক বিশেষ প্ৰতিবেদন। দ্বিতীয় বিশ্বযুদ্ধই থান-বান কৰি পেলাইছিল সমগ্ৰ বিশ্বৰ জীৱন ধাৰা । যুদ্ধত বিধ্বস্ত লোকসকলৰ চকুত...
Samantha Ruth Prabhu shares a heartfelt note দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু এক বিৰল ৰোগত ভুগি আছে। শনিবাৰে তেওঁ নিজেই সামাজিক মাধ্যমত খৱৰটো জানিবলৈ দিছে। সামান্থাই নিজৰ এখন ফটোও পোষ্ট কৰিছে য’ত তেওঁৰ হাতত লগোৱা আছে পাইপ। সামান্থাই দীৰ্ঘদিন ধৰি দক্ষিণৰ চলচ্চিত্ৰত অভিনয় কৰি আহিছে। তেওঁ ‘দ্য ফেমিলি মেন...
বৰ্তমান সময়ত সমগ্র বিশ্বই এক জটিল সন্ধিক্ষণৰ সন্মুখীন হৈছে। সভ্যতাৰ উচ্চ শিখৰত আৰোহণ কৰিও আজি মানৱজাতি প্ৰকৃতিৰ ওচৰত যেন পৰাভূত। আধুনিকতাৰ ধামখুমীয়াত উটি ভাঁহি গৈ নিত্য নতুন প্ৰযুক্তিৰ দ্বাৰা সৃষ্ট সামগ্ৰীৰ ব্যৱহাৰ কৰি যান্ত্ৰিক জীৱনত ক্ৰমাৎ অভ্যস্ত হৈ পৰা মানুহে প্ৰকৃতিৰ ওপৰত চলোৱা অবাধ আধিপত্যৰ ফলত ভাৰসাম্যহীন প্ৰক...
বি টি আৰ চুক্তি স্বাক্ষৰৰ পিছত বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ গইবাৰী গৌজন পথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছুৰ বিশেষ অভিৱৰ্তন। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগঠনটোৰ কেইবাখনো জিলাৰ প্ৰতিনিধি আহি তামুলপুৰত উপস্থিত হৈছে আৰু এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হৈছে। আবেলি তিনি...
এমেৰিকান বহুৰাষ্ট্ৰীয় পুৰুষ-আলোচনী GQ (পূৰ্বৰ Gentlemen’s Quarterly)ৰ ভাৰতীয় দিজিতেল সংস্কৰণৰ বেটুপাত শোভাইছে অসম কন্যা হিমা দাসে। পুৰুষৰ জীৱনশৈলী (lifestyle) বিষয়ক বিশ্বখ্যাত আলোচনীখনৰ অক্তোবৰ সংখ্যাৰ বেটুপাতত স্থান দিয়া হৈছে হিমাক। আলোচনীখনে আগবঢ়োৱা “Young Indian of the Year” সন্মানো শেহতীয়াকৈ হিমালৈ আগবঢ়োৱা হৈছিল। ১...
উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে যোৱা ২৬ মে’ত সেনাপতিক ছেবাৰ নতুন সচিবৰূপে নিযুক্তি দিয়া হৈছিল। পূৰ্বৰ সচিব প্ৰবীণ শৰ্মাৰ স্থানত এই পদত নিযুক্তি দিয়া হৈছে সেনাপতিক। পূৰ্বে ছেবাৰ বিশেষ বিষয়াৰ দায়িত্বৰ লগতে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত হিচাপেও সেনাপতি কৰ্মৰত আছিল। Recent News বৰ্তি থকাৰ যুঁজ! ...
নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূবতে চলিছে ব্যাপক প্ৰতিবাদ। উত্তৰ-পূবৰ সাত ৰাজ্যৰ ছাত্ৰ সংগঠনসমূহৰ ঐক্যমঞ্চ নেছ’ৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীৰ বাহিৰে অঞ্চলটোৰ ৬খন ৰাজধানী কঁপালে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে। যোৱা ১৪ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত নেছ’ৰ সভাৰ সিদ্ধান্তমতে শুকুৰবাৰে শ্বিলং, ইটানগৰ, আগৰতলা,...
অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী মহিলা নিৰাপত্তাৰক্ষীক মঙলবাৰে মাৰপিট কৰাৰ অভিযোগত আজি ২ মে’ত বিজেপি ( BJP )ৰ চুদামা পান্দে নামৰ এজন ৱাৰ্ড আয়ুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বিজেপি নেতাজনৰ আক্ৰমণত মহিলা নিৰাপত্তাৰক্ষীগৰাকীয়ে মূৰত গুৰুতৰ আঘাত পাইছিল। জানিব পৰা মতে চুদামাই যোৱা মঙলবাৰে ৰাতি ৮ বজাত চিকিৎসালয়খনৰ প্ৰসূতিৰোগ ব...
ডিজিটেল সংবাদ, ওৰাং : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মতা গড়ৰ মৃত্যু। বাৰ্ধক্য জনিত কাৰণত মৃত্যু হৈছে গড়টোৰ৷ উদ্যান খনৰ পিছলামুখ বন শিবিৰ এলেকাত মৃত্যু হৈছে গঁড়টোৰ। গড়টোৰ বয়স আনুমানিক বয়স ৪০-৪৫ বছৰ বুলি জানিব পৰা গৈছে। গঁড়টোৰ উচ্চতা ২ মিটাৰ আৰু দীঘল ৩ মিটাৰতকৈ অধিক বুলি জানিব দিছে বন বিভাগে। বুধবাৰে উদ্যান খনৰ পিছলামুখ বন শিবি...
‘কাজিৰঙাক এডপ্ট কৰিবলৈ যদি কোনোবা কোম্পানি আহে তেন্তে তেওঁলোকক দৌৰাই দৌৰাই খেদা হ’ব’ ‘এডপ্ট এ হেৰিটেজ’ আঁচনিৰ যোগেদি কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ বিভিন্ন ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নসমূহৰ লগতে অসমৰ কাজিৰঙা, ৰংঘৰ, কাৰেংঘৰকো ব্যক্তিগত কোম্পানিক ‘গতাবলৈ লোৱা’ সিদ্ধান্তৰ প্ৰতিবাদ জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ ( ...
ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত মটক চাহ বাগিছাৰ পৰিচালক মহোদয়াৰ সৈতে কৰ্মচাৰী সকলক চাহ বাগিছাত কাম কৰিবলৈ অনুমতি দিয়া হৈছে। আমি সকলোৱে জ্ঞাত যে গোটেই বিশ্ব খনতে ন’বেল ক’ৰোণা ভাইৰাছৰ আতংক হৈ আছে লগতে তলাবন্ধ (Lockdown) ৰ নীতি নিয়ম বান্ধি দিছে যাতে সকলোৱে ক’ৰোণা ভাইৰাছৰ পৰা বাছি থাকে। ঘৰত পৰিয়ালৰ লগত থাকি ন...
অসমৰ আদিবাসীসকলৰ যুদ্ধ বিৰতিত থকা 5 টাকৈ সশস্ত্ৰ সংগঠনৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সম্পন্ন হ’ল শান্তি চুক্তি স্বাক্ষৰ ৷ এই চুক্তি স্বাক্ষৰ কৰি উভতি অহা আদিবাসী সংগঠন বিৰ্ছা কমাণ্ডো ফোৰ্চৰ নেতৃত্বক শুকুৰবাৰে চিৰাঙৰ সুন্দৰীত ব্যাপক আদৰণি জনোৱা হয় (Chirang Adibashi peace agreement leaders welcome) । চিৰাং, 17 ছেপ্টেম্...
গুৱাহাটীৰ আটাইকেইটা গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়ৰ পৰা ৫শ মিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ জনপথত কিদৰে বোমা বিস্ফোৰণ কৰিবলৈ পালে নিষিদ্ধ সংগঠনটোৱে? ২০০৮ চনৰ ৩০ অক্তোবৰত সংঘটিত বিভীষিকাময় চিৰিয়েল বোমা বিস্ফোৰণৰ পৰা কি শিক্ষা ল’লে আৰক্ষীয়ে? by এন ই নাও নিউজ October 13, 2018 6:10 pm গুৱাহাটীৰ বিস্ফোৰণ থলীত অসম আৰক্ষীৰ সঞ্চালক প্ৰ...
মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ পূৱেৰ গাঁৱত ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন ড্ৰাগছ সৰবৰাহকাৰী। সোমবাৰে পুৱতি নিশা আৰক্ষী আৰু বিএছএফে ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে। ৰাজ্যজুৰি অব্যাহত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছমুক্ত অসমৰ লক্ষ্য আগত ৰাখি অসম আৰক...
অলপতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত ৰাজনৈতিক দলবিলাকৰ তৎপৰতা হঠাতে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিভিন্ন ৰাজনৈতিক দল আৰু নেতাই পঞ্চায়ত নিৰ্বাচনক লক্ষ কৰি তেওঁলোকৰ কাৰ্য্যসূচী প্ৰস্তুত কৰিছে। একে ধৰণৰ তৎপৰতা দেখা গৈছে বি টি এ ডিতো। বিপিএফ দলৰ নেতাসকলে বিভিন্ন ঠাইত নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপনেৰে চমক সৃষ্টি কৰা...
ডিজিটেল সংবাদ, ঢকুৱাখনা: সোণহেৰীয়া শৈক্ষিক, বৌদ্ধিক আৰু সাংস্কৃতিক বৈভবেৰে সমৃদ্ধ , ভিন্ন জাতি জনগোষ্ঠীৰ মহা মিলনৰ ভূমি ঢকুৱাখনা প্ৰাণোচ্ছলতাৰ ন সাজেৰে সুশোভিত হৈছে । সম্পূৰ্ণ দুটা বছৰ বিৰতিৰ পাছত ঢকুৱাখনীয়াৰ স্বাভিমানী প্ৰতিভূ স্বৰূপ ঐতিহাসিক ফাটবিহু কেন্দ্ৰীক উৎসৱমুখীতাত বিধৌত হৈছে ঢকুৱাখনা । ঢকুৱাখনা নগৰৰ মাজেৰে চিৰ...
নগাঁও চহৰৰ সমীপৰ পহুকটা চেচাঁ মুখত কালি নিশা সংঘটিত এক আক্ৰমণৰ ঘটনাত এজন লোক নিহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, গাওঁখনৰে ধনমণি দাস নামৰ লোকজনে তেওঁৰ পত্নীক প্ৰায়ে শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছিল। কালি সন্ধিয়াও ধনমণি দাসে পত্নীক শাৰিৰীক নিৰ্যাতন চলোৱা প্ৰত্যক্ষ কৰি প্ৰতিবেশী জান্টি দাসে(৪৫) বা...
বৈঠকত মন্ত্ৰীগৰাকীয়ে ব্যক্তিগত খণ্ডৰ আইটিআইসমূহে পৰিচালনা আৰু কাৰ্য সম্পাদনৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে আলোচনা কৰে | Asomiya Pratidin Published on : 1 Nov, 2022, 12:57 pm ডিজিটেল ডেস্ক: মঙলবাৰে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত ব্যক্তিগত খণ্ডৰ...
মণিপুৰৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আহিছে আন এক সু-খবৰ। মণিপুৰৰ জীয়ৰী টেকচাম ৰঞ্জিতা দেৱীয়ে ২০১৮ চনৰ ফিফা বিশ্ব কাপলৈ ৰেফাৰি হিচাপে নিৰ্বাচিত হৈছে। ইয়াৰ পূৰ্বেও মণিপুৰৰ জীয়ৰী কেইলিয়ানি ছানুয়ে আন্তঃৰাষ্ট্ৰীয় ফুটবলত ৰেফাৰি হিচাপে খেল পৰিচালনা কৰিছিল। ২০১৮ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰাৰ পূৰ্বতে ৰঞ্জিতা দেৱীয়ে ৪ খন আন্তঃৰাষ্ট্ৰীয় পৰ...
তেজপুৰৰ চাৰ্চ ফিল্ডত শনিবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ‘উদ্যম ২০১৭’ শীৰ্ষক এখনি ঔদ্যোগিক তথা ব্যৱসায়িক বিষয়ৰ বাণিজ্য মেলা আৰম্ভ হৈছে। এই শুভাৰম্ভ কাৰ্যসূচীটো মুকলি কৰে ভাৰতীয় জনতা পাৰ্টিৰ তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই। অনুষ্ঠানটোত আন বহুতৰ উপৰিও উপস্থিত থকা বিশিষ্ট ব্যক্তিৰ ভিতৰত আছিল তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী, ঢে...
“এহ বুজিছানে মাহে আঠ হাজাৰ টকা ঘৰ ভাড়াত যায়, তাতকৈ দুটা মান টকা বেছি EMI দি ফ্লেট এটাকে ল’ব পাৰিলোহে‌ঁতেন।” নতুনকৈ মোৰ লগত একেলগে চাকৰিত সোমোৱা সহকৰ্মী শ‌ইকীয়াই কৈ উঠিল। মই ক’লো “ঘৰ ভাড়া বেছি নেকি?” “নাই নহয়,ঘৰটো চাই ভাড়া কমহে হৈছে।এনে ভাড়া দহমান হ’ব লাগিছিল।” দ্বিতীয় অৱলোকন: “দেউতাৰ পেঞ্চনৰ টকাকেইটা পোৱালৈ ৰৈ আছো বুজি...
ডিজিটেল সংবাদ নগাঁও : সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়াসকলৰ দ্বাৰা গঠিত তথা উমৈহতীয়া নৱগঠিত সংগঠন প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা দেওবাৰে নগাঁৱত অনুষ্ঠিত হয়। নগাঁও চহৰস্থিত জিলা সাহিত্য সভাৰ কমলা দেৱী টোডী স্মৃতি ভৱন প্ৰেক্ষাগৃহত মোহন নাথৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সংগঠনটোৰ সাংগঠনিক...
বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব।উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল। ভোট গণনাৰ দুদিন পূৰ্বে মঙ্গলবাৰে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে শাসনাধিষ্ঠিত বিজেপিৰ ওপৰত ভোট চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে। মঙ্গলবাৰে এখন সংবাদমেল আহ্বান কৰি অখিলেশ যাদৱে কিছুমান ভিডিঅ’ ইভিএম চুৰিৰ প্ৰমাণ হিচাপে প্ৰদৰ্শন কৰে। বাৰাণসীৰ এটা গণনা ক...
আজি ২ ডিচেম্বৰ দেওবাৰে ৰঙিয়াত থকা ৰেড হৰ্ন ডিভিজনৰ জেনেৰেল অফিচাৰ কামাণ্ডিংগৰাকীয়ে বড়োবাজাৰত থকা ‘বড়োলেণ্ড ছিলড্ৰেণ্ডছ হোম’ নামৰ অনাথ আশ্ৰমখনলৈ কাবাৰ্ড, ডাইনিং টেবুল আচবাব সামগ্ৰী আৰু ৰিভাৰ্ছ অছম’ছিছ ব্যৱস্থাৰে বিশুদ্ধিকৃত (RO water purification system) খোৱা খোৱাপানীৰ সুবিধা স্থাপন কৰিছে। ভাৰতীয় সেনাৰ ‘অভিযান সদ্ভাৱনা’...
প্ৰতীক হাজেলাৰ ন ন পৰীক্ষা অব্যাহত; বিবাহিত মহিলাৰ পঞ্চায়তে দিয়া প্ৰমাণপত্ৰৰ ক্ষেত্ৰত আহিব পাৰে জটিলতা by এন ই নাও নিউজ November 14, 2018 9:17 am এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ফটো : নৰ্থইষ্ট নাও 1.3k VIEWS Share on FacebookShare on Twitter খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকৰ পুনৰ আৱেদন বা দাবী-আপত্তি প্ৰক্ৰিয়াট...
এক গোপন সুত্ৰৰ পম খেদি শিৱসাগৰ আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলায় তিনিজন ড্ৰাগচ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়। শিৱসাগৰৰ হাহঁচৰাৰ পৰা আটক কৰা যুৱক কেইজন হ’ল পৰশ লাহন, ত্ৰিদীপ খাৰঘৰীয়া ফুকন আৰু প্ৰশান্ত চেতিয়া। AS-04X-4348 নম্বৰৰ এখন গাড়ীয়ে ড্ৰাগচখিনি হালোৱাটিঙৰ পৰা কঢ়িয়াই আনিছিল মাফিয়া কেইটাই। ধৃত তিনি ড্ৰাগচ মাফিয়াৰ পৰা লক...
‘বোকাখাতৰ নুমলীগড়ৰ শিৱ মন্দিৰত যোৱা ৯ ফেব্ৰুৱাৰিত মোক কৰা আক্ৰমণত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ প্ৰত্যক্ষ হাত আছে।’ এই অভিযোগ বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ ৷ আজি জিতেন গগৈৰ নেতৃত্বাধীন বোকাখাত নিৰ্মান গোটৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠানত সংবাদ মাধ্যমক এইদৰে জনায় বিতৰ্কিত নেতাগৰাকীয়ে ৷ জিতে...
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে মঙলবাৰে সকলো সাংবাদিকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাহাৰীয়া ৰাজ্যভ্ৰমণ কভাৰ কৰিবলৈ আমন্ত্ৰণ জনাই কয় যে চৰকাৰে অনুষ্ঠানটো কভাৰ কৰা সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ পৰা “চৰিত্ৰ প্ৰমাণীকৰণৰ প্ৰমাণপত্ৰ” দাবী কৰা চৰকাৰী আদেশ প্ৰত্যাহাৰ কৰিছে। বিলাসপুৰ জিলা প্ৰশাসনে প্ৰধানমন্ত্ৰী মোডীৰ ৰা...
ডিজিটেল ডেস্ক : ইউক্রেনৰ দুই বন্দী নাগৰিকক স্বদেশলৈ প্রত্যাৰ্পণৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ। দিল্লীস্থিত ইউক্রেনৰ এম্বেছিক হস্তান্তৰ কৰিব ভাৰত চৰকাৰে। কিছুদিন পূৰ্বে দুই ইউক্রেনিয়ানক নিউ কৰিমগঞ্জত ষ্টেচনত অবৈধভাৱে ভাৰতত প্রৱেশ কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰিছিল ৰে’ল আৰক্ষীয়ে। দুয়ো শিলচৰ কেন্দ্রীয় কাৰাগাৰৰ ট্রেনিজট কেম্পত বন্দী হ...
ডিজিটেল ডেস্ক : কিছু দিন পূৰ্বে পুৱেৰ্ট' ৰিকোৰ এটি সাগৰীয় দ্বীপত প্ৰায় ১০০ ৰো অধিক শৰনাৰ্থী আৱদ্ধ হৈ থকাৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ বিশ্বতে । হাইটিৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ অবৈধ ৰূপে প্ৰব্ৰজন কৰিবলৈ বিচৰা শৰণাৰ্থী সকলক মানৱ বৰ্জিত এটি দ্বীপত অনিদ্ৰা, অনাহাৰে নিশ্চিত মৃত্যুৰ মুখলৈ আগবঢ়াই দিয়া হৈছিল শৰণাৰ...
‘কবিতা অন্তৰৰ এক স্বত:স্ফুৰ্ত প্ৰকাশ। মানুহৰ মনৰ ভাৱ, আবেগ, অনুভূতি আদি কবিতাৰ মাজেৰে প্ৰকাশ কৰিব পাৰি’। এই মন্তব্য বিশিষ্ট নাট্যকাৰ, সাহিত্যিক ডাঃ দিলীপ কুমাৰ বৰুৱাৰ। আজি নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত সভাপতিত্ব কৰি দিয়া ভাষণত ডাঃ বৰুৱাই এইদৰে মন্তব্য কৰি কয়- ‘কাব্য সাহিত্যৰ জৰিয়তে সমাজৰ প্ৰত...
ডিজিটেল সংবাদ, মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অসম মেঘালয় সীমান্তবৰ্তী কাকৰিপাৰাত কেবাদিন ধৰি মেঘালয়ৰ গাৰো পাহাৰৰ পৰা নামি অহা হাতীৰ জাক এটাই ধাননি পথাৰ তহিলং কৰাত কৃষক সকলে সম্মুখীন লবলগীয়া হৈছে বিস্তৰ ক্ষতিৰ। উল্লেখ্য যে, চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা প্ৰতি নিশা ৬০/৭০ জনীয়া বনৰীয়া হ...
উচ্চতম ন্যায়ালয়ে মুছলমান পুৰুষসকলৰ মাজত বহুবিবাহ আৰু নিকাহ হালালা প্ৰথাৰ সাংবিধানিক বৈধতা পুনৰ পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছে। বৃহস্পতিবাৰে শীৰ্ষ ন্যায়ালয়খনে কয় যে ই এই উদ্দেশ্যৰ বাবে পাঁচ জনীয়া সংবিধান বিচাৰপীঠ গঠন কৰিব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ হিমা কোহলী আৰু জে বি পাৰ্ডিৱালাৰ বিচাৰপীঠে এক ...
২০১৮ চনৰ ২৩ মাৰ্চ তাৰিখে বটদ্ৰৱাৰ লালুং গাঁৱত সংঘটিত হৈছিল গাৰ নোম শিয়ৰি উঠা এক পৈশাচিক অমানৱীয় ঘটনা। এগৰাকী নাৱালিকা ছাত্ৰীক দলবদ্ধ ধৰ্ষন কৰি জ্বলাই দিয়া হৈছিল ২০১৮ চনৰ ২৩ মাৰ্চ তাৰিখে লালুং গাঁৱত। সেই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছত পুনৰ বটদ্ৰৱাৰ লালুং গাঁৱত সংঘটিত হৈছে অন্য এক চাঞ্চল্যকৰ ঘটনা। বটদ্ৰৱাৰ লালুং গাঁৱত এগৰাক...
অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰই আজি ৰাজভৱনৰ দৰবাৰ হলত আয়োজিত ভাৰত স্কাউট আৰু গাইডৰ ১৯সংখ্যক ৰাজ্য পুৰস্কাৰ অনুষ্ঠানত উপস্থিত থাকে। ৰাজ্যখনৰ ১১খন জিলাৰ পৰা অহা মুঠ ৪২গৰাকী স্কাউট আৰু গাইডক ৰাজ্যপালগৰাকীয়ে স্কাউট আৰু গাইডৰ সৰ্বোচ্চ ৰাজ্যিক স্কাউট আৰু গাইড বঁটা প্ৰদান কৰে। স্কাউট আৰু গাইডসকলে প্ৰতিন...
দুদিন পূৰ্বে দেশৰ স্থল পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে সগৰ্বে ঘোষণা কৰিছে যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ এতিয়া সোণৰ খনিত পৰিণত হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই দাবী কিয় কৰিছে, সেই কথা বুজাত অসুবিধা আমাৰ ৰাজ্যবাসীৰো হোৱা নাই। কাৰণ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্দিষ্ট ব্যৱধানত অন্তৰে অন্তৰে স্থাপন কৰা টোলপ্লাজাবিলাকত প্ৰতিখন চাৰিচকী...
ডিজিটেল ডেস্কঃ সম্প্ৰতি বি চি চি আইৰ তত্বাৱধানত দেশৰ ভিন্ন প্ৰান্তত চলি আছে বিজয় হাজাৰে এদিনীয়া ক্ৰিকেট। য'ত অংশগ্ৰহন কৰিছে আই পি এলক প্ৰতিনিধিত্ব কৰা নিতীশ ৰানা য়শ ধুল,আয়ুস বাদানী, ললিত যাদৱ, আদিৰ দৰে ক্ৰিকেটাৰে। সেই অনুসৰি বুধবাৰে বেংগলৰ যাদৱপুৰ ইউনিভাৰ্চিটী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে শক্তিশালী দিল্লী আৰু অসমৰ মেচ। টছত...
আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী ৩৫ বছৰীয়া স্কাইডাইভাৰ আকাশৰ ১৩,৫০০ ফুট উচ্চতাৰ পৰা দুৰ্ঘটনাবশতঃ তললৈ সৰি পৰিল। ঘণ্টাত দুশ কিলোমিটাৰ গতিবেগেৰে তললৈ সৰি পৰা স্কাইডাইভাৰ গৰাকীৰ অৱশ্যে ইমান ভয়ংকৰ দুৰ্ঘটনাৰ পিছতো সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰিছে। আমেৰিকাৰ জৰ্ডান হেটমেকাৰ নামৰ মহিলা স্কাইডাইভাৰ গৰাকীয়ে ১৩,৫০০ ফুট উচ্চতাত এখন বিম...
সদ্যহতে জুবিনক আই চি ইউত ৰখা হ’ব। ডাঃ বৰুৱাই জনোৱা মতে, শিল্পীজনৰ শাৰীৰিক অৱস্থাক সম্পূৰ্ণ নিৰীক্ষণত ৰখাৰ বাবে তেওঁক আই চি ইউত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। শুকুৰবাৰে সন্ধিয়া গুৱাহাটী টাউন ক্লাবত এটা বিশেষ অনুষ্ঠানৰ মাজতে জুবিন হঠাৎ অসুস্থ হৈ পৰিছিল। অচেতন প্ৰায় হৈ মাটিত ঢলি পৰিবৰ উপক্ৰম হোৱা অৱস্থাতে কাষতে থকা অনুৰাগী আৰু...
ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত অপ্ৰত্যশিত বিজয় অৰ্জনৰ কৰাৰ এদিন পিছতেই বিজেপি-আইপিএফটিৰ সদস্যই চিপিআই(এম)ৰ কৰ্মী আৰু কাৰ্যালয়ত আক্ৰমণ কৰা আৰম্ভ কৰিছে। দেওবাৰে একাংশ বিজেপি সদস্যই মোহৰনপুৰ মহকুমাৰ চিপিআই(এম)ৰ কাৰ্যালয় ভাঙি চূৰমাৰ কৰাৰ লগতে একাংশ কৰ্মীকো নিৰ্দয়ভাৱে প্ৰহাৰ কৰে। এনেবোৰ কাৰ্যৰ বাবে এতিয়া দেশখনত সৰ্বত্ৰে চৰ্চা ...
অসমৰ যশস্বী কবি আৰু বামপন্থী বুদ্ধিজীৱী বিজনলাল চৌধুৰীৰ প্ৰয়াণত নতুন সাহিত্য পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । ৰায়চৌধুৰীৰ বিয়োগ অসমৰ প্ৰগতিবাদী সাহিত্যৰ বাবে এক অপূৰণীয় ক্ষতি।নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে পৰিষদে প্ৰকাশ কৰিছে যে বিজন...
আন্তঃৰাষ্ট্ৰীয় খ‍্যাতি সম্পন্ন অভিনেতা ইন্দ্ৰ বণিয়াৰ পৃষ্ঠপোষকতাত আৰু প্ৰশান্তজিৎ চেতিয়াৰ একক প্ৰচেষ্টাৰে ১৯৯৫ চনত ডিমৌত প্ৰতিষ্ঠা হৈছিল এক্টিং একাডেমি। জানিব পৰা মতে যোৱা ২৮ জানুৱাৰিৰ পৰা উৰিষ‍্যাৰ কটক চহৰত দেশৰ আগশাৰীৰ নাট‍্য সংগঠন থিয়েটাৰ মুভমেন্টে আয়োজন কৰা ৰাষ্ট্ৰীয় বহুভাষিক নাট আৰু নৃত্য প্ৰতিযোগিতাত ডিমৌৰ এক্টিং...
নগাঁও জিলাৰ মহিলাসকলৰ মাজত থকা প্ৰতিভা বিকাশৰ অৰ্থে বি এম ক্ৰিয়েশ্যনে আয়োজন কৰা এক টেলেণ্ট কনটেষ্ট ”মিছেছ নগাঁও” খিতাপ অৰ্জন কৰিছে ধিঙৰ কৃষ্ণা নাথ বৰাই। দেওবাৰে নিশা নগাঁও নাট্য মন্দিৰত অনুষ্ঠিত ”মিছেছ নগাঁও”ৰ ফাইনেলত কৃষ্ণা নাথ বৰাই চূড়ান্ত খিতাপ অৰ্জন কৰাৰ বিপৰীতে ঝুমা মেধিয়ে প্ৰথম ৰাণাৰ্ছ আপ আৰু কল্যাণী ভূঞাই দ্বিতী...
ডেকা-গাভৰুৱে মুকলি পথাৰত প্ৰেম- যৌৱনৰ গীতেৰে পুৰুষস্বৰূপ মেঘক আৰু নাচৰ গিৰিপনিৰে নাৰীস্বৰূপা প্ৰকৃতি উত্তেজিত কৰি বৰষুণৰ মাধ্যমত মিলন ঘটোৱাৰ ফলশ্ৰুতিত বসুমতী শস্যসম্ভৱা হোৱাৰ যি প্ৰক্ৰিয়া তাতেই নিহিত হৈ আছে ৰঙালী বিহুৰ উৎস। বসন্তৰ আগমনত প্ৰথমজাক বৰষুণ পৰাৰ লগে লগেই প্ৰকৃতি ঋতুমতী হোৱাৰ লগে লগে জাতিস্কাৰ হৈ পৰিছে প্ৰকৃ...
ব’হাগ বিহুৰ মাজতে দিল্লীত নাগৰিকত্ব আইন সংশোধন বিধেয়ক ( The Citizenship Act Amendment Bill )ৰ শুনানি অনুষ্ঠিত কৰাৰ তীব্ৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। এই শুনানি বাতিল কৰি দিল্লীৰ পৰিৱৰ্তে অসমত শুনানি অনুষ্ঠিত কৰিবলৈও সংগঠনটোৱে দাবী জনাইছে। ‘অসমীয়া জাতীয় অস্তিত্বৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক এটা বৰবিহ’ ব...
উত্তৰ প্ৰদেশৰ চুলতানপুৰ-পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত শনিবাৰে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। বিএমডব্লিউ আৰু কণ্টেইনাৰৰ মাজত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত ৪ জন বিএমডব্লিউ আৰোহীৰ মৃত্যু হৈছে। কন্টেইনাৰ ট্ৰাকখন বিএমডব্লিউ গাড়ীৰ ওপৰত উঠি যোৱাৰ ফলতে দুৰ্ঘটনাটো ঘটে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। বাতৰি অনুসৰি...
অসমৰ প্ৰডাকশ্যন হাউছ ড্ৰীম হাউছ প্ৰডাকশ্যনে জনপ্ৰিয় ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিং আৰু তেওঁৰ ভাতৃ জোৰাৱাৰ সিঙৰ জীৱনৰ আধাৰত এটা ৱেব ছিৰিজ নিৰ্মাণ কৰাৰ বাবে সাজু হৈছে। জোৰাৱাৰে ৱেব ছিৰিজটোৰ মূল ভূমিকাত অভিনয় কৰাৰ লগতে তেওঁলোকৰ মাতৃ শ্ববনম সিঙো প্ৰকল্পটোৰ সৈতে জড়িত থাকিব। তদুপৰি, যুৱৰাজ আৰু তেওঁৰ পত্নী হাজেল কীচকো আহিবলগীয়া ...
জালিয়ানৱালা বাগ গণহত্যা হৈছে ভাৰতৰ ইতিহাসৰ সৈতে সম্পৰ্কিত এক দুৰ্ভাগ্যজনক ঘটনা, যিটো 1919 চনত সংঘটিত হৈছিল। এই গণহত্যাক বিশ্বজুৰি গৰিহণা দিয়া হৈছিল। আমাৰ দেশৰ স্বাধীনতাৰ বাবে চলি থকা আন্দোলনপ্ৰতিহত কৰিবলৈ এই গণহত্যা সংঘটিত কৰা হৈছিল। কিন্তু এই গণহত্যাৰ পিছত আমাৰ দেশৰ বিপ্লৱীসকলৰ মনোবল অধিক শক্তিশালী হৈ উঠিছিল। যি কি ...
বিগত ৮ বছৰে ৰক্তিম সূৰুযৰ কিৰণ নেদেখাৰ দৰে দুৰ্ভাগ্য হৈছে এগৰাকী যুৱতীৰ। যুৱতীগৰাকীৰ দিন-ৰাতি পাৰ হয় এটা জুপুৰিৰ এটা সৰু কোঠালিত। অনৱৰতে এখন ভগ্নপ্ৰায় শেতেলিত পৰি দিন অতিবাহিত কৰা এই যুৱতী গৰাকীৰ নাম ৰুমী শৰ্মা। নগাঁৱৰ শিঙিয়া পুতনিৰ বিৰহীগাঁ‌ৱঁৰ ডিম্বেশ্বৰ শৰ্মা আৰু নিৰলা শৰ্মাৰ একমাত্ৰ সন্তান ৰুমী শৰ্মা। ৮ বছৰৰ পূৰ্বে...
দুৰ্গা পূজাৰ উছাহৰ মাজতে আজি গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত এজন লোকে প্ৰান হেৰুৱাব লগা হয়। প্ৰাপ্ত তথ্য মতে পথ পাৰ হওঁতেই দ্ৰুতবেগত অহা ট্ৰাকে লোকজনক মহটিয়াই লৈ যায়। অৱশ্যে বাতৰি লিখা পৰ্যন্ত নিহত লোকজনক চিনাক্ত কৰিব পৰা হোৱা নাই। গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলিত এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল। দুৰ্ঘটনাৰ খবৰ লাভ কৰি আৰক...
শিশুৰ মনোৰঞ্জনস্থলী হিচাপে বিখ্যাত গুৱাহাটী মহানগৰীৰ সমীপৰ ৰাণীস্থিত এক’লেণ্ড পাৰ্ক আজি পৰা অনিৰ্দিষ্ট কাললৈকে কামৰূপ মহানগৰ প্ৰশাসনে বন্ধ কৰি দিছে। প্ৰশাসনৰ পৰা দিয়া নিৰ্দেশৰ প্ৰতিলিপি এক’লেণ্ডত উপলব্ধ সকলো সা-সুবিধাৰ সু ব্যৱস্থা তথা স্বাস্থ্য সন্মত নোহোৱালৈকে এক’লেণ্ড পাৰ্ক বন্ধ থাকিব বুলি প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব প...
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীস্থিত সেনা চাউনীৰ সামৰিক অভিযন্ত্ৰিক সেৱা এম ই এছৰ অধীনৰ ঠিকাপ্ৰাপ্ত এটা বহিৰাগত কোম্পানীয়ে শ্ৰম আইন উলংঘন কৰি শ্ৰমিকক চলোৱা শোষণৰ প্ৰতিবাদত শ্ৰমিকসকলে ৭ এপ্ৰিলৰ পৰা কোম্পানীটোৰ কাম অনিদিষ্টকালৰ বাবে বন্ধ ৰাখে। জানিব পৰা মতে, আহামেদাবাদৰ হৰি ওম প্ৰজেক্ট প্ৰাইভেট লিমিটেড নামৰ ...
ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত হৈ বিগত প্ৰায় তিনি মাহ ধৰি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ। অখিল গগৈৰ মুক্তিৰ দাবীত বিভিন্ন ঠাইত কৃষক মুক্তিৰ সদস্যসকলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সমান্তৰালভাৱে যোৱা ৯ ফেব্ৰুৱাৰিৰ পৰা নুমলীগড়ৰ পৰা গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ পদয...
পুনৰ এক জঘন্য হত্যাকাণ্ডই জোকাৰি গ’ল যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশক।ৰাজ্য খনত শেহতীয়াকৈ এজন স্বামীয়ে তেওঁৰ পত্নীক হত্যা কৰি মৃতদেহটো একাধিক টুকুৰা কৰি হাবিত পেলাই দিয়াৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উত্তৰ প্ৰদেশৰ সীতাপুৰত সং হত্যাকাণ্ডটো ঘটিছে। স্নেহা নামৰ মহিলাগৰাকীক তেওঁৰ স্বামীয়ে হত্যা কৰিছিল। তেওঁৰ স্বামী পংকজ মৌৰ্যৰ...
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমীয়া জাতিক অপমান কৰি বক্তব্য দিয়া পতঞ্জলি গ্ৰুপক তীব্ৰ ভাষাৰে গৰিহণা দিছে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। তেওঁ লগতে পতঞ্জলি গ্ৰুপক অসমবাসীৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী তোলে। উল্লেখযোগ্য যে, আমেৰিকাৰ এজন প্ৰখ্যাত সাংবাদিক ৰবাৰ্ট এফ ৱৰ্থে নিজৰ ভ্ৰমণ অভিজ্ঞতাৰ ভিত্তিত যুগুতোৱা এটা প্ৰতি...
কলিয়াবৰত কালি সামৰণি পৰা সদৌ অসম ষষ্ঠদশ দ্বিবাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহৰ পৰা শিৱসাগৰ মইনা পাৰিজাত সগৌৰৱে উভতি গ’ল শ্ৰেষ্ঠতাৰ বঁটা লৈ। শিৱসাগৰে গোটেই সমাৰোহখনতে বিভিন্ন প্ৰতিযোগিতাসমূহত দল হিচাপেও আৰু মইনাবিলাকৰ ব্যক্তিগত অংশগ্ৰহণৰ ফালৰ পৰাও উন্নত প্ৰদৰ্শন আগ বঢ়ায়। ব্যায়াম, সাংস্কৃতিক শোভাযাত্ৰা, সাংস্কৃতিক প্ৰতিযোগিতা,...
ডিমাপুৰৰ পৰা আহি চুপাৰি শ্বাৰ্প শ্বুটাৰে গুলীয়াইছিল হাফলঙৰ খাদ্য আৰু অসামৰিক বিষয়া ৰূপম দিব্ৰাগেডে ওৰফে ডনাল্ডক। ঘটনাটোৰ মাষ্টাৰমাইণ্ড আৰু সহযোগী ক্ৰমে বাবু আৰু এইচ কুয়াম নামৰ দুজনক গ্ৰেপ্তাৰ কৰি এই দাবী কৰিছে আৰক্ষীয়ে। কিন্তু মূল অভিযুক্ত ডিমাপুৰ শ্বুটাৰ পলাই গৈছে। “সুলভ মূল্যৰ সামগ্ৰীৰ দোকানৰ মালিক বাবু ছেত্ৰীয়ে ৰূপম...
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰৰ চন্দ্ৰপাৰা খেলপথাৰত অহা ১১ নৱেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বি টি আৰৰ শাসকীয় দল ইউ পি পি এলৰ তৃতীয় ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশন ৷ সেয়ে শুকুৰবাৰে কোকৰাঝাৰ চহৰৰ নিকটবৰ্তী চন্দ্ৰপাৰাৰ খেলপথাৰত অধিবেশনৰ লাইখুটাঁ স্থাপন কৰে কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীয়ে ৷ ইউ প...
গুৱাহাটীৰ জনপ্ৰিয় উত্তৰ ভাৰতীয় ৰেস্তোঁৰা ৰং দে বসন্তী আৰবান ধাবাই ১৩ নৱেম্বৰৰ পৰা আৰম্ভ কৰিছে বিশেষ আনডিভাইডেড পঞ্জাৱ ফুড ফেষ্টিভেল। আমিষ আৰু নিৰামিষ দুয়োটা বিকল্পতে উপলব্ধ, জনপ্ৰিয় ৰেস্তোঁৰাখনে এই উৎসৱৰ বাবে আগবঢ়াইছে অবিভক্ত পঞ্জাৱৰ বিভিন্ন খাদ্য সম্ভাৰ। মঙলবাৰে এই উৎসৱ ঘোষণা কৰি, তপন সিনহা, চি অ’ অ’, জিং ৰেস্তোঁৰা প...
ভাৰতীয় সেনাৰ সদ্ভাৱনা কাৰ্যসূচীৰ অন্তৰ্গত ৰেড হৰ্ণ ডিভিজনে আজি ধুবুৰীৰ বিলাসিপাৰাত অৱস্থিত নতুন হাঠীপটা গাঁৱৰ ছোৱালী অনাথ আশ্ৰমৰ আবাস গৃহ উদ্বোধন কৰে। পৰ্যাপ্ত আন্তঃগাঠনিৰ অভাৱত অনাথ আশ্ৰমটোত ছোৱালী বিলাক দুখলগা অৱস্থাত থাকিবলগীয়া হৈছিল। যাৰ প্ৰতি লক্ষ্য ৰাখি ৰেড হৰ্ণ ডিভিজনে উক্ত আবাস গৃহটো নিৰ্মাণ কৰে। স্থানীয় লোক তথ...
কামৰূপৰ বালিসত্ৰত ঐতিহাসিক সৱাহ মহোৎসৱক লৈ উখল মাখল পৰিবেশ। ৬০০ বছৰীয়া ঐতিহাসিক পৰম্পৰাৰে আজি আৰিয়া প্ৰজ্বলন কৰে ভক্তই। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা ভৈমি তিথিত পালন কৰা হয় সবাহ মহোৎসৱ। সন্ধিয়া সৎসঙ্গী সত্ৰৰ পৰা শ্ৰীশ্ৰী বংশী গোপালৰ মূৰ্তি বিগ্ৰহলৈ পৰম্পৰাগত শোভাযাত্ৰা কৰি লৈ যোৱা হ’ল সৱাহস্থলীলৈ। শোভাযাত্ৰা শুভাৰম্ভ কৰি ...
এল আই চিয়ে গ্ৰাহকৰ বাবে এটা নীতি। এই পলিচীত মাত্ৰ ১০০ টকা বিনিয়োগ কৰিলে ৭৫০০০ হাজাৰ টকা পৰ্যন্ত লাভ পাব। নতুন নীতিৰ নাম ‘আম আদমী নীতি’। কেৱল টকাই নহয় আন বহুতো সেৱাও পাব। নতুন নীতিৰ বিষয়ে বিতংভাৱে জানো আহক – ক’ৰোনা জলবায়ুত মানুহৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি পৰিয়ালৰ জীৱন সকলোৰে সংকটত পৰিছে, সাৱধানতাও বাঢ়িছে। সাধাৰণ ৰ...
এগৰাকী মহিলা যোগবিদৰ প্ৰচেষ্টাত গঢ় লৈ উঠা নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ একমাত্ৰ যোগ প্ৰশিক্ষণ কেন্দ্ৰ “যোগ প্ৰেৰণা “ৰ উদ্যোগত দেওবাৰে শিলঘাটত “যোগ সকলোৰে বাবে” শীৰ্ষক এটি যোগ সজাগতা শিৱিৰ অনুষ্ঠিত হয়। “সমগ্ৰ বিশ্বলৈ ভাৰতীয় মহান ঋষি মনিষী সকলৰ অনবদ্য অৱদান যোগৰ উপকাৰিতা উপলব্ধি কৰি আজি সকলোৱে যোগক আকোৱালি লোৱা পৰিলক্ষিত...
আজি বিশ্ব চাইকেল দিৱস।সমগ্ৰ বিশ্বই ৩ জুনৰ দিনটো বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰি আহিছে। চাইকেলৰ ব্যৱহাৰ জনসমাজত জনপ্ৰিয় কৰি তোলা উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয়।আচলতে চাইকেল চলালে শাৰীৰিক উৎকৰ্ষ সাধন হয়। আটাইতকৈ ডাঙৰ কথা হ’ল চাইকেল পৰিবহনে যান বাহনত হোৱা খৰচৰ মাত্ৰা হ্ৰাস কৰে।ইয়াৰ উপৰিও পৰিৱেশ প্ৰদূষণও কম হয়।যুগ যুগ...
এছিয়ান গেইমছত আজি ৪x৪০০ মিটাৰৰ মহিলাৰ ৰীলেত ভাৰতে স্বৰ্ণ পদক অৰ্জন কৰে। অসম কন্যা হিমা দাসৰ লগতে আন খেলুৱৈ কেইগৰাকীৰ উজ্জীৱিত প্ৰদৰ্শনেৰে ভাৰতে স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয়। এই ৪x৪০০ মিটাৰৰ মহিলা ৰীলেত ভাৰতীয় দলটোৱে ৩ মিনিট ২৮ ছেকেণ্ড ৭২ মাইক্ৰ’ছেকেণ্ডত এই দৌৰ সম্পূৰ্ণ কৰে। আনহাতে, বাহৰেইনৰ দলটোৱে ৩ মিনিট ৩০ ছেকেণ্ড ৬১ মা...
সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰৰ বিভন্ন স্থানত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয়। শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা ভৱনত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত সভাত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ লগতে উপায়ুক্ত কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলে সুধাকণ্ঠলৈ সশ্ৰদ্ধ প্ৰণিপাত জনায়। ইয়াৰোপৰি দিখৌপৰীয়া সন্মিলী...
তাৰমানে এওঁলোকে সকলো জানে, নিশ্চয় অঞ্জন শৰ্মাৰে কোনোবা আত্মীয় হ’ব। ভালেই হ’ল, কথাবোৰ আজিয়ে ডিটেইলছত জানিব পাৰিম বুলি ভাবি কলিতাই মাত লগালে… : আপোনালোকৰ নিজৰ নিজৰ পৰিচয় দিলে ভাল হয় আৰু লগতে সেই মুখাকেইখনৰ প্ৰয়োজন বোধ নকৰো। এইবাৰ সোঁফালৰ ছায়ামুৰ্ত্তিটোৰ পৰা এটা গেঙনি শুনা গ’ল। প্ৰচণ্ড খঙত তাক ফোঁপাবলৈ ধৰা যেন লাগিল। সৰু ...
অহা ৩১ ডিচেম্বৰত প্ৰকাশ পাব বৰ্তমান উন্নীতকৰণ প্ৰক্ৰিয়া চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰা। সংযোগী নথি হিচাপে পঞ্চায়তৰ নথিৰ বৈধতা আছে বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিয়াৰ পিছত এই প্ৰক্ৰিয়াটোত এতিয়া বৰ বিশেষ জঁট নথকাৰ দৰে হৈছে। গতিকে খচৰ প্ৰকাশ কৰাৰ সময় আৰু পিছুওৱাৰ কোনো অজুহাত নাই বুলিব পাৰি। কিন্তু খচৰা প্ৰকাশ কৰ...
ৰাজ্যত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ মুকলি বেহা। অসমৰ মাজেৰে নিতৌ সৰবৰাহ হৈ আছে অৰুণাচলৰ পৰা অবৈধভাৱে সুৰা। শেহতীয়াভাৱে এক গোপন সূত্ৰৰ নিশ্চিত খবৰৰ ভিত্তিত ১৮ ছেপ্টেম্বৰত কলিয়াবৰ আবকাৰী বিভাগে বাগৰি আৰক্ষীৰ সহযোগত এখন ধাবাৰ সন্মুখৰ পৰা দুখন সুৰাভৰ্তি ট্ৰাক জব্দ কৰে। অবৈধ সুৰা সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ট...
দুদিনীয়া ভ্ৰমণসূচী লৈ প্ৰথমবাৰ হাফলঙলৈ যোৱা ৰাজ্যপাল জগদীশ মুখী একাধিক বিতৰ্কত সোমাই পৰা দেখা গৈছে। ভি আই পি সংস্কৃতিৰ নজিৰবিহীন মাত্ৰা প্ৰদৰ্শনেৰে হাফলংবাসীক জ্বলা-কলা খুওৱাৰ পিছতে নিজৰ আজৱ মন্তব্যৰে অঞ্চলটোৰ সচেতন নাগৰিকৰৰ সমালোচনাৰ পাত্ৰ পৰিছে ৰাজ্যপালজন। উল্লেখযোগ্য যে বুধবাৰে আৱৰ্ত ভৱনত ৰাজ্যপালে বিভিন্ন দল-সংগঠনৰ...
ডিজিটেল ডেস্ক:Bigg Boss 16: নিজৰ সুকীয়া ব্যক্তিত্বৰে সদায় লাইমলাইটত থকা ‘বিগ বছ’ৰ অন্যতম চৰ্চিত প্ৰতিযোগী অৰ্চনা গৌতমৰ বিৰুদ্ধে আন এক অভিযোগ উত্থাপিত হৈছে।তেওঁৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ঘৰৰ সদস্য অংকিত গুপ্তায়ে।তেওঁ কয়, ‘অৰ্চনা ৰাখী ছাৱন্তৰ দৰে হ’বলৈ বিছাৰিছে।যাৰ বাবে প্ৰতিদিনেই কিবা নহয় কিবা অজুহাতত ঘৰৰ সদস্যৰ...
বাজেট অধিৱেশনৰ দ্বিতীয় অংশৰ সময়তে বিৰোধীয়ে মুদ্ৰাস্ফীতি আৰু বৰ্ধিত নিবনুৱা সমস্যাকে ধৰি বিভিন্ন বিষয়ত চৰকাৰক শলঠেকত পেলাবলৈ সাজু হৈছে। বিৰোধীয়ে যুদ্ধবিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক স্থানান্তৰ কৰা আৰু কৰ্মচাৰীসকলৰ ভৱিষ্যত নিধিৰ সূতৰ হাৰ হ্ৰাস কৰাৰ বিষয়বোৰো সংসদৰ মজিয়াত উত্থাপন কৰিবলৈ প্ৰস্তুত হৈছে বুলি জানিব পৰ...
সঘনাই প্ৰস্ৰাৱ কৰাৰ সমস্যা আছে যদি নিৰ্মুল কৰক ঘৰুৱা উপায়েৰে | Home remedies for frequent urination - JibonorShongram.in Skip to content Menu Facts শুভেচ্ছা বাণী সমূহ মহৎ লোকৰ বাণী Education Tips হিন্দু ধর্ম ইছলাম ধর্ম জানিবলগীয়া কথা Digital Marketing Make Money Online Carrere Lifestyle স্বাস্থ্য সঘনাই প্ৰস্ৰাৱ কৰাৰ সম...
স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত চাৰিওফালে নিৰাপত্তাৰক্ষীয়ে গিজগিজায় থকা অৱস্থাত আজি দিন দুপৰতে শিৱসাগৰৰ ৰাজপথত এজন শিক্ষকক চুৰিকাঘাতৰ ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে শিৱসাগৰ চহৰৰ ভূঞা অট’ ম’বাইলৰ সন্মুখত বিদ্যালয়ৰ পৰা আহি থকা অৱস্থাত এগৰাকী শিক্ষকক এজন ৩২ বছৰীয়া যুৱকে চুৰিৰে উপৰ্যুপৰি আঘাত কৰে। ঘটন...
উত্তৰ পূৱ সীমান্ত ৰেলৱেই পাঁচখন যাত্ৰীবাহী ৰে’লগাড়ীত ‘এলএইচ্চবি’ ডবা সংযোজিত কৰিবলৈ কৰা হৈছে। চলিত বৰ্ষতেই এই ডবাসমূহ সংযোজিত হৈছে। এলএইচ্চবি ডবা হোৱা কৰিবলগীয়া ৰে’লগাড়ীকেইখন হৈছে কামাখ্যা-লোকমান্য তিলক এক্সপ্ৰেছ, কামাখ্যা-গান্ধীধাম এক্সপ্ৰেছ, বাংগালোৰ-তিনিচুকীয়া এক্সপ্ৰেছ, কামাখ্যা-আনন্দ বিহাৰ এক্সপ্ৰেছ আৰু কামাখ্যা-গ...
বাঁহৰ ৰেলিঙেৰে আৱৰা দলংখনেৰে অতি বিপদসংকুলভাৱে নিতৌ যাতায়াত কৰিবলৈ বাধ্য হৈছে উজনি-নামনিৰ লক্ষাধিক যাত্ৰী, নিৰ্বিকাৰ সংশ্লিষ্ট গড়কাপ্তানি বিভাগ, কাণসাৰ নাই মন্ত্ৰী-বিধায়কৰ by ভাৰ্গৱ হাজৰিকা March 12, 2020 9:23 am 40.5k VIEWS Share on FacebookShare on Twitter সম্প্ৰতি মৰণ ফান্দত পৰিণত হৈছে ৰাজ্যৰ গড়কাপ্তানি বিভাগৰ অধীনৰ...
পদ্মশ্ৰী বঁটা প্ৰাপ্ত ৰাজ্যৰ বিশিষ্ট পশু চিকিৎসক তথা হাতী ডক্টৰ হিচাপে বিশ্বত সমাদৰ লাভ কৰা ডাঃ কুশল কোঁৱৰ শৰ্মাক কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিয়ে ২০১৯বর্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পদ্মশ্ৰী শৰ্মাক ছ’চাইটিৰ হৈ বঁটা প্ৰদান কৰে ৰাজ্য প্ৰাক্তন মুখ্য বন সংৰ...
‘’অসম গণ পৰিষদ এটা ভ্ৰষ্ট ৰাজনৈতিক দল ৷ অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছিল ৷ এতিয়া আকৌ নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত থকা বিজেপিৰ সতে অগপই মিত্ৰতা কৰিছে। সোমবাৰে বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে আব্দুল খালেকে এইদৰে কয়। তেওঁ লগতে কয়, ‘’ব...
: মা, আজি টিফিনত তোমাৰ স্পেচিয়েল আলু ভাজি দিবা দেই। সেই যে দাইলত আলু দি পিঁয়াজ সৰহকৈ দি যে ভাজা তেনেকৈ। মই ভালপোৱাকৈ। অলপ বেছিকৈ দিবা কিন্তু। নহ’লে ৰণিয়ে তাক নিদিলে বেয়া পাব। সিয়ো তোমাৰ আলু ভাজি খাই বৰ ভাল পায় জানা। সোণৰ মাতত টোপনি ভাঙি গ’ল উপাসনাৰ । খক্‌মক্‌কৈ ঘড়ীটো চাই দেখে ৫ বাজি দহ মিনিট গ’লেই। খৰ্‌ধৰ্‌কৈ বি...
অসম কন্যা হিমা দাসে জুনিয়ৰ বিশ্ব এথলেটিকছত স্বৰ্ণ জয় কৰি নতুন ইতিহাস ৰচনা কৰিলে। যিটো ইতিহাস হিমাৰ পূৰ্বে কোনেও গঢ়া নাছিল। মধ্য অসমৰ নগাঁৱৰ ধিঙৰ কন্যা হিমাৰ পূৰ্বে দেশৰ কোনে এথলিট তথা কোনো ভাৰতীয় খেলুৱৈ ট্ৰেক অন ফিল্ডত সোণৰ পদক আহৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। বৃহস্পতিবাৰে ফিনলেণ্ডৰ টেমপাৰেত অনুষ্ঠিত অনূৰ্ধ্ব-২০ আই এ ...
গোৱালপাৰা অঞ্চলত আজি বহু দিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে এতিয়ালৈকে ১৭জন লোকৰ প্ৰাণ লোৱা কুখ্যাত ‘লাডেন’ এতিয়া হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। সন্ত্ৰাসৰ বাবে ‘লাডেন’ নামেৰে স্থানীয়ভাৱে আখ্যা পোৱা এই হাতীটোক লৈ এতিয়া চিন্তিত হৈ পৰিছে বন বিভাগ আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগো। মন কৰিব লগীয়া যে যোৱা কেইদিনমানৰ ভিতৰতে ‘লাডে...
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত অহা ১১ নবেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ইউ পি পি এল দলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনখনক লৈ ইতিমধ্যে যাৱতীয় সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ এই উপলক্ষে চন্দ্ৰপাৰাৰ জৌগালু পথাৰৰ প্ৰায় ১ হাজাৰ বিঘা বিশাল ভূমিত কৰ্মীসকলে আটকধুনীয়াকৈ ৰভা...
ফেক্ট চেকঃ টিকটকৰ এটি ভিডিঅ’। পিছত সেই ভিডিঅ’টো ফেচবুকৰ লগতে আন একাধিক ছ’চিয়েল মিডিয়াত ভিন্ন ৰূপত ভাইৰেল হৈ পৰে। কোনোৱে যদি লিখি বৰ্ণনা কৰিছে, কোনোৱে আকৌ ফটো আকাৰে পোষ্ট কৰিছে। হিন্দী, ইংৰাজীকে আদি কৰি প্ৰায় সকলো ভাষাতে ভাইৰেল হৈ পৰিছে টিকটকৰ ভিডিঅ’টোৰ চমু বৰ্ণনাত্মক ৰূপ। অসমতো হাজাৰ হাজাৰ লোকে ফেচবুকত আপলোড কৰা দেখা গ...
প্ৰেম হৈছে এক স্বর্গীয় অনুভূতি, সকলোৰে জীৱনলৈ এবাৰ নহয় এবাৰ প্ৰেম আহে।মানুহৰ জীৱনত ধন সম্পত্তি, ঐশ্বর্য বিভূতিৰ দৰে প্ৰেম হৈছে এক অমূল্য সম্পদ, যাক লৈ ব্যক্তিবিশেষ সুখী থাকে, বহুজনৰে সফলতাৰ আঁৰত লুকাই থাকে প্রেম ভালপোৱা৷ এই সঁচা প্ৰেম ভালপোৱাই মানুহৰ মন মগজুক সাহসী কৰি সৃষ্টিশীল কৰি তোলে, আকৌ এই প্রেম ভালপোৱাত আউল লা...