src stringlengths 5 131 | tgt stringlengths 4 133 |
|---|---|
That's the reason that I accepted the offer. | মই সেইকাৰণেই অফাৰটো গ্ৰহণ কৰিলোঁ। |
Mennad looked perplexed. | মেনাড বিপাঙত পৰা যেন লাগিছিল। |
Mary gave it a try. | মেৰীয়ে চেষ্টা কৰি চালে। |
I don't have any real choice. | মোৰ কোনো সঁচা পছন্দ নাই। |
I have watery stools. | মোৰ ঢিলা পাইখানা হয়। |
My name's James Gordon. | মোৰ নাম জেম্চ গ'ৰ্ডন। |
My guess is that it'll rain soon. | মোৰ বোধেৰে সোনকালেই বৰষুণ দিব। |
I have watery stools. | মোৰ মল পানীৰ দৰে। |
The friend of my enemy is my enemy. | মোৰ শত্ৰুৰ শত্ৰু মোৰ বন্ধু৷ |
Pus is coming out of my right ear. | মোৰ সোঁকাণৰ পৰা পূঁজ ওলাই আছে। |
Rima was searched. | ৰীমাক বিচৰা হৈছিল। |
It's been snowing on and off. | ৰৈ ৰৈ তুষাৰপাত হৈ আছে। |
Roman wrote a novel. | ৰোমানে এখন উপন্যাস লিখিছে। |
Strike while the iron's hot. | লোহা গৰম হৈ থাকোঁতেই হতুৰী কোবাবাঁ। |
Shankardev was a saint of Assam. | শংকৰদেৱ অসমৰ এজন মহাপুৰুষ আছিল৷ |
The enemy of an enemy is a friend. | শত্ৰুৰ শত্ৰু বন্ধু। |
It's gonna be all right. | সকলো ঠিক হৈ যাব। |
Everybody must die. | সকলোৱে মৰিবই লাগিব। |
Honestly, I don't see the point. | সঁচা কথা ক’বলৈ গ’লে মই মতলব ধৰিব পৰা নাই। |
He closed the doors behind him. | সি তাৰ আঁৰত দুৱাৰখন জপালে। |
He ended his job. | সি তাৰ চাকৰি শেষ কৰিলে। |
He was doing Internet porn with his sister. | সি তাৰ ভনীয়েকৰ লগত ইণ্টাৰনেট পৰ্ণ কৰি আছিল। |
They called for an end to the fighting. | সিহঁতে কাজিয়াটো শেষ হোৱা বিচাৰিছে। |
That's the reason I accepted the offer. | সেই কাৰণেই মই অফাৰটো গ্ৰহণ কৰিলোঁ। |
That's the reason I accepted the offer. | সেই কাৰণেই মই অফাৰটো ল'লোঁ। |
That's why I accepted the offer. | সেই কাৰণে মই অফাৰটো ল'লোঁ। |
That happened to me, too. | সেইটো মোৰ লগতো হৈছে। |
How small is that? | সেইতো কিমান সৰু? |
Multiply that number by three. | সেই সংখ্যাটো তিনিৰে পূৰণ কৰক। |
Divide that number by three. | সেই সংখ্যাটো তিনিৰে হৰণ কৰক। |
It's green, let's cross. | সেউজীয়া হৈছে, ব'লক পাৰ হওঁ। |
It took forever to do it. | সেয়া কৰিবলৈ চিৰকাল লাগিল। |
Naturally. | স্বাভাৱিকতে। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.