image imagewidth (px) 50 1.32k | text stringclasses 10
values | image_name stringclasses 10
values |
|---|---|---|
প্রস্তুতিমূলক সপ্তাহ | indicdlp_eval_set-all-22_formatted/as/images/br_as_000001_0_0_folio.png | |
দিন - ৩ | indicdlp_eval_set-all-22_formatted/as/images/br_as_000001_0_10_section-title.png | |
(ক) সাধু কথন :\n শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সন্মুখত মুখা, পুতলা, ছবি বা অভিনয়ৰ সহায়ত সাধু কথন অনুষ্ঠিত কৰিব। সাধু কোৱাৰ বাবে\n উৎসাহিত কৰিব।\n (খ) সাধুপুথিৰ ছবি চোৱাৰ বাবে শিক্ষক ছবি থকা সাধুপুথি ব্যৱহাৰ কৰিবলৈ দিব।\n (গ) ওজা ছাত্ৰ বা ওপৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাধু কথন অনুষ্ঠিত কৰিব। | indicdlp_eval_set-all-22_formatted/as/images/br_as_000001_0_11_ordered-list.png | |
দিন - ৪ | indicdlp_eval_set-all-22_formatted/as/images/br_as_000001_0_12_section-title.png | |
কলা শিক্ষণঃ | indicdlp_eval_set-all-22_formatted/as/images/br_as_000001_0_13_sub-section-title.png | |
ছাত্ৰ-ছাত্ৰীয়ে ৰঙেৰে চাব দিয়া, ৰং বোলোৱা, ৰঙীন কাগজেৰে ক'লাজ সজোৱা আদি কাৰ্য মুক্তমনে কৰিব পৰাৰ সুযোগ\n প্ৰদান কৰিব। | indicdlp_eval_set-all-22_formatted/as/images/br_as_000001_0_14_paragraph.png | |
স্থিতিবোধ মান-নিৰূপণ | indicdlp_eval_set-all-22_formatted/as/images/br_as_000001_0_15_sub-section-title.png | |
প্ৰস্তুতিমূলক সপ্তাহৰ যিকোনো এটা দিনত ছাত্ৰ-ছাত্ৰীৰ সৈতে ক্ৰিয়া-কলাপ/আনন্দদায়ক প্ৰক্ৰিয়াৰে এই মান-নিৰূপণ\n অনুষ্ঠিত কৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ শিকন পৰ্যায় জানিবলৈ মৌখিক প্ৰশ্ন, বৰ্ণ চিনাকি, স্বৰচিহ্নহীন/স্বৰচিহ্নযুক্ত শব্দ আৰু\n বাক্যৰ প্ৰশ্ন কৰিব। এই তথ্যৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীৰ বৰ্তমান অৱস্থিতি অভিলেখন কৰি ৰাখিব। | indicdlp_eval_set-all-22_formatted/as/images/br_as_000001_0_16_paragraph.png | |
8 | indicdlp_eval_set-all-22_formatted/as/images/br_as_000001_0_17_page-number.png | |
দিন-১ | indicdlp_eval_set-all-22_formatted/as/images/br_as_000001_0_1_section-title.png |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.