text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
ফাষ্ট ফুড প্ৰেমীসকল সাৱধান খাদ্যত বিষক্ৰিয়া হৈ মৃত্যুমুখত পৰিল এগৰাকী মহিলা অসুস্থ আন এগৰাকী ব্যক্তি | Assamese |
অসম চৰকাৰৰ পুনৰ ৩২০০০ চৰকাৰী চাকৰিৰ বিজ্ঞাপন কোন বিভাগত কিমানটা পদ | Assamese |
ভৰা শাওণৰ দুপৰীয়াৰ এখন পথাৰ যেন হেৰাই যাবলৈ ধৰা এক দৃশ্য | Assamese |
এছিয়াৰ সৰ্ববৃহৎ শিৱলিংগটো ক ত আছে জানেনে দ্বাপৰ যুগতে শিৱভক্তই কৰিছিল পূজাঅৰ্চনা | Assamese |
মৰাণমটক জনগোষ্ঠীৰ খাদ্য সম্ভাৰত শুকতি মাছৰ ব্যৱহাৰ | Assamese |
ডাঃ সংগীতা দত্তৰ বিলাসী বাহন মাৰ্চিডিজৰ চাবি বিচাৰি আবেদন আদালতত | Assamese |
কাছাৰৰ ডলু লেকৰ প্ৰাকৃতিক দৃশ্যই মুগ্ধ কৰি তুলিব আপোনাৰ মন | Assamese |
ঘোষণাৰ ৭ বছৰেও কাৰ্যকৰী নহ ল টিহু মহকুমা টিহুবাসীয়ে সুুঁৱৰিলে শ্বহীদ হিমাংশু তামুলীক | Assamese |
কাজিৰঙাৰ ৬৮টা বন শিবিৰ এলেকা প্লাৱিত | Assamese |
গুৱাহাটীৰ হোটেলৰ পৰা উদ্ধাৰ ২ কিশোৰী ক ৰ পৰা ক লৈ নিয়াৰ আছিল পৰিকল্পনা | Assamese |
দিনদুপৰতে গুলী চলাই দুৰ্বৃত্তই সংঘটিত কৰিলে ডকাইতি লুটি নিলে ২ লাখ | Assamese |
সৰ্বানন্দ সোণোৱালে টেঙাখাতত উপস্থিতত হৈ কাৰ টিফিন খালে | Assamese |
দৰিদ্ৰতাৰ বাবে লঘোণে থকাসকলক এসাঁজ ভাতৰ যোগান ধৰা শনিবৰীয়া সমিধান | Assamese |
মোগলে নিৰ্মাণ কৰা কৰিমগঞ্জ জিলাৰ অন্যতম আকৰ্ষণীয় পৰ্যটনস্থলী বদৰপুৰ দুৰ্গ কেনে আছে | Assamese |
ডিজিটেল হেল্থ কনক্লেভঃ ৰাজ্যৰ দ্বিতীয় স্থানত কাছাৰ | Assamese |
কেন্দ্ৰীয় কাৰাগাৰৰ দুই নৱনিযুক্ত কাৰাগাৰ প্ৰহৰীক নিলম্বন কাৰণ জানিলে চকু কপালত উঠিব আপোনাৰো | Assamese |
ক মতা নাই নে নগ ল দিল্লীত মঙলবাৰে হব শক্তি প্ৰদৰ্শনৰ ৰাজনীতি | Assamese |
২০০৭ত আছিল না ১৬বছৰৰ পিছত আছুৱে ক লে হা | Assamese |
বিজেপি বিধায়কৰ আজৱ কাণ্ড বিলাসী ৰেষ্টুৰেণ্টত পাতিলে নেকি টিফিন বৈঠক | Assamese |
তেল ব্যৱহাৰ নকৰাকৈ ৰন্ধা জিভালৈ পানী অহা কেইবিধমান কাৰ্বি খাদ্য | Assamese |
ক ত কৰিব খেতি বালিয়ে পুতিলে বিঘাই বিঘাই পথাৰ | Assamese |
বহিঃৰাজ্যৰ প্ৰাৰ্থীক বীৰ লাচিত সেনাৰ পূৰ্ণহতীয়া চৰ উত্তপ্ত হৈ পৰিল পৰিস্থিতি | Assamese |
এবাৰ ভাবকচোন এসময়ত কিমান গুৰুত্বপূৰ্ণ আছিল পথৰ দাঁতিৰ এই ৰঙা ডাকবাকচবোৰ | Assamese |
চকুলোৰে বাট নেদেখা হৈছে বদতি জামুগুৰিবাসীয়ে চৰকাৰক নহয় ঈশ্বৰকহে খাটিছে এতিয়া খহনীয়াগ্ৰস্তই | Assamese |
বশিষ্ঠৰ সন্ধ্যা ললিতা কান্তা ত্ৰিধাৰাৰ জল অৰ্পণ কৰিলে পূৰণ হয় ভক্তৰ মনোকামনা শুক্ৰেশ্বৰ দেৱালয়ত ভক্তৰ ভিৰ | Assamese |
বিভিন্ন প্ৰলোভনৰ বলি হৈ এসময়ত ত্যাগ কৰিছিল নিজ ধৰ্ম পুনৰ স্বধৰ্মলৈ উভতিল ১৭৬ গৰাকী | Assamese |
কইনা নিবলৈ আহি ৰঙাঘৰহে পালেগৈ দৰা হোটেলৰ সন্মুখৰ পৰা জাগীৰোড আৰক্ষীয়ে কৰিলে কৰায়ত্ত | Assamese |
স্পেচিয়েল টাস্ক ফ ৰ্চৰ অভিযানত কৰায়ত্ত ৪ দুৰ্ধৰ্ষ ডকাইত | Assamese |
ছোৱালী পলুৱাই নিয়া কবিৰাজক ৰাজপথতে থালৌ থালৌ ক্টত বিয়া পাতিবলৈ আহি পালেগৈ আৰক্ষী থানা | Assamese |
মোক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চাৰ্টিফিকেট নালাগে দিছপুৰ থানাত সাংসদ অজিত কুমাৰ ভূঞা | Assamese |
পত্নীৰ ইচ্ছা পূৰণ কৰিবলৈ সকলো কৰিছিল কিন্তু চাকৰি পোৱাৰ পিছত কান্দিবলগীয়া হল স্বামীয়ে | Assamese |
বুঢ়াচাপৰি অভয়াৰণ্যত বন বিভাগৰ গুলীচালনাত মহিলাৰ মৃত্যু আহত ৬জন | Assamese |
গুৱাহাটীৰ কোন মন্দিৰত উমলিজামলি আছে একুৰি শহাপহুৱে | Assamese |
এটা সুস্থ দেহাতহে এটা সুস্থ মনৰ সৃষ্টি হয় | Assamese |
বিপদসীমাৰ কাষত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বন্ধ গুৱাহাটীউত্তৰ গুৱাহাটী ফেৰী সেৱা | Assamese |
ৰহস্যজনকভাৱে মৃত্যুক সাবটিলে যুৱ সাংবাদিক ধন্তী হীৰাই দুৰ্ঘটনা নে হত্যাকাণ্ড | Assamese |
প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে মাধৱদেৱ ৰচিত ঝুমুৰাৰ কৰ্মশালা মাধৱদেৱ কলাক্ষেত্ৰৰ বিশেষ আয়োজন | Assamese |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৫৮ টা বন শিবিৰ এলেকা প্লাৱিত | Assamese |
শিলচৰক পৰিষ্কাৰ কৰি ৰাখিবলৈ এক ব্যতিক্ৰমী পদক্ষেপ | Assamese |
খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত চৰকাৰে অনুষ্ঠিত কৰিব ধৰ্মীয় মহোৎসৱ | Assamese |
পুনৰ খাকী পোছাকত দাগ এইবাৰ ৰাজধানী দিছপুৰ আৰক্ষী নামিল ধন দাবীত | Assamese |
গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত প্ৰদৰ্শন ডুৰান্ড কাপৰ ট্ৰফী ৪ আগষ্টত গুৱাহাটীত কাৰ কাৰ মাজত খেল | Assamese |
ভূমিকম্পই জোকাৰি গ ল অসমৰ লগতে বাংলাদেশভূটান | Assamese |
জাগীৰোডত মিলেটেৰে প্ৰস্তুত কৰা সুস্বাদু খাদ্যৰ সম্ভাৰ | Assamese |
একেদিনাই দুশ মূল্যবান গছপুলি ৰোপণ নলবাৰীত | Assamese |
হীৰেন গোহাঁই কোন হয় মন্ত্ৰী পীয়ূষ হাজৰিকাৰ প্ৰশ্ন | Assamese |
লোকসংগীতত ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিলে শিলচৰৰ অনামিকা দেৱে | Assamese |
আগন্তুক পৰ্যটন বৰ্ষত কাজিৰঙা পৰ্যটনত সংযোজিত হব আকৰ্ষণীয় সংগ্ৰহালয় | Assamese |
কেনে আছে চিকিৎসক দম্পতীৰ দ্বাৰা নিৰ্যাতিত দুই শিশু য়ে সাক্ষাৎ কৰিলে দুই শিশুক | Assamese |
আঁহতৰ শিপাত ঈশ্বৰ ঢপলিয়াই আহি সেৱা জনালে বিধায়ক ৰূপজ্যোতিয়ে | Assamese |
গৰমৰ বন্ধত মোবাইলটেলিভিছনৰ পৰা আঁতৰি এজাক শিক্ষাৰ্থীয়ে কি কৰিছে | Assamese |
সৰ্বানন্দ সোণোৱালৰ জন্মস্থান বিন্ধাকটা মুলুক গাঁৱত হৈছে কি ৰক্ষা কৰিব পাৰিবনে | Assamese |
মন্ত্ৰীত্ব যাৰ শেষ কল্পনা এচেমব্লী যাৰ আশা হঠাৎ মন্ত্ৰী বিমল বৰাই কিয় আওৰালে দেৱকান্ত বৰুৱাৰ কবিতা | Assamese |
মন্ত্ৰী অতুল বৰাক ফেঁচা বুলি কোনে ক লে | Assamese |
কামাখ্যা দেৱালয়লৈ অনা হ ল ১৩২ সংখ্যক ডুৰাণ্ড কাপৰ ট্ৰফী দেশবিদেশৰ ভক্তৰ মাজত প্ৰদৰ্শন কৰা হ ল এই ট্ৰফী | Assamese |
অ সখী আহিব পিয়া ৰূপকোঁৱৰৰ এই যুগজয়ী গীতৰ কলি চাবুৱাৰ শিশুৰ মুখে মুখে | Assamese |
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্যজুৰি আৰম্ভ গ্ৰীষ্মকালীন কৰ্মশালা | Assamese |
কৰ্কট ৰোগৰ জনত পৰিণত গহপুৰৰ এটা অঞ্চল দহ বছৰত ৩০০ৰো অধিক লোকৰ মৃত্যু | Assamese |
সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক বিৰোধিতা অসমৰ সৰ্বস্তৰৰ লোকৰ তাৰপিছত আছুৰ সমৰ্থন কিয় হীৰেন গোহাঁইৰ প্ৰশ্ন | Assamese |
সৌৰশক্তিৰে ফ্ৰীজ আৰু বিদ্যুতেৰে চলিব যঁতৰ শিৱসাগৰৰ যুৱ উদ্ভাৱকৰ চমক | Assamese |
বকোত বাতিল এখন বিবাহ কইনা অবিহনে উভতিল দৰা | Assamese |
অসমীয়াত কথা কোৱা বাবে হোটেল কৰ্মচাৰীক মাৰপিট এদল যুৱকৰ ক ত এই ঘটনা জানো আহক | Assamese |
ভায়োলিনৰ কৰুণ সুৰেৰে আপোনাৰো হৃদয় বিগলিত কৰিব পৰা কোন এইগৰাকী অন্ধ শিল্পী | Assamese |
শিৱসাগৰত এখন বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ | Assamese |
এখন সৰু দোকান আৰু দৈনিক পাঁচ হাজাৰ চিঙৰা বিক্ৰী জানেনে ক ত আছে | Assamese |
মহানগৰীত ১৩২ সংখ্যক ডুৰাণ্ড কাপ ফুটবল ট্ৰফী প্ৰদৰ্শন কেতিয়াৰ পৰা আৰু কোন ঠাইত অনুষ্ঠিত হব এই ফুটবল প্ৰতিযোগিতা | Assamese |
পুতলা নাচ চাবলৈ পায়নে এতিয়া এজাক শিক্ষাৰ্থীয়ে শিকিছে পুতলা নাচৰ কলা | Assamese |
এজাক শিশুৰ নাগাৰা বাদনেৰে মুখৰিত জয়সাগৰৰ বৰদুৱাৰমুখ | Assamese |
বানাক্ৰান্ত পশুপক্ষীক উদ্ধাৰৰ বাবে কেনেদৰে সাজু হৈছে মনোজ গগৈ | Assamese |
মধ্যযুগত সৃষ্টি হোৱা বাংলা মহাজনী গীতৰ বিষয়ে জানেনে | Assamese |
টিহুৰ বিদ্যাসাগৰ তালুকদাৰক অভিনন্দন জনাই সততাৰে সেৱা আগবঢ়োৱাৰ পৰামৰ্শ মন্ত্ৰী ৰণজিৎ দাসৰ | Assamese |
হিতাধিকাৰী সৃষ্টি কৰি জনতাক ধোদৰ পচলা সজাইছে ৰাজ্যৰ বিজেপি চৰকাৰেঃ হীৰেন গোহাঁই | Assamese |
কাইলৈ ৰাজ্যৰ ৩৯৯ টা মণ্ডলত অনুষ্ঠিত হ ব ভাৰতীয় জনতা পাৰ্টীৰ টিফিন বৈঠক | Assamese |
কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা পৰীক্ষা দিবলৈ যোৱা পৰীক্ষাৰ্থীসহ দুৰ্ঘটনাত পতিত এটা পৰিয়াল | Assamese |
কাজিৰঙাত এক কৰুণ দৃশ্য প্ৰিয় সংগীৰ মৃত্যুৰ বেদনাত ম্ৰিয়মান এটি ধনেশ পক্ষী | Assamese |
চৌদিশে পানী মাটিৰ অভাৱত নাৱতে আদ্যশ্ৰাদ্ধ পাতিব লগা হ ল এটা দুৰ্ভগীয়া পৰিয়ালে | Assamese |
এখন আকাশ দুখন ৰামধেনু ক ত ওলাল | Assamese |
ৰহস্য ভেদ কৰি মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰদবদল নহয় মন্ত্ৰীসভাৰ | Assamese |
অসমীয়া সমাজ ব্যৱস্থাত তামোলপাণৰ স্থান কিয় সদায় সুকীয়া | Assamese |
ভয়ংকৰ কৃত্ৰিম বানৰ সমস্যাৰ পৰা কেতিয়া মুক্ত হ ব যোৰাবাট | Assamese |
মোহনবাৰীত বিমানৰ পৰা নামোতে আপুনি ভাবিবও নোৱাৰে কাষতে থকা গাঁওখনৰ বিধ্বস্ত যাতায়াতৰ কথা | Assamese |
সোণেৰূপে জিলিকিল কণমানি আয়ুশ্ৰীআইচেং ফা | Assamese |
কাছাৰত চিনাক্ত ১০টা ব্লেক স্পট কি এই ব্লেক স্পট লগতে স্থাপন কৰা হ ব ৰাম্বল ষ্ট্ৰীপ | Assamese |
খাকী পোছাকত দাগ লগোৱা আৰক্ষীক কঠোৰ সকীয়নি জি পি সিঙৰ আৰক্ষী থানাক পৱিত্ৰ স্থান হিচাপে গণ্য কৰাৰ আহ্বান | Assamese |
অসমলৈ পুনৰ আহিব দেশৰ নিৰ্বাচন আয়োগ সমষ্টি পুনঃনিৰ্ধাৰণক লৈ কি ব্যৱস্থা লব জানক | Assamese |
বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰৰ দাবী শিলাদিত্যৰ কিন্তু কিয় | Assamese |
আজিৰ দিনটোৰ বতৰ ৰাজ্যৰ কোন কোন জিলাত বতৰ কেনেকুৱা জানক | Assamese |
ভূটানে এৰিছে কুৰিশ্বু বান্ধৰ পানী কোন জিলাত কেনে বান পৰিস্থিতি | Assamese |
এজাক কণ কণ শিশুৰ মাজত ভীষণ ব্যস্ততা কি কামত ব্যস্ত কণমাণিসকল | Assamese |
দুমহলীয়া চিকিৎসালয় চলিছে এগৰাকী চিকিৎসকেৰে হাইৰান ৰোগীৰোগীৰ আত্মীয় | Assamese |
যুৱতীক বাথৰুমত তোলা গোপন ছবি বিচাৰি বিপদত পৰিল তেজপুৰৰ এজন আৰক্ষী বিষয়া | Assamese |
পিতৃমাতৃৰ বাবে এতিয়া চিন্তা নাই আপুনি দূৰত থাকিলেও আপোনাৰ পিতৃমাতৃক চোৱাচিতা কৰিব নেৰিগেমে | Assamese |
অসমৰ ৰাজনীতিত ছায়াযুদ্ধ ২৪ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত আজমলমুখ্যমন্ত্ৰীৰ ৰাজনৈতিক বাকযুদ্ধ এতিয়া তুংগত | Assamese |
তিনি লক্ষাধিক গৃহ প্ৰৱেশকাৰীৰ তালিকাখনত নাথাকিল দৃষ্টিহীন নিত্যমৰ পৰিয়ালটোৰ নাম | Assamese |
থাইলেণ্ডত সত্ৰীয়া বিহুনৃত্যৰে মঞ্চ কঁপালে কোনে | Assamese |
নৈৰ পাৰত দুই শিশুৰ মৃতদেহ মাটিত পোত খাই থকা অৱস্থাত উদ্ধাৰ দুয়োৰে মৃতদেহ | Assamese |
কাজিৰঙাৰ এনিমেল ক ৰিডৰৰ আশেপাশে উচ্চস্বৰত গান বজালেই আপোনাৰ বিপদ অনিবাৰ্য | Assamese |
কাজিৰঙাত গৃহপ্ৰৱেশ ব্যৰ্থ হ ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহত মুধচতেই নালাগিল টিনপাত | Assamese |
হিন্দু লোকৰ মৃতদেহ সৎকাৰ কৰি ইছলামধৰ্মী ৰাইজে দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন | Assamese |
ভূপালত অনুষ্ঠিত ৰাষ্ট্ৰীয় যোগ অলিম্পিয়াডত ৰূপৰ পদক লাভ শিলচৰৰ কণমানি প্ৰীতম পালৰ | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.