text stringlengths 1 2.59k ⌀ | language stringclasses 10 values |
|---|---|
তেওঁ এজন ক্ৰিকেটাৰ আছিল তেওঁ এজন অভিনেতা হ ল এওলোকে খেলিছে আৰু অভিনয় কৰিছে | Assamese |
জেকলিন ফাৰ্ণাণ্ডেজক পাটিয়ালা উচ্চ ন্যায়ালয়ে মানি লণ্ডাৰিং গোচৰত জামিন প্ৰদান কৰিছে | Assamese |
অসমলৈ আহিছে জনপ্ৰিয় বলিউড তাৰকা হৃত্বিক ৰোশন ১০ দিনকৈ থাকিব অসমত | Assamese |
পিতৃমাতৃ হল বিপাশা বসু আৰু কৰণ সিং গ্ৰোভাৰ কন্যা সন্তান জন্ম দিলে অভিনেত্ৰীগৰাকী | Assamese |
কেঞ্চাৰত আক্ৰান্ত জনপ্ৰিয় মডেলঅভিনেত্ৰী কেমোথেৰাপি চলাৰ সময়তো কৰিব কাম | Assamese |
হেৰা ফেৰী ৩ ত অভিনয় কৰিব কাৰ্তিক আৰ্য়ানে পৰেশ ৰাৱালে কৰিলে নিশ্চিত অক্ষয় কুমাৰৰ পৰিৱৰ্তে থাকিব নেকি কাৰ্তিক | Assamese |
অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশী আৰু নাই ত ব্যায়াম কৰি থকা সময়তে হৃদৰোগত আক্ৰান্ত | Assamese |
যুৱ শিল্পীৰ কৰ্মৰাজি প্ৰদৰ্শনৰ বাবে দিল্লীত আবিৰ ইণ্ডিয়াৰ বিশেষ শিল্প প্ৰদৰ্শনী | Assamese |
টুইটাৰত ট্ৰেণ্ডে লগাইছে গণ্ডগোল ঘটনাটো কি আচলতে | Assamese |
অপেক্ষাৰ অৱসান মা হ ল আলিয়া ভাট ৰণবীৰআলিয়াৰ কোলালৈ আহিল এটি কন্যা সন্তান | Assamese |
শচীন তেণ্ডুলকাৰৰ দৰে জীয়ৰী চাৰাও অতি প্ৰতিভাশালী চাৰাৰ হাতৰ আখৰ চাওকচোন | Assamese |
জন্মদিনত বিৰাট কোহলীৰ ধেমেলীয়া ফটো শ্বেয়াৰ কৰি পত্নী অনুষ্কাৰ আমোদ ফটো চাই বিৰাটৰো উঠিল হাঁহি | Assamese |
বিশাল ভৰদ্বাজে অভিনেত্ৰী টাবুক জন্মদিনৰ শুভেচ্ছা জনায় এনে কি ক লে যে বিশালৰ পত্নীয়েও দিলে প্ৰতিক্ৰিয়া | Assamese |
এলন মাস্কৰ প্ৰাক্তন প্ৰেমিকাৰ একাউণ্ট ডিলিট কৰা হৈছে চৌদিশে চলিছে আলোচনা | Assamese |
সিদ্ধাৰ্থ আৰু কিয়াৰা কেতিয়া বিবাহ পাশত আৱদ্ধ হ ব বিয়া ক ত হ ব কোন আহিব | Assamese |
অমিতাভ বচ্চনে ৮০ বছৰ বয়সত নিজকে কেনেকৈ ইমান ফিট ৰাখে তেওঁ কি কি খোৱা বাদ দিছে | Assamese |
কোটি কোটি মহিলাৰ হৃদয়ত বাস কৰে তেওঁ আৰু তেওঁৰ হৃদয়ত বাস কৰে এই দুই নাৰী | Assamese |
অসমত বলীউদৰ অভিনেত্ৰী কংগনা ৰানাৱট চানডুবিৰ পিছত উপস্থিত কাজিৰঙাত কিয় অসমলৈ আহিছে কংগনা | Assamese |
দক্ষিণ কামৰূপৰ চান্দডুবি বিল চালে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে | Assamese |
অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু বিবাহ বিচ্ছেদৰ পিছত মায়োচাইটিছত ভুগিছে এই বিৰল শাৰীৰিক জটিলতাটো প্ৰকৃততে কি জানক | Assamese |
গেংষ্টাৰৰ ভাবুকিৰ পিছত চলমান খানৰ নিৰাপত্তা বৃদ্ধি চুপাৰষ্টাৰে লাভ কৰিছে ৱাই+ শ্ৰেণীৰ নিৰাপত্তা | Assamese |
অক্ষয় কুমাৰৰ ৰাম সেতু য়ে অজয় দেৱগনৰ থ্যাংক গড ক অতিক্ৰম কৰিছে | Assamese |
আজি মুক্তি লাভ কৰিলে নিপন গোস্বামী অভিনীত অসমীয়া চলচ্চিত্ৰ লংকাকাণ্ড | Assamese |
পুনৰ ভাইৰেল জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশকিন্তু কিয় | Assamese |
বিকি কৌশলৰ সৈতে তেওঁৰ ঘৰৰ লক্ষ্মী কেটৰিনা নেটৰ দুনীয়াত দীপাৱলীৰ ছবি ভাইৰেল | Assamese |
বিৰাট কোহলীয়ে শৈশৱত লগ পাইছিল নেকি ব্ৰিটেইনৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী ঋষি সুনকক | Assamese |
ৰ পৰা মধুবালাৰ পৰা টাবুলৈ আপুনি প্ৰকৃত নামটো জানি আচৰিত হ ব | Assamese |
চলমান খান ডেংগুত আক্ৰান্ত বিগ বছ ৰ দায়িত্ব কৰণ জোহৰক | Assamese |
শ্ৰুতি হাছানে ধুমধামেৰে হলিউডত আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে দৃশ্যগ্ৰহণ আৰম্ভ হৈছে কাহিনীটো কি হ ব জানক | Assamese |
শ্বেৰশ্বাহ খ্যাত অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ বলিউডত ১০ বছৰ সম্পূৰ্ণ | Assamese |
ৰ পৰা বাহিৰ হোৱা স্বত্বেও ৰীটো ৰীবাৰ সপোন সঁচা হ ল তু মেৰী হিৰ মে তেৰা ৰাঞ্জা গান মুক্তি পালে | Assamese |
চেইফ আলী খান এতিয়ালৈকে সামাজিক মাধ্যমৰ পৰা কিয় আঁতৰি আছে অভিনেতাজনে নিজেই দিলে উত্তৰ | Assamese |
ডিচেম্বৰত কইনা হ ব অভিনেত্ৰী হংসিকা মটৱানী এইখন ঠাইত অনুষ্ঠিত হ ব বিবাহ | Assamese |
টেলিভিছন জগতৰ জনপ্ৰিয় নাম ২৬ বছৰীয়া বৈশালী তক্কৰ আৰু নাই ইন্দোৰস্থিত নিজ বাসগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ | Assamese |
ফেশ্বন ডিজাইনাৰ অসম কন্যা সংযুক্তা দত্তৰ মেখেলাচাদৰ পিন্ধি ৰেম্পত খোজ দিলে বলীউডৰ অভিনেত্ৰী ভাগ্যশ্ৰীয়ে | Assamese |
চলমান খান শ্বাহৰুখ খানৰ নিৰাপত্তাৰ বাবে বছৰত কোটি কোটি টকা ব্যয় জানিলে আপুনিও আচৰিত হ ব | Assamese |
ৰ পৰা চলমান খানৰ প্ৰথম লুক আউট হৈছে নিৰ্মাতাসকলে মুক্তিৰ তাৰিখ পিছুৱাই অনুৰাগীসকলক ডাঙৰ আঘাত দিলে নেকি | Assamese |
দক্ষিণৰ চিনেমাত খোজ পেলাব মহেন্দ্ৰ সিং ধোনীয়ে মাহীয়ে বলীউডৰ সলনি দক্ষিণৰ এই ছুপাৰষ্টাৰসকলৰ সৈতে কৰিব কাম | Assamese |
পূজা হেগড়েই চলমান খান আৰু ভেঙ্কটেশৰ সৈতে জন্মদিন উদযাপন কৰে ভিডিঅ ত সুন্দৰ মুহূৰ্তবোৰৰ এক আভাস চাওক | Assamese |
শংকৰমাধৱ জ্যোতিবিষ্ণুৰ কথা শিলৰ ৰেখাই হয় ইয়াক মচিবলৈ চেষ্টা নকৰাই ভাল আৱাহনৰ লভিতা ক লৈ কবি প্ৰণৱ বৰ্মন | Assamese |
নৃত্যশিল্পী শক্তি মোহনৰ আজি জন্মদিন ৰিয়েলিটি শ্ব ৰ প্ৰতিযোগীৰ পৰা বলিউদৰ কৰিঅ গ্ৰাফীলৈ এক সুন্দৰ যাত্ৰা | Assamese |
বলীউডৰ জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনে সম্পূৰ্ণ কৰিলে ৮০ বছৰ | Assamese |
শুভ জন্মদিন বিগ বি পৰিয়ালৰ সৈতে কটোৱা মেগাষ্টাৰৰ কিছুমান সুন্দৰ মুহূৰ্ত চাওক | Assamese |
কুকাৰত ৰন্ধা খাদ্য ৰাতিপুৱা বুলেট কফি কেনেদৰে ৰাকুলে ৩২ বছৰ বয়সতো নিজৰ স্বাস্থ্যৰ যত্ন লৈছে জানক | Assamese |
নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলঙৰ টুইটাৰৰ কৌতুকপূৰ্ণ পোষ্টে পুনৰ দখল কৰিছে শিৰোনাম | Assamese |
ৰ নিৰ্মাতাৰ দৰ্শকলৈ এটি বিশেষ উপহাৰ অমিতাভ বচ্চনৰ জন্মদিনত ইমান টকাত উপভোগ কৰিব পাৰিব চলচ্চিত্ৰ | Assamese |
গৌৰী খানৰ জন্মদিন পৰিয়ালৰ সৈতে শ্বাহৰুখ পত্নীৰ হৃদয়স্পৰ্শী ফটো এলবাম | Assamese |
মিচেল ওবামাক ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুৰোধ কৰি টুইট জাভেদ আখটাৰৰ | Assamese |
ধনুষ আৰু জীয়ৰী ঐশ্বৰ্য্য আৰক সন্তানৰ স্বাৰ্থত বিবাহ বিচ্ছেদ বন্ধ কৰিবলৈ ক লে চুপাৰষ্টাৰ ৰজনীকান্তে | Assamese |
হাৰ্ট এটেক হৈছিল নেকি উদিত নাৰায়ণৰ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ মেনেজাৰে জনালে সঁচাটো কি | Assamese |
শ্বাহৰুখ খানৰ সৈতে বগা টিচাৰ্টত দেখা ল ৰাজন আজি এজন জনপ্ৰিয় অভিনেতা আপুনি চিনাক্ত কৰিছে নেকি তেওঁক | Assamese |
বাহুবলী প্ৰভাসে সমাপ্তি ঘটালে ৰাৱণৰ ছচিয়েল মিডিয়াত ভাইৰেল ভিডিঅ | Assamese |
আদিপুৰুষ প্ৰথম টিজাৰ মুকলি ৰাৱণৰ ৰূপ দেখি বিস্মিত দৰ্শক ভিএফএক্সক লৈও প্ৰতিক্ৰিয়া | Assamese |
তেজস্বী প্ৰকাশে সোনকালেই কৰণ কুন্দ্ৰাৰ সৈতে বিয়াত বহিব নেকি নাগিন অভিনেত্ৰীগৰাকীয়ে এটা ধেমেলীয়া উত্তৰৰ সৈতে ভিডিঅ শ্বেয়াৰ কৰিছে | Assamese |
ৰাৱণ নহয় এই দানৱৰ মৃত্যুত মহীশূৰত কিয় উদযাপন কৰা হয় বিশ্ববিখ্যাত দশেৰা | Assamese |
দুৰ্গাপূজাত বলীউড তাৰকা উত্তৰ বোম্বেৰ দুর্গাপূজাত পায়স খালে ৰণবীৰ কাপুৰে সংগ দিলে ৰাণী কাজল আয়ান অনুৰাগে | Assamese |
বিগ বছ ১৬ত বৰ্তমানলৈকে কি কি হ ল জানো আহক | Assamese |
অসুস্থ শিশুৰ মুখত বিৰিঙিল হাঁহি চুপাৰহিৰোৰ ৰূপত খিৰিকী পৰিস্কাৰ কৰা কৰ্মচাৰী | Assamese |
চাৰ্কাছ থিমেৰে সজ্জিত এইবাৰৰ বিগ বছ ১৬ৰ ঘৰ | Assamese |
১ অক্টোবৰৰ পৰা আৰম্ভ কালাৰ্ছৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব এইবাৰৰ প্ৰতিযোগীসকলৰ সম্পৰ্কে জানো আহক | Assamese |
কপিল শৰ্মাৰ সংগ এৰি ত চলমান খানৰ সৈতে যোগ দিব কৃষ্ণা অভিষেকে | Assamese |
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২২ বিজয়ী তালিকাঃ শ্ৰেষ্ঠ অভিনেতাৰ পৰা শ্ৰেষ্ঠ চলচ্চিত্ৰলৈ | Assamese |
আইমী বৰুৱাৰ চেমখৰলৈ ৬৮সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা দিল্লীত আইমীয়ে গ্ৰহণ কৰিলে ৰজত কমল | Assamese |
দীপিকাৰ অসুস্থতাৰ মাজতে ৰণবীৰৰ সৈতে বিচ্ছেদৰ গুঞ্জন পৃথক হ ব নেকি ৰামলীলা | Assamese |
পূজাৰ সাজত সেউজ সম্ভাৰ বলীউড অভিনেত্ৰীৰ এই লুক হ ব পাৰে আপোনাৰো পছন্দ | Assamese |
মোৰ গীত পুনৰ্নিৰ্মাণ তথা অভিযোজন কৰক কিন্তু ভালদৰে কৰিব লাগে ফাল্গুনী পাঠক | Assamese |
ৰণবীৰ কাপুৰ ৮০ ৰ দশকৰ বেবী আলিয়াই তেওঁৰ জন্মদিনত দিলে জীৱনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ | Assamese |
এটা গীতক লৈ নেহা কক্কৰ আৰু ফাল্গুনী পাঠকৰ মাজত বিবাদ বিতৰ্কই ষ্পৰ্শ কৰিলে নেটিজেনকো | Assamese |
ৰিয়েলিটি শ্ব বৰ্জন কৰাৰ বিষয়ে সামাজিক মাধ্যমত চৰ্চা জানক কি হৈছে আচলতে | Assamese |
দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ মহেশ বাবুৰ মাতৃৰ দেহাৱসান | Assamese |
পুনৰ চিকিৎসালয়ত দীপিকা পাডুকন উশাহ লোৱাত কষ্ট পোৱাৰ পিছত লৈ যোৱা হৈছিল চিকিৎসালয়লৈ | Assamese |
চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় বলিউড অভিনেত্ৰী দীপিকা পাডুকন | Assamese |
মহাকাশত সম্ভৱ নহয় শাৰীৰিক সম্পৰ্ক তেন্তে মহাকাশচাৰী গৰ্ভৱতী হোৱাৰ কথা চৰ্চাত কিয় | Assamese |
হৃত্বিকৰ পৰা মালাইকালৈ তাৰকাসকলে ক ত আৰু কি কৰি আছে এলবাম চাওক | Assamese |
দৰাৰ সাজত জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা গোপনে বিয়া পাতিলে নেকি ডিম্পুৱে | Assamese |
বিশিষ্ট অভিনেত্ৰী আশা পাৰেখলৈ দাদাচাহেব ফাল্কে বঁটা ঘোষণা | Assamese |
ইয়ে ৰিস্তা ক্যা কেহলাতা হে ৰ অভিনেত্ৰী নাভিকা কোটিয়াৰ হঠাতে স্বাস্থ্যৰ অৱনতি চিকিৎসালয়ত ভৰ্তি অভিনেত্ৰীগৰাকী | Assamese |
যদি মনা লিছা দেশৰ বিভিন্ন ৰাজ্যৰ হয় তেন্তে কেনেকুৱা হ ব টুইটাৰত পূজা চাংৱানৰ বিশেষ পোষ্টে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে | Assamese |
নিজৰ হেৰাই যোৱা মৃত্যুৰ প্ৰমাণ পত্ৰ বিচাৰি অসমৰ এজন ব্যক্তিয়ে দিলে বাতৰি কাকতত বিজ্ঞাপন | Assamese |
বুকুত কেঁচুৱা বান্ধি ইৰিক্সা চলাই নয়ডাত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে এগৰাকী মাতৃয়ে | Assamese |
এটা ব্যতিক্ৰমী ভ্ৰাম্যমাণ বিবাহ ভৱন নিৰ্মাণকৰ্তাজনক লগ পাবলৈ আগ্ৰহ প্ৰকাশ মহিন্দ্ৰাৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাৰ | Assamese |
মাত্ৰ ৪৯ টকা খৰছ কৰি জিকিলে ১ কোটি হাৰ্দিক পাণ্ডিয়া কে এল ৰাহুল আৰু সূৰ্য্যকুমাৰে সৌৰভক বনালে ড্ৰীম ১১ বিজয়ী | Assamese |
তিৰুপতিৰ এগৰাকী মহিলাই প্ৰাক্তন প্ৰেয়সীৰে কৰালে স্বামীৰ বিবাহ গোটেই জীৱন একেলগে থকাৰ সিদ্ধান্ত | Assamese |
আপুনি শিল্পা চেট্টীৰ নতুন মাৰ্চিডিজখন দেখিছেনে দেখিলে আপুনিও বুলি ক ব | Assamese |
নাগা চৈতন্যৰ সৈতে বিচ্ছেদৰ এবছৰৰ পিছতে পুনৰ বিয়াৰ বাবে সাজু ছামান্থা ৰুথ প্ৰভু | Assamese |
দীৰ্ঘদিনীয়া প্ৰেমিক নুপূৰ শিখাৰেৰ সৈতে আমিৰ খানৰ কন্যা ইৰা খানৰ এংগেজডমেন্ট চাওক কেনেকৈ দিলে ৰোমান্টিক প্ৰস্তাৱ | Assamese |
উত্তৰ প্ৰদেশৰ পাংখা বাবা ৰ ভিডিঅ ভাইৰেল দেশী যোগাৰ দেখি আচৰিত সকলো | Assamese |
সৰ্বাধিক জনপ্ৰিয় অভিনেত্ৰীৰ দৌৰত ছামান্থাই পৰাস্ত কৰিলে আলিয়াক অভিনেতাৰ তালিকাৰ শীৰ্ষত বিজয় আৰু প্ৰভাস | Assamese |
ট্ৰ লাৰক বুলি কৈ চুপ কৰোৱাৰ চেষ্টা ৰাজ কুন্দ্ৰাৰ | Assamese |
ৰাজু শ্ৰীবাস্তৱৰ মৰণোত্তৰ পৰীক্ষা কিয় কৰা হ ব এইটোৱেই কাৰণ | Assamese |
বৰষাৰাণীৰ কোলাত সন্তান ছচিয়েল মিডিয়াত ভাইৰেল এখন ফটো | Assamese |
অটো চলোৱাৰ পৰা ঘৰে ঘৰে পৰিচিত হোৱালৈকে সহজ নাছিল ৰাজু ভাইয়াৰ জীৱন যাত্ৰা | Assamese |
সামাজিক মাধ্যমত ভাইৰেল ছফ্টৱেৰ ইঞ্জিনিয়াৰে ফোন নকৰিব চৰ্তৰে দিয়া মেটৰিমনিয়েল বিজ্ঞাপন | Assamese |
ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাষণ দিলে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই মালালাৰ সৈতে শ্বেয়াৰ কৰিলে ফটো | Assamese |
আৰ আৰ আৰ দ্য কাশ্মীৰ ফাইলছক চেৰ পেলাই অস্কাৰ ২০২৩ লৈ ভাৰতৰ পৰা নিৰ্বাচিত গুজৰাটী ছবি চেলো শ্ব ওৰফে লাষ্ট ফিল্ম শ্ব | Assamese |
জন্মদিনৰ দিনা স্বামী ভাস্কৰে কেনেদৰে বিশেষ অনুভৱ কৰালে বৰষা ৰাণী বিষয়াক | Assamese |
মহেশ ভাট স্মিতা পাটিল আৰু বিনোদ খান্নাৰ চেক্ৰেটাৰী আছিল বিতৰ্ক নাটক চাচপেন্সেৰে ভৰি আছে তেওঁৰ জীৱন | Assamese |
মিঠা আনাৰসে এইবাৰ দিলে টেঙা অভিজ্ঞতা বিশ্ববিখ্যাত কাছাৰৰ আনাৰসৰ মন্দা বজাৰ | Assamese |
ঋণ পৰিশোধ কৰাৰ আগেয়ে মৃত্যু হ লে কোনে পৰিশোধ কৰিব লাগিব ঋণৰ ধন জানক সবিশেষ | Assamese |
প্ৰভাৱৰ নিৰ্ধাৰণ+ সম্প্ৰদায়ৰ কল্যাণত শৌচালয়ত অন্তৰ্ভুক্তিকৰণ পদক্ষেপৰ সফলতা মূল্যাঙ্কন কৰা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.