text stringlengths 1 2.59k ⌀ | language stringclasses 10
values |
|---|---|
গুৱাহাটীলৈ উদ্ভাৱনী সাফল্যৰ অটল ৰেংকিঙৰ স্বীকৃতি | Assamese |
বয়স ৪৫ বছৰ বিশ্বনাথত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হল এইগৰাকী মহিলা পৰীক্ষাৰ্থী | Assamese |
আজি আৰম্ভ হল হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা কলিয়াবৰতো সুকলমে অনুষ্ঠিত হল পৰীক্ষা | Assamese |
কাইলৈৰ পৰা আৰম্ভ হবলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে সাজু শিৱসাগৰ জিলা শিক্ষা বিভাগ | Assamese |
হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাবে কলিয়াবৰ মহকুমাত জাৰি কৰা হল ১৪৪ ধাৰা | Assamese |
কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে জুবিন গাৰ্গে মুকলি কৰিলে একা কেয়াৰ মোবাইল এপ | Assamese |
আপত্তিজনক পোষ্ট ডিলিট কৰাৰ বিষয়ত ফেচবুকৰ নতুন নিয়ম কি সেই নিয়ম | Assamese |
ফেচবুকৰ পাছত এইবাৰ হেকাৰৰ কবলত লিংকডইন হেক হল ৫০০ মিলিয়ন একাউণ্ট | Assamese |
নজিৰ বিহীননাছাৰ পাৰ্ছেভাৰেঞ্চ ৰভাৰে মঙল গ্ৰহৰ কাৰ্বন ডাই অক্সাইডৰ পৰা প্ৰস্তুত কৰিলে জীৱনদায়িনী অক্সিজেন | Assamese |
সাৱধান ৫৩কোটি ফেচবুক ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য হেকাৰৰ হাতত | Assamese |
মংগল গ্ৰহলৈ উৰিব হেলিকপ্টাৰ প্ৰিজাৰভেৰেঞ্চ ৰভাৰ পাছত নাছাৰ নতুন সম্পৰীক্ষা | Assamese |
নাছাই দিলে ডাঙৰ খবৰটো—শুকান ৰুক্ষ ৰঙা গ্ৰহও ভৰি আছে পানীৰে | Assamese |
সৌৰভ গাংগুলীৰ অসুস্থতাৰ খৱৰ শুনি উদ্বিগ্ন নাগমা কি কৰিলে অভিনেত্ৰীগৰাকীয়ে | Assamese |
ফেচবুক কৰ্ণাৰ মন্ত্ৰীৰ ঘৈণীয়েক আৰু হিন্দুত্ববাদীৰ অহংকাৰ | Assamese |
মহানগৰীৰ ৰেস্তোঁৰাৰ পৰা জব্দ ৩১ কাৰ্টুন কোৰিয়ান সুৰা | Assamese |
গোৱালপাৰাত ভয়াৱহ পথ দুৰ্ঘটনানিহত তিনিগৰাকী দুগৰাকী আহত | Assamese |
হঠাতে ভৰলুৱে নাকত চৰম লগালে চৰকাৰৰটিৰপালৰ কৃপাত নীলিম হৈ পৰিল কলা ভৰলু | Assamese |
অৰুণাচলত উৎখাত শিশু সৰবৰাহ চক্ৰউদ্ধাৰ অসমৰ ১০ অপহৃত শিশু | Assamese |
৪ বছৰৰ পিছত আৰক্ষীৰ জালত পৰিল কামাখ্যাত নৰবলি দিয়া অভিযুক্তৰ দল | Assamese |
গ্ৰাহকৰ নাম লৈ উবেৰ চালকৰ পৰা ধন লুটিলে গুৱাহাটীৰ যুৱকে | Assamese |
আজিংক ৰাহানেৰ প্ৰসংশাত পঞ্চমুখ কেৰিবিয়ান ষ্টাৰ বেটছমেন ক্ৰিছ গেইল | Assamese |
যিজনে প্ৰেমৰ অৰ্থই বুজি নাপায়প্ৰাক্তন স্বামীৰ নতুন সম্পৰ্কৰ বিষয়ে মুকলিকৈ কলে সামান্থাই | Assamese |
হৃদৰোগত আক্ৰান্ত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী আইচিইউত ভৰ্তি | Assamese |
প্ৰটকল ভাঙি ৰেষ্টুৰেন্টলৈ খাবলৈ যোৱাৰ পৰিনাম ৫ভাৰতীয় ক্ৰিকেটাৰক পঠোৱা হল আইছলেশ্যনত | Assamese |
কৰনা বিধি উলংঘা বিতৰ্কৰ মাজতে সকাহ টীম ইণ্ডিয়াৰ সকলো খেলুৱৈৰে ৰিপ্ট নিগেটিভ | Assamese |
কলিয়াবৰত কৰনাকালীন পৰিস্থিতিৰ পিছত পুনৰ জীপাল হৈ উঠিল অঙ্গনবাদী কেন্দ্ৰসমূহ | Assamese |
২০২১ চনৰ প্ৰশ্ন কাকতৰেই হব এইবাৰৰ মেট্ৰিক পৰীক্ষা আনুষ্ঠানিকভাৱে জনালে ছেবাই | Assamese |
অসম কৃষি বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন ত্ৰিলোচন মহাপাত্ৰ আৰু কুশল কোঁৱৰ শৰ্মালৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী | Assamese |
কলিয়াবৰত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নাৰী আৰু চিন্তন শীৰ্ষক গ্ৰন্থ উন্মোচন | Assamese |
সূৰ্য কুমাৰ ভূঞা সম্পাদিত বুৰঞ্জীসমূহৰ ইংৰাজী তৰ্জমাৰ চাৰিখন গ্ৰন্থ উন্মোচন | Assamese |
অতীতৰ স্মৃতি বিচাৰি গোৱালপাৰাৰ সৈনিক স্কুল চৌহদত উপস্থিত হোৱা আদিল হুছেইনক উষ্ম আদৰণি | Assamese |
ইউক্ৰেইনত আৱদ্ধ লোকক উদ্ধাৰ অভিযানৰ অংশ হিচাপে গুৱাহাটীতো মুকলি হেল্পলাইন নম্বৰ | Assamese |
যুদ্ধভূমিত মানৱতা জটিল সময়ত ইউক্ৰেইনৰ ভাৰাঘৰৰ মালিকৰ পৰিয়ালক এৰি আহিবলৈ অস্বীকাৰ হাৰিয়ানাৰ যুৱতীৰ | Assamese |
৩ জানুৱাৰীৰ পৰা এক্সপ্লাৰ্ছৰ শৈলাৰোহণৰ প্ৰশিক্ষণ আগ্ৰহীসকলক যোগাযোগৰ বাবে আহ্বান | Assamese |
মেলবৰ্ণত ভাৰতীয় ক্ৰিকেটাৰৰ ৰেষ্টুৰেণ্টৰ বিল আদায় দিলে অনুৰাগীয়ে | Assamese |
নৱবৰ্ষত কন্যা সন্তানৰ পিতৃ হল ভাৰতীয় দলৰ বেগী বলাৰ উমেশ যাদৱ বি চি চি আইৰ শুভেচ্ছা জ্ঞাপন | Assamese |
কোহলীস্মিথ শ্রেষ্ঠ তেওঁলোকক অতিক্ৰম কৰাত আচৰিত হৈছো উইলিয়ামছন | Assamese |
নাছাৰ মংগল অভিযান দৰ্শকৰ বাবে মুকলি হল ৰঙা গ্ৰহটোৰ কেইবাখনো ৰঙীন ছৱি আৰু ভিডিঅ | Assamese |
এইবাৰ মহাকাশলৈ প্ৰেৰণ মোডীৰ ফটো ইছৰোৰ আমাজনীয়া১ৰ সফল নিক্ষেপণ | Assamese |
নাছাৰ মংগল অভিযান ভাৰতীয় মূলৰ বিজ্ঞানীৰ গুৰুত্বপূৰ্ণ ভূমিকা | Assamese |
বিশ্বক চমকিত কৰি আকাশত উৰিল চাৰি চকাৰ গাড়ী কত এই ঘটনা | Assamese |
কোটিটকীয়া কোম্পানী হল বুলিয়েই সকলো কাম কৰিব নোৱাৰে ক সকিয়ালে উচ্চতম ন্যায়ালয়ে | Assamese |
১৯ ফেব্ৰুৱাৰীত ৰঙা গ্ৰহ মঙলৰ বুকুত অৱতৰণ কৰিব নাছাৰ পাৰ্ছেভাৰেঞ্চ ৰোভাৰ যানে | Assamese |
বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিৰ তালিকাৰ পুনৰ শীর্ষত আমাজনৰ স্বত্বাধিকাৰ | Assamese |
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাকী থকা দুখন টেষ্টৰ পৰা বাহিৰ বেগী বলাৰ উমেশ যাদৱ | Assamese |
ডিব্ৰুগড়ত আটক আলফা স্বাধীনৰ কেডাৰ লিংকমেন | Assamese |
কেজৰিৱাল গলগৈ হিমন্ত বিশ্ব শৰ্মালৈ আপৰ পাঁচটা প্ৰশ্ন | Assamese |
গঁড়ৰ খৰ্গৰ সৈতে ধেমাজিত তিনিজনক গ্ৰেপ্তাৰ | Assamese |
ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গৰ কেফেত সংঘটিত বিস্ফোৰণত নিহত সামৰিক ব্লগাৰ আহত ২৫ জন | Assamese |
ইউক্ৰেইনত আৱদ্ধ শুৱালকুছিৰ ছাত্ৰী যুদ্ধভূমিৰ পৰা দুৰ্দশাৰ কথা বৰ্ণনা কৰি প্ৰেৰণ কৰিলে ভিডিঅ বাৰ্তা | Assamese |
ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলৰ সুৰক্ষাৰ বাবে কি পদক্ষেপ লৈছে বৈদেশিক মন্ত্ৰ্যালয়ে চাওক সৱিশেষ | Assamese |
চৰ্চাত গোৱালপাৰা জিলাৰ এখন ব্যতিক্ৰমী বিদ্যালয়পাঠ্যক্ৰমৰ সমানে কৃষি কৰ্মৰ শিক্ষা | Assamese |
ইউক্ৰেনত আৱদ্ধ লাহদৈগড়ৰ অলিভিয়া ৰাজমেধিৰ মাতৃৰ আহ্বানচৰকাৰে সকলোকে নিৰাপদে অনাৰ ব্যৱস্থা কৰক | Assamese |
অসমতো হিজাবক লৈ চর্চা হিজাবৰ সমৰ্থনত নাম্বাৰপাৰাত ওলাই আহিল শতাধিক ছাত্ৰী | Assamese |
গৌৰব গগৈৰ দাবীযোগী আদিত্যনাথক অনুকৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই | Assamese |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ বিনিতা পাঠকলৈ চাৰ্বমহিলা উৎকৰ্ষ বঁটা | Assamese |
কাইলৈ ভাৰতীয সেনাৰ হাতত প্ৰধানমন্ত্ৰী মোদীয়ে তুলি দিব ১১৮ খন দেশীয় ভাবে তৈয়াৰী অৰ্জুন টেংক | Assamese |
ৰ স্বদেশী বিকল্প নিশাৰ ভিতৰতে ১০ লাখ ডাউনলোড | Assamese |
সীতাৰমণৰ ঘোষণাচলিত বৰ্ষৰ ডিচেম্বৰ মাহত মহাকাশলৈ প্ৰেৰণ কৰা হব ভাৰতৰ প্ৰথম মানৱবিহীন মহাকাশযান গগণযান | Assamese |
ইতিহাস ৰচিলে আৰৱেমঙল গ্ৰহৰ কক্ষপথত প্ৰৱেশ ঘটিল আৰৱৰ মহাকাশযানৰ | Assamese |
১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকিলে কোনো বাহনে পাৰ হব নোৱাৰিব টোল গেট কি এই কেনেকৈ পাব | Assamese |
দেশত আৰম্ভ হল নেটৱৰ্ক কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা | Assamese |
কোহলীস্মিথক চেৰ পেলাই টেষ্ট ৰেংকিঙৰ শীৰ্ষত অধিষ্ঠিত হল এইগৰাকী বেটছমেন | Assamese |
১১ বছৰৰ মূৰত এইগৰাকী বেটছমেনৰ বেটৰ পৰা আহিল দ্বিতীয়টো শতক | Assamese |
আশংকা আঁতৰিল ছিডনীতেই হব ভাৰতঅষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্ট | Assamese |
ভাৰতৰ অষ্ট্ৰেলিয়া ভ্ৰমণ স্থগিত অহা ছিজনত মিলিত হব দুয়োটা ক্ৰিকেট দল | Assamese |
আই চি চিৰ দশকটোৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা বিৰাট কোহলী অধিনায়ক নিৰ্বাচিত | Assamese |
অবিশ্বাস্য কেৰালাত চলন্ত ৰেলত শিশুসহ ৩ জন যাত্ৰীক জীৱন্তে জ্বলাই হত্যা অগ্নিদগ্ধ আন বহু যাত্ৰী | Assamese |
মোডীৰ ডিগ্ৰীত ভুল বিশ্ববিদ্যালয় বানান প্ৰমাণ পত্ৰ ভুৱা হলে কি হব পাৰে জনালে আপৰ সাংসদে | Assamese |
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি বিপদত কংগ্ৰেছী বিধায়ক জাৰি কাৰণ দৰ্শোৱাৰ জাননী | Assamese |
নাটোত প্ৰৱেশৰ বাট মসৃন কৰিও নিৰ্বাচনত হাৰি থাকিল ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছান্না মাৰিন | Assamese |
ইণ্ডিয়ান আইডল১৩ৰ বিজয়ী ঋষি সিং প্ৰথম ৰাণাৰ্ছ আপ দেৱাস্মিতা ৰয় দ্বিতীয় চিৰাগ কোটৱাল | Assamese |
কেলেংকাৰীৰ নিৰপেক্ষ তদন্ত হওক মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰকৰাইজৰ দল | Assamese |
মেলবৰ্ণত ভাৰতীয় দলৰ মহাবিজয় অষ্ট্ৰেলিয়াক পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন | Assamese |
আই চি চিৰ দশকটোৰ শ্ৰেষ্ঠ এটাও দলত নাই পাকিস্তানী ক্ৰিকেটাৰ প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ ক্ষোভ | Assamese |
খালীস্তানী গোটৰ ভাবুকিমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তা বৃদ্ধি | Assamese |
উদ্বোধনী অনুষ্ঠানৰ নিবিদা আহ্বানৰ পূৰ্বেই উদ্বোধন হৈছিল দিছপুৰ উৰণীয়া সেতু প্ৰতিবেদনত পোহৰলৈ আন এক চাঞ্চল্য | Assamese |
ডিব্ৰুগড় কাৰাগাৰত বন্দী খালীস্তানী সদস্যক আতিশয্যৰ অভিযোগহিমন্ত বিশ্ব শৰ্মাক ভাবুকি খালিস্তানী শিখ সংগঠনৰ | Assamese |
গুৱাহাটীত উপস্থিত হৈয়ে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ কেজৰিৱালৰঅসমৰ সংস্কৃতি শিকিবলৈ পৰামৰ্শ | Assamese |
মেলবৰ্ণত ৩৪ বছৰীয়া ৰবিচন্দ্ৰন অশ্বিনে ভাঙিলে মুৰুলীধৰণৰ অভিলেখ | Assamese |
অসমত মাদ্ৰাছা বন্ধৰ সিদ্ধান্তত ছীল মোহৰ মাৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে | Assamese |
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী মহিলা উপাচাৰ্য নিযুক্ত | Assamese |
অসমতো মুন্নাভাই এমবিবিএছ নীট ক্লিয়েৰ কৰি এইমছত ছীট পোৱা চাহ বিক্ৰেতা যুৱকৰ কাহিনী ভুৱা স্থানীয় লোকৰ তদন্ত দাবী | Assamese |
সমৰ কলাত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল টীয়কৰ নৱজিত | Assamese |
প্ৰাইভেট মেডিকেল কলেজৰ ৫০শতাংশ আসনৰ পাঠ্যক্ৰম মাছুল হব চৰকাৰী কলেজৰ দৰে | Assamese |
জেএনইউৰ উপাচাৰ্য এম জগদেশ কুমাৰক ইউজিচিৰ অধ্যক্ষ নিযুক্তি | Assamese |
পিছুৱাই দিয়া হল এইবাৰৰ পৰীক্ষা মানি ললে বহু ইন্টাৰ্ণৰ দাবী | Assamese |
হাইস্কুলৰ ৬২৯৩ টা স্নাতক শিক্ষক পদৰ মেধা তালিকাত হোৱা গুৰুতৰ বিসংগতি দূৰ কৰকঃ ডি ৱাই এফ আই | Assamese |
দেশত শিক্ষানুষ্ঠান পুনৰ মুকলিৰ বাবে নিৰ্দেশনা জাৰি শিক্ষা মন্ত্ৰালয়ৰ | Assamese |
জনপ্ৰিয় ধাৰাভাষ্যকাৰ ৰবিন জেকমেনৰ মৃত্যু বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি | Assamese |
লাডাখৰ তেজ গোটমৰা শীতত কৰ্মৰত ভাৰতীয় সেনাৰ বাবে ই সাজি উলিয়ালে বিশেষ হিটাৰ | Assamese |
তথ্য সুৰক্ষাক লৈ প্ৰশ্ন সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক টুইটাৰ কৰ্তৃপক্ষক | Assamese |
ফেচবুকৰ এই বিশেষ পেজত আৰু নাথাকিব লাইকৰ ব্যৱস্থা কি এই পেজ | Assamese |
আজিৰে পৰা এই স্মাৰ্টফোনত পোৱা নাযাব ছাপোৰ্ট বন্ধ হৈ যাব পাৰে সেৱা | Assamese |
দেখিবলৈ কেনে হব ভাৰতত চলিবলগীয়া বুলেট ট্ৰেইন চাওঁক জাপানে প্ৰকাশ কৰা প্ৰথম ফটো এলবাম | Assamese |
সাৱধানজানি থওঁক কেনে বিবাহ বৰ্হিভূত ডেটিং এপে আউল লগাব পাৰে কাৰোৱাৰ সাংসাৰিক জীৱনত | Assamese |
যিবোৰ জিমেইল একাউন্ট ২০২১চনত বন্ধ হৈ যাব পাৰে গুগলে আনিছে নতুন নিয়ম | Assamese |
ছোৱালীজনীৰ জন্ম হব লাগিছিল ২৭ বছৰ আগতে কিন্তু জন্ম হৈছে এতিয়া অসম্ভৱ কথাটো কিদৰে হল সম্ভৱ | Assamese |
ৰাজনৈতিক হেঁচা পাঁচ বছৰ হল গেঠেলা মাৰিয়েই ৰল লুই বাৰ্জাৰ গোচৰত অগ্ৰগতি নাই চিবিআইৰ | Assamese |
বোকাখাতত উৎখাত দেহ ব্যৱসায় চক্ৰ উদ্ধাৰ ৩ গৰাকী মহিলা | Assamese |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.