text
stringlengths
0
188k
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল এয়ে যে চাইকেলখনৰ টিউৱত এনে সুবিধা সংযুক্ত হৈ আছে যাৰ জৰিয়তে এখন নাৱৰ দৰে একাঠু পানীতো অনায়াসে চাইকেলখন যাব পাৰে। উদ্ভাৱক মুছাব্বীৰে জনোৱামতে চাইকেলখন ৰোগী তথা ছাত্ৰ-ছাত্ৰীৰ বাবে বেছি ফলপ্ৰসূ হ’ব। তেওঁ লগতে কয় যে চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ উন্নয়নৰ বাবে বিভিন্ন সময়ত অৰ্থ সাহাৰ্য্য যোগান ধৰি আহ...
মুছাব্বীৰে Nefocus.comৰ আগত প্ৰকাশ কৰা অনুসৰি এম্বুলেন্স চাইকেলখন শিক্ষান্ত পৰীক্ষাৰ বন্ধৰ সময়খিনিত ৪ জন বন্ধুৱে মিলি তৈয়াৰ কৰাৰ বাবে প্ৰস্তুতি চলাইছিল৷ অহা ৩০ আগষ্টত গুৱাহাটীৰ আই আই টিত অনুষ্ঠিত হ’বলগীয়া টেক্ এক্সপ’ত এম্বুলেন্স চাইকেলখন প্ৰদৰ্শিত হ’ব৷ সমাজৰ বাবে অমূল্য অৱদান আগবঢ়াই সৰ্বত্ৰে চৰ্চা লাভ কৰা নৱ প্ৰজন্মৰ উ...
এই সম্পৰ্কে সঞ্জীৱ বৰুৱাই Nefocus.comৰ আগত এনেদৰে কয়…উদ্ভিদ বিজ্ঞানৰ প্ৰবক্তা হিচাপে আমি সদায় ন ন উদ্ভিদ গৱেষণামূলক কামত ব্যস্ত থাকো। তেনে গৱেষণামূলক কামৰ ফচল হিচাপে উদ্ভিদ বিধৰ সন্ধান লাভ কৰো। উদ্ভিদ বিধ লতা জাতীয়, উচ্চতা প্ৰায় ১৫ ফুট মান হয়। ফলবিধৰ সোৱাদ অলপ টেঙা আৰু অলপ মিঠা। উল্লেখযোগ্য যে উদ্ভিদ জোপাৰ ঔষধিমূলক গুণ...
প্ৰিয় পাঠক, Nefocus.comয়ে সদায় তথ্য সমৃদ্ধ, ইতিবাচক খবৰ আপোনালোকক যোগান ধৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি এই লেখাটোত ইতিবাচক খবৰ এস্কুচিভ ভাবে এক মাত্ৰ Nefocus.comয়ে আপোনালোকলৈ আগবঢ়ালে। এনে ধৰণৰ ইতিবাচক খবৰৰ বাবে ল’গ ইন কৰিবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় নিউজ পৰ্টেল www.Nefocus.com.<eot>GPS ৰ সম্পূৰ্ণ নাম হ’ল Globa...
ইয়াৰ ইতিহাস: :
GPS ৰ আৰম্ভণি হৈছিল সত্তৰ আৰু আশীৰ দশকৰ মাজভাগত, যেতিয়া US AIR FORCE য়ে কিছুমান GPS Satellite উৎক্ষেপন কৰিছিল Army Navigation ৰ কাৰণে৷ 1983 চনত ৰাছিয়াই যেতিয়া এখন Civilian Aircraft তেওঁলোকৰ বায়ুসীমাত ভুলতে সোমাই যোৱা বাবে ধ্বংস কৰিছিল তেতিয়া US চৰকাৰে সিদ্ধান্ত ললে যে তেওঁলোকে ইয়াক জনসাধাৰণৰ বাবেও মুকলি কৰিব, লগতে বিমা...
ই কেনেকৈ কাম কৰে: :
যিমানবোৰ GPS উপগ্ৰহ পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে, সেই সকলবোৰতে এটা এটা Atomic ঘড়ী লগোৱা আছে আৰু এই ঘড়ীবোৰ সদায় সঠিক হৈ থাকে৷ ইয়াত 1 millisecondsও পাৰ্থক্য দেখিবলৈ পোৱা নাযায়৷ এইক্ষেত্ৰত Satellite বোৰে পৃথিৱীলৈ অবিৰাতভাৱে Signal পঠাই থাকে আৰু সেই ছিগনেলৰ লগত সময়তো ও পঠাই দিয়ে৷ এই ছিগনেলবোৰৰ স্পীদ হল 50bytes/mint৷ এই স্পীদ...
GPS আৰু A-GPS
আমি যেতিয়া এঠাইৰ পৰা আনঠাইলৈ যাবলৈ গুগল মেপ ব্যৱহাৰ কৰো তেতিয়া গুগলে আমাক ৰাস্তাৰ বিষয়ে অৱগত কৰাৰ লগতে মোবাইলত থকা আমাৰ লোকেচনৰ চিহ্নটোও আমি যায় থকা দিশত সমান গতিৰে গৈ থাকে৷ ইয়াৰ ফলত বেটাৰী বহুত বেছি ব্যৱহাৰ হয় কিয়নো সেই সময়ত আমাৰ ফোনটোৱে তীব্ৰ ভাবে Refresh হৈ থাকে যাতে নতুন নতুন Satellite ৰ লগত লিংক বনাব পাৰে আৰু কোনো...
GPSৰ উপৰিও আন এটা প্ৰযুক্তি হ’ল GLONASS৷ ই এটা ৰাছিয়াৰ প্ৰযুক্তি৷ GPS ৰ দৰে ইয়াৰ সিমান Popular নহয়৷ সাধাৰণতে বেছিভাগ ফোনতে GPSৰ Support দেখা যায়৷ কমসংখ্যক ফোনেহে GPSৰ লগতে GLONASS কো Support কৰে৷ যাৰ ফলত এই ফোনবোৰে GPSৰ লগতে GLONASS Satellite বোৰৰো সুবিধা গ্ৰহণ কৰিব পাৰে৷ অনাগত ভৱিষ্যতত US AIR FORCE’ৰ তৰফৰ পৰা GPSক আৰু...
আনহাতে BeiDou হ’ল চীনৰ navigation প্ৰযুক্তি৷ চীনত নিৰ্মিত বেছিভাগ ফোনতে BeiDouৰ support দেখা যায়৷
শেহতীয়া ভাবে ভাৰতেও দেশীয় navigation প্ৰযুক্তি IRNASS সফলতাৰে উৎক্ষেপন কৰিছে৷ আৰু অতি সোণকালেই ই কাৰ্যক্ষম হৈ উঠিব৷
Wi Fi কি?
Wi Fi এনে এটা প্ৰযুক্তি যাৰ সহায়ত তাৰবিহীন ভাবে তীব্ৰ বেগত ডাটা আদান প্ৰদান কৰিব পাৰি৷ ইয়াৰ সম্পূৰ্ণ নাম হ’ল Wireless Fidelity ( তাৰবিহীন বিশ্বাসযোগ্যতা )৷ ইয়াক WLAN ( Wireless Local Area Network ) বুলিও জনা যায়৷ 1991 চনত NCR CORPORATION আৰু AT&T CORPORATION য়ে একেলগে ইয়াক আৱিষ্কাৰ কৰিছিল৷
ইয়াৰ ক্ৰমবিকাশ….. :
পোনপ্ৰথমে ইয়াক 1997 চনত IEEE নামৰ সংগঠন এটাই বিকশিত কৰিছিল আৰু ইয়াৰ নাম দিছিল 802.11৷ সেই সময়ত ইয়াৰ স্পীদ আছিল 2Mbps, এই স্পীদ বহুত কম আছিল যদিও সেই সময়ত ইয়াক এটা ভাল স্পীদ বুলি গণ্য কৰা হৈছিল৷ ইয়াৰ পিছত তেওঁলোকে 1999 ত আৰু দুটা version উলিয়াইছিল, যাৰ নাম আছিল 802.11a আৰু 802.11b৷ ইয়াৰে 802.11a ক উদ্যোগিক আৰু বাণিজ্যিক...
সেয়েহে 5GHz ত কাম কৰা 802.11a ৰ স্পীদ বেছি আছিল কিন্তুু ই বেছি দূৰত্বলৈ যাব পৰা নাছিল৷ কিন্তুু 2.4GHz ত কাম কৰা 802.11b ৰ স্পীদ কম হলেও ই বেছি দূৰত্বলৈ যাব পাৰিছিল৷
ইয়াৰ পিছত 2003 ত এটা আৰু Wi Fi standard বিকশিত হ’ল৷ যাক নাম দিলে 802.11g৷ ইয়াত তেওঁলোকে 802.11a আৰু 802.11b ৰ ভাল ভাল বৈশিষ্ট দুটা সংযোগ কৰি দিলে৷ যাৰ ফলত ই 2.4GHz বেণ্ডত 54Mbps স্পীদত কাম কৰিব পৰা হল৷ আজিৰ পৰা কমেও 10 বছৰ আগতে যিবোৰ সমগ্ৰীত Wi Fi ব্যৱহাৰ কৰা হৈছিল সেই সকলবোৰতে এই প্ৰযুক্তিতো ব্যৱহাৰ কৰিছিল৷
ইয়াৰ পিছত 2009 ত আৰু এটা Wi Fi প্ৰযুক্তি আমাৰ মাজলৈ আহিল, যাৰ নাম হ’ল 802.11n৷ ইয়াত দুই ধৰণৰ বেণ্ড আছিল, 5GHz আৰু 2.4GHz৷ দুয়োটাই গাইগুটিয়াকৈ বেলেগ বেলেগকৈ কাম কৰিছিল৷ দুয়োটাৰে স্পীদ 600Mbps লৈ হব পাৰিছিল৷ এইতো এটা বহুত ভাল প্ৰযুক্তি অছিল আৰু যাক আজিও কমেও প্ৰায় 90 শতাংশ device ত ব্যৱহাৰ কৰা হয়৷
বৰ্তমান শেহতীয়াকৈ 2013 চনত আকৌ এটা নতুন ষ্টেণ্ডাৰ্ড ডেভেলপ হ’ল যাৰ নাম হ’ল Wi Fi 802.11ac৷ ই 5GHz বেণ্ডত কাম কৰে আৰু ইয়াৰ অধিক স্পীদ হ’ল 1.3Gbps৷ আগন্তক সময়ত ইয়াৰ স্পীদ 6.9Gbps লৈ হব পাৰে৷ যিহেতু ই 5GHz বেণ্ডত কাম কৰে সেয়েহে ইয়াৰ range কম হব৷
(ইয়াত ব্যৱহাৰ কৰা a, b, ac আদি নামাংকনৰ কাৰণেহে ব্যৱহাৰ কৰা হয়৷ ইয়াৰ কোনো শাব্দিক অৰ্থ নাই৷ ) ■■
← টেকেলী বৰতাৰ কাহিনী – নিশান্ত বৰদলৈ
কি যে হ’ব! – ইন্দিৰা গোস্বামী →
You May Also Like
বিষয়:- পতি (পতি মানে পতিয়েই, ই না সভাপতি না নাচপতি) (মনজিৎ)
March 14, 2013 0
দিৰৈ পাৰৰ সোণামতী ( টুনুজ্যোতি গগৈ )
September 18, 2016 0
সখী…ভালনে তোৰ…. (দীপাঙ্ক বৰা)
March 14, 2015 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>এন আৰ চি বিষয়ত গুৰুত্বপূৰ্ণ দিশ কিছুমানৰ আলোচনা কৰিবলৈ আজি দিচপুৰত এক গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ’ব। বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধানসভাৰ অধ্যক্ষ হিত...
Recent News
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
“ইয়াত ইতিহাসৰ পুন: বিচাৰ কৰা নহয়”: তাজমহলৰ ঐতিহাসিক তথ্য পুনৰ বিচাৰৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
তথাপি, স্থানীয় লোকৰ বাবে ‘তেজৰ ধমনীত ইয়াৰ উশাহ’ বোওৱাৰ হেঁপাহ উথলি উঠিছে। তেওঁলোকক নিজৰ প্ৰিয় সেই আপোন গাঁৱখনৰ স্মৃতিয়ে কাতৰ কৰি তুলিছে। সেইদৰে, পৰ্যটকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে গাওঁখন।
লগতে পঢ়ক: মাজুলী বিধানসভা উপ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হ’ব চিত্তৰঞ্জন বসুমতাৰী
স্পেইন আৰু পৰ্তুগালৰ সীমান্তৰ এই গাঁৱখনৰ নাম হৈছে একেৰেড’ (Aceredo)। ১৯৯২চনত চৰকাৰী প্ৰশাসনে লিমা নদীত নিৰ্মাণ কৰা বান্ধৰ ফলত নৈপৰীয়া একেৰেড’ গাঁৱখন লাহে লাহে পানীৰ তলত ডুবি যায়।
গাঁৱখনৰ বাসিন্দাসকলে গাওঁখন এৰি যাবলৈ বাধ্য হয়। কোনেও ভবা নাছিল গাঁওৱখন এদিন আকো এনেদৰে উঠি আহিব।
দৰাচলতে ইউৰোপত গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বিগত কেইবছৰত স্পেইনত তাপমাত্ৰাই ভীষণ ৰূপ লয়। উত্তৰ-পশ্চিম স্পেইন অঞ্চল খৰাঙৰ কবলত পৰে। এই জলবায়ু পৰিৱৰ্তনে বিস্ময় কঢ়িয়াই আনিলে।
নদী শুকুৱাই যোৱাৰ ফলত ভাহি উঠিল ত্ৰিশ বছৰ পূৰ্বে হেৰাই যোৱা সেই গাঁৱখন। ছাদ বিহীন ভাহি পৰা ঘৰ, ওখোৰা মোখৰা ৰাস্তা, ভঙা ইটাৰ টুকুৰা তথা ভগ্ন কাঠৰ টুকুৰাবোৰ স্পষ্ট হহৈ উঠি আহিছে।
স্থানীয় এক বাসিন্দাই কয় যে এয়া যেন এক চলচ্চিত্ৰৰ কাহিনী। এসময়ৰ এই সেউজ গাঁৱখনৰ স্মৃতিৰ মাজত গাঁৱবাসীয়ে নিমজ্জিত হৈ পৰিছে।
লগতে পঢ়ক: নাইজেৰিয়ান কোকেইন সৰবৰাহকাৰীৰে কি সম্পৰ্ক অসমৰ মাৰোৱাৰী ব্যৱসায়ীৰ?
স্পেইনৰ ১০শতাংশ অঞ্চলক খৰাং অধ্যুষিত হিচাপে চৰকাৰে ঘোষণা কৰিছে। তাৰ মাজত একেৰেড’ গাঁৱখনো আছে। ইতিমধ্যে ছচিয়েল মিডিয়াত একেৰেড’ৰ ছবি ভাইৰেল হৈ পৰিছে।
Recent News
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক