text
stringlengths
0
188k
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন অনুসূচিত মঞ্চৰ যুটীয়া সংবাদমেল অনুস্থিত কৰি অনুসূচিত জাতি কল্যাণ ...
Read more
Recent News
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
আজি উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱক কাষত লৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে মমতাই। উদ্দাত্ত কণ্ঠে মমতাই জনতাক উদ্দেশ্যি কয়, “যদি বেংগলে বিজেপিক পৰাস্ত কৰিব পাৰে, তেন্তে উত্তৰ প্ৰদেশেও পাৰে।”
“মোৰ বিশাল ৰাজনৈতিক আৰু প্ৰশাসনিক অভিজ্ঞতা আছে। মই ক’ব পাৰোঁ যে উত্তৰ প্ৰদেশত ইখনৰ পিছত আন এখন যুঁজ আছে আৰু এই যুঁজ অখিলেশ জিকিব।”- মমতাই কয়।
লগতে পঢ়ক :মোদীক প্ৰত্যাক্ৰমণ প্ৰিয়ংকা গান্ধী, কেজৰিৱালৰ; নিশা যোগী-কেজৰিৱালৰ টুইটাৰ যুঁজ
বিজেপি আৰু ওৱেইচিৰ AIMIM ক দিল্লী আৰু হায়দৰাবাদৰ পৰা নিৰ্বাচনৰ সময়ত অহা কুলি আখ্যা দিয়ে আৰু উত্তৰ প্ৰদেশৰ জনসাধাৰণক নিৰ্বাচন শেষ হোৱাৰ পিছত নাইকিয়া হোৱা এনে কুলিক ভোট নিদিবলৈ আহ্বান জনায়।
যোৱা বৰ্ষত পশ্চিম বংগ নিৰ্বাচনত বিজেপিৰ বিশাল নিৰ্বাচনী যন্ত্ৰৰ সন্মুখীন প্ৰত্যাহ্বানৰ পিছতো বংগৰ ক্ষমতা দখল কৰা মমতা বেনাৰ্জীৰ সহযোগিতাই অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টিৰ বাবে আশা কঢ়িয়াই আনিছে।
উল্লেখ্য যে মমতা বেনাৰ্জীয়ে উত্তৰ প্ৰদেশ নিৰ্বাচনত অখিলেশ যাদৱক প্ৰত্যক্ষভাৱে সমৰ্থন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। লগতে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দীতা কৰাৰ পৰা আঁতৰি থাকিব বুলিও স্পষ্ট কৰি দিছিল।
বিজেপিক ভাৰতবৰ্ষৰ বাবে বিপদ আখ্যা দি মমতা বেনাৰ্জীয়ে কয় যে বিজেপি ক্ৰমাৎ বিপদসংকেত হৈ পৰিছে। জনসাধাৰণে নিজৰ ভৰিৰ ওপৰত থিয় হ’ব লাগিব আৰু বিজেপিক পৰাজিত কৰিব লাগিব বুলি মন্তব্য কৰে বেনাৰ্জীয়ে।
লগতে পঢ়ক : Crime in the City: মহানগৰীৰ তাৰা হীৰা কমপ্লেক্সত সংঘটিত নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ
আৰু যদি সেয়া নহয় যোগী আদিত্যনাথ পুনৰ শাসনলৈ আহি সকলোকে গ্ৰাস কৰিব বুলিও সোঁৱৰাই দিয়ে মমতাই। “যোগীয়ে খেলিমেলি সৃষ্টি কৰাৰ বাহিৰে একো কৰিব নোৱাৰে। সেয়ে তেওঁলোকক এইবাৰ যাবলৈ দিয়ক।” তেওঁ লগতে কয়।
আনহাতে বিজেপিৰ ‘এইবাৰ মোদী চৰকাৰ’ শীৰ্ষক শ্ল’গানেৰেই বিজেপিক কাউণ্টাৰ দি মমতা বেনাৰ্জীয়ে কয়, “এইবাৰ অখিলেশ চৰকাৰ, ৩০০ পাৰ।”
অখিলেশৰ বিজয়ৰ পিছত উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ একেলগ হৈ দেশৰ আন আন ৰাজ্যৰ আঞ্চলিক শক্তিৰ সহায়ত দিল্লীৰ ক্ষমতাৰ পৰা বিজেপিক ক্ষমতাচ্যুত কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে মমতা বেনাৰ্জীয়ে।
Tags: Akhilesh YadavBJPUttar PradeshUttar Pradesh ElectionWest Bengal
Recent News
জিম কৰি থাকোতেই হঠাতেই ঢলি পৰি আকস্মিক মৃত্যু যুৱতীৰ! (ভিডিঅ’)
বিচাৰিলেই অদৃশ্য হ’ব পাৰিব আপুনি! চীনত আৱিস্কাৰ নিজকে ভেনিছ কৰা জেকেট
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়
আমেৰিকাত গৃ্হীত হ’ল সমলিংগ বিবাহ সুৰক্ষা আইন
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
খাদ্য সংকট আৰু স্বাস্থ্য সন্মত নোহোৱা জীৱন ধাৰণ প্ৰণালীৰ বাবে উগ্ৰপন্থীজনে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছে বুলি জানিব পৰা গৈছে। দেববৰ্মাৰ সৈতে তেওঁৰ পত্নী চোণ্টা ত্ৰিপুৰা (২৭), দুই কন্যা জেছমিন দেববাৰ্মা (৪) আৰু মৌচান্তিয়ে দেববাৰ্মায়ো(২) অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শকগৰাকীৰ ওচৰত আত্মসমৰ্পণ কৰে।
ৰবীন্দ্ৰ দেববৰ্মাৰ ঘৰ ধলাই জিলাৰ নতুন বাজাৰ ব্ৰেন্দ্ৰা দেববাৰ্মা পাৰাত।
আৰক্ষী সূত্ৰই নৰ্থ-ইষ্ট নাওৰ আগত সদৰি কৰা মতে ২০০০ চনত দেববাৰ্মাই উগ্ৰপন্থী দলত যোগদান কৰিছিল আৰু তেওঁ বাংলাদেশৰ শিলচুৰিৰ ওচৰৰ ছিকাৰাবাৰীত আছিল।
Recent News
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
লেখক দত্তই কিতাপখন পিতৃ স্বৰ্গীয় চন্দ্ৰ দত্তলৈ উছৰ্গা কৰি এইদৰে লিখিছে, “… বেগে বেগে কিতাপ কিনি ঘৰত থোৱা, দেখি দেখি সেইবোৰ পঢ়ি যোৱাও মোৰ মনত আছে। কিমান যে কিতাপ, সেই কম বয়সতে পঢ়ি পেলাইছিলোঁ! … আজি চাওক, মই কি লিখি দিলোঁ! আপুনি নাই, কিন্তু মই জানো, আজি আপুনি কি ক’লেহেঁতেন! চকুপানী বৈ আহিছে … …।” কিতাপখনৰ কথা ক’বলৈ যোৱাৰ...
আৰম্ভণিতে চাৰিজন গণ্যমান্য ব্যক্তিয়ে নিজা অভিমতেৰে কিতাপখনক অন্য এক মাত্ৰা দিছে। ইয়াৰে ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে লিখিছে,
“ৰূপম দত্তৰ ‘লাইফ অৱ এ ড্ৰাইভাৰ’ নামৰ উপন্যাসখনৰ পাণ্ডুলিপি হাতত লৈ মোৰ মনত খেলি যোৱা প্ৰথম ভাবটো আছিল – নিজৰ গাড়ী চলোৱা অভিজ্ঞতাৰে নাইট ছুপাৰ ক্ষেত্ৰখনৰ বিচিত্ৰ কাহিনীক উপন্যাসৰ ৰূপ দি ৰূপম দত্তই হয়তো অসমীয়া উপন্যাসত এক অভিলেখৰেই সৃষ্টি কৰিলে।”
তেখেতৰ কথাখিনিত অলপো দ্বিমত নাই যে অসমীয়া উপন্যাসত ই এক অভিলেখ। একেদৰে অনুৰাধা শৰ্মা পূজাৰীৰ ভাষাত,
“ৰূপম দত্তই শ্ৰমক মৰ্যাদা দি, নাইট ছুপাৰ চলায়। … নতুন লেখক ৰূপম দত্তৰ ‘লাইফ অৱ এ ড্ৰাইভাৰ’ৰ কেবিনৰ সিপাৰে থকা পৃথিৱীখনৰ সন্ধানে পঢ়ুৱৈক অন্য সোৱাদ দিব। অসমীয়া সাহিত্যত এনে বিচিত্ৰ অভিজ্ঞতাৰ সংযোজনে নতুন মাত্ৰা আনিব।”
নিঃসন্দেহে ড্ৰাইভাৰৰ অভিজ্ঞতাসম্বলিত উপন্যাসখন অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী সংযোজন। শৰ্মা পূজাৰী বাইদেউৰ সৈতে সুৰ মিলাই এইখিনিতে কিতাপখনৰ বাবে লেখক ৰূপম দত্তলৈ শুভেচ্ছা তথা অভিনন্দন।
প্ৰায় পাঁচশ পৃষ্ঠাজোৰা উপন্যাসখন একেবহাতে পঢ়ি শেষ কৰিব পৰাকৈ কাহিনীটো আগবঢ়া। কাহিনী–কথন, উপস্থাপন শৈলী, বাস্তৱভিত্তিক বৰ্ণনাই এয়া সম্ভৱ কৰি তুলিছে। প্ৰথমখন কিতাপতে পাঠকক বান্ধি ৰাখিব পৰা লেখকৰ কলমৰ বাবে উনুকিয়াব বিচাৰিছোঁ আৰম্ভণিতে উল্লেখ কৰা কিতাপ পঢ়াৰ অভ্যাসৰ কথা। শিশু অৱস্থাৰ পৰাই বিবিধ গ্ৰন্থৰ অধ্যয়নে লেখকক কিমান স...
অৱশ্যে কাহিনীৰ মধ্যভাগৰ পৰা ‘ড্ৰাইভাৰ’ ৰ কাহিনীয়ে আঁত হেৰুৱাই ‘প্ৰেমিক’ ৰ কাহিনীয়ে বাট কাটি লোৱা পৰিলক্ষিত হ’ল। যাৰ বাবে কিতাপখন উপন্যাস হিচাপে কিছুদূৰ সুখপাঠ্য হ’লেও শিৰোনামসুলভ হৈ নাথাকিল। সেইখিনিতে অলপ আশাহত হ’লো। বিচিত্ৰ অভিজ্ঞতাক কলমেৰে জীৱন্ত ৰূপ দিয়া কিতাপখনৰ সমালোচনা কৰাৰ স্পৰ্ধা আমাৰ নাই। কিন্তু ‘ড্ৰাইভাৰ’ এজন...
প্ৰণিধানযোগ্য যে আমি চিনা, জনা, দেখা, শুনা প্ৰায় সকলো লেখকেই (একমাত্ৰ কলমকে পেচা/নিচা হিচাপে লোৱা অসমীয়া ব্যক্তি আঙুলিৰ মূৰত লিখিব পৰা ব্যতিক্ৰমীসকলক বাদ দি) সাংবাদিকতা, চিকিৎসাসেৱা, অভিযন্তা, শিক্ষকতা, ব্যৱসায় আদি বিবিধ বৃত্তিত জড়িত। ৰূপম দত্তও ইয়াৰ ব্যতিক্ৰম নহয়। কিন্তু দুখৰ কথাটো হ’ল আমি অল্পমতি অসমীয়াই তেখেতৰ শ্ৰমক...
যিকোনো বৃত্তিৰ ক্ষেত্ৰতে বৃত্তিধাৰীয়ে দক্ষতা–অৰ্হতা আহৰণৰ সমান্তৰালকৈ বৃত্তিটোৰ প্ৰতি শ্ৰদ্ধাশীল, আন্তৰিক আগ্ৰহৰ মনোভাৱ নাৰাখিলে বৃত্তিধাৰীৰ বৃত্তি গ্ৰহণৰ সাৰ্থকতা নাথাকে। ড্ৰাইভাৰো তেনে এক বৃত্তিয়েই য’ত প্ৰয়োজন একান্ত ইচ্ছা, আন্তৰিক শ্ৰদ্ধাৰ৷ এজন সু–চালক হ’বলৈ হ’লে সুদক্ষ হোৱাৰ লগতে গাড়ী চলোৱাৰ প্ৰতি শ্ৰদ্ধা, গাড়ীখনৰ ...
কাহিনীৰ শেষৰফালে সম্পন্ন হোৱা ব্যতিক্ৰমী বিবাহখনে নৱপ্ৰজন্মৰ বহুতকে আকৰ্ষণ কৰিব বুলি মোৰ বিশ্বাস। যৌতুকবিহীন, অনাড়ম্বৰ, অযথা খৰচৰহিত এনে বিবাহৰ অৱতাৰণা কিতাপখনৰ এক শক্তিশালী দিশ বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ কিয়নো, সাধাৰণতে উপন্যাসতহে এনে বিবাহ সম্ভৱ, কিন্তু বাস্তৱত এনে হোৱা দেখা নাযায়(যদিহে কিতাপখনত লিখাৰ দৰেই ৰূপম দত্তৰ...
উপসংহাৰঃ উপন্যাস এখন লিখি উলিওৱাটো মুখৰ কথা নহয়। ৰূপম দত্তলৈ ধন্যবাদ জনাই কওঁ যে অদূৰ ভৱিষ্যতে তেখেতৰপৰা নৈশ বাছৰ অভিজ্ঞতাৰে ৰাতিৰ পৃথিৱীখনৰ বিষয়ে পৰিমিত বৰ্ণনাৰে সুকীয়া গ্ৰন্থ পাম বুলি আমি আশাবাদী, যিখন(সমূহ)ক লৈ আমি একেমুখে ক’ব পাৰিম– “ৰাতিৰ পৃথিৱীৰ ইমানবোৰ কথা আবাল–বৃদ্ধ–বনিতাৰ প্ৰতিজন ব্যক্তিয়েই জনা উচিত, বুজা উচিত...
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
সম্পাদকীয়
October 24, 2022 October 24, 2022 0
সম্পাদকীয় : শিশুমনৰ অনুভূতিপ্ৰৱণতা
September 18, 2022 September 19, 2022 0
সম্পাদকীয়ঃ স্বাধীনতা ইত্যাদি
August 21, 2022 August 21, 2022 0
সম্পাদকীয়ঃ প্ৰকৃতিৰে ভাৰসাম্য ৰক্ষা কৰিহে উন্নয়ন সম্ভৱ
July 18, 2022 July 23, 2022 0
সম্পাদকীয়ঃ বজাৰ অৰ্থনীতি আৰু অসমীয়া ভাষা
June 16, 2022 June 16, 2022 0
গুৱাহাটী: বৰ্তমান আৰু ভবিষ্যত
May 22, 2022 June 9, 2022 0
সম্পাদকীয়
April 23, 2022 April 23, 2022 0
প্ৰবাসী অসমীয়াৰ মনৰ কথা
March 19, 2022 April 13, 2022 0
ভাষাই মানুহৰ মনক শুশ্ৰূষা কৰে
February 17, 2022 March 26, 2022 0
Subscribe