text stringlengths 0 188k |
|---|
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
বিশ্ব |
জীৱন শৈলী |
ফটো |
ভিডিঅ |
লাইভ টিভি |
শেহতীয়া বাতৰি |
আজি অসমৰ জনপ্ৰিয় সংগীতশিল্পী মানস ৰবীনৰ জন্মদিন। আপুনিও জনাওক প্ৰিয়শিল্পীজনক শুভেচ্ছা |
শ্ৰদ্ধা ৱালকাৰৰ হত্যাকাৰী আফটাব পুনাৱাল্লাই এইবোৰ কাম কৰি তিহাৰ জে'লত পাৰ কৰিছে সময় |
আজমল অসমীয়াৰ শত্ৰু, বিজেপিৰ অক্সিজেন, বিজেপিৰ শ্ৰুতলিপি মতেই আজমলে এই মন্তব্য কৰিছে : লুৰিণজ্যোতি গগৈ |
অহা ৬ ডিচেম্বৰত মুকলি হ'ব নলবাৰী তাৰকাগৃহ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো 3D তাৰকাগৃহ |
‘বদৰুদ্দিন আজমলৰ পৰকীতি লৰিছে, মানসিক অৱস্থাৰ গণ্ডগোল হৈছে!’ – ক’লে মন্ত্ৰী পীযূষ হাজৰিকাই |
আমাৰ বিষয়ে |
আমাক যোগাযোগ কৰক |
ব্যক্তিগত নীতি |
কুকি পলিচী |
চাইট মেপ |
NETWORK 18 SITES |
News18 India |
CricketNext |
News18 States |
Bangla News |
Gujarati News |
Urdu News |
Marathi News |
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Clear Study Doubts |
CAprep18 |
Education Franchisee Opportunity |
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int... |
210 |
VIEWS |
Share on FacebookShare on Twitter |
অসমৰ সমাজ-ৰাজনীতি-সংস্কৃতিৰ পুৰোধা ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক তেওঁৰ মৃত্যু দিৱস ২০ জুনত সমগ্ৰ অসমবাসীয়ে সুঁৱৰি আহিছে। এইবাৰো কাইলৈ ৰাজ্যখনৰ বিভিন্ন ঠাইত বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰাৰ বাতৰি আহিছে। কলিয়াবৰৰ কুঁৱৰীটোলত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কলিয়াবৰবাসীৰ সহযোগত কেন্দ্ৰীয়ভাৱে আৰু দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যস... |
আজি পুৱা মুখ্য তোৰণ উন্মোচন, মঞ্চ, কাৰ্যালয় উদ্বোধনৰ পিছতে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত বিষ্ণু ৰাভাৰ গীতৰ প্ৰতিযোগিতা। আয়োজকৰ তৰফৰ পৰা জনোৱা মতে, আজি নিশালৈ অনুষ্ঠিত হ’ব বিষ্ণু ৰাভাৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা। |
আনহাতে কাইলৈ, অৰ্থাৎ বুধবাৰে অনুষ্ঠিতব্য বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈকে ধৰি আছুৰ কেন্দ্ৰীয় নেতৃবৰ্গই। |
নিশাৰ সাংস্কৃতিক অনুষ্ঠানত সুৰৰ মূৰ্চনা তুলিব নাহিদ আফ্ৰিন, নীল আকাশ, অপূৰ্ব বেজবৰুৱা আৰু জিনা ৰাজকুমাৰীয়ে। |
ৰাভা দিৱসৰ কাৰ্য্যসূচীৰ মাজত কলাগুৰুৰ সাংস্কৃতিক অৱদান আৰু তেওঁৰ জীৱনৰ ওপৰত আলোকপাতৰ প্ৰয়াস কৰিছে বুলি উদ্যোগতাই জানিবলৈ দিছে। |
Recent News |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
নলবাৰীত ৰাজ্যৰ প্ৰথমটো 3D প্লেনেটেৰিয়াম উদ্বোধন: আধাৰশিলা স্থাপনৰ ১০ বছৰ পিছত হ’ল মুকলি |
ধৰ্ষণৰ সংজ্ঞা সম্প্ৰসাৰণ চুইজাৰলেণ্ড নিম্ন সদনৰ |
লখিমপুৰ খেৰী হত্যাকাণ্ড: আশীষ মিশ্ৰসহ ১৩ গৰাকীৰ বিৰুদ্ধে অভিযোগ গঠন আদালতৰ, আৰম্ভ হ’ব বিচাৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
লগতে ৰাজ্যৰ আন আন বিষয়া সকলৰ উপাধি আৰু এওলোকৰ স্হান আদিৰ সামাজিক পদময্যদা ৰ বিষয়ে ও বিষদ সম্ভেদ ইতিহাসে প্ৰদান কৰিছে ।বৰ গোহাঁই বংশৰ লোক সকলক জয় কৰি অহা ৰাজ্য সমুহত কেনেকৈ শাসন কৰ্তা হিচাবে স্বৰ্গদেৱে নিয়োজিত কৰিছিল ।তাৰো বিশদ বিৱৰণ ইতিহাসে দিয়ে ।অসমীয়া ভাষাত বৰগোহাঁই শব্দ ক "বৰগোহাঞি " বুজাবলৈ প্ৰয়োগ কৰাৰ আগলৈকে আহোম।... |
থাও ম্যুং টাও গভৰ্ণৰ মানে বাঁহ তলীয়া গোহাঁই ; থাও মং কং দিহিঙ্গীয়া গোহাঁই ;থাও খান জাং খামজঙ্গীয়া গোহাঁই ;থাওম্যুং বা নাঙ্গ শদিয়া খোৱা গোহাঁই ;থাও ম্যুং মা ৰাঙ্গ মৰঙ্গী খোৱা গোহাঁই ইত্যাদি গোহাঁইৰ বিষয় বাব থকাৰ কথা বুৰঞ্জীয়ে কয় ।বৰ গোহাঁই বংশৰ বহু পৰিয়াল ৰাজ্য বিশেষ শাসনকৰ্তা হিচাবে বহু ঠাইত সিচঁৰতি হ'ল,। আজি কেইবা শ ব... |
বৰগোহাঞি সকলৰ স্হান প্ৰশাসনিক আৰু সামৰিক কাৰ্য্য আদি সকলো স্তৰত বিস্তৃত ভাৱে বিয়পি আছিল ।সেয়ে বৰ গোহাঁই বংশৰ লোকে পানীফুকন ;নাওবৈচা ফুকন ;সন্দিকৈ ফুকন ;বৰুৱা আনকি শইকীয়া আদি সামাজিক গাঁথনিৰ উপাধি আজিও বিদ্যমান ।বুৰঞ্জীয়ে ইয়াৰ সাক্ষ্য প্ৰমাণ কৰে ।প্ৰায়বোৰ আহোম বুৰঞ্জীতেই বৰগোহাঁই বংশৰ লোক কোন ৰজাৰ দিনত কিমান দিন ৰাজমন্ত... |
সকলৰ ফৈদৰ নাম এইদৰে পোৱা যায় |
১নং গুই মেলা ২নং পৰ্বতীয়া ৩নং পিলিঙা ৪ নং মেছাঘৰীয়া ৫ নং মাদুৰিয়াল ৬ নং কালুগয়া ৭নং দিহিঙ্গীয়া ৮নং চতাইঅলীয়া ৯নং বাৰুকিয়াল ১০ নং মিৰি সন্দিকৈ (পৃষ্টা ৯৮)( সহায় লৈ ) |
Tags ইতিহাস আৰু ইতিহাস সম্পৰ্কীয় কিছু কথা |
Facebook |
Twitter |
You may like these posts |
Post a Comment |
Previous Post Next Post |
Popular Posts |
অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু কি কি? |
January 07, 2021 |
মহৎ লোকৰ বাণী | Mohot Lukor Bani | অমৃত বাণী অসমীয়া |
July 12, 2020 |
ফকৰা যোজনা Assamese Proverbs |
July 31, 2020 |
সমার্থক শব্দ |
May 11, 2020 |
বিপৰীত শব্দ |
July 20, 2020 |
UPI ৰ বিষয়ে Unified Payments Interface |
January 18, 2021 |
মোবাইল Dead হলে কেনেকৈ Recover কৰিব আৰু IMEI নম্বৰ পুনৰ কেনেকৈ মোবাইলত ইনষ্টল কৰিব |
January 05, 2021 |
অসম কুইজ (চতুুৰ্থ খণ্ড) |
July 17, 2020 |
আইদেউ সন্দিকৈ |
June 27, 2020 |
অসম কুইজ (প্ৰথম খণ্ড) |
May 16, 2020 |
Subscribe Us |
Get new posts by email: |
Subscribe |
ভাতৃপ্ৰতিম ৱেবছাইট |
শিকোঁ আহাঁ Let's Learn |
AssamDigital.in |
Copyright © 2019-2022 puhorbisarijau.in All Rights Reserved | Design by Blogspot | Distributed by Gooyaabi<eot>দেশৰ নৱতম ক্ৰীড়া চাঞ্চল্য, অসম সন্তান হিমা দাসে আজি নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰে। হিমাই আজি এই গৌৰৱেৰে অসমবাসীকো গৌৰৱিত কৰে। |
উল্লেখযোগ্য যে এই বছৰতে হিমাই বিশ্ব জুনিয়’ৰ এথলেটিকছত স্বৰ্ণ পদক জয় কৰি এক প্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এয়া আছিল প্ৰতিযোগিতাখনত ভাৰতৰ ইতিহাসত প্ৰথমটো স্বৰ্ণ পদক। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.