text
stringlengths
0
188k
শ্ৰেণী:
বাণিজ্য
অদৃশ্য শ্ৰেণী:
অনা অসমীয়া ভাষা সমৃদ্ধ প্ৰবন্ধ
এই পৃষ্ঠাখন ২৭ ছেপ্টেম্বৰ, ২০২০ তাৰিখে ১৭:৫৭ বজাত অন্তিম সংশোধন কৰা হৈছিল।
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>গণিত প্ৰকৃতি অধ্যয়নৰ এক বিস্তৃত আৰু পৰিশীলিত অধ্যায়। মানৱ জীৱনৰ সকলো ক্ষেত্ৰতে গণিতৰ প্ৰয়োগৰ বিশাল বিস্তৃতি লক্ষ্যণীয়। পুৱা উঠাৰ পৰা শোৱালৈকে আমি গণিতৰ প্ৰয়োগেৰে পৰিবৃ...
সুনিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যৰ জড়িয়তেহে কোনো এটা বিষয়ৰ শিক্ষণ বা প্ৰশিক্ষণ সম্ভৱ। এই উদ্দেশ্য আৰু লক্ষ্য হ’ল শিক্ষা দান আৰু শিক্ষা গ্ৰহণৰ মূল চালিকা শক্তি। উদ্দেশ্যই আমাক লক্ষ্যত উপনীত হোৱাত সহায় কৰে। গণিত শিক্ষণৰ ক্ষেত্ৰতো ই প্ৰতিফলিত হয়। কোনো এটি বিশেষ লক্ষ্যৰ অন্তৰালত কেইবাটাও উদ্দেশ্য থাকিব পাৰে। এই আটাইবোৰ উদ্দ...
Image Source : Shutterstock
গণিত শিক্ষণৰ ক্ষেত্ৰত মূলতঃ তিনিটা লক্ষ্য প্ৰতিফলিত হয়—
(১) কৃষ্টিমূলক আৰু নৈতিক লক্ষ্য :
বৈজ্ঞানিক কৃষ্টি বিকাশত গণিতৰ জ্ঞান হ’ল প্ৰাণকেন্দ্ৰ। মানৱ সমাজখন, সুন্দৰ, সুষম তথা কৰ্মক্ষম কৰি তুলিবলৈ আৱশ্যকীয় অভ্যাসসমূহ গণিত শিক্ষণে আনি দিব পাৰে, যিয়ে শিকাৰুক শুদ্ধ পথৰ সন্ধান দিয়ে আৰু সভ্য অৰ্থাৎ, প্ৰকৃত অৰ্থত জ্ঞানী কৰি তোলাত সহায় কৰে। দক্ষতা, পাৰদৰ্শিতা, যুক্তিপ্ৰৱনতা, সু-নিৰূপন কৰাৰ দক্ষতা, নিৰ্দিষ্টতা বিচাৰ ...
(২) অনুশাসনমূলক লক্ষ্য :
শিক্ষাৰ লক্ষ্য হ’ল সমাজৰ বিশৃংখলতাসমূহ আঁতৰাই এক নিয়ন্ত্ৰিত অৱস্থা গঢ়ি তোলা যাতে সমাজখনে বিকাশৰ পথত খোজ পেলাওঁতে কোনো সমস্যাৰ সন্মুখীন হ’ব লগা নহয়। দৈনন্দিন জীৱনত সন্মুখীন হোৱা যিকোনো সমস্যাৰ সমাধান পাবলৈ গণিতৰ বিশ্লেষণ পদ্ধতি অতি আৱশ্যক, কাৰণ গণিত শিক্ষণে ব্যক্তিৰ চৰিত্ৰক প্ৰভাৱাম্বিত কৰে। শিক্ষানুষ্ঠানত যি বৌদ্ধিক ব...
“গণিত শিক্ষণৰ ঘাই লক্ষ্য হ’ল ব্যক্তিৰ নৈতিক শিক্ষা আহৰণ।” — চ্যুচে।
“গণিত শিক্ষণে মনৰ মাজত যুক্তি প্ৰদৰ্শনৰ অভ্যাস আয়ত্ত কৰায়।” — ল’ক।
(৩) উপযোগীবাদী বা বৃত্তিমূলক লক্ষ্য :
গণিত শিক্ষণৰ মাজেদি যুক্তি আৰু চিন্তাৰ ভেঁটি সুদৃঢ় কৰিব পাৰি। সমাজৰ সৰ্বাঙ্গীন উন্নতিকল্পে সম্প্ৰতিক বিজ্ঞান আৰু কাৰিকৰী দিশত এই দুটা ধাৰা অপৰিহাৰ্য। সেয়েহে গণিতৰ প্ৰয়োগ অনুক্ৰমে বাঢ়ি আহিছে। বিজ্ঞানৰ উপৰি সমাজ-বিজ্ঞান, জীৱবিজ্ঞান, পৰিৱেশ-প্ৰকৃতি সকলোৰে বিশ্লেষণ বা অধ্যয়নৰ ক্ষেত্ৰত, আনকি সুকুমাৰ কলাৰ মাজতো গণিতৰ প্ৰয়ো...
এই তিনিটা মূল লক্ষ্য আগত ৰাখি মাধ্যমিক স্তৰত গণিতৰ শিক্ষাদানৰ উদ্দেশ্যক ‘স্থুল উদ্দেশ্য’ আৰু ‘বিশিষ্ট উদ্দেশ্য’ হিচাপে আন দুটা ভাগত ভাগ কৰা হয়। ইয়াৰ ভিতৰতে সোমাই আছে আহৰণ, আদৰকৰণ, আচৰণগত তিনিটা কথা। চিন্তাৰ বিকাশ ঘটোৱা, বিশ্লেষণ ক্ষমতা অৰ্জন কৰোৱা, যুক্তিৰ দক্ষতা দেখুওৱা, মৌলিক প্ৰচেষ্টা প্ৰদৰ্শন কৰোৱা, নতুন ধ্যান-ধাৰণ...
(ক) স্থুল উদ্দেশ্য :
(শিকাৰুক) গাণিতিক পদ, ধাৰণা, সূত্ৰ, তত্ত্ব, পদ্ধতি আদিৰ জ্ঞান দিয়া, যাতে দৈনন্দিন জীৱনত প্ৰয়োজন হোৱা গণিতৰ জ্ঞান সমুচিতভাৱে প্ৰয়োগ কৰিব পাৰি।
গণিত অধ্যয়নৰদ্বাৰা অন্যান্য পঠনীয় বিষয়সমূহত থকা গণিতসমূহ বুজি সেই বিষয়সমূহ অধ্যয়ন কৰিব পৰা কৰোৱা, যাতে শিকাৰু গণিতৰ প্ৰতি আগ্ৰহী হয় আৰু গণিতৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰি গণিত-ভ্ৰীতি দূৰ কৰিব পাৰে।
গাণিতিক জ্ঞানৰ প্ৰয়োগ কৰি শুদ্ধতা বিচাৰ ক্ষমতা, সাধাৰণীকৰণ, নিৰীক্ষণ দক্ষতা, নিৰূপিত কৰিব পৰা, যুক্তিযুক্ততা আদি প্ৰদৰ্শন কৰোৱা।
(খ) বিশিষ্ট উদ্দেশ্য :
বিভিন্ন জোখ-মাপৰ ওপৰত জ্ঞান দিয়া যাতে শিকাৰুৱে তাক জীৱনৰ কৰ্মক্ষেত্ৰত ভালদৰে প্ৰয়োগ কৰিব পাৰে।
বানিজ্যিক গণিতৰ ওপৰত জ্ঞান দিয়া।
প্ৰতীকধৰ্মী গাণিতিক ভাষাৰ সৈতে চিনাকী কৰি দি ব্যৱহাৰিক দিশত প্ৰয়োগ কৰিবলৈ শিকোৱা। (লেখ, সমীকৰণ, সূত্ৰাৱলী আদিৰ ওপৰত সম্যক জ্ঞান দিয়া)
কোনো এটি ডাটা বা তথ্যৰ প্ৰকৰণ, প্ৰদৰ্শন বিচাৰ-বিশ্লেষণ কৰি তাৰ ওপৰত যথাযথ মন্তব্য দিব পৰা।
গণিতৰ ওপৰত বিশ্বাস আৰু আস্থা প্ৰতিষ্ঠা কৰা যাতে শিকাৰুৱে গণিতৰ কথাবোৰ প্ৰয়োজনীয় বুলি সমাদৰ কৰি গণিতৰ প্ৰতি অনুৰাগী হয়।
ইয়াৰ পৰা বুজা যায় যে গণিত শিক্ষণ সকলোৰে বাবে অতি প্ৰয়োজনীয়, কিয়নো গণিত শিক্ষণে জীৱনটোক বহুতো ক্ষেত্ৰত সহজভাৱে আগুৱাই নিয়াত সহায় কৰে। আমি এইখিনিতে পুনৰ কেইগৰাকীমান মনিষীৰ বক্তব্য মন কৰিব পাৰোঁ—
“Mathematics is the door and key to the sciences.” — ৰ’জাৰ বেকন।
“বিজ্ঞান সঠিক হয় গণিত প্ৰয়োগৰ দ্বাৰাহে।” — ইমানুৱেল কাণ্ট।
“গণিত হ’ল সভ্যতাৰ ৰাজহাড়। ইয়াক আঁতৰালে আমাৰ সকলো বস্তুবাদী জগতৰ সভ্যতা পঙ্গু হৈ পৰিব।” — ইয়ং।
(উৎস:— “গণিত শিক্ষণ”, বিজয় কৃষ্ণ দেৱশৰ্মা।)
পৰীস্মিতা কাকতী।
প্ৰথম যান্মাসিক, গণিত বিজ্ঞান বিভাগ,
তেজপুৰ বিশ্ববিদ্যালয়।
[ad#ad-2]
পংকজ জ্যোতি মহন্ত
pankajjyoti.com
WhatsApp
Tweet
More
Email
Print
Tags:
গণিত শিক্ষণ
No Comments
Post A Comment
Cancel Reply
Save my name, email, and website in this browser for the next time I comment.
Δ
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License.
Please submit your article by email to : [email protected]
বিনামূলীয়া ই-বুক
More »
আৰ্কাইভ
আৰ্কাইভ Select Month August 2022 December 2021 November 2021 September 2021 June 2021 May 2021 January 2021 September 2020 August 2020 July 2020 May 2020 April 2020 March 2020 February 2020 January 2020 December 2019 November 2019 October 2019 September 2019 August 2019 July 2019 June 2019 April 2019 March 2019 August ...
শিতানসমূহ
শিতানসমূহ Select Category “গণিত বিকাশ” Fun Facts অলিম্পিয়াড ইতিহাস কাৰ্টুন কুইজ কেৰিয়াৰ গণিত পাঠ গল্প গ্ৰন্থ চিত্ৰ-সংগ্ৰহ জীৱনী নিবন্ধ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি বুদ্ধি পৰীক্ষা সঁফুৰা সমস্যা আৰু সমাধান সাক্ষাৎকাৰ
https://www.facebook.com/http://gonitsora
Recent Posts
গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ
গণিত কুইজ – ২
গণিত কুইজ – ১
ফাৰ্মা সংখ্যা: এবিধ সুন্দৰ সাজৰ সংখ্যা
Gonit Sora গণিত চ’ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We str...
দেওবাৰে বিয়লি প্ৰায় ৫ বজাত মানকাচৰৰ কঠালবাৰীত এজন গৃহৰক্ষী জোৱানৰ তৎপৰতাত আৰক্ষীয়ে এখন কফ চিৰাপ ভৰ্তি বাহন জব্দ কৰে। মানকাচৰ থানাৰ প্ৰাক্তন গৃহৰক্ষী জোৱান মাণিক লাল বাদশ্বাহ জিলাৰ সদৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধাত বজাৰ কৰিবলৈ আহি এখন বাহনৰ গতিবিধি প্ৰত্যক্ষ কৰি মাণিক লাল বাদশ্বাহৰ সন্দেহ ওপজে। বজাৰৰ পথৰ ওপৰত যথেষ্ট সংখ্যক...
বাহনখনৰ গতিবেগ দেখি গৃহৰক্ষী জোৱানজনে নিজৰ মটৰ চাইকেল লৈ প্ৰায় ৪ কিলোমিটাৰ বাট খেদি গৈ অৱশেষত কঠালবাৰীত বাহনখন জব্দ কৰিবলৈ সক্ষম হয়। অৱশ্যে বাহনখনৰ চালক আৰু এজন ড্ৰাগছ সৰবৰাহকাৰী বাহনখনৰ পৰা পলায়ন কৰে। গৃহৰক্ষী জোৱানজনে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক অৱগত কৰাত প্ৰায় ১ ঘণ্টাৰ অন্তত আৰক্ষী বিষয়া দ্বীপালী বৰুৱা চিআৰপিএফ ...
বস্তা কেইখনত মুঠ ৫০০ বটল ৰেলাক্সকফ নামৰ কফ চিৰাপ আছিল। জানিব পৰা মতে চুবুৰীয়া ৰাজ্য পশ্চিম বংগ আৰু মণিৰপুৰৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীয়ে এইদৰে নিচাযুক্ত টেবলেট, কফ চিৰাপ, ভাং, বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ মানকাচৰত আনি চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ সৰবৰাহ কৰে। মন কৰিবলগীয়া যে মাণিক লাল বাদশ্বাহ নামৰ গৃহৰক্ষী জোৱানজনৰ সাহস আৰু পদক্ষে...
0 Share
Share Tweet
Sangbad 365
Defining a fresh perspective towards news
You may also read!
Mahesh Motors : গুৱাহাটীৰ মহেশ মটৰ্ছত অল নিউ গ্ৰেণ্ড চেৰ’কি মুকলি
November 29, 2022 11 0 CommentsBy: Sangbad 365
গুৱাহাটী : গুৱাহাটীৰ মহেশ মটৰ্ছত (Mahesh Motors) অল নিউ গ্ৰেণ্ড চেৰ'কি মুকলি। বাহনখন মুকলি কৰিলে অভিনেত্রী মেঘৰঞ্জনী মেধিয়ে। এক্স
Read More...
Nagaon Police Firing : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষীয়ে : গুলীয়ালে এজন নিৰীহ যুৱকক
November 29, 2022 8 0 CommentsBy: Sangbad 365
নগাঁও : পুনৰ ভুল কৰিলে নগাঁও আৰক্ষী। নগাঁও আৰক্ষীয়ে গুলীয়ালে (Nagaon Police Firing) এজন নিৰীহ যুৱকক। নগাঁও আৰক্ষীৰ গুলীত
Read More...
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কতৃপক্ষই বহিস্কাৰ কৰিলে ১৮ জন ছাত্ৰক
November 28, 2022 9 0 CommentsBy: Sangbad 365
Shivani Saikia গুৱাহাটী : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) ভয়ংকৰ ৰেগিংৰ ঘটনা। পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসত সংঘটিত হৈছে এই ভয়ংকৰ ৰেগিংৰ<eot>চীনত মহামাৰীৰ ৰূপ লোৱা ক’ৰ’না ভাইৰাছৰ আতংকৰ পিছত দেশখনৰ দক্ষিণাঞ্চলৰ শ্বেনঝেন মহানগৰখনৰ প্ৰশাসনে নাগৰিকসকলক নিৰ্বাচিত কিছুমান জীৱ-জন্তুৰ মাংস খাবলৈহে অনুমতি দিয়াৰ...
এতিয়াও খচৰা ৰূপত থকা আইনখনত মুঠ ৯বিধ জীৱ-জন্তুৰ মাংস খাব পাৰিব বুলি কোৱা হৈছে। অনুমোদিতবোৰৰ ভিতৰত গাহৰিৰ মাংস, মুৰ্গী, গোমাংস আৰু শহাৰ মাংস লগতে মাছো আছে। ভেড়া, গাধ, হাঁহ, ৰাজহাঁহ আৰু পাৰৰ মাংস খোৱাতো অনুমোদন দিয়া হৈছে।
আনহাতে, প্ৰস্তাৱিত আইনখনত কোৱা হৈছে যে কুকুৰ আৰু মেকুৰী নিত্যসংগী পোহনীয়া পশু (pet) হিচাপে গণ্য কৰা হয়। গতিকে এইবোৰ খোৱাটো বন্ধ কৰা হ’ব।
মাংস হিচাপে জনপ্ৰিয় যদিও সাপ, কাছ আৰু ভেকুলীকো অনুমোদিত তালিকাখনৰ বাহিৰত ৰখা হৈছে।
এই সিদ্ধান্তটো লোৱা হৈছে দেশখনৰ কেন্দ্ৰীয় চৰকাৰে যোৱা ১৬ ফেব্ৰুৱাৰিত বন্যপ্ৰাণীৰ ব্যৱসায় আৰু সেইবোৰৰ মাংস খোৱা নিষিদ্ধ কৰাৰ পিছতে।
চীনৰ বিজ্ঞানীসকলে এইটো সন্দেহ প্ৰকাশ কৰি আহিছে যে নতুন মাৰাত্মক ভাইৰাছবিধ জন্তুৰ পৰাই মানুহলৈ বিয়পিল। জানিব পৰামতে, প্ৰথম প্ৰথম ধৰা পৰা সংক্ৰমণ দেখা গৈছিল হুবেই প্ৰদেশৰ ৰাজধানী চহৰ য়ুহানত থকা বন্যপ্ৰাণীৰ বজাৰখনৰ সংস্পৰ্শত থকা লোকৰ গাত। এই বজাৰখনত বাদুলী, সাপ, চিভেট (জহামাল জাতীয় এবিধ জন্তু) আদি বিক্ৰী হয়।
“বনৰীয়া জীৱ-জন্তুৰ মাংস খোৱা নিষিদ্ধ কৰাটো উন্নত দেশবোৰত এটা সাধাৰণ নিয়ম আৰু আধুনিক সভ্যতাৰ এটা সৰ্বজননী প্ৰয়োজন”, জাননীখনত কোৱা হয়।
এই সম্ভাৱনা দেখা গৈছে যে শ্বেনঝেন মহানগৰ প্ৰশাসনৰ এই নীতিয়ে এতিয়া চুবুৰীয়া আন আন মহানগৰকো এই ধৰণৰ আইন কৰিবলৈ উৎসাহিত কৰিব পাৰে।
উল্লেখযোগ্য যে চীনত ২০০০বিধততকৈও অধিক সংৰক্ষিত বন্যপ্ৰাণী আছে।
দেশখনত সংৰক্ষিত বন্যপ্ৰাণীৰ মাংস খালে প্ৰায় ২,৮৫০ ডলাৰ জৰিমনাৰ ব্যৱস্থা আছে।
Recent News
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...