text stringlengths 0 188k |
|---|
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক |
সম্পাদকীয় |
October 24, 2022 October 24, 2022 0 |
সম্পাদকীয় : শিশুমনৰ অনুভূতিপ্ৰৱণতা |
September 18, 2022 September 19, 2022 0 |
সম্পাদকীয়ঃ স্বাধীনতা ইত্যাদি |
August 21, 2022 August 21, 2022 0 |
সম্পাদকীয়ঃ প্ৰকৃতিৰে ভাৰসাম্য ৰক্ষা কৰিহে উন্নয়ন সম্ভৱ |
July 18, 2022 July 23, 2022 0 |
সম্পাদকীয়ঃ বজাৰ অৰ্থনীতি আৰু অসমীয়া ভাষা |
June 16, 2022 June 16, 2022 0 |
গুৱাহাটী: বৰ্তমান আৰু ভবিষ্যত |
May 22, 2022 June 9, 2022 0 |
সম্পাদকীয় |
April 23, 2022 April 23, 2022 0 |
প্ৰবাসী অসমীয়াৰ মনৰ কথা |
March 19, 2022 April 13, 2022 0 |
ভাষাই মানুহৰ মনক শুশ্ৰূষা কৰে |
February 17, 2022 March 26, 2022 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>শুই থাকোতে দেহে আমি খোৱা পানীখিনি ব্যৱহাৰ কৰি পেলায়। সেয়ে পুৱা সাৰ পোৱাৰ সময়ত পানী সেৱনে ইয়াক ৰিহাইড্ৰেট কৰে। |
শুই থকাৰ সময়ত ৰাতিটোৰ ভিতৰতে মুখ গহ্বৰৰ বেক্তেৰিয়াসমূহ বহুগুণে বৃদ্ধি পায়। পুৱাই পানী সেৱনে মুখৰ ভিতৰভাগ পৰিস্কাৰ কৰি তোলে। |
তাৰোপৰি, পানী সেৱনৰ পিছত ব্ৰাছ কৰা কামটো অধিক ফলদায়ক হয়। |
পুৱাই পানী সেৱনৰ গেষ্ট্ৰাইটিছ, বদহজমৰ পৰা আৰম্ভ কৰি ৰক্তচাপ, চুগাৰ আৰু দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰতো ধনাত্মক প্ৰভাৱ আছে। |
Recent News |
বাংগালুৰুত যুৱকক শিলেৰে আক্ৰমণ কৰি হত্যা ছয়জনীয়া দলৰ: কেমেৰাত বন্দী নৃশংস আক্ৰমণৰ দৃশ্য |
খোৱাঙত বাঘৰ আতংক: বাগিচাত কৰ্মৰত অৱস্থাত নাহৰফুটুকীৰ আক্ৰমণত দুই মহিলা আহত |
গুজৰাটৰ মৰ্বি দলং দুৰ্ঘটনা সন্দৰ্ভত ভুৱা টুইট: ৮ ডিচেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ তৃণমূল নেতা চাকেত গোখলেক |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>HOME/ SPORTS/ CRICKET/ INTERNATIONAL SERIES/KOHLI REVEALS WHY HARDIK PANDYA IS NOT BOWLING IN ODI SERIES VS ENGLAND |
Koo_Logo Versions |
. |
চলি থকা এদিনীয়াত কিয় হাৰ্দিকে বলিং কৰা নাই ! |
Published on: Mar 27, 2021, 6:38 PM IST |
Koo_Logo Versions |
চলি থকা এদিনীয়াত কিয় হাৰ্দিকে বলিং কৰা নাই ! |
Published on: Mar 27, 2021, 6:38 PM IST |
ভাৰত বনাম ইংলেণ্ডৰ এদিনীয়া শৃংখলাত ভাৰতৰ অন্যতম অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই বলিং নকৰাক লৈ বিভিন্ন মহলত চৰ্চা অব্যাহত আছে । ইয়াৰ পিছতে হাৰ্দিকক বলিং কৰিবলৈ নিদিয়া বিষয়কলৈ প্ৰথমবাৰলৈ মুখ খুলিলে অধিনায়ক বিৰাট কোহলীয়ে । |
স্পৰ্টছ ডেস্ক,২৭ মাৰ্চ: ভাৰত আৰু ইংলেণ্ডৰ মাজত এদিনীয়া শৃংখলা চলি আছে । ইতিমধ্যে তিনিদিনীয়া শৃংখলাটোত ভাৰত আৰু ইংলেণ্ড উভয় দলে এখনকৈ খেলত বিজয় সাব্যস্ত কৰিছে । কিন্তু এদিনীয়া শৃংখলাটোত ভাৰতৰ অন্যতম অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই বলিং নকৰাকলৈ বিভিন্ন মহলত চৰ্চা অব্যাহত আছে । |
আইপিএল আৰু টি-২০ত বলিঙেৰে সুন্দৰ প্ৰদৰ্শন কৰা হাৰ্দিক পাণ্ডিয়াক এই শৃংখলাত বলিং কৰিবলৈ নিদিয়াকলৈ বহুতে সমালোচনা কৰাও দেখা গৈছে ভাৰতীয় দলটোক । ইয়াৰ মাজতে এই বিষয়কলৈ মুখ খুলিলে অধিনায়ক বিৰাট কোহলীয়ে । কোহলীয়ে খেলৰ পিছৰ এক সংবাদমেলত কয় যে হাৰ্দিকক বলিং কৰিবলৈ দিয়া বিষয়টো দলৰ মেনেজমেন্টে পৰিচালনা কৰি আছে । তেওঁৰ শৰীৰৰ ওপৰত চাপৰ কথা চিন্তা কৰা হৈছে । যাতে তেওঁৰ ওপৰত অধিক চাপ নপৰে সেয়ে কোনটো পৰ্যায়ত তেওঁক বলিং কৰিবলৈ দিয়া উচিত হ'ব সেয়াও নিৰীক্ষণ কৰা হৈ আছে । |
আনহাতে বিৰাট কোহলীয়ে ইয়াকো উল্লেখ কৰে যে যিহেতু অহা আগষ্ট মাহত ইংলেণ্ডৰ সৈতে পুনৰ টেষ্ট শৃংখলাত অৱতীৰ্ণ হ'ব ভাৰত সেয়ে হাৰ্দিক পাণ্ডিয়া সুস্থ হৈ থকাটো অতি প্ৰয়োজন । উল্লেখ্য যে ২০১৯ চনত এক অস্ত্ৰোপচাৰৰ সন্মুখীন হৈছিল হাৰ্দিক পাণ্ডিয়া আৰু তাৰ পিছতে আইপিএলত যোগদান কৰিছিল খেলুৱৈ গৰাকীয়ে ।<eot>‘’বি টি চিত মই আৰু বিপিএফ থকালৈ কেতিয়াও বড়োলেণ্ড নহয়। এবছু আৰু এন ডি এফ বি (প্ৰ)য়ে বড়োলেণ্ডৰ দাবীত আন্দোলন কৰি আছে যদিও কোনোদিন বড়োলেণ্ড নহ’ব। এবছুক নিজৰ সম্পত্তি বুলি ভাবি প্ৰমোদ বড়োৱে বড়ো ৰাইজক আন্দোলনত জড়িত কৰি বড়ো জাতিক বিক্ৰী কৰি আহিছে,’’- বি টি চিৰ মুখ্য কাৰ্যবাহী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এইদৰে মন্তব্য কৰে। |
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ সদৰত শুকুৰবাৰে দুপৰীয়া ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বি পি এফৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অনুষ্ঠিত এখন সভাত দহ সহস্ৰাধিক লোকৰ উপস্থিতিত দিয়া ভাষণত বিটিচিৰ মুখ্য কাৰ্যবাহী তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এইদৰে কয়। |
হাগ্ৰামাই ভাষণ প্ৰসংগত আৰু কয় যে বি পি এফ দল সকলো জাতি-জনগোষ্ঠীৰ লোকৰ দ্বাৰা গঠিত দল। সেয়েহে, বি পি এফৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্ম বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত। তেওঁক সকলো জাতি-জনগোষ্ঠীয় লোকৰ ভোটাৰসকলক ওলাই আহি বি পি এফৰ প্ৰাৰ্থীগৰাকীক ভোটদান কৰিবলৈ মহিলাৰীয়ে আহ্বান জনায়। |
মহিলাৰীয়ে লগতে এবছুক তীব্ৰ সমালোচনা কৰি কয়, ‘’এবছুৱে বড়ো জাতি তথা সমাজৰ বাবে একো কৰিব পৰা নাই। কেৱল বড়োলেণ্ডৰ নামত ৰাইজক বিভ্ৰান্ত কৰি আছে। তেওঁলোকে যিমানেই আন্দোলন নকৰক কিয় বি টি চিত কেতিয়াও পৃথক বড়োলেণ্ড ৰাজ্য গঠন নহয়।‘’ |
আনহাতে, সমাৱেশত ভাষণ দি ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এবছুৱে ৰাজনীতি কৰি ৰাইজক ঠগাই অহা বুলি সমালোচনা কৰে। |
ইপিনে, এই সভাতে বিভিন্ন দল-সংগঠনৰ ৩৯৩ কৰ্মী-সদস্য-সমৰ্থকে বি পি এফত যোগদান কৰে। সভাত বি টি চিৰ কাৰ্যবাহী সদস্য ক্ৰমে গণেশ কছাৰী, দেৱেন বড়ো, মহেশ্বৰ বসুমতাৰী, জগদীশ সৰকাৰ, বিধায়ক মনেশ্বৰ বড়ো, থানেশ্বৰ বসুমতাৰীকে ধৰি বি পি এফৰ দলীয় নেতা-কৰ্মীসকল উপস্থিত থাকে। |
Recent News |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>বিৰোধী আৰু সমালোচকৰ প্ৰতি সদায়ে ইতিকিংসূচক আৰু গৰল সদৃশ মন্তব্য আগ বঢ়াই অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজনৈতিক সন্ত্ৰাসবাদী আখ্যা দিছে কংগ্ৰেছ নেতা দুৰ্গাদাস বড়োৱে। কামৰূপৰ শিঙীমাৰিত হোৱা এখন নিৰ্বাচনী সভাত বড়োৱে হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনাৰে থকাসৰকা কৰে। |
হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন সময়ৰ স্ববিৰোধ স্থিতি আৰু মন্তব্যবোৰৰ যথাৰ্থতাৰ ওপৰতো প্ৰশ্ন কৰে বড়োৱে। তেওঁ দল আৰু স্থিতি সলনি হ’লেই মন্তব্যবোৰ সলনি হয় আৰু আক্ৰমণৰ লক্ষ্য সলনি হয় বুলি কয়। |
“হিমন্তই আজি কোৱা কথাবোৰ সত্য নে তিনি বছৰ আগতে কোৱা কথাবোৰ সত্য?” দুৰ্গাদাস বড়োৰ প্ৰশ্ন। |
হিমন্তৰ ভিন্ন সময়ৰ ভিন্ন অৱস্থান সন্দৰ্ভত দুৰ্গাদাস বড়োৱে প্ৰশ্ন তুলি কয় “কোনজন হিমন্ত বিশ্ব শৰ্মা সত্য?” |
“সদৌ অসম ছাত্ৰ সন্থাত থকা হিমন্ত বিশ্ব সত্য নে গণ সংগ্ৰাম পৰিষদত প্ৰফুল্ল মহন্ত আৰু ভৃগু কুমাৰ ফুকনৰ সৈতে থকা হিমন্ত বিশ্ব সত্য নে তিনি বছৰ আগলৈকে কংগ্ৰেছত থকা হিমন্ত সত্য?” বড়োৱে আকৌ কয়, “এতিয়াৰ বিজেপিত থকা হিমন্ত সত্য নে আলফাৰ মিডলমেন হৈ থকা সময়ৰ হিমন্ত সত্য?” |
আনহাতে কংগ্ৰেছ নেতাজনে হিমন্তক ৰাজনৈতিক সন্ত্ৰাসবাদী বুলি স্পষ্টকৈ অভিহিত কৰে। |
“উগ্ৰবাদীসকলক যেনেকৈ ইংৰাজীত টেৰৰিষ্ট বুলি কোৱা হয়, সেইদৰে হিমন্ত বিশ্ব হৈছে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ‘পলিটিকেল টেৰৰিষ্ট’ অৰ্থাৎ ৰাজনৈতিক সন্ত্ৰাসবাদী।” দুৰ্গা বড়োৱে কয়। |
ইয়াৰ উদাহৰণ দাঙি ধৰি দুৰ্গা বড়োৱে কয়, “হিমন্তই কংগ্ৰেছত থাকোতে যেনেকৈ ৰাজনৈতিক সন্ত্ৰাস সৃষ্টি কৰিছিল, মোদীৰ ৰাজ্যত পানীৰ পাইপেৰে তেজৰ সোঁত বয় বুলি কৈছিল, একেদৰে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰসভাত অগপই ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈ ১ কোটি বাংলাদেশীক স্বদেশী কৰিছিল বুলি প্ৰচাৰ চলাইছে।” |
উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনৰ আগে আগে অগপ এৰি বিজেপিত যোগদান কৰা দুৰ্গাদাস বড়োৱে আজি দলটোৰ হৈ কামৰূপৰ শিঙীমাৰিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাইছিল। বড়োৱে প্ৰচাৰসভাত উপস্থিতসকলক উদ্দেশ্যি উদাত্ত ভাষণ দিয়ে। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.