text stringlengths 0 188k |
|---|
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
এইখিনি কথা আজিলৈকে কাৰো আগত ক’ব পৰা নাই, আনকি একেবাৰে ঘনিষ্ঠ জনকো৷ এয়া মোৰ জীৱনৰ একান্ত ব্যক্তিগত এক অধ্যায়, অথচ সেই অধ্যায় আজি সমূহীয়া কৰি দিব মন গ’ল৷ কিছুমান কথা উকমুকাই থাকি কষ্ট দিয়ে, কাৰোবাৰ আগত প্ৰকাশ কৰিলে মনোকষ্ট যেন আংশিক লাঘৱ হয়৷ ভবা নাছিলো এইবোৰ কথা কেতিয়াবা কাৰোবাক ক’ম, কিন্তু জীৱন আৰু সময়ে দিয়া বিভিন্ন অভি... |
সেয়া আছিল ১৯৯৬ চনৰ শেষৰ পিনৰ কথা৷ মোৰ শৰীৰত প্ৰথম মাতৃত্বৰ অনুভৱ৷ অসুস্থ শৰীৰ যদিও মানসিক সুখ, আবেগ আৰু অনুভূতিয়ে অসুস্থতাক তুচ্ছ কৰিছিল৷ প্ৰতিমাহে তেজপুৰলৈ গৈ চিকিৎসকৰ দিহা পৰামৰ্শ মৰ্মে ঔষধ আদি নিয়মীয়াকৈ ব্যৱহাৰ কৰিছিলো৷ জুন মাহৰ ৰুটিন ছেকআপৰ বাবে যাঁওতে চিকিৎসকে যেন সন্দেহজনক কিবা এটা পালে আৰু সেইদিনা আবেলি তেখেতৰ ন... |
অষ্টমদিনা কিছু সুস্থ হোৱাত ঘৰলৈ উভতিলো খালী হাতেৰে৷ ঘৰ সোমাই কান্দি দিছিলো, মোৰ কোঠাত সজাই থোৱা কেচুৱাৰ ফটোখন ইতিমধ্যে আঁতৰাই নিয়া হৈছিল৷ ঘৰৰ পৰিবেশ বিষণ্ণ হৈ পৰিছিল৷ ইতিমধ্যে মোৰ শৰীৰত মাতৃত্বৰ বাবে হোৱা পৰিবৰ্তন সমূহক চিকিৎসা পদ্ধতিৰে কৃত্ৰিম উপায়েৰে বন্ধ কৰি দিয়া হৈছিল৷ উস! কি নিদাৰুণ যন্ত্ৰনা! কেইদিনমানৰ পিছত ঘৰত এ... |
এমাহমান গ’ল৷ মই কিছু পৰিমাণে শাৰীৰিকভাৱে সুস্থ হ’লো৷ Hydrocephalus ৰোগত আক্ৰান্ত মোৰ ল’ৰাটো গৰ্ভতে মৃত আছিল৷ শেষৰ বাৰ শৰীৰ পৰীক্ষা কৰিব যাঁওতে তাৰ heart beat ৰ উমান পোৱা নগৈছিল বাবে পৰবৰ্তী ব্যৱস্থা চিকিৎসকজনে লবলগীয়া হ’ল৷ |
ল’ৰাটো মই নেদেখাকৈয়ে হেৰুৱালোঁ৷ চাকৰিয়াল মহিলা হিচাপে মাতৃত্বৰ ছুটীও আবেদন কৰিব নোৱাৰিলো৷ এক মাহৰ medical leave ললো৷ বহুদিনৰ পিছত ছুটী লোৱা টকাকেইটা মোৰ হাতত পৰিল৷ অন্তৰে কান্দি উঠিল৷ ২০ টকীয়া নোটৰ বাণ্ডিল এটাৰ পৰা ১০খন কাগজী নোট খাম এটাৰ ভিতৰত থৈ ফাইলটোত থলো৷ ল’ৰাটোৰ মুখখন দেখা নাপালো, চুই নাপালোঁ, চুমা এটাও দিব নোৱাৰ... |
মানসী দেৱী |
← তথাপিও তোৰ প্ৰেমত পৰোঁ, জীৱন -ৰশ্মিৰেখা ভূঞা |
ধোঁৱাময় দুনীয়াৰ ভয়াবহতা – কৌশিক তালুকদাৰ → |
You May Also Like |
চাৰ (অনন্ত বৰা) |
November 21, 2016 0 |
আমাৰ ঘৰৰ শেৱালিজুপি (নিকুঞ্জ কাশ্যপ) |
October 14, 2016 0 |
এটা টেলিফ’নৰ কথাৰে (নীলোৎপল শৰ্মা) |
August 14, 2014 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>তাই আহোম ছাত্ৰ সন্থা আৰু ছয় জনগোষ্ঠী সমন্বয়ৰক্ষী সমিতিয়ে আজিৰ পৰা আহ্বন জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ পূৰ্ণ প্ৰভাৱ পৰে শিৱসাগৰত। বন্ধৰ ফলত জিলাখনত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হোৱা পৰিলক্... |
ৰাতিপুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা বন্ধৰ সময়চোৱাত পুৱাৰে পৰা দোকান পোহাৰ, অনুষ্ঠান-প্রতিষ্ঠান, বিদ্যালয় আদিৰ লগতে চৰকাৰী-বেচৰকাৰী সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হোৱা দেখা যায়। |
উল্লেখ্য যে , যোৱা ২০ জুলাইত দিল্লীত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৬ জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ মাজত অনুষ্ঠিত হোৱা বৈঠক সম্পূৰ্ণ ৰূপে বিফল হোৱা আৰু বাৰে বাৰে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ নামত কৰি অহা প্ৰতাৰণাৰ প্ৰতিবাদত আটাছু আৰু ৬ জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিয়ে ২৩ আৰ ২৪ জুলাইত ৪৮ ঘন্টীয়া ব... |
কিন্তু লক্ষ্যণীয়ভাৱে আজি আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই জনায় যে অসমৰ ৰাইজৰ অনুৰোধ আৰু পূৰ্বতে নিৰ্ধাৰিত হৈ থকা বিভিন্ন পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ যাতে কোনো অসুবিধা নহয় সেয়ে আমি এই বন্ধ ৪৮ ঘণ্টাৰ পৰা ১২ ঘন্টালৈ হ্ৰাস কৰিছো। আজি বিয়লি ৫ বজাত এই বন্ধৰ কাৰ্য্যসূচী অন্ত পৰিব। |
ডিমৌৰ ৰাজপথত বন্ধ সমৰ্থকৰ প্ৰতিবাদ |
আনহাতে তাই আহোম ছাত্ৰ সন্থাই আহ্বান জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ কাৰ্যসূচী সফল কৰিবলৈ আজি ডিমৌ আঞ্চলিকৰ সদস্য সকলে পুৱাই ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। |
ইফালে মৰাণত প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই বন্ধৰ সমৰ্থন কৰে যদিও প্ৰতিবাদকাৰীসকলে কেইবাখনো গাড়ীৰ ক্ষতি সাধন কৰে বুলি জানিব পৰা গৈছে। |
ডিমৌ আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল জাতিৰ স্বাৰ্থত সকলো অসমবাসীকে অসম বন্ধটো সফল কৰিবলৈ আহ্বান জনায়। |
Recent News |
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে |
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ৰাজ্যৰ মাদ্ৰাছা শিক্ষানুষ্ঠানসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ: গুৱাহাটী উচ্চ ন্যায়ালয় |
The CrossCurrent Feb 5, 2022 |
ৰাজ্যৰ মাদ্ৰাছাসমূহ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব। শুকুৰবাৰে অসম চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ মাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০২০ চনত অসম চৰকাৰে মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে আনিছিল নতুন আইন। মাদ্ৰাছা-সংস্কৃত শিক্ষা বন্ধ কৰি… |
জনপ্ৰিয় |
ঐ ৰাম দীপাংক নাথৰ বিয়াহে… |
বিশ্ৱ কাপ ফুটবল: গ’ল্ডেন বুটৰ দৌৰত এমবাপে, পিছে পিছে মেছি |
প্ৰধানমন্ত্ৰীয়ে ফোন কৰা কৃপাল পাৰমাৰৰ কি হ’ল ? |
হাত-ঝাড়ু বাদ,পদুমতেই বিশ্বাস |
‘মোৰ মনত ভেদ ভাৱ নাই অ আল্লা…’ |
পদুম দলিয়াই ‘হাত’ত ধৰিলে হিমাচলীয়ে |
- Advertisement - |
You're visiting the official website of The Cross Current, an independent digital media platform based in Guwahati, Assam. We bring you the latest news from in and around Assam and North Eastern Region of India.<eot>কালী পূজাৰ প্ৰাকক্ষণত এটা বিষয়লৈ মন কৰেনে ? অন্যান্য প্ৰতিমাৰ দৰে কালীৰ প্ৰতিমাক বস্ত্ৰ পৰিধান কৰোৱা নহয়... |
কালী দেৱীৰ বহুকেইটা ৰূপৰ কথা শাস্ত্ৰত উল্লেখ আছে। দক্ষিণাকালী, ভদ্ৰকালী, সিদ্ধকালী, গুহ্যকালী আদি নামেৰে কালীক পূজা কৰা হয়। সকলোবোৰৰ মাজত দক্ষিণাকালীৰ ৰূপকেই সৰ্বাধিক পূজা কৰা হয়। এই ৰূপত দেৱীৰ হাতত থাকে এটা ছিন্ন নৰমুণ্ড। আনখন হাতত তৰোৱাল। দেৱীৰ গাৰ বৰণ কলীয়া মেঘৰ দৰে। দিগম্বৰী ৰূপেৰেই আৰাধনা কৰা হয় মা কালীক। |
উল্লেখ্য যে কালী আদিশক্তি। তেওঁ কাল বা সময়তকৈ ওপৰত। এই অনন্তকালক কাপোৰে কেতিয়াও বান্ধি ৰাখিব নোৱাৰে। সেয়ে কালী দেৱী সদায়ে নগ্ন। আনহাতে আন একাংশই কয়, কালী হৈছে শক্তিৰ প্ৰতীক। শক্তিক কোনো আৱৰণেৰে আবদ্ধ কৰিব নোৱাৰি। সেয়ে নগ্ন ৰূপতেই এই শক্তিক পূজা কৰা হয়। ভাৰতীয় সেৱাশ্ৰম সংঘই প্ৰকাশ কৰা গ্ৰন্থ ‘দুই দেৱী’ ত কালীৰ এই ৰূপৰ ব... |
আৰু পঢ়ক |
>> কেৱল সোণেই নহয়, ধনতেৰাছত কিনিব লাগে ঝাড়ু ! সেইদিনা কিয় ঝাড়ু কিনাৰ পৰামৰ্শ দিয়া হয় ? |
>> মঙলবাৰে কৰক এই ৫টা বিশেষ কাম, ৰামভক্ত হনুমানৰ কৃপাত সকলো সমস্যা নিশ্চয় শেষ হ’ব |
ইপিনে দক্ষিণাকালীৰ ৰূপৰ বিষয়ে শাস্ত্ৰত থকা অনুযায়ী কালীয়ে তেওঁৰ বাওঁ ভৰিখন স্বামী শিৱৰ বুকুত ৰাখিছে। সেই সময়তেই কালী বিবস্ত্ৰা। তেওঁ সেই সময়ত ডিঙিত পৰিধান কৰিছে নৰমুণ্ডৰ মালা। কোৱা হয় সৃষ্টি আৰু ধ্বংসৰ মাজত ক্ৰিয়াশীল যি শক্তি সেয়া কালজয়ী। এই শক্তিৰ জীৱন্ত প্ৰতীক মা কালী। সেয়ে কালীক কোনো আৱৰণেই ঢাকি ৰাখিব নোৱাৰে। তেওঁ দ... |
এই কথা নিশ্চিত যে এক সুচিন্তিত কৰ্মপন্থাৰেহে পানীৰ এই সম্ভাব্য গোলকীয় সংকটৰ সমাধান সূত্ৰ উদ্ভাৱন কৰিব পৰা যাব৷ তাৰ বাবে প্ৰয়োজন হ’ব বিশ্বৰ চুকে-কোণে প্ৰতিজন লোকৰে মাজত এই বিষয়ক লৈ সজাগতাৰ সৃষ্টি হোৱাটো৷ এই উদ্দেশ্য আগত ৰাখিয়েই ১৯৯২চনত ব্ৰাজিলৰ ৰিঅ’ দ্য জেনেৰিঅ’ চহৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনত জল সং... |
বিশ্ব জল দিৱস, ২০১৫ : পানী আৰু বহনক্ষম উন্নয়ন |
বহনক্ষম উন্নয়নৰ ধাৰণাটোৰ মূল অভিকেন্দ্ৰই হৈছে পানী৷ জলসম্পদৰাজি আৰু ই আগবঢ়োৱা সেৱাসমূহে দৰিদ্ৰতা দূৰীকৰণ, অৰ্থনৈতিক বিকাশ আৰু পাৰিৱেশিক বহনক্ষমতা শক্তিশালী কৰে৷ খাদ্য আৰু শক্তি নিৰাপত্তা সুনিশ্চিত কৰাৰ পৰা মানৱ জাতিৰ স্বাস্থ্য আৰু সুস্থ পৰিৱেশ বৰ্তাই ৰখালৈকে পানীয়ে সদায়েই সামাজিক কল্যাণ আৰু সৰ্বাত্মক বিকাশৰ প্ৰক্রিয়া উ... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.