text
stringlengths
0
188k
শেহতীয়া
জনপ্ৰিয়
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে...
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ...
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক...
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স...
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#...
মন্তব্য
Archive
Archive December (3) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2)
Sponsor
AD BANNER
সাহিত্য
Tags
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>সুস্থ হৈয়ে শিৱসাগৰ জি...
যোৱা ২৯ মাৰ্চত বিষক্ৰিয়াত আক্ৰান্ত হোৱা শগুনকেইটাক কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল৷ কেন্দ্ৰটোৰ চিকিৎসাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে অসুস্থ চৰাইকেইটাৰ।
গৰুৰ মৃতদেহ ভক্ষণ কৰি প্ৰায় অৰ্ধ শতাধিক শগুনৰ মৃত্যুৰ পিছত মুমুৰ্ষু অৱস্থাত ৩৪টা শগুন কেন্দ্ৰটোলৈ অনা হৈছিল। ইয়াৰে ১টাৰ কেন্দ্ৰলৈ আনি থকা সময়ত আৰু ২টা শগুনৰ কেন্দ্ৰটোত মৃত্যু হৈছিল।
১টা শগুন এতিয়াও সুস্থ নোহোৱাৰ বাবে ৩০টা শগুনহে ডিমৌত মুকলি কৰি দিয়া হৈছে৷ বিষক্ৰিয়াত আক্ৰান্ত শগুনকেইটা আছিল অতি বিৰল হিমালয়ান গ্ৰিফন প্ৰজাতিৰ।
শগুনকেইটাক এতিয়া পুনৰ ডিমৌৰ নিৰ্দিষ্ট বসতিস্থলতে মুকলি কৰি দিয়া হৈছে৷
শগুনকেইটা মুকলি কৰাৰ পিছত স্থানীয় পানীদিহিং কনিষ্ঠ মহাবিদ্যালয়ত এক বিশেষ সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকৰ উপৰিও অনুষ্ঠানটোত শিৱসাগৰৰ উপায়ুক্ত আৰু বন সংমণ্ডল প্ৰাধিকাৰীও উপস্থিত থাকে৷
শগুনকেইটা মুকলি কৰাৰ সময়ত শিৱসাগৰৰ উপায়ুক্ত এছ লক্ষ্মণন, বন সংমণ্ডল বিষয়া জয়শ্ৰী নাইডুংগে, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ৰথীন বৰ্মন আৰু পৰিচৰ্য্যা কেন্দ্ৰটোৰ পশু চিকিৎসক ডা৹ চামচুল আলী উপস্থিত থাকে৷
কাজিৰঙাস্থিত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰটো বনবিভাগ আৰু আগশাৰীৰ সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াই পৰিচালনা কৰে।
Recent News
শিক্ষাবৰ্ষ আৰম্ভ হ’ব গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত, UGCৰ সেউজ সংকেট লাভ
ছত্তীশগড়ত পুৱতি নিশাৰ অভিযানত নিহত মহিলা কেডাৰসহ তিনি মাওবাদী সদস্য
ইলন মাস্কৰ প্ৰশংসা কৰি সমালোচনাৰ সন্মুখীন লেখিকা তছলিমা নাছৰিন
ভীমা কোৰেগাঁও গোচৰ: অৱশেষত কাৰামুক্ত হ’ল আনন্দ টেলটুম্বডে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
চৰকাৰ গঠন সন্দৰ্ভত কেন্দ্ৰৰে বৈঠক যোগী আদিত্যনাথৰ
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দেওবাৰে ৰাজধানী দিল্লীত (CM Yogi Adityanath will visit the national capital today) উপস্থিত হ’ব ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে নতুন দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) শীৰ্ষ নেতৃত্বৰ সৈতে চৰকাৰ গঠন সন্দৰ্ভত আলোচনাত মিলিত হ’ব ৷
Brutal murder in Dibrugarh: ধলাজান চাহ বাগিচাত ৪ বছৰীয়া শিশুক ডিঙি কাটি হত্যা
ৰহমৰীয়াৰ ধলাজান চাহ বাগিচাত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড (Brutal murder in Dibrugarh) ৷ ৩৫ বছৰীয়া শোনিত তাঁতীয়ে ডিঙি কাটি হত্যা কৰে এটি ৪ বছৰীয়া শিশুক ৷ তাৰ পাচতে ক্ষুব্ধ হৈ পৰে অঞ্চলটোৰ ৰাইজে ৷ ক্ষুব্ধ ৰাইজে ৰাজহুৱাভাৱে হত্যা কৰি জ্বলাই দিয়ে অভিযুক্ত শোনিত তাঁতীক ৷
HSLC exam 2022 : বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে পৰীক্ষাৰ পৰা বঞ্চিত ছাত্ৰী
হোজাই জিলাৰ লংকাত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বঞ্চিত এগৰাকী ছাত্ৰী (a student deprives from hslc examination of Assam) । শিক্ষকসকলৰ গাফিলতৰ বাবে পৰীক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ছাত্ৰীগৰাকীৰ অভিভাৱকৰ । আনকি লংকাত হাইস্কুলৰ প্ৰধান শিক্ষকে ধনৰ প্ৰলোভন দিয়াৰ অভিযোগ তৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালে ।
Devastating fire in Sivsagar : শিৱসাগৰত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত 3 খন বিপণী
শনিবাৰে নিশা প্ৰায় 12 বজাত বকতা অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire incident at Bokota) । এই অগ্নিকাণ্ডত জাহ যায় তিনিখনকৈ বিপণী (Devastating fire in Sivsagar) ৷ ফলত সৰ্বস্বান্ত হৈ পৰিছে তিনিটাকৈ পৰিয়াল ৷ ইফালে ৰাইজৰ অভিযোগ, ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীৰ লোকক খবৰৰ দিয়াৰ পাচতো ঘটনাস্থলীত উপস্থিত নহ’ল অ...
Eviction Drive at Animal Corridor : কি ক’লে বনমন্ত্ৰীয়ে ?
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিড’ৰৰ উচ্ছেদ সম্পৰ্কে মন্তব্য বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ (Forest Minister Parimal Suklabaidya) ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলে পূৰ্বৰে পৰা বিচৰণ কৰা কাষৰীয়া অঞ্চলসমূহ মুক্ত কৰি ৰখাৰ পোষকতা মন্ত্ৰীগৰাকীৰ ৷ উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ দাবী বনমন্ত্ৰীৰ ৷
বৰমাত "মৰাপাগলাদিয়া সাহিত্য বঁটা" প্ৰদান অনুষ্ঠান
এইবছৰ বৰমাৰ বিশিষ্ট সাহিত্যিক, গৱেষক ড৹ নৃপেন্দ্ৰ নাথ শৰ্মাক প্ৰদান কৰা হয় মৰাপাগলাদিয়া সাহিত্য বঁটা (Marapagladia Sahitya Award to Nripendra Nath Sharma) । অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত । মৰাপাগলাদিয়া নৈৰ প্ৰদূষণ ৰোধৰ বাবে ৰাইজক ব্যৱস্থা গ্ৰহণৰ আহ্বান । বৰমা অঞ্চলৰ বাতৰি কাকত বিতৰকসকলকো সম্বৰ্ধ...
Road accident at Dikom : ডিকম নাদুৱা বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 1
ডিকম নাদুৱা বাইপাছত এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Dikom) ৷ ডিকম বাইপাছত এখন চাৰিচকীয়া বাহনে দোকানসহ মহটিয়াই নিয়ে এজনক ৷ ফলত থিতাতে নিহত হয় এজন ৷
Budget session : ছোনিয়া গান্ধীৰ অধ্যক্ষতাত আজি কংগ্ৰেছৰ সংসদীয় গোটৰ বৈঠক
বাজেট অধিৱেশনৰ দ্বিতীয় অংশৰ পূৰ্বে কংগ্ৰেছ সংসদীয় কমিটীৰ বৈঠক (Congress meeting before 2nd part of budget session) । ছোনিয়া গান্ধীয়ে আহ্বান জনাইছে বৈঠকৰ । বিৰোধী কংগ্ৰেছৰ ৰণনীতি সম্পৰ্কে এই বৈঠকত আলোচনা কৰাৰ সম্ভাৱনা ।
মহানগৰীৰ বিৰুবাৰীত পিতৃ-কন্যাক দাৰে আক্ৰমণ ভূ-মাফিয়াৰ
মহানগৰীৰ বিৰুবাৰীত বিৰুবাৰী ৰামকৃষ্ণ মিছনৰ সমীপত সংঘটিত ভূমিকেন্দ্ৰীক সংঘাত(Land clash at Birubari in Guwahati) ৷ পিতৃ-কন্যাক দাৰে আক্ৰমণ এজন ভূ-মাফিয়াৰ ৷ শনিবাৰে বিয়লি ৪ বজাত সংঘটিত হয় এই ঘটনা ৷ ধৃত ভূ-মাফিয়াৰটোৰ নাম দিলীপ সিং ওৰফে গুদু বুলি জানিব পৰা গৈছে ৷<eot>আপুনি জানেনে গোটেই বিশ্বত প্ৰতি ৪০ চেকেণ্ডত এটি আত্মহত্য...
বিশ্বত সৰ্বোচ্চ আত্মহত্যা কৰা দেশ ইউৰোপৰ লিথুৱানিয়াত প্ৰতিবছৰে প্ৰতি এক লাখ জনসংখ্যাৰ ৪২জনে আত্মহত্যা কৰাৰ বিপৰীতে ভাৰতবৰ্ষত এই সংখ্যা ১১জন৷ বিশ্বজুৰি এক সজাগতা অনাৰ উদ্দেশ্যৰে প্ৰতিবছৰে ১০ ছেপ্তেম্বৰৰ দিনটো “বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিবস” হিচাপে পালন কৰা হয়৷ বাতৰি কাকতেই হওক বা আন সংবাদ মাধ্যমেই হওক এনে এটা দিন পোৱা...
আত্মহত্যাৰ ইংৰাজী ‘চুইচাইড’ শব্দটোৰ উৎপত্তি লেটিন ‘চুইচাইডিয়াম’ৰ পৰা আহিছে – যাৰ অৰ্থ হ’ল নিজে নিজকে বধ কৰা৷ প্ৰাচীনকালত গ্ৰীক আৰু ৰোমানসকলে আত্মহত্যাক এক অনৈতিক কাৰ্য বুলি গণ্য কৰিছিল৷ ভগবানৰ ওচৰত কৰা এক অপৰাধ বুলিও সমাজৰ বৃহ্ৎসংখ্যকে মানিছিল৷ জাপানৰ চ্যেমুৰাইসকলে আত্মহত্যাক প্ৰতিবাদৰ এক পন্থা বুলি ভাবিছিল৷ ভাৰতত এসম...
অলপ লক্ষ্য কৰক আত্মহত্যা কোনে কৰে ? বাতৰিসমূহ পৰীক্ষা কৰিলে চকু পৰিব আত্মহত্যা কৰা লোকৰ মাজত আছে : কিশোৰ-কিশোৰী, ছাত্ৰ, শিক্ষক,গৃহিণী,কৰ্মচাৰী,পুলিচ, মিলিটেৰী, ৰোগী, চিকিৎসক, মনোবিজ্ঞানী, ইঞ্জিনিয়াৰ,ব্যৱসায়ী,খেলুৱৈ,কমেন্টেটৰ,সংগীতজ্ঞ,নেতা,অভিনেতা, কৃষক, মজদুৰ -সমাজৰ সকলো বৃত্তিৰ লগত জড়িত লোকেই আত্মহনন কৰা দেখা যায়৷...
এতিয়া আত্মহত্যাৰ কাৰণ সমূহ লক্ষ্য কৰক : পৰীক্ষাত অসফলতা, প্ৰেমত বিফলতা, গৃহকন্দল, অবৈধ সম্বন্ধ, অতিমাত্ৰা ঋণৰ বোজা, আৰ্থিক দুৰৱস্থা, লোক লজ্জাৰ ভয়, অভিভাৱকৰ গালি গালাজ, ৰেগিং,ধৰ্ষণ আৰু বলাৎকাৰৰ আশংকা, কৃষিকৰ্মত ব্যৰ্থতা, কৰ্মক্ষেত্ৰত হতাশা,দূৰাৰোগ্য ব্যাধি, মানসিক ৰোগ, বাল্যকালত যৌন অপপ্ৰয়োগৰ অভিজ্ঞতা ইত্যাদি এশ এটা...
মানুহৰ মনৰ জগতখন কিমান বিচিত্ৰ হব পাৰে তাৰ উদাহৰণ এই কৰুণ কাহিনীটো : ২০১১ চনৰ অক্টোবৰত গোৱাৰ পাণাজীত এহাল দম্পত্তিয়ে চিলিংফেনত ফাঁচিলৈ আত্মহনন কৰিলে৷ তেওঁলোকৰ বয়স ৩৯ আৰু ৩৬৷ চুইচাইড নোটত এইদৰে লিখি থৈ গৈছিল – “আমি জীৱনটোক পূৰ্ণ ভাবে উপভোগ কৰিলোঁ৷ একো অভাৱ, ধাৰ ঋণ নোহোৱাকৈ দেশ-বিদেশ ভ্ৰমিলোঁ৷ আমাৰ নিজৰ জীৱনৰ ওপৰত নিজৰ...
আত্মহত্যা কৰাৰ পদ্ধতিসমূহ : ফাঁচি লোৱা, বিহ খোৱা, পানীত ডুবা, ৰেলৰ আগত জঁপিওৱা, গুলীওৱা, চোকা অস্ত্ৰৰে নিজক আঘাত কৰা আদি৷ ইয়াৰ উপৰিও এজন কিশোৰে ইন্টাৰনেটত চাই আত্ম হননৰ পদ্ধতি বাচি লৈছিল৷ অসমত কৰবী ফুলৰ গুটি আৰু এন্দুৰ মৰা দৰব খাই বহুতে আত্মঘাতী হয়৷ অসমত ফেনাইল, ডেটল আৰু কেৰাচিন খাই আত্মহত্যাৰ চেষ্টা কৰা প্ৰায় সকলকে...
আত্মহত্যাৰ আইনী দিশ : আমাৰ দেশত আৰু বিশ্বৰ আন বহুতো দেশত আত্মহত্যাৰ প্ৰয়াস এক দণ্ডনীয় অপৰাধ৷ কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত প্ৰায়েই এনে ভুক্তভোগীয়ে আইনৰ হাতৰ পৰা ‘দুৰ্ঘটনা’ৰ অজুহাতত ৰেহাই পোৱা দেখা যায়৷ এইবাৰ আদালতৰ আন এটি কাহিনী শুনক : পঞ্জাবৰ এজন পতিয়ে পত্নীৰ বাৰে বাৰে আত্মহত্যাৰ ভাবুকি আৰু প্ৰয়াসত অতিষ্ঠ হৈ হাইক’ৰ...
প্ৰতিকাৰ কি দৰে সম্ভৱ পৰ হব পাৰে? আত্মহত্যা ৰোধ কৰিব পৰাটো অসম্ভৱ নেকি? দেখা যায় ৮০ শতাংশ আত্মহত্যা কৰা লোকে আত্মহত্যাৰ ইচ্ছা কেতিয়াবা নহয় কেতিয়াবা কাৰোবাৰ ওচৰত ব্যক্ত কৰে৷ কোনেও এনে ইচ্ছাৰ কথা শুনিলে তাক কেতিয়াও পাতলকৈ ল’ব নালাগে৷ সেই ব্যক্তিজনক কেতিয়াও অকলশৰীয়া হব দিব নালাগে৷ পৰিয়ালৰ লোকে সৌহাৰ্দ্যপূৰ্ণ ব্যৱহ...
মোখনিত দুআষাৰ : আত্মহত্যা এই বিষয়টো অতি জটিল স্পৰ্শকাতৰ৷ আমি এনে প্ৰতিটো ঘটনাকেই মানৱীয় সহানুভূতিৰে বিবেচনা কৰিহে পৰ্য্যালোচনা কৰা উচিত৷ প্ৰশ্ন হয় -আজিৰ যুগৰ নৈতিকতাৰ অৱক্ষয়, ভীষণ প্ৰতিযোগিতা, বিপন্ন অৰ্থনীতি, সীমাহীন দুৰ্নীতি, সহনশীলতাৰ অভাৱ আদিৰ কৰাল গ্ৰাসত পৰা জনজীৱনৰ পৰা মুক্তিৰ চমু পথ বিচাৰিয়েই এচামে আত্মহননৰ...
← নাম যাৰ বিষাদ…..(অনামিকা বৰুৱা)
হিতেন শৰ্ম্মাৰ দিনলিপি (২য় অধ্যায়) ধ্ৰুৱজ্যোতিশৰ্মা →
You May Also Like
অ’ মোৰ আপোনাৰ দেশ (চাদ্ৰী ভাষাত (আদিবাসী))
January 15, 2014 March 10, 2021 0
আপুনি পৃথিৱীখন সলাই দিব পাৰে
April 17, 2021 April 18, 2021 0
অসমীয়া সাহিত্যত মহিলা ঔপন্যাসিকৰ অৱদান-এটি আলোকপাত -(তুষাৰ ৰাজ শৰ্মা)
June 14, 2013 March 10, 2021 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি