text stringlengths 0 188k |
|---|
CricketNext |
News18 States |
Bangla News |
Gujarati News |
Urdu News |
Marathi News |
TopperLearning |
Moneycontrol |
Firstpost |
CompareIndia |
History India |
MTV India |
In.com |
Burrp |
Clear Study Doubts |
CAprep18 |
Education Franchisee Opportunity |
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int... |
অপৰাধনামা |
CHANGE LANGUAGE |
অসমীয়া |
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ |
WATCH LIVE TV |
DOWNLOAD APP |
FOLLOW US ON |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
ভিডিঅ’ |
LIVE TV |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
Home |
» |
News |
» |
crime |
» |
SONARI : সোণাৰি নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ অপহৰণ কাণ্ড,পাঁচ বছৰীয়া শিশুক ফুচুলাই নিছিল ড্ৰাগছ আসক্ত যুৱকে |
SONARI : সোণাৰি নগৰৰ মাজমজিয়াত চাঞ্চল্যকৰ অপহৰণ কাণ্ড,পাঁচ বছৰীয়া শিশুক ফুচুলাই নিছিল ড্ৰাগছ আসক্ত যুৱকে |
চি চি টি ভিৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষী নিশ্চিত হয় যে সোণাৰি নগৰৰ নেকিব আহমেদ (২৮) নামৰ যুৱকজন শিশুটিৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত হৈ আছে৷ |
চি চি টি ভিৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষী নিশ্চিত হয় যে সোণাৰি নগৰৰ নেকিব আহমেদ (২৮) নামৰ যুৱকজন শিশুটিৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত হৈ আছে৷ |
News18 Assam |
Last Updated : August 31, 2022, 18:39 IST |
Share this: |
CHAW HANSANG KONWAR |
চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ মাজমজিয়াত কালি নিশা সংঘটিত এক চাঞ্চল্যকৰ অপহৰণ কাণ্ডই সমগ্ৰ চৰাইদেউ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, কালি নিশা প্ৰায় ৯ বজাত সোণাৰি শিৱ মন্দিৰত অনুষ্ঠিত হোৱা গণেশ পূজাৰ বাবে ভক্তপ্ৰাণ ৰাইজে গীত-মাত গাই গণেশৰ প্ৰতিমা সমদল কৰি আনি থাকোঁতে সোণাৰি নগৰৰ ৫ নং... |
সমদলত ৰিয়ানে আন লোকৰ সৈতে নাচি-বাগি গৈ থাকোঁতে নেকিব আহমেদ নামৰ যুৱকজনে শিশুটিক প্ৰত্যক্ষ কৰি চকলেট, চিপছ আদি দি ফুচুলাই সমদলটোৰ পৰা ফালৰি কটাই অপহৰণ কৰি নিয়াৰ উদ্দেশ্যে নিশাই ভজো ৰেল’ৱে ষ্টেচন অভিমুখে যাত্ৰা কৰে৷ |
কিন্তু ভজো ৰে'লৱে ষ্টেচনত সেই সময়ত ট্ৰেইন নোপোৱাত ড্ৰাগছ আসক্ত অপহৰণকাৰী নেকিব নিচাগ্ৰস্ত অৱস্থাত থকাৰ বাবে শিশুটি লৈ পুনৰ সোণাৰি নগৰ অভিমুখে ৰাওনা হয়৷ শিশুটিক লৈ নেকিবে সোণাৰি নগৰ হিন্দী স্কুলৰ সমীপৰ এটা পৰিত্যক্ত গৃহত আত্মগোপন কৰে৷ |
ইফালে শিশুটি ঘৰৰ পৰ অন্তৰ্ধান হোৱাত ফকৰুদ্দিন আহমেদৰ ঘৰত এক হুলস্থূলীয়া পৰিৱেশৰ সৃ্ষ্টি হয়৷ চুবুৰীয়া লোকৰ ঘৰত বিচাৰ-খোঁচাৰ কৰাৰ পিছতো শিশুটিৰ কোনো সন্ধান লাভ নকৰাত পৰিয়ালৰ লোকে প্ৰথমে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সৈতে নগৰখনৰ বিভিন্ন ঠাইত শিশুটিৰ অনুসন্ধান কৰে যদিও সন্ধান উলিয়াবলৈ সক্ষম নোহোৱাত শিশুটি অপহৃত হোৱাৰ সন্দেহ প... |
লগে লগে সোণাৰি আৰক্ষীয়ে যুদ্ধকালীন ক্ষিপ্ৰতাৰে শিশুটিৰ অনুসন্ধান আৰম্ভ কৰে৷ নিশাই আৰক্ষীয়ে নগৰখনৰ কেইবাঠাইতো চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰি শিশুটিৰ অনুসন্ধান অব্যাহত ৰখাৰ মাজতে গণেশ চতুৰ্থীৰ প্ৰতিমা সমদল কৰি অনা সোণাৰি শিৱ মন্দিৰৰ চি চি টিভি ফুটেজ পৰীক্ষা কৰোঁতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ |
চি চি টি ভিৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষী নিশ্চিত হয় যে সোণাৰি নগৰৰ ২ নং ৱাৰ্ডৰ আব্দুল কাদিৰৰ পুত্ৰ নেকিব আহমেদ (২৮) নামৰ যুৱকজন শিশুটিৰ অপহৰণ কাণ্ডৰ সৈতে জড়িত হৈ আছে৷ লগে লগে সোণাৰি থানাৰ এটা আৰক্ষীৰ দলে নেকিব আহমেদৰ ঘৰত উপস্থিত হয় যদিও নেকিবক ঘৰত নোপোৱাত আৰক্ষীয়ে শিশুটিৰ সন্ধানত নগৰখনৰ সম্ভাব্য বিভিন্ন স্থানত তন্নকৈ তন্ন... |
অপহৰণকাৰী নেকিবকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ সোণাৰি আৰক্ষী, স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকৰ যৌথ উদ্যোগত তিনি-চাৰি ঘন্টীয়া দীঘলীয়া অভিযানৰ অন্ততঃ নিশা ১২ বজাত শিশুটি উদ্ধাৰ হোৱাৰ পিছত আটায়ে স্বস্তিৰ নিশ্বাস এৰাৰ লগতে শ্বাসৰুদ্ধকাৰী পৰিৱেশৰ অন্ত পৰে৷ |
আনহাতে, আজি শিশুটিৰ জন্মদিনৰ বিষয়ে জানিব পাৰি সোণাৰি আৰক্ষীয়ে পুৱতি নিশা পৰিয়ালৰ সৈতে শিশুটিৰ জন্মদিন উদযাপন কৰে৷ ইফালেদি, ড্ৰাগছ আসক্ত নেকিবক সম্প্ৰতি আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি অপহৰণকাণ্ডৰ সৈতে আন কোনোবা জড়িত আছে নেকি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। |
Published by:Gautam Barman |
First published: August 31, 2022, 18:39 IST |
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া| |
CharaideoChild KidnapDrug Addicted Boy |
ফটো |
... |
... |
... |
শেহতীয়া বাতৰি |
... |
... |
... |
... |
... |
LIVE TV |
শাখা |
অসম |
খবৰ |
দেশ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.