text
stringlengths
0
188k
Sunday, July 8, 2018
জীৱন বাটৰ ৰসঃ নানিমুনি (৫৫)
জীৱন বাটৰ ৰসঃ নানিমুনি (৫৫)
আমাৰ শৈশৱৰ স্কুলীয়া দিনবোৰত, আমি ডাঙৰ হ’বলৈ সুবিধা পোৱা আওহতীয়া ঠাইবোৰৰ পৰা বিশ্বলৈ জুমি চাব পৰা একমাত্ৰ খিৰিকিখন আছিল ঘৰৰ ৰেডিঁঅ’-টো৷ বাতৰি, বিনোদন, ভাষা-সাহিত্য আদি সকলো বিষয়তে এই ৰেডিঅ’টোৱেই আমাক বিশ্ব-জগতৰ সম্ভেদ দিছিল৷ বাতৰি কাগজ আলোচনীও সেইসময়ত নথকা নহয়, আছিল; কিন্তু গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা বাতৰি কাগজ ...
১৯৭৭ চনত দেশত জৰুৰীকালিন অৱস্থা ঘোষণা কৰাৰ সময়ত দেশ-বিদেশৰ খবৰ ল’বৰ বাবে দেউতাই হঠাতে এদিন ফিলিপছ্‌ কোম্পানীৰ ৰেডিঅ’ এটা কিনি আনিলে৷ লগে লগে আমাৰ ঘৰখন জৰুৰীকালিন অৱস্থাৰ পৰা মুক্ত হৈ যোৱা যেন হ’ল৷ বাতৰিৰ লগতে এনে কিছুমান বস্তুও আহিল যিয়ে আমাৰ ঘৰখনৰ ৰঙেই সলনি কৰি দিলে৷ ক’ত কোৱা মাত ক’ত গৈ বাজে – কিম্মান বিষ্ময়কৰ কথা...
ঘৰত ৰেডিঅ’-টো অহাৰ পিছতো সকলো সময়তে ৰেডিঅ’ শুনাৰ অধিকাৰ আমি পোৱা নাছিলো৷ সন্ধিয়াৰ অঞ্চলিক বাতৰি শুনিবলৈ দেউতাৰ লগৰ কেইবাজনোলোক আমাৰ ঘৰত প্ৰায়েই একেলগ হৈছিল৷ কিন্তু “বাতৰি ইমানতে অন্ত হ’ল” বুলি কোৱাৰ লগে লগেই দেউতাই ৰেডিঅ’টো বন্ধ কৰি দিছিল৷ ডাঙৰ মানুহ কেইজনৰ ওপৰত তেতিয়া প্ৰচণ্ড খং উঠিছিল, তেখেতসকলে কি শুনিব লাগ...
আমাৰ শৈশৱৰ এক সুদীৰ্ঘ সময়ৰ আলফুলীয়া স্মৃতি আৰু ইতিহাস লুকাই আছে ঘোঁৰামাৰী হাইস্কুলৰ (এতিয়া হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়) সেই প্ৰকাণ্ড চৌহদটোত৷ এটা সুদীৰ্ঘ সময়ৰ বাবে সেই স্কুলখনৰ প্ৰধান শিক্ষক আৰু পাছলৈ অধ্যক্ষৰ দায়িত্বত আছিল আমাৰ পেহাদেউ৷ পিছপৰা, প্ৰধানকৈ জনজাতীয় লোকসকলৰ বসতি সেই অঞ্চলটোত শিক্ষা বিকাশৰ বাবে ...
ৰাতি ভাত খোৱাৰ পিছত মা, পেহী, ডাঙৰ বাইদেউ সমন্বিতে কেতিয়াবা আমি আটাইবোৰে গোটেই স্কুলঘৰটোৰ বাৰান্দাইদি খোজ কাঢ়িছিলো৷ নানি আগতেই গৈ কংকাল থকা কোঠাটোৰ সমূখত ৰৈ আছিলগৈ – তাৰ সাহসৰ প্ৰদৰ্শন কৰি৷ এদিন সন্ধিয়া পেহীয়ে আমাক আবাসগৃহৰ সিমূৰে থকা বৰা ছাৰৰ ঘৰলৈ ফুৰাবলৈ লৈ গ’ল৷ তেলত ডুবাই ভজা মালপোৱা খোৱাৰ আশাত আমিও লগত ও...
পিছদিনা ৰাতিপুৱা কোনো নুঠুতেই নানিয়ে মোক হেঁচুকি জগালে – ‘ঐ, উঠচোন, শব্দ নকৰিবি৷’ তাৰ কথামতেই উঠি পিছে পিছে গৈ ঘৰৰ বাহিৰ ওলালোঁ৷ বনকৰা ছোৱালী দীপালীয়ে পকী পাছচোতালডোখৰ সাৰিবলৈ লৈছে, ঘৰৰ আন কোনো তেতিয়াও উঠা নাই৷ আমি গৈ পোনে পোনে বৰা ছাৰৰ পদুলিমূখ পালোঁগৈ৷ সেই দোকমোকালিতে আমাক দেখি বৰা ছাৰে আচৰিত হৈ ওলাই আ...
নানিয়ে নিসংকোচে ক’লে – ‘খুৰা, কালিযে আপুনি কৈছিল, ৰেডিঅ’-টো গড়ত থৈ ভাঙি পেলাব, ভাঙিব নেলাগে মোকে দি দিয়ক৷’
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীবোৰৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)
Posted by Utpal Badol Baruah at 8:02 AM No comments:
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest
Sunday, July 1, 2018
জীৱন বাটৰ ৰসঃ শশীদা (৫৪)
জীৱন বাটৰ ৰসঃ শশীদা (৫৪)
কাজিৰঙাৰ সিপাৰে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত, প্ৰকৃতিয়ে অকৃপণ ভাবে দান কৰা সৌন্দৰ্যৰে ভৰপূৰ এটা অঞ্চলত আমাৰ ডাঙৰ হোৱাৰ সৌভাগ্য হৈছিল৷ বছৰটোৰ কোনো কোনো সময়ত আমাৰ অঞ্চলটোত গঁড় ওলাইছিল৷ দক্ষিণপাৰৰ বাসিন্দা হৈ গঁড় গৈ কেনেকৈ উত্তৰ পাৰ পাইছিলগৈ মই নাজানো ৷ এনেকুৱা ঘটনা অসমৰ বহু ঠাইতে হৈছিল যেন লাগে, কাৰণ আমাৰ পাঠ্যপু...
আমাৰ ঘৰৰ সমূখত এখন বহল পথাৰ আছে৷ তাতে এবাৰ এটা গঁড় ওলাইছিল৷ দিনটো আছিল বুধবাৰ৷ আগবেলাই গঁড়টো আহি পথাৰখনৰ দলনিত বোকাৰ ঘুলি এটা সাজি তাতে হেনো শুই আছে৷ প্ৰথমে কথাটো কোনে প্ৰত্যক্ষ কৰিলে জনা নগ’ল৷ বুধবাৰ মানে বজাৰৰ দিন৷ অহা-যোৱা কৰা আলিবাটটোৰ পৰা মাত্ৰ ৪০০ মিটাৰ মান আঁতৰত সেইজীয়া ৰোৱাৰে ঢাকি ধৰি থকা ঠাইখিনিতে গ...
চাকিৰাম কাইটিৰ থিতাতে মৃত্যু হৈছিল৷ কৰঙনৰ পৰা বুকুলৈকে মানুহজনক গঁড়ৰ খৰ্গটোৱে ফালি পেলাইছিল৷ কাষতে পৰি আছিল হাতত লৈ থকা মোনাটো৷ মোনাটোৰ পৰা ওলাই ছেদেলি ভেদেলি হৈ পৰি আছিল বজাৰৰ পৰা কিনি অনা কেইবাবিধো পাছলি আৰু কেইবাটাও মৰা মিৰিকা মাছ! তেখেত স্বৰ্গবাসী হ’ল নে নহ’ল কোনেও গম নাপালে৷
আমি খ-শ্ৰেনীত পঢ়ি থাকোতে এদিন দুপৰীয়া হঠাতে ৰাইজ আলিবাটলৈ ওলাই আহিল – গঁড় ওলাইছে, গঁড় ওলাইছে! ৰে’লৰ আলিৰ দাঁতিয়ে দাঁতিয়ে গঁড় এটা দৌৰি দৌৰি গৈ আছে৷ – সেইটো, সেইটো৷ সকলোৱে আঙুলিয়াই দেখুৱাইছিল, মই কিন্তু নেদেখিলো৷
১৯৭৮-৭৯ চন৷ বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ হওঁ হওঁ৷ ডেকা ল’ৰাহত ঘৰলৈ ৰাতি পলমকৈ ওভতাৰ অভ্যাস ঠিক আৰম্ভ হোৱাৰ সময় আছিল সেইটো৷ ৰাতি দহমান বাজিছে, ঘোপমৰা আন্ধাৰ! মাগুৰমৰা গাওঁৰ শশীদা চেন্টাৰৰ পৰা চাইকে’ল লৈ ঘৰলৈ উভতি আহিছে৷ আন্ধাৰত বেছি দূৰলৈ মনিব নোৱাৰি – তথাপিও অসুবিধা পোৱা নাই, চিনাকী ৰাষ্টা৷ উদয়পুৰত, ঠিক ৰাষ্টাৰ ...
ঘটনাটো ৰাতিপুৱাই ৰাষ্ট্ৰ হৈ পৰিল৷ শশীদাই হেনো কৈছে – ‘মই যদি জাপ মাৰি নামি গাৰ ওপৰত চাইকেলখন জাপি নল’লোহেঁতেন, মোৰ ফালে আধ্যাই পৰিলহেঁতেন!’ তেখেতৰ লগত ঘনিষ্ঠ দুজনমানে অধিক তথ্য লাভ কৰাৰ সুঁৰত ক’লে- গঁড়টোৱে হেনো জিভাখন লগাই শশীদাৰ ভৰিত চেলেক এটা মাৰিও চাইছিল৷ বন্যপ্ৰানী সম্পৰ্কে বিস্তৰ অভিজ্ঞতা জাহিৰ কৰি কেইজন মা...
কিন্তু গঁড় ওলোৱা কথাটো সঁচা আছিল৷ পিছদিনা বয়সস্থ অভিজ্ঞজনে গলিটোত পৰি থকা গঁড়ৰ খোজ চিনি পাইছিল৷
আমি সপ্তম শ্ৰেনীত পঢ়ি থাকোতে পহুছোৱা গাওঁত গঁড় এটা ওলোৱাৰ খবৰ ওলাইছিল৷ পহুছোৱা পাৰ হৈ চাপৰিয়েদি গঁড়টো হেনো নিজে নিজে গৈ লুইত পাৰ হৈ কাজিৰঙা পাইছিলগৈ৷ তেতিয়াৰ দিনত গঁড় মাৰি তাৰ খৰ্গ কাটি নি ধন ঘটাৰ কথা সম্ভৱ কোনেও চিন্তা কৰা নাছিল৷ এনে কামক গৰ্হিত বুল ভবা হৈছিল৷
কাজিৰঙাৰ সিপাৰে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত প্ৰকৃতিয়ে অকৃপণ ভাবে দান কৰা সৌন্দৰ্যৰে ভৰপূৰ সেই অঞ্চলত বছৰটোৰ কোনো কোনো সময়ত প্ৰায়েই গঁড় ওলাইছিল৷
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ আগতে প্ৰকাশ কৰা এই কাহিনীটোকো “জীৱন বাটৰ ৰস”-ৰ অংশ কৰিবৰ মন গ’ল৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)<eot>ভাৰতবর্ষৰ অন্যান্য স্থানৰ লগতে শন...
এই বেংকৰ শুভ উদ্বোধন কৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। এই উপলক্ষে বিশ্বনাথ চাৰিআলি ডাকঘৰ প্ৰাংগণত এক অনুষ্ঠানৰ আয়োজন কৰা হয়।
বিশ্বনাথ চাৰিআলি ডাকসমূহৰ পৰিদৰ্শক যোগল বৰাই আঁত ধৰা অনুষ্ঠানত বিধায়ক প্ৰমোদ বৰঠাকুৰে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ সুবিধাৰ্থে ডাকঘৰৰ লগত সংলগ্ন কৰা ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ ওপৰত ভাষণ আগবঢ়ায়।
লগতে বিধায়ক গৰাকীয়ে ৰাইজক উদ্দেশ্যি বিজেপি চৰকাৰ খনে কৰা উন্নয়নমূলক কাম সমূহৰো এক খতিয়ান দাঙি ধৰে।
আনহাতে অনুষ্ঠানত উপস্থিত থকা বিশ্বনাথ জিলাৰ উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাই ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ সুবিধা সমূহৰ ওপৰত বক্তব্য আগবঢ়ায়। ল’গতে ৰাইজক ইয়াৰ সুবিধা ল’বলৈয়ো আহ্বান জনায় জিলা উপায়ুক্ত গৰাকীয়ে।
অনুষ্ঠানত বিশ্বনাথ চাৰিআলি ডাকঘৰৰ পোষ্টমাষ্টৰ উদীপ্ত বৰা, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰবক্তা সবিতা বৰুৱা, ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সদানন্দ হাজৰিকা, আৰবীক মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে।
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অৱশ্যে পতি আৰু পত্নীৰ মাজত সৰু সুৰা কাজিয়া হয় যদিও তেওঁলোকৰ সম্পৰ্ক আৰু গভীৰ হৈ পৰে আৰু দুয়োৰে মৰম চেনেহ বাঢ়ি যায়। এই সম্পৰ্কত দুয়োৰে ওপৰত বিশ্বাস থকাটো জৰুৰী আৰু লগতে ইজনে আনজনৰ সন্মান কৰাটো উচিত। কিন্তু আমি বহুতবাৰ দেখিবলৈ পাওঁ যে পতি পত্নীৰ মাজৰ কাজিয়া কেতিয়াবা ইমানেই বাঢ়ি যায় যে তেওঁলোক অসভ্যালি কৰিবলৈ ধৰ...
Contents hide
1 ১/ “P” নামৰ ছোৱালী বোৰ।
2 ২/ “k” নামৰ ছোৱালীবোৰ।
3 Share this:
১/ “P” নামৰ ছোৱালী বোৰ।
যিবোৰ ছোৱালীৰ নাম ‘P’আখৰেৰে আৰম্ভ হয় তেওঁলোক কেতিয়াও স্বামীৰ পৰা সুখত থাকিব নোৱাৰে। আচলতে এইটো নামৰ ছোৱালীয়ে স্বামীৰ পৰা বেছি পৰিমানে মৰম পোৱাৰ আশা কৰে আৰু তেওঁলোকৰ স্বামীয়ে মাত্ৰ তেওঁৰ ওপৰতেই ধ্যান দিয়াটো বিচাৰে। সকলো কথা খুলি কোৱাটো বিচাৰে যাতে সম্পৰ্কটো গাঢ় হৈ থাকে। তেওঁলোকৰ সদায় নিজৰ ভালপোৱা হেৰুৱাৰ ভয় লাগি...
আৰু পঢ়ক…
এই ৩ ধৰণৰ মানুহক কেতিয়াওঁ সহায় নকৰিব।
সঁচা প্রেম নে টাইম পাছ | জানক এই ৫ টা কথাৰে।
স্বামীক নিয়ন্ত্রণ কৰিবলৈ এই ৫ টা পৰামর্শ গ্রহণ কৰক।
২/ “k” নামৰ ছোৱালীবোৰ।
যিবোৰ ছোৱালীৰ নাম ‘K’ আখৰেৰে আৰম্ভ হয় তেওঁলোকো নিজৰ স্বামীৰ পৰা সুখী নহয়। ইয়াৰ আচল কাৰণ হৈছে এইটো আখৰৰ ছোৱালীয়ে প্ৰায় নিজৰ স্বামীক সন্দেহ কৰে। অৱশ্যে তেওঁলোক স্বভাৱৰ ফালৰ পৰা বেয়া নহয়। কিন্তু তেওঁলোকে স্বামীক কাৰো লগত ভাগ কৰিব নিবিচাৰে। সেইবাবেই এই ছোৱালীবোৰ প্ৰায় দুখী হৈ থাকে। তেওঁলোকে সদায় এইটো বিচাৰে যাতে স...
দৌৰা শেষ হোৱাৰ পিছতে বাছ আস্থান চৌহদত আয়োজিত অভিনন্দন অনুষ্ঠানত ইউনিভাৰ্ছেল ৰেকৰ্ড ফৰামৰ কাৰ্যবাহী সদস্য তথা চীফ জুৰী (মাল্টিপুল এৱাৰ্ড উইনাৰ, নৰ্থ ইষ্ট ইণ্ডিয়া) নূৰ আলম চৰকাৰে দিহিঙীয়াক ইউনিভাৰ্ছেল এছিয়ান ৰেকৰ্ড, ইউনিভাৰ্ছেল ৱল্ড ৰেকৰ্ড’ৰ স্বীকৃতি পত্ৰ আনুষ্ঠানিক ভাবে প্ৰদান কৰে। তেওঁৰ এই সাফল্যক গহপুৰ ক্ৰীড়াংগন সন্থা...
Recent News
মানুহৰ মগজুত চিপ লগাই অন্ধত্ব আৰু পক্ষাঘাত নিৰাময়! আশ্চৰ্যজনক দাবী এলন মাস্কৰ
Ragging: হোষ্টেলত ৰেগিঙত অসমৰ ছাত্ৰৰ মৃত্যু! আইআইটি খড়গপুৰৰ সঞ্চালকক তলব আদালতৰ
প্ৰতিশোধৰ নৃশংস পথ! পিতৃৰ সৈতে হোৱা কাজিয়াৰ পোতক তুলিবলৈ তেওঁৰ কন্যা সন্তানক ধৰ্ষণ কৰি হত্যা কৰিলে ১৫ বৰ্ষীয় কিশোৰে
Gujarat Election: প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ; ভোটদানৰ হাৰ ৬০ শতাংশ অতিক্ৰম
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
বলীউডৰ তিনিজন প্ৰসিদ্ধ খান ছুপাৰষ্টাৰ৷আমি সকলোৱে তেওঁলোকক ভাল পাওঁ ৷ তেওঁলোকৰ অভিনয়ক ভাল পাওঁ ৷মই নিজেও বলীউডৰ তিনিওজন খানৰ অনুৰাগী ৷ আমি সম্প্ৰতি নতুন ৷ আমাৰ লগত আমাক প্ৰমাণ কৰিবৰ কাৰণে বহুত সময় আছে ৷ লগতে ৰাজকুমাৰ ৰাওয়ে কয় যে মোৰ অনুভৱ হয় যে বলীউডৰ তিনি জন ছুপাৰষ্টাৰৰ ওচৰত যেনেধৰণৰ ষ্টাৰডম আছে সেয়া পুনৰাই যে আহিব সেয়...
অন্যহাতে ৰাজকুমাৰে লাভ কৰা বিভিন্ন কাহিনীসমূহৰ বিষয়ে কয় যে শ্ৰুতা দৰ্শকে কিছুমান নিৰ্দিষ্ট কাহিনীহে ভাল পায় ৷ আজিৰ প্ৰজন্মই কি প্ৰত্যক্ষ কৰিব বিচাৰে বা কেনে ধৰণৰ প্ৰসংগ এটাক চাব বিচাৰে তাক লৈ বহুত চিন্তিত ৷মই প্ৰায়ে নতুন বিষয়বস্তুক উপস্থাপন কৰিব বিছাৰো ৷ মোৰ প্ৰথম "লভ চেক্স আৰু ধোখা"ৰ পিছত মই মোক নিজকে এজন অভিনেতা হিচা...
উল্লেখ্য যে,বলীউডৰ সফলতাৰ জখলাত আগুৱাই যোৱা ৰাজকুমাৰ ৰাওে এতিয়াওঁ নিজৰ স্কীপ্ত নিজে পঢ়ে ৷এই সন্দৰ্ভত ৰাজকুমাৰে কয় যে মই বিভিন্ন ধৰণৰ স্কীপ্ত পাওঁ৷তাৰ ভিতৰত কিছু অত্যন্ত সুন্দৰ ৷লগতে ৰাওে কয় মই সকলো স্কীপ্ত পঢ়ো ৷ এজন অভিনেতাই সকলো ধৰণৰ স্কীপ্ত পঢ়িব লাগে , বুজিব লাগে ৷ইফালে ৰাজকুমাৰ ৰাও,সোনম কাপুৰ আৰু অনিল কাপুৰৰ ছবি "এক...
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন
Categories: মনোৰঞ্জন
Sentinel Digital Desk
Next Story
চাকৰি
Similar Posts
News
ব্ৰেকিং নিউজশীৰ্ষ বাতৰিৰাজ্যিক-বাতৰিচাকৰিখেলৰ পৃথিৱীমনোৰঞ্জনবিবিধ
Supplements
Language
Englishসময় প্ৰবাহআজিৰ অসমहिन्दी सेंन्टिनेलबर’ सेंन्टिनेल
The Sentinel
AboutContact UsAdvertise With Us
Contact
The Sentinel Building,
G.S. Road, Six Mile, Guwahati
Assam. Pin - 781022
Mail: sentinelgroup@gmail.com
thesentinelmedia@gmail.com
Ph: 0361 2229312, 0361 2262048
© 2019-20. All rights reserved under Omega Printers & Publishers Pvt. Ltd.
Powered By Hocalwire
We use cookies for analytics, advertising and to improve our site. You agree to our use of cookies by continuing to use our site. To know more, see our Cookie Policy and Cookie Settings.Ok<eot>আজিৰ খবৰ,গুৱাহাটী, ২১ নৱেম্বৰ, ২০২২: ভাৰতৰ আগশাৰীৰ দূৰসংযোগ সেৱা প্ৰদানকাৰী ভাৰতী এয়াৰটেলে (“এয়াৰটেল”) আজি গুৱাহাটীত – উওৰ পূ...
কোম্পানীয়ে নিজৰ নেটৱৰ্ক নিৰ্মাণ আৰু ৰোল আউট সম্পূৰ্ণ কৰাৰ লগে লগে গ্ৰাহকৰ বাবে পৰ্যায়ক্ৰমে উপলব্ধ হ’ব এয়াৰটেল ৫জি প্লাছচাৰ্ভিচ। 5G সক্ষম ডিভাইচ থকা গ্ৰাহকে ৰোল আউট অধিক ব্যাপক নোহোৱালৈকে কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ উচ্চ গতিৰ এয়াৰটেল 5G Plus নেটৱৰ্ক উপভোগ কৰিব। বৰ্তমান জি এছ ৰোড, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিতাল (...
উন্মোচন সন্দৰ্ভত মন্তব্য কৰি ভাৰতী এয়াৰটেল, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যবাহী বিষয়া ৰাজনীশ ভাৰ্মাই কয় যে গুৱাহাটীত এয়াৰটেল ৫জি প্লাছ মুকলি কৰাৰ কথা ঘোষণা কৰি মই ৰোমাঞ্চিত হৈছো। এয়াৰটেলৰ গ্ৰাহকে এতিয়া অতি দ্ৰুত নেটৱৰ্কৰ অভিজ্ঞতা লাভ কৰিব পাৰিব আৰু বৰ্তমানৰ ৪জি গতিতকৈ ২০-৩০ গুণ বেছি দ্ৰুত গতি উপভোগ কৰিব পাৰ...
এয়াৰটেলে ৫জি প্লাছে এয়াৰটেলে আগবঢ়োৱা সেৱাৰ সমগ্ৰ পৰ্টফলিঅ’ক শক্তিশালী কৰিব। ইয়াৰ উপৰিও ইয়াৰ জৰিয়তে হাই ডেফিনিশ্যন ভিডিঅ’ ষ্ট্ৰীমিং, গেমিং, মাল্টিপল চেটিং, ফটোৰ তৎক্ষণাত আপলোডিং আৰু বহুতো ছুপাৰফাষ্ট প্ৰৱেশৰ সুবিধা থাকিব। এই মুকলিৰ জৰিয়তে ভাৰতে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ফিলিপ লাভ কৰিব কাৰণ এয়াৰটেল ৫জি প্লাছে শিক্...
যোৱা এবছৰত এয়াৰটেলে 5Gৰ শক্তি প্ৰদৰ্শন কৰিছে বহুতো শক্তিশালী ব্যৱহাৰৰ ক্ষেত্ৰৰ সৈতে যিয়ে আমাৰ জীৱন পৰিচালনা আৰু ব্যৱসায় কৰাৰ ধৰণ সলনি কৰিব। হায়দৰাবাদত ভাৰতৰ প্ৰথমটো লাইভ ৫জি নেটৱৰ্কৰ পৰা আৰম্ভ কৰি ভাৰতৰ প্ৰথমটো ৫জি চালিত হ’ল’গ্ৰামলৈকে ভাৰতৰ প্ৰথমটো বিনোদন কৰা গেম চেঞ্জিং বিশ্বকাপৰ মেচলৈকে যি সময়ত টিভি কভাৰেজ নাছিল...
উল্লেখযোগ্য যে সদৌ অসম অ’ বি চি ছাত্ৰ সন্থাৰ সভাপতি অজিত বৰাই নৰ্থ ইষ্ট নাওৰ আগত কয় যে চৰকাৰে ১০০ কোটি টকা ধাৰ্য কৰা সত্ত্বেও গোলাঘাট জিলাৰ বানত বুৰ যোৱা ১৬০ খন গাঁৱৰ ৰাইজে চাউল, দাইল, তেল আৰু কেন্দেলৰ বাহিৰে আজিলৈকে আন কোনো ধৰণৰ সাহায্য লাভ কৰা নাই।
লগতে সদৌ অসম অ’ বি চি ছাত্ৰ সন্থাই নীপকোৰ অধ্যক্ষক আটক কৰাৰ নামত গোলাঘাট জিলা প্ৰশাসনে নাটক কৰা বুলি অভিযোগ উত্থাপন কৰি অনাগত দিনত এনে কাৰ্যৰ পৰা দূৰত থকাৰ হুংকাৰ প্ৰদান কৰে বুলি নৰ্থ ইষ্ট নাওৰ আগত প্ৰকাশ কৰে।
ইফালে গোলাঘাট জিলাৰ বানত আক্ৰান্ত সকলে বানত সৰ্বহাৰা হৈ গৃহহীন হৈ পৰিছে। আনহাতে বৰ্তমানলৈকে অঞ্চলটোত ৪ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৩ গৰাকী লোকক বিষাক্ত সৰ্পই দংশন কৰিছে।
আনহাতে ছাত্ৰ সংগঠনটোৱে বানাক্ৰান্ত প্ৰতিটো পৰিয়ালক নীপকোৰ ফালৰ পৰা ক্ষতিপূৰণ হিচাপে ২-৫ লাখকৈ টকা দিয়াৰ বাবেও দাবী উত্থাপন কৰে। অন্যথা ইয়াৰ ফল ৰাজ্য চৰকাৰখনে ভুগিব লাগিব বুলি ছাত্ৰ সংগঠনটোৱে হুংকাৰ প্ৰদান কৰে।
Recent News
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী?
কিয় ক্ষমা বিচাৰিলে কিংবদন্তী গায়ক বব ডিলানে?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ফিলিস্তিনৰ সমস্যা অকল মুছলমানৰ সমস্যা নহয়। কথা এইটোৱেই যে এই সমস্যাৰ বলিত আৰব মুছলিমৰ অনুপাত তুলনামূলকভাৱে উচ্চ। ঠিক তেনেদৰে ইজৰাইলৰ সকলো বাসিন্দা ইহুদী নহয়। সেয়ে ১৮% মুছলমান,২% খ্ৰীষ্টিয়ান , কিছুমান ড্ৰুইড আৰু আন কিছুমান অন্য ধৰ্মৰ । ইজৰাইলৰ বাসিন্দাৰ ভিতৰত ৭০% মানুহ ইহুদী, তাৰে ভিতৰত কিছুমান ইহুদী ফিলিস্তিনত ইজৰা...
বিষয়টো হৈছে ন্যায়। ফিলিস্তিন কাৰ মাটি ?
এই সিদ্ধান্ত ইতিহাসে ল’ব যে ই ফিলিস্তিনৰ নে ইজৰাইলৰ। এয়া প্ৰমাণ কৰিবলৈ নথি-পত্ৰৰ প্ৰয়োজন আছে। যেনেকৈ তোমাৰ ঘৰ তোমাৰ হ’বলৈ নথি-পত্ৰৰ প্ৰয়োজন হয়। কাৰণ স্থিতিটো শিশুসুলভ তৰ্কৰ ওপৰত আধাৰিত নহ’ব।