text stringlengths 0 188k |
|---|
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>১৮৩৬চনৰ পৰা আজিলৈকে অসমৰ চাহবাগিচাৰ পৰা সুদূৰ ইংলেণ্ডত বহি থকা বণিয়াই যিমান টকা অন্যায় উপায়েৰে অৰ্জন কৰিলে, তাৰে ২০ শতাংশও যদি অসমে পালেহেঁতেন, আমাৰ ৰাজ্যখনৰ আজি ইমান দুৰ্গতি নহ’লহে... |
উত্তৰটো বিচাৰি যোৱাৰ পূৰ্বে অসমত চাহ-শিল্পৰ ইতিহাস অলপ খুঁচৰিব খুজিছো। |
আমি সকলোৱে জানো যো ষষ্ঠদশ শতিকাত জেছুইট মিছনেৰীসকলে পোন প্ৰথমবাৰৰ বাবে ইউৰোপৰ মানুহক চাহ নামৰ নতুন পানীয় বিধৰ সোৱাদ দিছিল। সেই চাহ নিয়া হৈছিল চীনৰ পৰা। সেইবিধ পানীয় ইংৰাজৰ সমাজ জীৱনত এনেদৰে প্ৰভাৱ বিস্তাৰ কৰিলে যে বৃটিছ সম্ৰাটে সহজ আৰু সূচলভাৱে চাহ আমদানিৰ পথ উলিয়াবলৈ চীনৰ প্ৰতিবেশী ভাৰতত থকা ইষ্ট ইণ্ডিয়া কোম্পানী... |
চাহ খেতিৰ বাবে ইংৰাজক বুজন পৰিমাণত মাটিৰ প্ৰয়োজন হ’ল। পিচত থলুৱা লোকে চাহ-শ্ৰমিক হিচাপে নিয়োজিত নোহোৱাৰ এইটো অন্যতম কাৰণ হৈ দেখা দিয়ে। চাৰ খেতিৰ বাবে বৃটিছে যাতে ইচ্ছানুযায়ী মাটি পাব পাৰে তাৰ বাবে ১৯৩৮ চনত The Waste Land Rules প্ৰণয়ন কৰা হ’ল।সেই নিয়মাৱলীৰ আধাৰত ইংৰাজে থলুৱা লোকক উচ্ছেদ কৰি ব্যাপক হাৰত মাটি দখল কৰ... |
প্ৰথমেকোৱা হৈছে যে থলুৱা লোকক শ্ৰমিক হিচাপে লৈ ইংৰাজে অসমৰ চাহবাগিচা স্থাপনকৰিছিল। প্ৰথমে কিছুসংখ্যক চীনা শ্ৰমিকক আমদানি কৰা হৈছিল। কিন্তু তেওঁলোককবেছি দৰমহা দিব লগা হৈছিল। ১৮৪৮ চনত চীনা শ্ৰমিকে চাহবাগিচা এৰি গুচি গৈছিল। ফলত থলুৱা লোকক শ্ৰমিক হিচাপে নিয়োগ কৰিবলৈ ইংৰাজসকল বাধ্য হ’ল।কিন্তু ইংৰাজে চাহবাগিচাৰ বাবে প্ৰয়োজ... |
এয়াই অসমৰ চাহ শিল্পৰ পৰা থলুৱা শ্ৰমিকৰ নিৰ্বাসন অথবা অপসাৰণ মূল কাৰণ। চাহবাগিচাৰ সম্প্ৰসাৰণৰ লগে লগে শ্ৰমিকৰ প্ৰয়োজন বাঢ়ি আহিছিল।কিন্তু চতুৰ ইংৰাজে এটা কথা ভালদৰেই জানিছিল, থলুৱা লোকৰ দ্বাৰা উদ্যোগটো দীৰ্ঘদিন চলাব পৰা নাযাব। থলুৱা লোকে একত্ৰিত হৈ শোষণ, উৎপীড়ন, নিৰ্যাতনৰ প্ৰতিবাদ কৰিব। (এই নীতিটো আজিও উদ্যোগীসকলে গ্... |
গতিকে কোনোবাই যদি কয়যে শ্ৰমবিমুখতা, দাস হ’ব নোখোজা মানসিকতাৰ বাবে থলুৱা লোকে চাহ-শ্ৰমিক হিচাপে নিজকে জড়িত কৰিব নোৱাৰিলে সেয়া ইতিহাসৰ অপব্যাখ্যা আৰু বহিঃবিশ্বত অসমবাসীৰ ছবি নষ্ট কৰাৰ চক্ৰান্তৰ বাহিৰে একো নহয়। |
← অসম আৰু অসমীয়াৰ সমস্যা:কিছু চিন্তা (বিশ্বজিৎ সুত্ৰধাৰ) |
অপৰাধপূৰ্ণ পৰিবেশ আৰু বিপন্ন ব্যক্তিগত নিৰাপত্তা (কৌস্তুভমনি শইকীয়াদত্ত) → |
You May Also Like |
বসন্তকালীন লোকউৎসৱ ভঠেলি আৰু সুঁৱৰি : মমী শৰ্মা |
April 14, 2014 March 10, 2021 0 |
লোকভাষাৰ অনন্য সম্পদ বিয়াগীতত সাময়িক ঘটনা: মুকুন্দ হালৈ |
December 15, 2015 0 |
অসমৰ শিক্ষা ব্যৱস্থাত বৃত্তিমুলক শিক্ষা বিষয়ৰ গুৰুত্ব আৰু কিছুমান সম্ভাৱনা (ৰুণ শৰ্মা) |
February 16, 2015 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
সংখ্যাটোত আঁৰত |
ই-কিতাপ |
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>বিশ্ব এজমা সজাগতা মাহ উপলক্ষে এপ’ল হস্পিতাল গুৱাহাটীৰ পান’মলজি বিভাগে এজমা ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আজি ৰাতিপুৱা এক ৱাকথন আয়োজন কৰে। হস্পিতালৰ সন্মুখৰ পৰা আৰম্ভ কৰা এই কাৰ্য্যসূচ... |
কিছু পণ্ডিতৰ মতে গোলাঘাট জিলাৰ নগাজৰী-খনিকৰগাঁৱৰ শিলালিপি অসমত আৱিষ্কৃত আটাইতকৈ পুৰণি শিলালিপি। |
উমাচল গুহা[সম্পাদনা কৰক] |
২০১২ চনত এই শিলালিপিৰ কাষতেই এক গুহা আৱিষ্কাৰ হয়। শিলালিপিত উল্লেখ থকা মতে এই গুহা মহেন্দ্ৰ বৰ্মায়ে নিৰ্মাণ কৰাইছিল। গুহাটোৰ ভিতৰভাগ ৬.২৬x৫.০২ মিটাৰৰ। এসময়ত ই বলভদ্ৰ স্বামীৰ মন্দিৰ আছিল। ইয়াত ১৬.৫ ছেণ্টিমিটাৰ ব্যাসৰ শিলৰ বাতি এটাৰ দুটুকুৰা উদ্ধাৰ হৈছে। ইয়াত শিলৰ ওপৰত ৭৬x৭৩x১৬ ছেণ্টিমিটাৰৰ ধুনীয়া ফুলাম আৰ্হি খোদিত... |
পাঠ[সম্পাদনা কৰক] |
মহাৰাজধীৰাজ শ্ৰী |
সুৰেন্দ্ৰবৰ্মন কৃতম |
ভগৱত বলভদ্ৰ |
স্বামীনায় ইধম গুহম |
অসমীয়া অনুবাদ[সম্পাদনা কৰক] |
"ভগৱান বলভদ্ৰৰ নামত উছৰ্গিত এই গুহা (মন্দিৰ) মহাৰাজধীৰাজ শ্ৰী সুৰেন্দ্ৰ বৰ্মনে নিৰ্মাণ কৰাইছিল। "[7] |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক] |
↑ The rock inscription came into view when an old banyan tree was uprooted. (Sircar 1971, পৃষ্ঠা 79) The first report on the artifact was published by R. M. Nath (Sharma 1978, পৃষ্ঠা 1) |
↑ "...in ancient India, kings were sometimes mentioned by the synonyms of their names, Surendravarman may tentatively be identified with Mahendravarman...Surendra and Mahendra both indicate Indra." (Sircar 1971, পৃষ্ঠা 81) |
↑ (Sharma 1978, পৃষ্ঠা 3) |
↑ "...It is, however, more likely that Bhagavata Balabhadrasvamin of the present inscription is no other than the Vaishnavite deity variously called Balabhadra, Baladeva, Balarama, Sankarsana etc." (Sircar 1971, পৃষ্ঠা 81) |
↑ "4th century cave discovered in Guwahati". thesundayindian.com. http://www.thesundayindian.com/en/story/4th-century-cave-discovered-in-guwahati/254/29853/। আহৰণ কৰা হৈছে: 2012-12-23. |
↑ "Rock cut cave discovered in city". assamtribune.com. http://www.assamtribune.com/scripts/detailsnew.asp?id=feb1112/at092। আহৰণ কৰা হৈছে: 2012-12-23. |
↑ (Sharma 1978, পৃষ্ঠা 2) |
"https://as.wikipedia.org/w/index.php?title=উমাচল_শিলালিপি&oldid=270263"ৰ পৰা অনা হৈছে |
শ্ৰেণীসমূহ: |
অসমৰ ভাষা আৰু লিপি |
অসমৰ ইতিহাস |
অসমৰ সংৰক্ষিত স্মৃতিচিহ্ন |
এই পৃষ্ঠাখন ০৬ এপ্ৰিল, ২০২১ তাৰিখে ২১:১০ বজাত অন্তিম সংশোধন কৰা হৈছিল। |
লেখাবোৰ ক্ৰিয়েটিভ কমন্স এট্ৰিব্যুশ্বন/শ্বেয়াৰ-এলাইক লাইচেঞ্চৰ অন্তৰ্গত; ইয়াৰ লগতে আনুষঙ্গিক নিয়মাৱলী যোগ হ'ব পাৰে। ব্যৱহাৰৰ চৰ্তবোৰ বিতংকৈ চাওক।<eot>বলীউডৰ ছবি আৰু কৰণী সেনা এটা মুদ্ৰাৰ ইপিঠি সিপিঠি৷কাৰণ ২০১৬ বৰ্ষত মুক্তি পোৱা পদ্মাৱতৰ পিছত সম্প্ৰতি কৰণী সেনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে "মণিকৰ্নিকা"ত ক্ষেত্ৰত ৷ "মণিক... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.