text
stringlengths
0
188k
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰ মন্ত্ৰী অনন্ত কুমাৰৰ দেহাৱসান আজি পুৱা বেংগালুৰুৰ শংকৰ কৰ্কট হাস্পতালত ৫৯ বছৰত পৰলোকপ্ৰাপ্তি ঘটে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্...
আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ চিকিৎসালয়ৰ পৰা বেংগালুৰুৰ লালবাগ ৰোডত থকা তেওঁৰ ‘সুমেৰা’ বাসগৃহলৈ নিয়া হ’ব। পুৱা ৮ বজাৰ পৰা পৰিয়ালৰ লোকে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ নশ্বৰদেহ বেংগালুৰুৰ নেশ্যনেল কলেজ চৌহদত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ৰখা হ’ব। ইয়াতে পুৱা ৯ বজাৰ পৰা সকলোৱে শ্ৰদ্...
কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ ১৯৯৬চনৰ পৰা কৰ্ণাটকৰ দক্ষিণ বেংগালুৰু লোকসভাৰ পৰা প্ৰতিনিধিত্ব আগবঢ়াই আহিছিল। দক্ষিণ ভাৰতক প্ৰতিনিধিত্ব কৰা অনন্ত কুমাৰ বিজেপিৰ এগৰাকী নীতি নিৰ্দ্ধাৰক পৰ্যায়ৰ নেতা হিচাপে পৰিচিত।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজ, প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন, মানৱ সম্পদ বিভাগৰ মন্ত্ৰী প্ৰকাশ জাৱৰেকাৰকে ধৰি বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে।
আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী কুমাৰৰ মৃত্যুত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও টুইটাৰযোগে শোকপ্ৰকাশ কৰিছে। টুইটাৰত মুখ্য মন্ত্ৰী সোণোৱালে কৈছে, ‘’ কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰ ডাঙৰীয়াৰ অকাল মৃত্যুত গভীৰভাৱে মৰ্মাহত হৈছো। তেওঁৰ গতিশীলতা, কৰ্মোদ্যম তথা আত্মোৎসৰ্গ ৰাজহুৱা জীৱনৰ বাবে উদাহৰণ হৈ ৰৱ। তেওঁৰ শোকসন্তপ্ত পৰিয়াল...
কেন্দ্ৰীয় মন্ত্ৰী কুমাৰৰ মৃত্যুত অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো টুইটাৰযোগে শোকপ্ৰকাশ কৰিছে।
Recent News
দ্ৰুতবেগী কে.টি.এম বাইকক সাৰথি কৰি চলাই আহিছিল ডকাইতি: অৱশেষত আৰক্ষীৰ জালত পৰিল চিলনী চোৰ
হিমাচলত ‘পৰম্পৰাগত’ নিৰ্বাচনী যুঁজ: ক্ষমতা পুনৰুদ্ধাৰৰ লক্ষ্যৰে বিজেপিৰ বিপক্ষে তুমুল ভোট যুঁজত কংগ্ৰেছ
কাৰ হাতলৈ গুজৰাট! মচনদ দখলৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে বিজেপি, অসাৰ হোৱাৰ দিশে আপৰ চমক
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
দেওবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত মুখ্য মন্ত্ৰী এন বীৰেন সিঙে এক ঘোষণাৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে। তেওঁ কয়, ‘মণিপুৰৰ বক্সাৰগৰাকীৰ সাফল্যত সমগ্ৰ দেশবাসী গৰ্বিত। ৰাজ্য চৰকাৰে এইগৰাকী জনপ্ৰিয় তথা বিশ্ব চেম্পিয়ন বক্সাৰক ৰাজ্যৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰিবলৈ সাজু হৈ আছে’।
‘বক্সাৰগৰাকীক কেনেধৰণৰ সন্মান প্ৰদান কৰা হ’ব সেই সম্পৰ্কত অতি শীঘ্ৰে কেবিনেটে সিদ্ধান্ত ল’ব’। এইদৰে কয় বীৰেন সিঙে।
তেওঁ লগতে কয়, ‘হয়তো তেওঁক ‘কুইন অব মণিপুৰ’ নাইবা ‘মাডাৰ অব মণিপুৰ’ হিচাবে আখ্যায়িত কৰিব পাৰে। বক্সাৰগৰাকী স্বভূমিত উপস্থিত হোৱাকে আমি অপেক্ষা কৰি আছো। গৃহভূমিত উপস্থিত হোৱাৰ লগে লগে আমি তেওঁক স-সন্মানেৰে আদৰণি জনাম’।
উল্লেখ্য যে বিশ্ব খিতাপ দখল কৰাৰ পাছতে মেৰী কমে নিজৰ মনৰ কথা প্ৰকাশ কৰি কয় যে এতিয়া মোৰ লক্ষ্য ২০২০ত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিকত সোণৰ পদক অৰ্জন কৰা।
ইফালে ৩৫ বছৰীয়া মেৰী কমক ৰাজ্য চৰকাৰে কিমান পৰিমাণৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব সেই সম্পৰ্কেও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।
Recent News
হিমাচলত ‘পৰম্পৰাগত’ নিৰ্বাচনী যুঁজ: ক্ষমতা পুনৰুদ্ধাৰৰ লক্ষ্যৰে বিজেপিৰ বিপক্ষে তুমুল ভোট যুঁজত কংগ্ৰেছ
কাৰ হাতলৈ গুজৰাট! মচনদ দখলৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে বিজেপি, অসাৰ হোৱাৰ দিশে আপৰ চমক
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
শিক্ষা গ্ৰহণৰ প্ৰতি অগাধ ধাউতি থকা এই বিদ্যালয়ৰ দুই কণমানি ছাত্ৰই নিজৰ পিতৃৰ মৃত্যুৰ পিছতো কিন্তু অধ্যয়নত ব্ৰতী হৈ গুণোৎসৱত পৰীক্ষাত অৱতীৰ্ণ হৈছে।
বজালীৰ জালিখাটা গাঁওৰ জিতেন ৰয় নামৰ ব্যক্তিজনৰ ১৯ অক্টোবৰত আকস্মিক মৃত্যু ঘটে। এই ব্যক্তিজনৰ মৃত্যুৰ পিছতো তেওঁৰ দুই পুত্ৰই সদ্য অনুষ্ঠিত গুণোৎসৱৰ বাবে অধ্যয়ন কৰিবলৈ পাহৰা নাছিল।
বুধবাৰে পিতৃৰ তেৰদিনীয়া সকাম আছিল আৰু বৃহস্পতিবাৰে বাহি ভোজৰ মাজতো সকাম এৰি জালিখাটা প্ৰাথমিক বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীত অধ্যয়নৰত গুঞ্জন ৰয় আৰু সপ্তম শ্ৰেণীত অধ্যয়নৰত জগন্নাথ ৰয়ে গুণোৎসৱৰ মূল্যাংকন পৰীক্ষাত উপস্থিত থাকে।
আনহাতে, স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলেও ছাত্ৰদ্বয়ৰ অধ্যয়নৰ প্ৰতি থকা ধাউতিৰ শলাগ লৈছে।
Recent News
হিমাচলত ‘পৰম্পৰাগত’ নিৰ্বাচনী যুঁজ: ক্ষমতা পুনৰুদ্ধাৰৰ লক্ষ্যৰে বিজেপিৰ বিপক্ষে তুমুল ভোট যুঁজত কংগ্ৰেছ
কাৰ হাতলৈ গুজৰাট! মচনদ দখলৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে বিজেপি, অসাৰ হোৱাৰ দিশে আপৰ চমক
আৰম্ভ হৈছে বিজেপিৰ খেল! আপৰ নৱনিৰ্বাচিত কাউন্সিলাৰক ‘ক্ৰয়’ কৰাৰ চেষ্টা বিজেপিৰ!
কৰ্তব্যৰত অৱস্থাতে চাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা চি.আই.এছ.এফ জোৱানৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
Kavitha Iyer
Illustration : Antara Raman
Translator : Manoranjan Majumder
Language
Assamese
English
Assamese
Kannada
Hindi
Tamil
Odia
Punjabi
Malayalam
Chhattisgarhi
Gujarati
Telugu
Bengali
Urdu
Marathi
Read the story in pictures
Share
Print this story