text stringlengths 0 188k |
|---|
এলবাৰ্ট ৰুছেলৰ অপেৰা পদ্মৱতীৰ (১৯২৩) উৎসও পদ্মাৱত। |
চিনেমেটিক অভিযোজনৰ ভিতৰত তামিল চলচ্চিত্ৰ চিতোৰ ৰাণী পদ্মিনী (১৯৬৩)[16][17] আৰু হিন্দী চলচ্চিত্ৰ মহাৰাণী পদ্মিনী (১৯৬৪) উল্লেখযোগ্য।[15] এই কাহিনীৰ ভিত্তিতে সঞ্জয় লীলা ভাঞ্চালীয়ে ২০১৮ চনৰ হিন্দী চলচ্চিত্ৰ পদ্মাৱত নিৰ্মাণ কৰিছে।[18] |
ঐতিহাসিক সত্যতাসম্পাদনা কৰক |
শেষ মধ্যযুগীয় পাৰ্ছী ইতিহাসবিদ ফিৰিষ্টা আৰু হাজিউদাব্বিৰে পদ্মাৱত কাহিনীক ইতিহাস বুলি অভিযোজন কৰিছিল কিন্তু তেওঁলোকৰ বৰ্ণনা অসংলগ্ন।[19] পাছৰ ৰাজপুত কবিসকলেও ঐতিহাসিক তথ্যক গুৰুত্ব নিদি কাহিনীটোৰ অভিযোজন আৰু পৰিবৰ্ধন কৰিছিল।[20] হেমৰতনৰ গোৰা বাদল পদ্মিনী চাউপাই (আনু. ১৫৮৯) পদ্মাৱতৰ প্ৰথম জনপ্ৰিয় ৰাজপুত অভিযোজন হৈ পৰে... |
ইতিহাসবিদ কিশোৰী চৰণ লালে পদ্মাৱত কাহিনীত কেইবাটাও অসামঞ্জস্য আঙুলিয়াই দিছে। যেনে ৰতনসিংহ ১৩০১ চনত সিংহাসনত বহিছিল আৰু ১৩০৩ চনত আলাউদ্দিনৰ হাতত পৰাস্ত হৈছিল, কিন্তু পদ্মাৱতৰ মতে ৰতনসিংহই ১২ বছৰ পদ্মিনীৰ সন্ধানত আৰু ৮ বছৰ আলাউদ্দিনৰ সৈতে বিৰোধত কটাইছিল।[24] লালে শেষ মধ্যযুগীয় ইতিহাসবিদসকলৰো বৰ্ণনাৰ পাৰ্থক্য আঙুলিয়াইছ... |
পদ্মাৱত কবিতাৰ শেষত জায়চীয়ে লিখিছে, "মই কাহিনীটো সাজি সম্পৰ্ক কৰিছোঁ।"[28] জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ইতিহাসবিদ আদিত্য মুখাৰ্জীৰ মতে "সমসাময়িক কালত এই ঘটনাৰ কোনো উল্লেখ নাই। আলাউদ্দিন খিলজিৰ সভাসদ আৰু প্ৰখ্যাত লেখক আমিৰ খুস্ৰুৰ বৰ্ণনাত পদ্মিনীৰ কথা নাই।" তেওঁ কয় যে "পদ্মিনীৰ ঘটনাৰ কোনো ঐতিহাসিক প্ৰমাণ নাই - এই ... |
তথ্যউৎসসম্পাদনা কৰক |
↑ "Homer on the Ganges". The Library of Congress. https://www.loc.gov/rr/asian/guide2007/guide-homer.html। আহৰণ কৰা হৈছে: 12 October 2017. |
↑ "Absurdity of epic proportions: Are people aware of the content in Jayasi's Padmavat?". http://indiatoday.intoday.in/story/padmavati-karni-sena-malik-muhammad-jayasi-sanjay-bhansali/1/1095409.html. |
↑ Padmavati isn’t history, so what’s all the fuss about? |
↑ "Padmavati trailer: Sanjay Leela Bhansali's new film looks grand, spellbinding and very expensive!". Business Today. 9 October 2017. http://www.businesstoday.in/trending/entertainment/padmavati-trailer-sanjay-leela-bhansali-shahid-kapur-deepika-padukone-ranveer-singh/story/261682.html. |
↑ 5.0 5.1 5.2 5.3 Ramya Sreenivasan 2017, পৃষ্ঠা. 30. |
↑ Meyer, William Stevenson; Burn, Richard; Cotton, James Sutherland; Risley, Herbert Hope (1909). "Vernacular Literature". The Imperial Gazetteer of India. 2. Oxford University Press. পৃষ্ঠা. 430–431. http://dsal.uchicago.edu/reference/gazetteer/pager.html?objectid=DS405.1.I34_V02_465.gif। আহৰণ কৰা হৈছে: 2009-04-06. |
↑ "‘Padmavat’ reminds us that a major casualty of the gory Rajput conflicts were Rajput women". https://scroll.in/article/858619/history-lesson-padmavati-was-driven-to-immolation-by-a-rajput-prince-not-ala-ud-din-khalji. |
↑ Asher, Catherine B.; Talbot, Cynthia (2006) (en ভাষাত). India Before Europe. Cambridge University Press. পৃষ্ঠা. 106. ISBN 9780521809047. https://books.google.com/books?id=ZvaGuaJIJgoC&pg=PA106. |
↑ 9.0 9.1 Ramya Sreenivasan 2007, পৃষ্ঠা. 207. |
↑ 10.0 10.1 10.2 10.3 10.4 Ramya Sreenivasan 2007, পৃষ্ঠা. 208. |
↑ 11.0 11.1 11.2 11.3 Ramya Sreenivasan 2007, পৃষ্ঠা. 209. |
↑ 12.0 12.1 "Absurdity of epic proportions: Are people aware of the content in Jayasis Padmavat?". India Today. 23 November 2017. http://indiatoday.intoday.in/story/padmavati-karni-sena-malik-muhammad-jayasi-sanjay-bhansali/1/1095409.html. |
↑ 13.0 13.1 13.2 Ramya Sreenivasan 2017, পৃষ্ঠা. 32. |
↑ Ramya Sreenivasan 2017, পৃষ্ঠা. 29. |
↑ 15.0 15.1 "Padmavati has been a part of Indian theatre & cinema for 111 years, and nobody protested". The Print. 20 November 2017. https://theprint.in/2017/11/20/padmavati-theatre-cinema-111-years/. |
↑ "9 Path Breaking Films Of Shahid Kapoor That Changed The Face Of Cinema". Times Internet. 10 May 2017. Archived from the original on 4 June 2017. https://www.indiatimes.com/entertainment/celebs/9-path-breaking-films-of-shahid-kapoor-that-changed-the-face-of-cinema-321354.html. |
↑ "CBFC chief Prasoon Joshi: No comment on 'Padmavati'". The Times of India. 24 November 2017. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/prasoon-joshi-no-comment-on-padmavati/articleshow/61764089.cms. |
↑ "Padmavati trailer: Sanjay Leela Bhansali's new film looks grand, spellbinding and very expensive!". Business Today. 9 October 2017. http://www.businesstoday.in/trending/entertainment/padmavati-trailer-sanjay-leela-bhansali-shahid-kapur-deepika-padukone-ranveer-singh/story/261682.html. |
↑ Kishori Saran Lal 1950, পৃষ্ঠা. 123-126. |
↑ Banarsi Prasad Saksena 1992, পৃষ্ঠা. 370-371. |
↑ Ramya Sreenivasan 2007, পৃষ্ঠা. 3. |
↑ Kishori Saran Lal 1950, পৃষ্ঠা. 127. |
↑ 23.0 23.1 Kishori Saran Lal 1950, পৃষ্ঠা. 130. |
↑ Kishori Saran Lal 1950, পৃষ্ঠা. 125. |
↑ Kishori Saran Lal 1950, পৃষ্ঠা. 126. |
↑ Kishori Saran Lal 1950, পৃষ্ঠা. 127-128. |
↑ Banarsi Prasad Saksena 1992, পৃষ্ঠা. 368. |
↑ "Padmavati controversy: History is at risk of being trapped between Left, Right interpretations of the past". Firstpost. 24 November 2017. http://www.firstpost.com/india/padmavati-controversy-history-is-at-risk-of-being-trapped-between-left-right-interpretations-of-the-past-4225695.html. |
↑ "Bollywood film Padmavati faces protests from Karni Sena". Al Jazeera. http://www.aljazeera.com/news/2017/11/bollywood-film-padmavati-faces-protests-karni-sena-171114114842351.html। আহৰণ কৰা হৈছে: 16 November 2017. |
গ্ৰন্থপঞ্জীসম্পাদনা কৰক |
Banarsi Prasad Saksena (1992). "The Khaljis: Alauddin Khalji". In Mohammad Habib and Khaliq Ahmad Nizami. A Comprehensive History of India: The Delhi Sultanat (A.D. 1206-1526). 5 (Second সম্পাদনা). The Indian History Congress / People's Publishing House. OCLC 31870180. https://books.google.com/books?id=_9cmAQAAMAAJ. |
Kishori Saran Lal (1950). History of the Khaljis (1290-1320). প্ৰকাশক Allahabad: The Indian Press. OCLC 685167335. https://books.google.com/books?id=2XXqAQAACAAJ. |
Ramya Sreenivasan (2007). The Many Lives of a Rajput Queen: Heroic Pasts in India C. 1500–1900. University of Washington Press. ISBN 978-0-295-98760-6. https://books.google.com/books?id=GiSUwULkK64C. |
Satish Chandra (2004). Medieval India: From Sultanat to the Mughals-Delhi Sultanat (1206-1526) - Part One. Har-Anand Publications. ISBN 978-81-241-1064-5. https://books.google.com/books?id=L5eFzeyjBTQC&pg=PA89.<eot>ঝাৰখণ্ডৰ চৰ্চিত খনি কেলেংকাৰীৰ গোচৰত এবাৰ সাঙোৰ খাই পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ নাম। খনি কে... |
কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে কাইলৈ ৰাঁচীস্থিত আঞ্চলিক কাৰ্যালয়ত জেৰাৰ বাবে ছোৰেনক উপস্থিত হ’বলৈ নিৰ্দেশ দিছে। উল্লেখ্য যে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সহায়ক পংকজ মিশ্ৰ আৰু আন দুগৰাকী অভিযুক্তক গোচৰটোত গ্ৰেপ্তাৰ কৰিছিল। |
তদন্ত সংস্থাটোৱে জুলাইত ৰাজ্যজুৰি অভিযান চলাই পংকজ মিশ্ৰৰ বেংক একাউণ্টৰ পৰা ১১.৮৮ কোটি টকা জব্দ কৰাৰ পিছত গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ ঘৰত ৫.৩৪ কোটি টকা হিচাপ বিহীন নগদ ধনো উদ্ধাৰ কৰিছিল ইডিয়ে। |
ইডি- এ উল্লেখ কৰা মতে, অভিযানৰ সময়ত তদন্ত সংস্থাটোৱে গোচৰটোৰ মুখ্য অভিযুক্ত মিশ্ৰৰ ঘৰৰ পৰা মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ এখন পাছবুক আৰু তেওঁৰ দ্বাৰা স্বাক্ষৰিত কিছুসংখ্যক চেক উদ্ধাৰ কৰিছিল। |
গোচৰৰ চাৰ্জশ্বীটত ইডি- এ হেমন্ত ছোৰেনৰ ৰাজনৈতিক প্ৰতিনিধি পংকজ মিশ্ৰই তেওঁৰ সহযোগীসকলৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ বিধানসভা সমষ্টি ববৰহাটত অবৈধ খনন ব্যৱসায় নিয়ন্ত্ৰণ কৰে বুলি দাবী কৰিছিল। |
ইয়াৰ পাছতে পংকজ মিশ্ৰ আৰু তেওঁৰ দুগৰাকী সহায়ক- বাচ্ছু যাদৱ আৰু প্ৰেম প্ৰকাশৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছিল। বিগত আগষ্ট মাহত তদন্ত সংস্থাটোৱে ছোৰেনৰ প্ৰেছ উপদেষ্টা অভিষেক প্ৰসাদকো এই গোচৰ সন্দৰ্ভত জেৰা কৰিছিল। |
মুখ্যমন্ত্ৰী চোৰেনে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি শিলৰ খনিৰ লীজ নিজৰ নামত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা ৰঘূবৰ দাসে। |
ইয়াৰ দ্বাৰা ছোৰেনে নিৰ্বাচনৰ নিয়ম উলংঘা কৰিছে বুলি অবিযোগ কৰি হেমন্ত চোৰেনক বিধায়ক হিচাপে অযোগ্য ঘোষণাৰ দাবী তুলিছিল বিৰোধী দলটোৱে। লগতে মুখ্যমন্ত্ৰী ছোৰেনক নৈতিকতাৰ ভিত্তিত পদত্যাগ কৰিবলৈ দাবী জনাইছে বিজেপিয়ে। |
সমসাময়িকভাৱে বিজেপিয়ে শাসকীয় দলটোৰ বিধায়কক দলত্যাগৰ বাবে প্ৰৰোচিত কৰা চৰকাৰ উৎখাত কৰাৰো চেষ্টা চলায়। চৰকাৰ পতনৰ আশংকাত মিত্ৰজোঁটৰ চৰকাৰৰ ৩১ গৰাকী বিধায়কক কংগ্ৰেছ শাসিত ছত্তীশগড়লৈ পলুৱাই পঠাব লগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। |
মুখ্যমন্ত্ৰী ছোৰেন তথা শাসনাধিষ্ঠ চৰকাৰে বিজেপিয়ে মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ আৰু কৰ্ণাটকৰ আৰ্হি অনুসৰণ কৰি ঝাৰখণ্ডতো এনে ৰাজনৈতিক সংকটৰ সৃষ্টি কৰি শাসকীয় মিত্ৰজোঁটৰ বিধায়কসকলক দলত্যাগৰ বাবে প্ৰলোভিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। |
Recent News |
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ? |
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক |
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক |
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
Tags # গুৱাহাটী |
Share This |
About W7S News |
গুৱাহাটী |
By W7S News at October 27, 2022 |
Email ThisBlogThis!Share to TwitterShare to FacebookShare to Pinterest |
Labels: গুৱাহাটী |
No comments: |
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
মন্তব্য |
Archive |
Archive December (15) November (61) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>ডিব্ৰুগড়-ৰঙিয়া এক্সপ্... |
গোলাঘাটৰ ফৰকাটিঙলৈ বুলি শিৱসাগৰ ষ্টে’শ্যনত ৰে’লখনত উঠাৰ ২০ মিনিটৰ ভিতৰত দিন দুপৰতে এনেদৰে এগৰাকী যুৱতীক হত্যা কৰি যোৱাটোৱে ৰে’লৰ সুৰক্ষা বিশেষকৈ নাৰীৰ সুৰক্ষাৰ বিষয়টোক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে। |
শিমলুগুৰি ৰে’ল ষ্টে’শ্যনত পুৱা ৮.১৫ বজাত আহি পোৱা ৰে’লখনত উদ্ধাৰ হোৱা দেহটো অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰাধা কুমাৰীৰ বুলি চিনাক্ত কৰা হৈছে। |
তিনিচুকীয়াৰ পৰা ৰে’লৱে’ সুৰক্ষা বাহিনীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই নৰ্থ ইষ্ট নাও-ক জনোৱা মতে শিৱসাগৰ যুৱতীগৰাকীয়ে গোলাঘাটৰ ফৰকাটিঙলৈ বুলি যাত্ৰা কৰিছিল আৰু মাকে ৰাধাক শিৱসাগৰ ষ্টে’শ্যনত আগবঢ়াই থৈ গৈছিলহি। ‘শিৱসাগৰ ষ্টে’শ্যনত যদি ছোৱালীগৰাকীয়ে পুৱা ৭.৫৫ বজাত ৰে’লখনত উঠিছিল, তেন্তে শিমলুগুৰি ষ্টে’শ্যনত ৮.১৫ বজাত আহি পোৱা ৰে’ল... |
ডিঙিত এখন গামোচা মেৰ খাই থকাৰ ফলত যুৱতীগৰাকীক ডিঙি চেপি মৰা বুলি সন্দেহ কৰা হৈছে। |
মৰণোত্তৰ প্ৰতিবেদন এতিয়াও পোৱা হোৱা নাই বাবে ঘটনাটোৰ কিদৰে সংঘটিত হৈছে জানিব পৰা হোৱা নাই। |
ৰাধা থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ ১২ নং ছাত্ৰী নিৱাসৰ ৱাৰ্দেন পূৰ্ণিমা দাসে সংবাদ মাধ্যমক জনোৱা মতে মৃত ৰাধা পঢ়া-শুনাত ভাল, শান্ত আৰু বুদ্ধিমতী আছিল। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.