text stringlengths 0 188k |
|---|
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>গোৱালপাৰা জিলাৰ বালিজ... |
অৱশ্যে এই প্ৰতিবাদৰ পৃষ্ঠভূমিত কোনো ৰাজনৈতিক দল জড়িত নাই বুলি জানিব পৰা গৈছে। |
ইতিমধ্যে ছাব মেনেজাৰ ৰেভিনিউ- বিদ্যুত বিভাগৰ সহকাৰী অভিযন্তা পৰ্যায়ৰ বিষয়া কৃষাণু দাসে জানিবলৈ দিয়া মতে এই গাওঁখনত বিদ্যুত সংযোগ কৰা হোৱা নাই। দাসে জানিবলৈ দিয়া মতে এই গাঁওখনক চৰকাৰৰ সৌভাগ্য আঁচনিৰ অধীনলৈ অনা হৈছে যদিও ইয়াত আৰু অতিৰিক্ত ২০টা সংযোগৰ প্ৰয়োজন আছে, সেয়েহে অতিৰিক্ত পেৰা-মিটাৰ, ট্ৰেন্সফৰ্মাৰ আৰু তাঁৰ যোগান ধ... |
কৃষাণু দাসে জানিবলৈ দিয়া মতে যি সমূহ গাওঁত ২০ টাতকৈ কম সংযোগৰ প্ৰয়োজন আছে সেই সেই গাঁওত যুদ্ধকালীন তৎপৰতাৰে সংযোগ দি থকা হৈছে। এই সপ্তাহতে তেওঁলোকে কদমতলা আৰু দেউলগুৰি গাওঁত বিদ্যুত সংযোগ সম্পূৰ্ণ কৰিছে বুলি জনাইছে। |
এচাম লোকে অভিযোগ কৰিছে যে ডাইমণ্ড নামৰ এজন ঠিকাদাৰক বুঢ়া-বুঢ়ী গাৱঁত বিদ্যুত সংযোগ দিয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছিল যদিও অজ্ঞাত কাৰণত তেওঁ সেই কাম অসম্পূৰ্ণ কৰি এৰি গৈছে।এই চাম লোকেই এই গাওঁখন কিয় ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকীকৰণ আঁচনি বা দীনদয়াল আঁচনিৰ অধীনলৈ অনা হোৱা তাকে লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে। |
Recent News |
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে |
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
জানিব পৰা মতে শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে বৰ্তমান দুলীয়াজানত আইন শৃংখলাৰ উপ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত এ পি এছ বিষয়া কবিতা দাস। প্ৰায় দুমাহ পূৰ্বে হস্তাক্ষৰ পৰীক্ষা সম্পূৰ্ণ হোৱা এ পি এছ বিষয়া কবিতা দাসৰ ফৰেনছিক প্ৰতিবেদনত ডিব্ৰুগড় আৰক্ষীয়ে বিসংগতিৰ প্ৰমাণ লাভ কৰিছে। |
আনহাতে, তথ্য অনুসৰি সমগ্ৰ তদন্ত প্ৰক্ৰিয়াত কবিতা দাস ৰাজসাক্ষী হোৱাৰ সম্ভাৱনা আছে। |
উল্লেখযোগ্য যে বিগত কংগ্ৰছ চৰকাৰৰ দিনত সংঘটিত এ পি এছ চিৰ ‘ধনৰ বিনিময়ত চাকৰি’ৰ কেলেংকাৰিত শেহতীয়াভাৱে কেলেংকাৰিটোৰ তদন্ত কৰি থকা ডিব্ৰুগড়ৰ আৰক্ষীয়ে তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মা আৰু এসময়ৰ কংগ্ৰেছী তথা বৰ্তমান বিজেপিৰ হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙৰ ভতিজী মনিকা তেৰনপিকে ধৰি ১৯জন এ চি এছ, এ পি এছ বিষ... |
জানিব পৰামতে, এই বিষয়াকেইজনক অনতিপলমে তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’বলৈ চমন জাৰি কৰা হৈছে। এইসকল চমনপ্ৰাপ্ত বিষয়াক তেওঁলোকৰ হাতৰ আখৰৰ নমুনা দিবলৈ মতা হৈছে। ইয়াৰে ১৩জন এ চি এছ বিষয়া আৰু ৩জন এ পিএছ বিষয়া। আন তিনিজনৰ এজন ডি টি অ’, এজন কৰ অধীক্ষক আৰু এজন কৰ পৰিদৰ্শক বুলি জানিব পৰা গৈছে। |
এওঁলোক আটাইকেইজনক ১৮ জুলাইত গুৱাহাটীৰ কাহিলিপাৰাৰ আৰক্ষীৰ বিশেষ শাখাত হস্তাক্ষৰৰ পৰীক্ষা দিবলৈ নিৰ্দেশ দিয়া হৈছে। |
Recent News |
পাঁচ ডিচেম্বৰত বৃক্ক সংৰোপণ কৰা হ’ব লালুৰ শৰীৰত, তাৰ পাছত চাব বিচাৰে বিজেপিৰ পৰাজয়: নিৰ্বাচনী সভাত অনুৰাগীক জনালে লালুপুত্ৰ তেজস্বীয়ে |
ছয় বছৰ পূৰ্বে যুৱতীক এছিড নিক্ষেপ কৰা দুৰ্বৃত্তক শাস্তি বিহিলে আদালতে: যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে দুৰ্বৃত্তক |
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে |
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
দক্ষিণ বৰপেটা শ্ৰীমন্ত শংকৰদেৱ শিশু উদ্যানত দেওবাৰে অনুষ্ঠিত হয় দ্বিতীয় সংখ্যক নবীন-প্ৰবীন শিল্পীৰ হোলীগীত সমাৰোহ। |
নিশা এই হোলীগীত সমাৰোহত প্ৰমথৰঞ্জন দাসক প্ৰদান কৰা হয় অতুল চন্দ্ৰ গোস্বামী সোঁৱৰণি হোলী সাধক বঁটা ৷ |
হোলীগীতৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা প্ৰমথৰঞ্জন দাসক বঁটাৰ লগতে ফুলাম গামোচা, চেলেং, মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয় ৷ |
বঁটা প্ৰদান অনুষ্ঠানত সংগীত শিল্পী বিদ্যাসাগৰৰ লগতে অতুল চন্দ্ৰ গোস্বামীৰ পত্নী অনিমা গোস্বামী আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ |
উল্লেখ্য যে, বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসে উদ্বোধন কৰা এই হোলীগীত সমাৰোহত বন্তি প্ৰজ্বলন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷ |
এই হোলীগীত সমাৰোহত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা, হোলীগীতৰ প্ৰবীন শিল্পী হৰিদেৱ পাঠক, নকুল দাস, গুণীন্দ্ৰ নাথ ওজাৰ লগতে অইন প্ৰবীন শিল্পী আৰু কেইবাটাও শিশু শিল্পীৰ দলে হোলীগীত পৰিবেশন কৰে ৷ |
Recent News |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
কিন্তু কাণসাৰ নাই চৰকাৰী প্ৰশাসন অথবা জনপ্ৰতিনিধিৰ। বহুবছৰ অনুনয়-বিনয়ৰ অন্তত স্থানীয় মন্ত্ৰী তথা বিধায়ক নব কুমাৰ দলেই ষোল্ল লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি দিছিল এখন ক'ল্ড ৱেডাৰ ব্ৰিজ। কিন্তু সেইখনৰো অৱস্থা এতিয়া তথৈবচ। সেয়েহে ভাটি কেকুৰী গাঁৱৰ ৰাইজে এই লকডাউনৰ মাজতে প্ৰত্যেকজন লোকৰ ঘৰৰ পৰা অৰ্থ সংগ্ৰহ কৰি নামি পৰিছে... |
সেয়েহে যোৱা পহিলা মে'ৰ পৰা লকডাউনৰ নিয়ম অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখিও সমূহীয়া শ্ৰমদানেৰে নামি পৰিছে পথ নিৰ্মাণত। |
প্ৰতিবিম্ব লাইভ |
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন। |
Log in to post comments |
724 reads |
Theme Colors |
Please select the following colors to preview different color schemes of the theme. |
Blue |
Green |
Red |
Orange |
Purple |
Pink |
Yellow |
Lime |
Most Viewed |
গোলাঘাটত ছাত্ৰ সন্থাৰ উদ্যোগত ডবা-তাল-শংখ বজাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ |
ৰাজ্য |
0 |
"নাই ছাৰ, অৰূপে চকু মেলা নাই,সম্ভৱ অৰূপ ঘূৰি নাহিব চাগে’’ |
লেখা-মেলা |
0 |
যুৱনেতা ওৱাছিম আক্ৰামক প্ৰধানমন্ত্ৰী জনকল্যাণকাৰী যোজনা প্ৰচাৰ প্ৰসাৰ সংখ্যালঘু প্ৰভাগৰ কামৰূপ গ্ৰাম্য জিলাৰ সভাপতিৰ দায়িত্ব অৰ্পণ |
ৰাজ্য |
0 |
আধাৰ কাৰ্ডৰ নামত হাৰাশাস্তি দক্ষিণ শালমাৰাবাসী ৰাইজ, প্ৰতিখন গাঁও পঞ্চায়তত আধাৰ কাৰ্ডৰ কেন্দ্ৰ স্থাপনৰ দাবী ছাত্ৰ সন্থাৰ<eot>গুৱাহাটী : অসম-মিজোৰাম সীমান্তত মিজো আৰক্ষী তথা মিজো দুৰ্বৃত্তৰ গুলীত অসম আৰক্ষীৰ ছজনকৈ জোৱান ছহিদ হোৱাৰ উপৰি অৰ্ধ শতাধিক জোৱান আহত হ’বলগীয়া হোৱা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই ঘটনাক তীব্ৰ... |
বিগত কিছুদিন ধৰি মিজো আৰক্ষী তথা মিজো দুৰ্বৃত্তই অহৰহ অসমৰ মাটিত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ জ্বলাই দিয়া, স্থানীয় লোক তথা আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাকে ধৰি নানা ধৰণৰ অত্যাচাৰ চলাই থকাৰ পিছতো ৰহস্যজনকভাৱে অসম চৰকাৰে নমনীয় ভূমিকা পালন কৰাৰ কুফল আজি এইদৰে ভূগিবলগীয়া হ’ল বুলিও কয় ৰিপুন বৰাই। অসমৰ মুখ্যমন্ত্ৰীগৰাকী “নেডা”ৰো আহ্... |
দাতিকাষৰীয়া ৰাজ্যৰ আক্ৰমণৰ পৰা যদি নিজৰ ৰাজ্যৰ মাটিখিনিকে সুৰক্ষা দিব নোৱাৰে, নিজৰ মানুহখিনিকে সুৰক্ষা দিব নোৱাৰে, তেনেহ’লে “নেডা”ৰ আহ্বায়কৰ কাম কি? দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাৰ আৰু মেঘালয়ত উত্তৰ পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ এদিন পিছতে এই ঘটনা কেনেকৈ হ’বলৈ পালে বুলিও প্ৰশ্ন কৰে ৰিপুন বৰাই। প্ৰক... |
সাংসদ ৰিপুণ বৰাই বীৰ জোৱান কেইগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে আৰু ছহিদকেইগৰাকীৰ শোকসন্তপ্ত পৰিয়ালকেইটিক গভীৰ সমবেদনা জ্ঞাপন কৰিছে। লগতে এই ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা আৰু ছহিদ কেইগৰাকীৰ পৰিয়ালৰ লগতে আঘাত প্ৰাপ্ত জোৱানসকলক উপযুক্ত ক্ষতি... |
0 Share |
Share Tweet |
Sangbad 365 |
Defining a fresh perspective towards news |
You may also read! |
Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা |
December 1, 2022 4 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত |
Read More... |
Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি |
December 1, 2022 17 0 CommentsBy: Sangbad 365 |
নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও |
Read More... |
Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা |
November 30, 2022 9 0 CommentsBy: Sangbad 365 |
গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান<eot>খাদ্যৰ সন্ধানত এইদৰে জনাঞ্চলত প্ৰৱেশ কৰা বাঘে মানুহকো আক্ৰমণৰ লক্ষ্য কৰি ল’ব পাৰে বুলি শংকিত হৈ পৰিছে গাঁওবাসী। |
Recent News |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
উল্লেখ্য যে এই মুহূৰ্তলৈকে দেশত ১,৮২.৮৭,৬৮,৪৭৬ গৰাকী লোকক কোভিডৰ ভেকচিন প্ৰদান কৰা হৈছে। কোভিডত আক্ৰান্ত হৈ দেশৰ ৫ লাখ ২০ হাজাৰ ৮৫৫ জন লোকে প্ৰাণ হৰুৱাইছে। তথ্য অনুসৰি এতিয়ালৈকে দেশৰ মুছ ৪,২৪, ৮০, ৪৩৬ গৰাকী লোক কোভিড সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰিছে। |
দেশজুৰি টিকাকৰণ অভিযান অব্যাহত আছে। এতিয়ালৈকে দেশৰ ১৮২ কোটিতকৈও অধিক কৰোনা ভেকছিনৰ পালি দিয়া হৈছে। শুকুৰবাৰে ২৯,০৭,৭৪৯ পালি ভেকচিন প্ৰদান কৰা হৈছে। দেশত কোভিড বিৰোধী টিকাকৰণ অভিযান ১৬ জানুৱাৰী ২০২১ তাৰিখে আৰম্ভ হৈছিল আৰু প্ৰথম পৰ্যায়ত স্বাস্থ্যসেৱা কৰ্মীসকলক টিকাকৰণ কৰা হৈছিল। |
ইফালে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল পুনৰ আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্যৰাখি বুষ্টাৰ ড'জ প্ৰদানৰ বিষয়ে গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰে বিদেশৰ পৰা অহা লোকসকলক কোভিডৰ বুষ্টাৰ পালি প্ৰদান কৰিব। ইয়াৰ বাবে, চৰকাৰে বুষ্টাৰ পালিত প্ৰদান কৰিবলগা ৰেহাইৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। এই সন্দৰ্ভত অতি শীঘ্ৰে এক নিৰ্দেশ... |
ইউৰোপৰ বহুতো দেশত বাহিৰাষ্ট্ৰৰ পৰা অহা ভ্ৰমণকাৰীসকলৰ বাবে এক বুষ্টাৰ পালি বাধ্যতামূলক কৰা হৈছে। আনহাতে ভাৰতত কেৱল ৬০ বছৰৰ অধিক বয়সৰ লোকসকলেহে বুষ্টাৰ পালি প্ৰদান কৰা হৈছে। |
উল্লেখ্য যে এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্বাস্থ্য মন্ত্ৰালয়লৈ পত্ৰ লিখিছিল। এই পত্ৰৰ আধাৰতে স্বাস্থ্য মন্ত্ৰালয়ে সিদ্ধান্ত লৈছে যে বিদেশলৈ যোৱা ভাৰতীয়সকলে যিকোনো ব্যক্তিগত চিকিৎসালয়লৈ গৈ বুষ্টাৰ পালি গ্ৰহণ কৰিব পৰা ব্যৱস্থা কৰা হ'ব। ইয়াৰ বিনিময়ত তেওঁলোকে এটা নিৰ্দিষ্ট মূল্য পৰিশোধ কৰিব লাগিব। |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্বাস্থ্য মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰি লিখিছে যে, যিসকলে অধ্যয়ন, চাকৰি, ব্যৱসায় বা ক্ৰীড়াৰ বাবে বিদেশলৈ গৈ আছে তেওঁলোকে তাৎক্ষণিক ভাৱে বুষ্টাৰ পালি প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। অনাগত দিনত লাখ লাখ মানুহ বিদেশলৈ যাব। এই পত্ৰখনৰ পিছত স্বাস্থ্য মন্ত্ৰালয়ত আলোচনা হৈছিল।<eot>‘বেটী বচাও, বেটী ... |
দেশৰ ‘বেটী’ অৰ্থাৎ কন্যা সকলৰ বিৰুদ্ধে এতিয়া নিতৌ বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। দেশৰ যিকোনো প্ৰান্ততে নিতৌ উৎপীড়নৰ বলি হ’বলগীয়া হৈছে কন্যা সকল |
এনে এক জঘন্য ঘটনা সংঘটিত হৈছে বিহাৰৰ বিহাৰৰ সুপল জিলাত। জিলাখনৰ সদৰ আৰক্ষী থানা অঞ্চলৰ লোধ গাঁৱৰ গাঁও বুঢ়াই একেটা পৰিয়ালৰ তিনিগৰাকী ভগ্নীক চলাইছে অকথ্য উৎপীড়ন। |
এই ভয়ংকৰ কাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে এগৰাকী কিশোৰীৰ নাক কাটি পেলাইছে গাঁও বুঢ়াজনে। |
মুস্তাকিন নামৰ এই গাঁও বুঢ়াজনৰ বিৰুদ্ধে একেখন গাঁৱৰে এটা পৰিয়ালে এই অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি মুস্তাকিনে পৰিয়ালটোৰ তিনি গৰাকী ছোৱালীক শাৰীৰিক উৎপীড়ন চলায়। |
মুস্তাকিনৰ এই উৎপীড়ণত প্ৰতিবাদ কৰি বাধা দিবলৈ চেষ্টা কৰাৰ বাবেই মুস্তাকিনে তীক্ষ্ণ অস্ত্ৰৰে এগৰাকী কিশোৰীৰ নাকত আঘাত কৰে। |
আঘাতপ্ৰাপ্ত ছোৱালীজনীক চিকিৎসাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি ভুক্তভোগী পৰিয়ালটোৱে জানিবলৈ দিয়ে। |
পৰিয়ালৰ সদস্যসকলে ইতিমধ্যে আৰক্ষী থানাত গাঁওবুঢ়া মুস্তাকিনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.