audio audioduration (s) 3 15 | text stringlengths 2 317 | duration float64 3 15 | language stringclasses 1
value |
|---|---|---|---|
সুন্দৰ ল'ৰা-ছোৱালীহাল দেখি সিহঁতলৈ মৰম লাগি নিজে দোলাৰ পৰা নামি আহিল। | 7.2 | assamese | |
ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ যায়। | 6.66 | assamese | |
কোৱা হয় সেই পীঠৰ মন্দিৰ সৰ্ব্ব প্ৰথম নিৰ্মাণ কৰিছিল নৰকাসুৰে। | 7.31 | assamese | |
আমাৰ ঘৰত তলা মৰা অৱস্থাত ওছৰৰে ঘৰত মানুহ নথকা সময়ত চুৰি হৈছিল। | 6.59 | assamese | |
ইয়াৰ পাচত সূৰ্য্যই যেতিয়া ৰোগীক কেনে দেখিলে সুধিলে ডাক্তৰে ক'ব লগাত পৰিল। | 6.7 | assamese | |
মন ভালো লগা নাই, বেয়াও, নগা নাই। | 5.29 | assamese | |
পুৱাতে মোক খাটাংকৈ সমিধান দিব লাগিব। | 4.68 | assamese | |
পুৰণিয়ে নতুনক কয় যে পুৰণিক এৰিলে | 6.22 | assamese | |
যদিও এই উদ্যোগৰ ইতিহাস পুৰণি। | 7.22 | assamese | |
আৰু পথ হেৰুৱাই বিভিন্ন স্থানত ঘূৰি পকি অৱশেষত নীলাচল পাহাৰত উপস্থিত হয়গৈ। | 7.31 | assamese | |
কন্দা দেখি মাকৰ কোলাত হেৰি উঠিলগৈ। | 7.34 | assamese | |
এইদৰে বহুদিন গ'ল। | 3.35 | assamese | |
ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান মানস ৰাষ্ট্ৰীয় উদ্যান। | 7.49 | assamese | |
চেনিৰামহঁত তালৈকে যাবলৈ ওলাল। | 4.97 | assamese | |
তেওঁ ৰামৰ এজন ভাল অনুগামী। | 9.24 | assamese | |
এতিযা পুলিচৰ হাতৰ পৰা নিয়া যায় কেনেকৈ? | 7.99 | assamese | |
ডিছপ্লে' ছেটিংছ সলনি কৰিলে ঠিক হৈ যাব। | 4.25 | assamese | |
মই সকলো বস্তু যোগাৰ কৰি ৰাখিছিলোঁ। | 4.9 | assamese | |
এই বুলি চাঙত উঠি শুই থাকিল। | 3.89 | assamese | |
এটাও এৰি দিব নোৱাৰিলে আমি হোৱা হ'লে তাৰ পদূলিতো ভৰি নিদিলোঁহেঁতেন। | 5.87 | assamese | |
আজিয়েই মানুহ পঠিয়াব পাৰে। | 4.32 | assamese | |
“অ’ খৰিকটীয়া, অ’ খৰিকটীয়া খৰি নিদিয় কিয়?” | 5.44 | assamese | |
“মোৰ ৰাজ্যত আৰু এটা বৰ দুষ্ট বাঘ আছে” | 6.38 | assamese | |
পুলিচে বা আকৌ কি বিচাৰে। | 4.34 | assamese | |
আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰিলে। | 8.74 | assamese | |
ই স্বকীয়তাৰ দ্বীপ হিচাপেও পৰিচিত। | 4.14 | assamese | |
এই নামটো কলি জনগোষ্ঠী সকলৰ আৰাধ্য দেৱী - মুম্বাদেৱীৰ নামেৰে নামাকৰণ কৰা হয়। | 6.95 | assamese | |
আৰু কালি আৰু গণেশক নিৰ্বাসিত কৰে। | 4.07 | assamese | |
নমৰা হ'লে তাইক ক'ত ঘৰ লোৱাব পাৰোঁ! | 4.1 | assamese | |
এতিয়া মজা পাব, আইদেউ এই কামত কি সুখ। | 4.86 | assamese | |
কুঁৱৰীয়ে ঘোঁৰাত উঠি ঘোঁৰা চেকুৰাই আহোঁতে বাটৰ এঠাইত দেখিলে। | 5.14 | assamese | |
তেওঁ বুজিলে, পুলিচে গম পালে, দয়াৰামৰ আৰু সাৰিবৰ উপায় নাই। | 6.34 | assamese | |
এক লাখৰ এপ্পল্ আই ফ'ন। | 3.89 | assamese | |
সি ক'লে বোলে তাৰ তাতোকৈ ডাঙৰ দৰকাৰী কাম আছে। | 4.34 | assamese | |
জিলাখনৰ সদৰ কাৰ্যালয়সমূহ বৰপেটাত অৱস্থিত। | 6.3 | assamese | |
কলা-কৌশলৰ কাহিনীয়ে বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ নীতিগত দিশত চৰ্চা লাভ কৰিছে। | 8.03 | assamese | |
কিন্তু সেই নৰিয়াতে সি ইমান দুৰ্ব্বল হৈছিল যে আজিলৈকে আগৰ শ্ৰী ঘুৰি অহা নাই। | 7.3 | assamese | |
আমি এতিয়ালৈকে মুম্বাইৰ বিভিন্ন ঠাইলৈ ঘৰ বদলি কৰিবলগীয়া হোৱা হেতুকে। | 6.34 | assamese | |
নৰাইৰ অৱস্থা আগেয়ে বৰ বেয়া আছিল। | 3.96 | assamese | |
কিন্তু আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেই ব্যৱহাৰ হোৱা দেখা যায়। | 6.77 | assamese | |
তাৰ পুৰস্কাৰ স্বৰূপে চেনিৰামক ধাৰে দিয়া টকা এৰি দিবলৈকে তেওঁ মনে মনে স্থিৰ কৰিলে। | 6.52 | assamese | |
ল'ৰাজনক সোধাত গম পালে তাৰ নাম পবিত্র নাথ। | 4.79 | assamese | |
মণিয়ে ক'লে- "তিনি দিনৰ ছুটী লৈ ঘৰলৈ আহিছিলোঁ।" | 4.57 | assamese | |
ল'ৰাও চাই আহিব পাৰিব। | 3.06 | assamese | |
কোনোবাই লিপিবদ্ধ কৰিছে নে এতিয়া সেয়াও নাজানোঁ। | 4.18 | assamese | |
দঢ়াই দঢ়াই মাতি গৈছিল সকলোকে। | 5.8 | assamese | |
সেই নৰিয়াতে লাহে লাহে খিণায় শুকায় সি এদিন প্ৰাণ এৰিলে। | 6.34 | assamese | |
এই কাৰণেই যে এনে বহুতো অভিভাৱক লগ পাইছোঁ। | 4.9 | assamese | |
বিশেষকৈ বিবেকেশ্বৰ বৈৰাগীয়ে মােক বৰকৈ উদগাব ধৰিলে | 7.2 | assamese | |
মোৰ তুলাক ইমানকৈ খুৱাওঁহে খুৱাওঁ তেও দেখোন তাই এনে হ'ব নোৱাৰে। | 7.92 | assamese | |
মেখেলা উজোৱা নামৰ শিলৰ খটখটিটো আজিও দেখিবলৈ পোৱা যায়। | 6.84 | assamese | |
সচা হ'লে কোনোমতেই ছোৱালী দিব নোৱাৰি। | 4.54 | assamese | |
এবছৰ আগেয়ে কানাডালৈ পলাই গৈছিল। | 5.65 | assamese | |
ঘৰৰ গৃহিণীৰ ওপৰতে গোটেই পৰিয়ালৰ সুখ দুখ নিৰ্ভৰ কৰে। | 4.82 | assamese | |
বুঢ়ীৰ ভাত-ঘুমতি আহিল। | 3.5 | assamese | |
ক্লিপব'ৰ্ডত ছবি প্ৰতিলিপি কৰা হ'ল। | 4.1 | assamese | |
কিন্তু সেই বুলি যিহকে ভাল পোবা আগ পিচ নেভাবি তাকে কৰা আমাৰ উচিত নহয়। | 8.75 | assamese | |
আঁঠুৱাখন অলপ ছিঙি হৈছে। | 3.46 | assamese | |
এই বাস্তৱমূলক কাহিনী ৰঙ্গমঞ্চত অভিনয়ৰ যোগেদি দৰ্শকৰ আগত দেখুৱাবৰ কাণে | 8.18 | assamese | |
তুমি যি ভাল দেখা তাকে কৰা। | 3.28 | assamese | |
এজনৰ হাত ভাঙিছিল, এজন পেৰেলাইচিচ হৈছিল। | 6.5 | assamese | |
কল অনা মানুহটোৱে বিচূৰ্ত্তি খায়। | 4.1 | assamese | |
ফৰিং ঘৈণীয়েকৰ কথাত মান্তি হৈ শুই থাকিল। | 6.05 | assamese | |
এক সাউদৰ দুজনী ঘৈণীয়েক আছিল। | 4.25 | assamese | |
সকলোৱে অনুৰোধ কৰাত, তেখেতে গান গাই শুনাইছে। | 6.55 | assamese | |
কিন্তু মোক ভালকৈ পূজা দিব লাগিব। | 3.82 | assamese | |
এইজন নপতা ফুকনৰ নাম হ'ল লাজ। | 5.87 | assamese | |
আমি লগ্নমতে যাৰে লগত হওক বিয়া দিবই লাগিব। | 5.18 | assamese | |
তেওঁৰ বয়স এতিয়া তেইশ বছৰ। | 3.82 | assamese | |
অলপ পাচতে গিৰগিৰাই বৰষুণ পৰিব ধৰিলে। | 4.36 | assamese | |
কাৰণ তেনে ৰচনা সেই বয়সত আমাৰ দ্বাৰায় ৰচিত হোৱাটো সম্ভৱ নাছিল। | 5.62 | assamese | |
কপাহৰ বাগিচা ৰঙা নৈৰ পাৰত আছিল। | 4.82 | assamese | |
মণ্ডলৰ ঘৰৰ পৰা খবৰ আহিল, দৰা এতিয়াও ভাল হোৱা নাই। | 6.19 | assamese | |
যে এই মুদ্ৰা পূৰ্ব ভাৰতৰ ব্ৰঙ্গৰ শাসনকৰ্তা চন্দ্ৰকেতুৰ। | 6.41 | assamese | |
সি চাগে তোমাৰ কথা শুনা নাই আগতে। | 3.46 | assamese | |
তেওঁৰ প্ৰধান লক্ষ্য আছিল পুতেকক অলপ সৰহীয়াকৈ খেতিৰ মাটি লৈ দিয়া। | 5.4 | assamese | |
পূৰ্ব্বকালত আমাৰ পূৰ্ব্বপুৰুষবিলাকে পিতৃক দেৱতুল্য সন্মান কৰিছিল। | 7.2 | assamese | |
সুত নলওঁ বুলিছে যদিও শেহত কি কৰে কোনে জানে! | 5.26 | assamese | |
কিন্তু দুপৰীয়া হঠাৎ ডাৱৰে আকাশ ঢাকি কলা কৰি আনিলে। | 6.77 | assamese | |
ক'লে আৰু তোক কেতিয়াও খাবলৈ নিদিওঁ। | 4.5 | assamese | |
এনেতে এদিন ৰাতি মােৰ বােৰ টোপনিৰ অৱস্থাত এটি আচৰিত সপােন দেখিলোঁ | 9.4 | assamese | |
ভূধৰ চিন্তাত নিমগ্ন হ'ল। | 4.54 | assamese | |
কথাৰ আলোচনা কৰি দুই-তিনি চিলিমমান ধঁপাত উৰাই ঘৰা-ঘৰি গ'ল। | 7.31 | assamese | |
তেওঁৰ হাতত জমা আছে মুঠেই আঠশ টকা। | 4.86 | assamese | |
ৰাক্ষসে গৰুটো দেখি আনন্দ মনেৰে উঠি ধৰিবলৈ যাওঁতেই শিঙৰাই তাক বাধা দি ক'লে | 7.78 | assamese | |
প্লেনৰ মতে কাম কৰি গৈ থাকা। | 4.34 | assamese | |
হাতো নেমেলিবি লাৱো নিছিঙিবি, ক'ৰে মগনীয়া তই। | 8.14 | assamese | |
এনে কাম লেগ্ৰীৰ বাগিচাত এয়ে প্ৰথম। | 5.62 | assamese | |
আজি বেংক খোলা পামনে? | 9.02 | assamese | |
তাক মাৰিব পাৰিলেই আমি বক্সিচ পাম। | 4.86 | assamese | |
কেইবাটাও চৰিত্ৰৰ আচল প্ৰকৃতিৰ লগতে বহু কথা উন্মোচন হোৱাৰ কথা প্ৰকাশ কৰে। | 5.54 | assamese | |
হালিক সমৰ্থন কৰোঁতা কোনো নথকাত হালিৰ উপায় নোহোৱা হ'ল। | 6.3 | assamese | |
এবিধ ভাষা কেতিয়াও যথেষ্ট নহয়। | 4.5 | assamese | |
তাৰ ঘৰ তেজপুৰ নগৰৰ পৰা প্ৰায় ষোল্ল মাইল আঁতৰত আহতগুৰি গাঁৱত। | 6.86 | assamese | |
ঘৰৰ ভিতৰত সোমাই দেখা পালে এজন মানুহ আঠুৱা তৰি লেপ লৈ শুই আছে। | 7.31 | assamese | |
নিলগতে বাবাজীক দেখা পাই নৰাইৰ খঙে শাম কাটিলে। | 6.12 | assamese | |
খাই উঠি মুহুদি কৰি বহিল আৰু বাটত ঘটা ঘটনাটো বৰ্ণনা কৰিলে। | 8.5 | assamese | |
হোৱাই নোহোৱাই তেওঁ যজমানক গালি পাৰে। | 4.25 | assamese | |
পিঠা হৈছে মুখ্যতঃ পিঠাগুড়িৰ পৰা প্ৰস্তুত কৰা পাৰম্পৰিক অসমীয়া মিঠাই। | 7.06 | assamese | |
ল'ৰাটোৰ গঢ়টো যদিও বেয়া। | 4.18 | assamese |
End of preview. Expand in Data Studio
Indic Total TTS Merge
Merged TTS dataset with 13 Indic languages. All audio clips are >= 3.0 seconds duration.
Languages
assamese, bengali, english, gujarati, hindi, kannada, malayalam, marathi, nepali, odia, punjabi, tamil, telugu
Columns
- audio: Audio data
- text: Transcript text
- duration: Duration in seconds (all >= 3.0s)
- language: Language name
- Downloads last month
- 930