utterance_id
stringlengths
17
18
text
stringlengths
1
313
audio
audioduration (s)
2
29.7
SHA1P_utt00009930
এতিয়া মনটো বহুত বেয়া বেয়া আজি হলি দিনাও।
SHA1P_utt00009931
কিয়নো তুমি কাষত নাই। হলিৰ দিনটোত যদি অলপ enjoy কৰিলো হয়।
SHA1P_utt00009932
কমচে-কম মনটোতো ভাল লাগিলে হয়।
SHA1P_utt00009933
মোৰ মনটো বৰ বেয়া।
SHA1P_utt00009934
সেইকাৰণে ভাৱিছো, বেয়া বস্তু কিছুমান খাই বৈ ঘৰত গৈ গালি কেইটামান খাই শুই থাকিম। তাৰ বাহিৰেনো আমাৰ ল'ৰা মানুহ জীৱনটো কিনো।
SHA1P_utt00009935
সদায় গালি।
SHA1P_utt00009936
সদায় পিটন। ইমান ডাঙৰ হোৱাৰ পাছতো মা-দেউতাহঁতে পিটন দিয়ে থাকে। এতিয়া নিদিয়ে। আগতে দিছিলে।
SHA1P_utt00009937
স্কুলৰফালৰপৰা কিবা submit কৰিব লাগে। আহিছিলে, মই এতিয়ালেকে দিয়া নাই।
SHA1P_utt00009938
এতিয়া আমি মই এটাই status লগাম। আজি হলি বুলি এটা ফটো কপি উঠিছিলো, এতিয়া লগাম
SHA1P_utt00009939
photo-copy edit কৰিলো, কিন্তু, অহা নাই কিয়, একবাৰ চাই লওঁ
SHA1P_utt00009941
তোমাক নেদেখিলে, মনটো ভাল নালাগে।
SHA1P_utt00009942
সেইকাৰণে ভাৱি আছো, তোমাক পলুৱাই লৈ গুছি আহিম। মামাও দেখা নাই জানো।
SHA1P_utt00009944
লগৰটোৰ bike ত
SHA1P_utt00009945
তাৰপিছত
SHA1P_utt00009946
নিজক কবলে পাহৰি গলো যে, য়েতিয়া তোমাৰ চকুত তোমাৰ চকুকেইটা বেয়া হলে ন, এনেকে ভাল হৈ থকাতো সকলো এৰি দিলো, বেয়া হওঁতেতো নহব
SHA1P_utt00009947
আজি দিনটো যেনেতেনে ভালকে গলেই হ'ল, ভালকে গ'লে। উম
SHA1P_utt00009948
ভাল মানে আৰু কেনেকে, হাঁহি-ফুৰ্তিত থাকিলেই হ'ল। এতিয়া যদি লগত girl friend থকা হ'লে, কিমান ভাল লাগিলে। girl friend এ ময়ে কথা পাতিলো হয়। হলিৰ দিনা হলি খেলিলো হয়।
SHA1P_utt00009949
উম আমি পথাৰত আছো। আছিলে, মানুহৰ বদলি ছাগলি হোৱা হলে
SHA1P_utt00009950
উম এনেকেই থাকিব লাগিব, কি কৰিবি, উপাই নাই নহয়। mobile তো charge নাই। লাগিব, ঘড়ী মিলাব লাগিব।
SHA1P_utt00009951
আহ এইবিলাকেই আৰু
SHA1P_utt00009952
উম
SHA1P_utt00009953
হলিৰ দিনাও হলি খেলিবলৈ পইচাই নাই, হাতত। কিনো কবা তোমাৰ। ইস্কুলতো bear চিয়েৰ খাই শুই থাকিম নেকি।
SHA1P_utt00009954
নহলে চত দি কেনে ঘৰত গৈ শুই থাকিম
SHA1P_utt00009955
মাল এটাও পটাইছো, সি কালি আহি ঘৰত দিছেহি। লগ কৰিলো, কথা-চথা পাতিলোঁ।
SHA1P_utt00009956
আজি থকা হলে ভাল লাগিলে হয়, গৌৰীসাগৰলৈ গ'লো হয়, bike ও আছিলে।
SHA1P_utt00009957
ঘুৰি enjoy কৰিলো মই।
SHA1P_utt00009960
মোৰ girl friend লে মনত পৰিছে।
SHA1P_utt00009961
লগৰ কেইটাই কৈ আছে। মোৰ লগত থাকিলে পগলা হৈ মৰিবি বুলি।
SHA1P_utt00009962
জীৱনটো এনেকা দুখ হৈ গৈছে যে কি কম আৰু
SHA1P_utt00009963
বহুত দুখ গোটেই জীৱনত, কি কম। ইমান দুখ যে জীৱনতো নহয়। বেলেগৰ লগত নহয়, মোৰ লগত হয়। ইয়াৰ আৰু ভগবানে দুখ দি বেছি ভাল পায় নেকি মোক।
SHA1P_utt00009964
কেলেই ইমান দিয়ে
SHA1P_utt00009965
তো এতিয়া আমি ভাত খাব যাম। ভাত খাই আহি
SHA1P_utt00009966
shot দিব যাম।
SHA1P_utt00009968
girl friend লে মনতপৰিছে। কিনো কৰিম খুৱাই-বুৱাই এতিয়া। ভাবিছো একটা পতাম। পতাম নপতোৱা নহয়।
SHA1P_utt00009969
আমি থোৰে ন ইমান কাচ্চা player হয়। ছোৱালী পতাম বুলি কলে, আমিও পতাব পাৰো, কিন্তু, নপতাও। ছোৱালীৰ প্ৰতি ইমান interest নায়। সেই কাৰণে
SHA1P_utt00009970
আমি ইমান ছোৱালীক ভাও নিদিয়ো, অকলশৰীয়া হৈ বেছি ভাল পাঁও।
SHA1P_utt00009971
আমি অকলশৰীয়া ল'ৰাতো, অকলশৰে থাকিম না, সুধিলে partner ৰ লগত লৈ গৈছে।
SHA1P_utt00009972
আমাৰ লগৰটোৱে আমি, লগৰ লগতে থাকি বেছি সুখ পাঁও। আমি relation ত গৈ লাভ নাই।
SHA1P_utt00009973
আমি, জীৱনত যিমান ছোৱালীৰপৰা ঢোকা খাই আহি যদি কিবা কৰিব বিচাৰা, আমাৰ লগৰ বিলাকে সাহস হৈ আমাক বুজায়। গালিও দিয়ে।
SHA1P_utt00009974
পিটনো দিয়ে। তেওঁ আমি একো কৰিব নোৱাৰো, কিয়নো আমাক বুজাই। সেই কথাটো কিছুমানে বুজি নাপায়, কাজিয়া কৰি লগ এৰি দিয়ে। মই তেনেকা নহয়। মই
SHA1P_utt00009975
লগ যেনেকুৱা তেনেকুৱাই থাকো, লগৰ লগত।
SHA1P_utt00009976
মোৰতো কেতিয়াবা মন যায়, মই মৰি যাব, কিন্তু, মৰি গলেতো মা-দেউতাহঁতে বহুত কান্দিব ন, সেইকাৰণে
SHA1P_utt00009977
মৰা আশাটো ইমান হাঁহি-ফুৰ্তিত থাকিম, enjoy কৰিম।
SHA1P_utt00009978
আমি সদায়
SHA1P_utt00009979
উম এতিয়া আমি ঘুৰিবলে যাম, ফটো মাৰিম।
SHA1P_utt00009980
girl friend ৰ লগত photo চটো উঠিলো। exchange কৰিলো। উম ভালেই লাগে, কিন্তু, যদি girl friend লগত নাথাকে ভাল নালাগে ন, তেতিয়া বেলেগৰ কাৰণে বেলেগৰ লগত, নিজৰ girl friend যদি বেলেগৰ লগত বহি থাকে।
SHA1P_utt00009982
এবাৰতো হেৰি break-up হলে, পাই যায়। ছোৱালী মানুহৰ আকাল নাই, লৰাৰ। আমি লৰাবিলাকৰহে
SHA1P_utt00009983
সচা কথা কবলে গলে আমি বেয়া বস্তু খাওঁ কাৰণে আমাৰ কাৰণে ছোৱালী নপতে চাগে। কিন্তু, আমি কিয় খাঁও সেইটো নাজানে, আমাক সেইটো ভাল কৰিবৰ কাৰণে ছোৱালীজনীয়ে আমাক কব লাগিব, আহ বুজাব লাগিব, চেষ্টা কৰিব লাগিব, উম ভাল হোৱাতো, ভাল হলে।
SHA1P_utt00009984
আমাৰ চৰিত্ৰ ভাল হ'ব, future ও ভাল হ'ব। ল'ৰা-ছোৱালীৰ ক এৰ জীৱনটোৰ কথা ভাৱিব লাগে, ক'লেতো চবেই বুজিব না, ল'ৰা ল'ৰাৰো এটা feeling থাকে ন, সিও তো
SHA1P_utt00009985
বুজাৰ তাৰো ক্ষমতা আছে, কিন্তু, যদি ছোৱালী ছোৱালীজনী বা girl friend জনীয়ে যদি বুজাবলৈ চেষ্টা নকৰে, সি কেনেকে কব
SHA1P_utt00009986
girl friend ৰ এনেই ঘৰত মাক আছে, দেউতাক আছে, ভন্টী আছে, বাইদেউ আছে, দুজনী- তিনজনী, তাৰ পিছত আহ দাদা এটা আছে। অনুপম
SHA1P_utt00009987
সি মানুহটো ভালে আছে।
SHA1P_utt00009988
ঘুৰি ফুৰে photo চটো উঠে, ল'ৰাটো দেখাতো handsome কিন্তু, ভনীয়েক অলপ চঞ্চল, ধুনীয়া বুলি অলপ বেছি
SHA1P_utt00009989
আহ কিনো কৰিম। কিমাননো ল'ৰা মানুহেনো কিমান দিন, দুদিনীয়া জীৱন। লাখ টকাৰ সপোন, ভাল bike এখন পাই গলে, আমাক আৰু কি লাগে।
SHA1P_utt00009990
আমিতো এনেকে থাকিম নাঃ
SHA1P_utt00009991
হাঁহিবলে সময় হলে হাঁহিম, কন্দা সময়ত কান্দিম।
SHA1P_utt00009992
এতিয়া, কবলে, নায়ে একো, তেও অলপ মাখি-চাখি আহি যে ওচৰত পৰি আছে, কিয় নাজানো। সোপা
SHA1P_utt00009993
ছোৱালী পতাবলে মন যায়, এৰ বেকাৰ হৈ যায় বেছিদিন নাথাকে আৰু, সেইকাৰণে ভাল নালাগে।
SHA1P_utt00009994
ভাৱিছো relation ৰপৰা দুৰত যাঁও, কিন্তু, relation ত থাকিলেও ভাল লাগে ন, সেইকাৰণে ভাৱিছো relation ত থাকিম, লগৰ দুটা বহী আছে, দুটা গল bike লৈ, কত গ'ল ঠিক নায়।
SHA1P_utt00009995
তাৰপিচত এটা আহিব চাগে, ফুৰিবলে যাম, কিনো ইমান দেৰি কৰি আছে।
SHA1P_utt00009996
আজি এই হলি দিনটোতো চুলি কাটিম বুলি আহিছিলো, এতিয়ালেকে চুলি কটা হোৱা নায়। এ কাটিম, লগৰ তিনটামানে গৈ
SHA1P_utt00009997
হলিৰ দিনটোতনো আমি এনেকে থাকিব লাগেনে বুলি মই ভৱা নাছিলো, কিন্তু, ভাৱিবৰ প্ৰয়োজন হৈ গল।
SHA1P_utt00009998
তোমালোককো happy holi
SHA1P_utt00009999
কলিজাত ৰাখি থম বুকুতে সাচিম আহ মোৰ লগৰ এটা আহি গল
SHA1P_utt00010000
লগৰটো আহিল, আহি পাই গল তো
SHA1P_utt00010002
তাত
SHA1P_utt00010003
আহ আহ তাৰ পিছত লগৰটোৱে bike শিকিব, bike এতিয়া শিকিব সি, start দিব কি কৰে আহ
SHA1P_utt00010004
মোক ফোন কৰি কৰি ইমান ডবাইছে, এতিয়া চাম, কি কি কৰে, উম accelerator ডবাব এতিয়া, উম gear এটা লগাব, লগাই gear লগাব।
SHA1P_utt00010005
এটা gear লগালে, লাহেকে এতিয়া দবাব, আহ ভাই ভাই দবা দবা, ভাই দবা দবা, আহ সি চলব জানে bike গুচি গ'ল।
SHA1P_utt00010006
bike এতিয়া দবাই আহিছে, লগৰ এটা দৌৰি-দৌৰি আহিছে। bike লৈ ক'ত গুছি গল এটা, বেয়া ঘুৰি ফুৰিছে বে, মই ইয়াতে অকল-অকলে বহি আছো।
SHA1P_utt00010007
চব কেলাenjoy কৰিছে, মই ঘুৰি ফুৰিছো বহি ফুৰিছো অকলে অকলে।
SHA1P_utt00010008
ঘৰত যাম আৰু। গৰু পোৱালি এটা
SHA1P_utt00010011
তাৰ পিছত
SHA1P_utt00010012
পৰীক্ষা আহি পাই গল
SHA1P_utt00010013
কিমান পঢ়িবা। পঢ়ি পঢ়ি শেষ জীৱন
SHA1P_utt00010014
লগৰ বিলাকেও enjoy কৰে। মাষ্টৰৰ লগত enjoy কৰে, কিন্তু, আমিনো কিনো enjoy কৰিম।
SHA1P_utt00010015
আহ তুমিনো কি বুজিবা, মোৰ মনৰ কথা।
SHA1P_utt00010016
এতিয়া
SHA1P_utt00010017
তোমাৰ ঘৰত কোন কোন আছে বা?
SHA1P_utt00010019
ঘৰত এটা পাই যায় একো কষ্টৰ কাম নকৰিবা সুখত থাকা, মা-দেউতাক চাবা
SHA1P_utt00010020
দান-বৰঙণি লাগিলে দিবা
SHA1P_utt00010022
girl friend ৰ লগত, তোমাৰ লগত কথা পাতি আছো
SHA1P_utt00010023
বহুত দুৰত দুৰত bike excited আছিলো।
SHA1P_utt00010024
চাব লাগে
SHA1P_utt00010025
এতিয়া আমি
SHA1P_utt00010026
স্কুলত
SHA1P_utt00010027
তাৰ পিচত এইবিলাকেই চাই চাই, কি কৰি আছে জীৱনৰ দুখৰ কথা কি কবা, দুখ-সুখ
SHA1P_utt00010028
আহ দুখ-সুখ বহুত আছে ন, ডাঙৰ টো বহুত আছে
SHA1P_utt00010029
আহ উম তাৰপিচত উম
SHA1P_utt00010030
ঘৰত গৈ ভাত বনাম, মাংস-ভাত খাব লাগে জলদি লগৰ কেইটাই bike চলাই আছে, চলাবৰ মন গৈ আছে, চলাব পৰা নাই। বহুত busy না
SHA1P_utt00010031
এতিয়া মোৰ চাবলে হেপাহ কিন্তু, মই একদম নিসন্দেহ
SHA1P_utt00010032
ক'লো নহয় মোৰ ভবা নাই, মই নাজানো
SHA1P_utt00010034
আৰু একেই মন বেয়া কৰি এদিন বেলেগহৈ যাম, চব তেনেকেই থাকি যাম না, so, good bye