audio audio | text string |
|---|---|
এই ব্যবস্থাৰ সম্পুৰ্ণতাৰ লগত,এই স্বাধীনতা শেষ হব পাৰে। | |
আজি মালিগাঁও ৰেলৱেত উপস্থিত হৈ দূৰসংবেদী ব্যৱস্থাৰ দ্বাৰা | |
জাৰকালিৰ তুলনাত গ্ৰীষ্মকালত ৰোগৰ প্ৰাদূৰ্ভাৱ বেচি | |
এটা এজেন্টৰ ব্যৱহাৰ কৰাটো ভাল হ'ব পাৰে যি সঘনাই আপোনাৰ সদৃশ যাত্ৰাসমূহক বুক কৰে৷ | |
সেই সময়ত তেওঁৰ গা নৰিয়া আছিল ন মাহ | |
এখন গাড়ী দুৰ্ঘটনা সংঘটিত হৈছে । | |
উৰিব পৰা যন্ত্ৰ সজাৰ চেষ্টা চলাইছিল | |
এই ক্ষেত্ৰত সৰ্বপ্ৰথমেই নাম লব লাগিব কোঁচ ৰজা নৰনাৰায়নৰ কথা | |
কিন্তু মই নাজানো কোনজন লেখকৰ উপন্যাস ভাল এইক্ষেত্ৰত তুমি মোক সহায় কৰিব পাৰিবা নেকি | |
২৮ জুনত লিবিয়াৰ গৱৰ্ণৰ জেনেৰেল আৰু মুছলিনীৰ স্পষ্ট উত্তৰাধিকাৰী মাৰ্শ্বাল ইটাল' বালব'ৰ টব্ৰুকত অৱতৰণ কৰি থকা অৱস্থাত বন্ধুত্বপূৰ্ণ গুলীচালনাত নিধন হৈছিল। | |
মটৰচাইকেলবোৰ দ্ৰুতগতিত গৈ আছে | |
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ গাৰোপাহাৰ জিলাৰ মেন্দিপথাৰলৈ চলিব লগীয়া | |
বিপুলজ্যোতি শইকীয়াই সংগ্ৰহ কৰা কবিগৰাকীয়ে | |
মেকুৰী পোৱালী পালে আৰু মেকুৰীজনীয়ে ছোৱালী দুজনী পালে | |
বৰুৱা আৰু পুত্ৰ বিকি ৰৈ থাকিল গায়ক গাৰ্গ অহালৈ | |
তেওঁৰ একান্ত আশা আৰু কল্পনাক বাস্তৱিত কৰিব পৰা হলে মই গভীৰ ভাবে ভাবিলো | |
ভাতৰ পাতৰ তলত একোটা গাঁত খান্দি লৈছিল | |
ই বতৰৰ ওপৰত নিৰ্ভৰ কৰে । | |
সাধু আৰু যদু নামেৰে দুজন বন্ধু আছিল | |
সাগৰৰ কথা শুনি কাউৰীয়ে টেকেলি এটা বিচাৰি | |
তাৰপৰা কোনো কেতিয়াও উজাই যোৱা নাই | |
যদি আপুনি পানীয় সেৱনৰ ভিন্ন অভ্যাস থকা চহৰ এখনত বাস কৰে, আপুনি সঘনাই নোযোৱা কাষৰীয়া মদিৰাশালা আৰু পাবসমূহলৈ যাওক। | |
ওপৰলৈ মানে, আপুনি অগ্রভাগত আৰম্ভ কৰিব লাগিব আৰু ধনুখন ঠেলি দিব লাগিব আৰু তললৈ মানে আপুনি ফ্রগ অংশটোত (আপোনাৰ হাতে ধনুখন ধৰি থকা অংশটো) আৰম্ভ কৰি ধনুখন টানি দিব লাগিব। | |
উদাহৰণস্বৰূপে এইটো কব পাৰি যে মটৰ গাড়ীয়ে ৰাস্তাক উন্নয়নৰ ফালে আগুৱাই লৈ যায়। | |
আমি ঘৰৰ ওপৰৰ চাদটো মাটি ভৰাই সৰু ডাঙৰ গছ ৰুঁইছো | |
মন্ত্ৰনা সভাত তৃতীয় জনা মন্ত্ৰী বৰপাত্ৰগোঁহাই পদ সৃষ্টি কৰিলে | |
মোৰ কাৰণে আচৰিত হৈ ওঁ | |
অৰণ্যৰ হাতী সমতললৈ নামি আহি মানুহৰ বিপক্ষে যুঁজ দি জীয়াই থাকিবলৈ বিচাৰিছে | |
কেপচুলটো প্ৰতি চেকেণ্ডত প্ৰায় ১২.৮ কিমি অথবা ৮ মাইল বেগত যাব, এই গতিবেগত ১ মিনিতত ছান ফ্ৰান্সিস্ক'ৰ পৰা লছ এঞ্জেলছ পাব পাৰি। | |
অহা জুলাইত তেজপুৰৰ বিহগুৰিৰ টুমুকীত আয়োজিত | |
তাই আঁজলি দিয়েক নিজে খাই ভনীয়েকলৈ পানী | |
গগৈৰ দৰেই পাতল কথা কোৱাৰ হাৱা লগাটো | |
অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান হৰিচৰণ দাস | |
কচোন কি হৈছে বিপিনে জোৰকৈ সুধিলে নকওঁ দে | |
কতৰ চাগৈ তুমি কাণ ঘোলা কৰিছা | |
খেন মিলালৈ অপেক্ষা মাথো | |
মাকে নিজৰ সন্তানক খেতিয়কে নিজৰ খেতিডৰা দেখি যেনেকুৱা আনন্দ লাভ কৰে | |
আপুনি এইটো ইংৰাজীত কেনেকৈ কয় ? | |
সংক্ৰমিত ৰোগে অথবা হিংস্ৰ জন্তুৱে শক্তি প্ৰয়োগ কৰি মানুহক আঘাতপ্ৰাপ্ত অথবা হত্যা কৰিব পাৰে, সচৰাচৰ নিগনিৰ দৰে বাচিব নোৱাৰে। | |
যুক্তিৰে মুৰটো শৰীৰটো জোকাৰ মাৰি পঠালে | |
মানুহজনে পাৰ হ ' বলৈ অপেক্ষা কৰি আছে | |
ছোৱালীজনী যোৱাৰ পাছতো তাই কোৱা এই কথাষাৰ অনুৰণিত হৈ থাকিল দুইটাৰ | |
আপুনি এইটো কিয় কৈছিল? | |
তেতিয়া তহঁতে মোক বিচাৰি যাবি | |
ফেনে ফুটুকাৰে উফন্দি আহিলেই জানো ধনশিৰী বাঢ়িব | |
এই টেনিছ কোৰ্টখন বালি আৰু ধুলিৰে নিৰ্মিত | |
কুমাৰীসকলে কেৱল উত্তৰফালৰ শিলাস্তৰৰ 'গুড বেক' ক্ৰয় কৰে, পৰিচালন কোম্পানী তেওঁলোকে বিবেচনা নকৰে। | |
ই উদঙাই দেখুওৱা প্ৰশাসনিক শিথিলতাকো কাঠগড়াত তুলিব লাগিব | |
শিক্ষানুষ্ঠানখনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে | |
এটা ঘূৰণীয়া কাষৰ কাঠৰ খণ্ড | |
তেনেতে খেক খেক কৈ কাঁহ এটা মাৰি শিয়াল মন্ত্ৰীয়ে কলে | |
হাতো নেমেলিবা ফুলো নিছিঙিবা চেনেহৰ পিতাদেউ এ | |
লক্ষ্মীৰ বৰপুত্ৰ সন্মান অহাটো প্ৰদান কৰাৰ বাবেও | |
দে খন্তি কাটোঁ ঘাঁহ খুৱাঁও গাইক | |
এইয়া কোন? (ফোনত কোন আছে সেই বিষয়ে অনুসন্ধান কৰা) | |
পৰিস্কাৰ পৰিচ্ছন্নতাৰ অভাৱটো বিয়পে | |
আমাৰ মগজুটো সেই জীৱসমূহৰ সমকক্ষ | |
নতুন প্ৰধানমন্ত্ৰীয়ে কাশ্মীৰৰ বৈষ্ণুদেৱী পৰ্যন্ত ৰেল সেৱাৰ উদ্ঘাটন কৰিলে | |
সিহঁতৰ মাৰণাস্ত্ৰবিলাকো আছিল ঘূৰণীয়া | |
আছানা স্প্ৰিংছ | |
সেইবাবে বুঢ়ীক দেখি আনন্দ মনেৰে আস্তব্যস্তকৈ বহিবলৈ দি | |
দিল্লীত লাড্ডু খাবলৈ গৈ গুঞ্জন দত্তই ললিপপৰ ৰাহু ভাইক লগ ধৰা বুলি | |
চৰাই মৰে ৰৈ মানুহ মৰে কৈ আনহাতে সত্যও সদায় অপ্ৰিয়ই হয় | |
টিকাত হাত পৰিলত বাঘটো জপিয়াই উঠিল | |
বাছএখনৰ কাষত চীনা চৰিত্ৰসমূহ | |
যুদ্ধ যাত্ৰা কৰি যোৱাটো উচিত | |
পিছৰবাৰতো তাই তেনেকৈ এটা ৰঙালাও পালে | |
তাইলৈ চাই তাচ্ছিল্যৰ হাঁহি এটা মাৰিলো | |
ৰাস্তাৰ কাষৰ শিল দম এটাত থৈ তেওঁ বহিল আৰু গোটখোৱা মানুহবোৰলৈ চালে | |
ঐতিহ্যময়ী আহোমৰ ৰাজসিংহাসনত কলংকৰ চেকা পেলোৱাত | |
অন্ধকাৰচ্ছন্ন গহ্বৰলৈ ঠেলি দি নিৰুৎসাহিত কৰি আহিছে | |
ছোৱালীয়ে মেখেলা চাদৰ বা চেলোৱাৰ কামিজ পিন্ধিবলৈ লোৱাৰ পাছতো এদিন তাইৰ বাবে কিনি অনা | |
সৰবজানৰ হাতত ধৰি কলে | |
আপোনাক আন কিবা প্ৰয়োজন নেকি? | |
সমুখৰ পিনৰ খিড়িকী এখনৰ পৰ্দা এখন গুচাই তাই বাহিৰলৈ চালে | |
বায়েকক বিয়া দিয়া আজি পাঁচ বছৰেই হল ঘৰত যে বুঢ়া মাক | |
ৰাতুল মইনাহঁতে দিন দৌৰাদৌৰি কৰি গোটালে | |
মই এজন আমেৰিকান। | |
শিখধৰ্ম হ'ল ভাৰত উপ-মহাদেশৰ এটা ধৰ্ম। 15শ শতিকাত পঞ্জাৱ অঞ্চলত হিন্দু পৰম্পৰাৰ সাম্প্ৰদায়িক ভিন্নতাৰ পৰা উৎপত্তি হৈছিল। | |
হিন্দু ৰজা মহাৰজাৰ কাহিনীয়েহে গেৰুৱা শাৰী ভালপোৱা বাইদেউৰ | |
পিটিকি ফুৰা এই মাইকী মানুহৰ কামবোৰতনো | |
মই ভৰ্তি । | |
পিছে নাঙলটো সি এতিয়াও ভালকৈ ধৰিব পৰা হোৱাগৈ নাই | |
পঞ্চায়ত সভাপতি আৰু অফিচাৰ সকলৰ মাজত বানপানীত পৰিয়ালৰ সকলোকে হেৰুওৱা | |
কাৰণ পাঠশালাৰ নতুন খেক বান্দৰে ৰাইডাং বেত এডাল লৈ ফচঙক | |
হুহনে আৰু প্ৰাইছক ফেব্ৰুৱাৰী 16 তাৰিখে ৱেষ্ট মিনিষ্টাৰ মেজিষ্ট্ৰেট ক'ৰ্টত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে। | |
এইবাৰ বল পৰিল ভৰিত দিয়া এটা আয়ত্ত কৰি ফালে মাৰি পঠিয়ালে | |
মানুহ লৈ গৈ | |
তহঁতৰ পৰা গুচি অহাৰ পিছত ছাৰেইটো আছিল মোৰ এক মাত্ৰ ভৰসা | |
আৰু চিলনী জীয়েকক পেৰাৰ পৰা উলিয়ালে |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.