dataset collection
Collection
contain datatset for train indic parler tts • 30 items • Updated • 1
audio audioduration (s) 1.02 14.8 | transcription stringlengths 7 116 | file_name stringlengths 12 15 |
|---|---|---|
এদিন মাছবোৰ গোট খাই মাছখোৱা জন্তুবোৰৰ সৈতে | sample_0.wav | |
ৰণ দিবলৈ থিৰ কৰাৰ নিমিত্তে মেল মৰা বিলৰ | sample_1.wav | |
ভগা ডুবিতে দুপৰীয়া মেল পাতিলে | sample_2.wav | |
সৌ মেললৈ ৰৌ বৰালি বাহু শল কাৱৈ গৰৈকে আদি কৰি ফুল দৰিকণালৈকে সকলোবোৰ মাছ আহিল | sample_3.wav | |
সমজুৱাসকল গোট খালত টপামুৰীয়া গৰৈক সকলোৱে | sample_4.wav | |
সেই দিনাৰ মেলখনত বৰমূৰীয়া পাতিবলৈ আৰু | sample_5.wav | |
লৰবৰ চেঙেলীক পাচনীৰ ভাৰ দিলে | sample_6.wav | |
পাচনীয়ে গংগাটোপক মেলখন নো কিয় পতা হৈছে | sample_7.wav | |
সমজুৱাসকলক ভালকৈ বুজাই দিবলৈ কলত | sample_8.wav | |
গংগাটোপে হাতযোৰ কৰি কবলৈ ধৰিলে | sample_9.wav | |
ৰাইজসকল মই আজি আপোনালোকৰ ভৰিৰ ধুলি মূৰত লৈ | sample_10.wav | |
আমাৰ পাচনী চেঙেলী ককাইৰ আজ্ঞামতে | sample_11.wav | |
আষাৰ চেৰেক কথা কব খুজিছো | sample_12.wav | |
যদি মোৰ কথাত কিবা স্বৰূপে কেনা লাগে | sample_13.wav | |
যেন আপোনালোকৰ চৰণত মোৰ এয়ে তুতি | sample_15.wav | |
সকলো জন্তুৰ ভিতৰত আমাক ঘাই | sample_16.wav | |
সিহঁতে আমাক জাল পল জুলুকি পাউৰী চেপা ঠুহা আদি | sample_17.wav | |
নানা যন্ত্রৰে ধৰি তপত তেলত | sample_18.wav | |
আৰু পকা অঙঠাত পেলাই | sample_19.wav | |
ভাজি পুৰি পাতত দি খৰিকাত দি সিজাই পকাই খায় | sample_20.wav | |
কিন্তু এটা কথা ৰাইজে মন কৰি চাব যে | sample_21.wav | |
সিহঁতে আমাক এইদৰে নানা শাস্তি দি খায় | sample_22.wav | |
তথাপি সিহঁতক আন আন পশু জাতিৰ গোলাম কৰিহে | sample_23.wav | |
ঈশ্বৰে স্বৰজি পঠিয়াইছে | sample_24.wav | |
আপোনালোকে মানুহ নামৰ এই জন্তুবোৰৰ | sample_25.wav | |
ঘৰে পতি চাই ফুৰকগৈ | sample_26.wav | |
দেখিব সিহঁতে গৰু মহ ঘোঁৰা ছাগলী আদিৰ কি দৰে গোলামি কৰিব লাগিছে | sample_27.wav | |
গৰু ঘোঁৰাক সিহঁতে খাবলৈ ঘাঁহ দিছে | sample_28.wav | |
শুবলৈ খেৰ পাৰি দিছে থাকিবলৈ ঘৰ সাজি দিছে | sample_29.wav | |
গৰু ঘোঁৰা ছাগলীৰ গোবৰ আৰু লাড পৰ্যন্ত | sample_30.wav | |
এই বহটিয়াবোৰে উকতি চাফা কৰিছে | sample_31.wav | |
আগৰ কালত গৰু পোৱালি আছিল যেন মনে ধৰে | sample_33.wav | |
কিয়নো সিহঁতে গৰুৰ গাখীৰ খায় | sample_34.wav | |
এইবোৰ কথা ভালকৈ ভাবি চালে মানুহ | sample_36.wav | |
জাতিটো যে গোটগৰু আৰু সমূলি বুধি নাইকিয়া | sample_37.wav | |
এতেকে এনে গৰু মানুহক আমি | sample_38.wav | |
টিলিকতে বধ কৰি আইধা কৰিব পাৰিমহঁক | sample_39.wav | |
ৰাইজসকল মই মুৰুখমতি লৰা | sample_40.wav | |
জুকিয়াই লৈ ভাঙি পাতি কব পৰা নাই | sample_41.wav | |
মোৰ মাহী গেদগেদী এই মেললৈ | sample_42.wav | |
কিয় আজি অহা নাই কব নোৱাৰো | sample_43.wav | |
তেওঁ ইয়াত থকা হেঁতেন জন্তুৰ ভিতৰত | sample_44.wav | |
কুলাধম এই মানুহবোৰৰ বিষয়ে | sample_45.wav | |
আৰু ভালকৈ বৰ্ণাই আপোনালোকৰ আগত কব পাৰিলেহেঁতেন | sample_46.wav | |
আৰু সিহঁতক কেনেকৈ মাৰিব পাৰি | sample_47.wav | |
কি গুণ কি ব্যৱস্থা সকলোবোৰ বহলাই কব পাৰিলেহেঁতেন | sample_48.wav | |
কাৰণ তেওঁৰ মুখখনি বহল | sample_49.wav | |
সেই মুখখনৰেই মোৰ গেদগেদী মাহীয়ে | sample_50.wav | |
আগৰ কালত কুৰুক্ষেত্র যুঁজত ওঠৰ অক্ষৌহিণী সৈন্যৰ ভিতৰত | sample_51.wav | |
অকলে এক অক্ষৌহিণী গিলিছিল বুলি শুনিছোঁ | sample_52.wav | |
এতেকে তেওঁক বেগতে মতাই আনি | sample_53.wav | |
মোৰ কথাৰ প্রমাণ লওক | sample_54.wav | |
গংগাটোপৰ কথা শুনি তেতিয়াই মেলৰ বৰমূৰীয়া গৰচেঙেলী | sample_55.wav | |
পাচনীক হুকুম দিলে যে গেদগেদী বাইক এতিয়াই অনাব লাগে | sample_56.wav | |
তৎক্ষনাৎ পাচনীয়ে গৰৈচিৰিকা এটাক | sample_57.wav | |
গেদগেদীৰ ঘৰলৈ লৰুৱাই পঠাই দিলে | sample_58.wav | |
গৰৈয়ে গেদগেদীৰ ওচৰ পাই মাত লগালে | sample_59.wav | |
সবাহলৈ যায়নে নাযায় | sample_60.wav | |
গৰৈৰ কথা শুনি গেদগেদীৰ টিকচি বিকচি খং উঠিল | sample_61.wav | |
গেদগেদীয়ে গৰৈক জোকোৰা মাৰি উত্তৰ দিলে | sample_62.wav | |
বন্দী টভংমৰা পোৱালী খোৱা নেযাওঁ যা | sample_63.wav | |
এই উত্তৰ শুনি গৰৈয়ে অপমান পাই উভতি আহি | sample_64.wav | |
সমজুৱা সকলক জনালত গংগাটোপে নিজেই মাহীয়েকক মাতিবলৈ | sample_65.wav | |
মেলৰ বৰগৰাকী বৰমূৰীয়া গৰৈৰ অনুমতি লৈ লৰ ধৰিলে | sample_66.wav | |
গেদগেদী বায়ে যদিও গৰৈচিৰিকাৰ আগত | sample_67.wav | |
খং কৰি সভালৈ নাযাওঁ বুলিছিল | sample_68.wav | |
তথাপি ৰাইজৰ হুকুম পেলাব নেপায় বুলি ভাবিব | sample_69.wav | |
কাছি পাৰি সেন্দুৰৰ ফোঁট ৰেখা লৈ ওলাইছিল | sample_70.wav | |
গঙ্গাটোপে মাত লগালে | sample_72.wav | |
কাঞ্চনমতী আই কাঞ্চনমতী আই | sample_73.wav | |
গংগাটোপৰ সম্বন্ধটো শুনিয়েই গেদগেদীৰ | sample_74.wav | |
মূৰৰ খং শৰ্মা পলাবলৈ তৎ নাপালে | sample_75.wav | |
হৰিষতে গেদগেদীয়ে উত্তৰ দিলে | sample_76.wav | |
এৰা ভালেহে জানে ভালৰ মোল | sample_77.wav | |
আমাৰ গঙ্গাধৰ বোপা নে কোন | sample_78.wav | |
বলা গঙাই বোপা যাওঁ বলা | sample_79.wav | |
মাহীয়েকৰ মুখৰ শলাগনি | sample_80.wav | |
আমাৰ গঙাই বোপাৰ দুই কাণৰ বিন্ধাইদি হো হো কৰে | sample_81.wav | |
যেতিয়া সোমাবলৈ ধৰিলে গঙাই বোপা | sample_82.wav | |
আনন্দত উত্রাৱল হৈ পৰিল | sample_83.wav | |
আগেয়ে তেওঁক সেইদৰে কোনেও শলাগ | sample_84.wav | |
লোৱা নাছিল সেই দেখি তেওঁ হাতেৰে | sample_85.wav | |
স্বৰ্গখন ঢুকি পোৱা যেন লাগি গপত ওফন্দি পৰিল | sample_86.wav | |
মাহীয়েকৰ কথাষাৰে গঙ্গাটোপৰ মনত যিমান পাগুলিবলৈ ধৰিলে | sample_87.wav | |
সিমানে তেওঁৰ পেটটো ওফন্দিবলৈ ধৰিলে | sample_88.wav | |
ওফন্দা পেটটো খোজেপতি ওফোন্দাই ওফোন্দাই খোজকাঢ়ি | sample_89.wav | |
আহি গংগাটোপ যেতিয়া সবাহৰ ওচৰ পালেহি | sample_90.wav | |
হঠাৎ পানী হিলৈ ফটাদি শব্দ হোৱাত সমুজুৱাসকলে ভয় খাই দিহাদিহি | sample_91.wav | |
পলাই পত্রং দিলে | sample_92.wav | |
এসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল | sample_93.wav | |
ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী | sample_94.wav | |
লাগীজনীৰো এজনী ছোৱালী হৈছিল | sample_95.wav | |
আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল | sample_96.wav | |
লাগী তিৰোতাৰ কথা শুনি গিৰিয়েকে সৰুজনীক | sample_97.wav | |
তাইৰ জীয়েকৰ সৈতে চুৱাপাতনিত থাকিবলৈ এটি পঁজাঘৰ সজাই দিলে | sample_98.wav | |
এলাগীয়ে দুখ কষ্টেৰে জীয়েকক লৈ খুজি মাগি খায় | sample_99.wav | |
ঘৰতে থাকিবলৈ ধৰিলে এলাগীৰ জীয়েকৰ নাম চম্পাৱতী | sample_100.wav | |
এদিন বাপেকে চম্পাৱতীক পকা ধান ৰাখিবলৈ হূকুম দিলে | sample_101.wav | |
চম্পাৱতীয়ে সদায় ধাননিৰ মাজত | sample_102.wav | |
টঙিৰ ওপৰত উঠি চৰাই খেদাই থাকে | sample_103.wav |