Datasets:
audio audioduration (s) 0.14 39.9 | text stringlengths 0 678 | source stringclasses 28
values | id stringlengths 14 81 |
|---|---|---|---|
অসম গ্ৰন্থমেলাত মোৰ এখন গ্ৰন্থ ডিষ্টিটিউট শব্দ ডিষ্টিটিউট শব্দ শিৰোনামেৰে এখন গ্ৰন্থ প্ৰকাশ হৈ বজাৰলৈ আহিছিল আৰু এই দিনটো মোৰ বাবে এই বাবেই স্মৰণীয় কিয়নো মোৰ জীৱনৰ এটা সপোন আছিলে যে এদিন মই এখন কিতাপ লিখিম আৰু সেই দিনটোত | assamese | indicvoices_assamese-1 | |
বাকী ঘৰত কেনেকুৱা মা দেউতাৰ | assamese | indicvoices_assamese-2 | |
টাইমিং টাইমিঙটো আপুনি আপোনাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব প্ৰথম আহি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি গম পাই যাব টাইমিঙটো | assamese | indicvoices_assamese-3 | |
বৌ বৌ বৌ তই মই এনেকৈ গ'লো হয় গোটেইকেইটা মাহঁতলেও কাপোৰ চাপোৰ আনিব লাগে বিয়াখন আছে ন তাৰপাছত | assamese | indicvoices_assamese-4 | |
অ' তে খালৈ আৰু প'ল'টো মই ল'ম কি ভাত পানী খোৱাটো কি কৰিবি তাতে খাবিগৈ নেকি | assamese | indicvoices_assamese-5 | |
তেনেকৈ মোৰ মানে বৰালি মাছ বিশেষকৈ বৰালি মাছ বৰালি মাছটো ফাই কৰিলে বহুত সাৱধান বৰালি মাছটো ফাই কৰিলে | assamese | indicvoices_assamese-6 | |
অ আপোনা কিমান টাইমত লাগিব আপোনাক | assamese | indicvoices_assamese-7 | |
অ তেনেকৈ আমি মানে প্ৰতে প্ৰত্যেক ডিপাৰ্টমেণ্টে আয়োজন কৰে এখন আমি জেনেৰেলীও এখন আয়োজন কৰোঁ এইবাৰ মানে অকণমান দেৰি হৈছে | assamese | indicvoices_assamese-8 | |
তেনেদৰে বহুতো আছে জনগাঁথনি চাব গ'লে বৰ্তমান মাজুলীৰ জনগাঁথনি মিশ্ৰিত ইয়াত বিভিন্ন জাতি জনজাতিৰ লোকে বাস কৰে | assamese | indicvoices_assamese-9 | |
জানো সিহঁতৰ কি চিয়েল নম্বৰ কি ক্ৰমিং নং কিবা খেলিমেলি মই | assamese | indicvoices_assamese-10 | |
হয় | assamese | indicvoices_assamese-11 | |
মোৰ জন্মু আৰু কাশ্মীৰ বেংকৰ একাউণ্টত তিনি দুই আঠ চাৰি আঠ পাঁচ চাৰি পাঁচ পাঁচ আঠ আঠ তিনি আঠ চাৰি ন দুইৰপৰা মোৰ অ'লা মানি ৱালেটলৈ সত্তৰ হাজাৰ টকা প্ৰচেছ কৰক | assamese | indicvoices_assamese-12 | |
ৰ'ব আপোনাৰ নাৰায়ণপুৰৰ কোনখিনিত ঘৰ | assamese | indicvoices_assamese-13 | |
অঁ ঠিক কৰিবা | assamese | indicvoices_assamese-14 | |
শাক পাত হওক যিকোনো ধৰণৰ বস্তু লাগে সেইখিনি মোক দেউতায়ে বিচাৰি দিয়ে আৰু বিশেষকৈ মই বাঁহৰ চুঙাত যিকোনো বস্তু ৰান্ধি ভাল পাওঁ মাংসই হওক মাছেই হওক বাঁহৰ চুঙাত | assamese | indicvoices_assamese-15 | |
অঁ অঁ ঠিক আছে আমি চবখিনি কৰি দিম আপুনি মুঠতে গুৱাহাটীৰপৰা ফৰকাটিঙেদি এনেকৈ আহকচোন বাৰু অঁ অহাৰ পিছত আমি সকলোখিনি সুবিধা কৰি দিম আপোনাৰ অকনো অসুবিধা নাপায় | assamese | indicvoices_assamese-16 | |
অঁ বিহু বিহুৱতী চাম গৈ আক অকমান সাত আঠটা মান বজাত আহিব আৰু মানুহবোৰ ওলায় | assamese | indicvoices_assamese-17 | |
চৌকাত আমি ৰান্ধিলে বহুত ভালকৈ সিদ্ধ হয় কাৰণ চৌকাত যদি আমি ভাত ৰান্ধোঁ বা চব্জি ৰান্ধোঁ তাৰ সোৱাদটোৱে বেলেগ | assamese | indicvoices_assamese-18 | |
অঁ | assamese | indicvoices_assamese-19 | |
গতিকে বিশেষকৈ এতিয়া জাল পাতাটোহে হেৰি হৈছে জাল পাতে এতিয়া জালত যেতিয়া মাছ লাগে সেই মাছেহে এতিয়া মানে সেইটো কাৰণে মাছৰ দামটো বেছি হৈছে লোকেল মাছবিলাক নাইকিয়া হৈছে প্ৰায়ভাগ | assamese | indicvoices_assamese-20 | |
সেই পইচাটো এতিয়া তিনিশ যোনটো বেলেঞ্চটো আছে সেই পইচাটো লোৱা নাই বাৰু সেই পোন্ধৰশটোও লোৱা নাই তাৰ উপৰি থিয়েটাৰতো সোমাব নিদিয়ে | assamese | indicvoices_assamese-21 | |
অঁ নিশ্চয়কৈ মই মাতি দিম এ বেছি টাইম নালাগে ন' এতিয়া ক'ল কৰি দিম আহি যাব ইহঁত দুটা | assamese | indicvoices_assamese-22 | |
পুৰুষৰ হ'ল যিমানখিনি বাহিৰৰ কাম কাজ কৰে মানে ধৰি লওক | assamese | indicvoices_assamese-23 | |
আৰু এতিয়া মই পুনৰ অৰুণাচল ভ্ৰমণৰ বাবে যাব বিচাৰোঁ সেইবাবে | assamese | indicvoices_assamese-24 | |
আৰে ৰিকু মই ৰবীনে কৈছোঁ কি খবৰ ভাল | assamese | indicvoices_assamese-25 | |
চাদৰ মেখেলা ব্লাউজৰ পৰা চব আছে | assamese | indicvoices_assamese-26 | |
অসমলৈ প্ৰথম আহোঁতে যিখন কেব মই লৈ আহিছোঁ সঁচাকে খুব ভাল লাগিলে সেই কেবখনে মোক একদম সঠিক স্থানত থৈ বহুত নম্ৰভাৱে মানুহজনে মোক নমাই দিলে ৰাতি এক বজাত নমাই দি মোক ঘৰৰ একদম দুৱাৰমুখত বেগ আনি ৰাখি তেখেতে গুছি গৈছে | assamese | indicvoices_assamese-27 | |
আৰু আমাৰ ইয়াতে মন্দিৰ কেইখনমান আছে আৰু মোৰ ঘৰৰ ওপৰতে এখন মন্দিৰ আছে যিখন মন্দিৰ আমি পঞ্চকন্যা বুলি কওঁ | assamese | indicvoices_assamese-28 | |
খবৰ খাতি কি ক'বা আৰু কাম বন নাই এনেই আৰু | assamese | indicvoices_assamese-29 | |
অ পাৰে পাৰে ও পাই যাব পাই যাব আৰু দহমানত আপুনি পাই যাব আপুনি আহিলে হ'ল খালি চাই লওক আপুনি চাই লওক | assamese | indicvoices_assamese-30 | |
হেল্ল' | assamese | indicvoices_assamese-31 | |
যদি বিচাৰে অলপ টকা খৰচ কৰি পেলাই কিন্তু আপোনাৰ দহ হাজাৰৰ ভিতৰত মানে চেমচাং ইমান বেষ্ট ফোন নাপাব কিন্তু এটাই আছে এম থাৰ্টি টোৱে আছে আৰু | assamese | indicvoices_assamese-32 | |
আমাৰ গাঁৱৰ যুৱক যুৱতীসকলৰ বহুত আগ্ৰহ আছে সেইটো কাৰণে এটা ভাল উদাহৰণ আছে যেনেকে আমাৰ অসমত মূখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে বিহুত | assamese | indicvoices_assamese-33 | |
অনুসৰণ কৰা | assamese | indicvoices_assamese-34 | |
অ হ'ব অ ৰাখিছোঁ বাৰু অ | assamese | indicvoices_assamese-35 | |
যিমান পাৰে আমাৰ জনসংখ্যা নিয়ন্ত্ৰণৰ সমস্যা নিয়ন্ত্ৰণৰ যি সমস্যা জনসংখ্যা নিয়ন্ত্ৰণৰ যি ব্যৱস্থা সেই ব্যৱস্থা | assamese | indicvoices_assamese-36 | |
মানে সেই সেইটো যিহেতু পূজা আসন তাৰ পূজাৰ এটা দ্ৰব্য হিচাপে আমি গণ্য কৰি আমি এই বিষ্ণু সভাত প্ৰতিবছৰে | assamese | indicvoices_assamese-37 | |
সাপো সিমান আছে হৰিণো আছে বাঘো আছে সকলো জন্তুৱে আমাৰ ইয়াতে উপলব্ধ আছে তো কিছুমানে আহিয়ে মাৰি দিয়ে বা মাৰি কাটি খাই দিয়ে তো সেইবিলাক কৰিব নালাগে আমাৰ এইটো গৌৰৱৰ যিটো আমি | assamese | indicvoices_assamese-38 | |
গেম ৰুম ৰুমত ৱেম' প্লাগ অফ কৰা | assamese | indicvoices_assamese-39 | |
দৰ্জী হয় আছে আছে ইয়াতে আমাৰ দোকানতে আছে দোকানৰে আপোনাৰ ইয়াত চ'ববিলাক দৰ্জীৰ যিমানখিনি কাম আছে চব কৰি দিব | assamese | indicvoices_assamese-40 | |
অঁ বাইদেউ চৰাই চৰাই সি এই বৰা বাইদেউ এই মাছৰ দোকান হয়নে | assamese | indicvoices_assamese-41 | |
ৱাইফে কৰিব ল'ৰা ছোৱালী কেনেকৈ ডাঙৰ কৰিব লাগিব এনেকৈ পইচাখিনি বচাব লাগিব | assamese | indicvoices_assamese-42 | |
মোৰ খাদ্য এই ইউটিউবতে আহে আপোনাৰ | assamese | indicvoices_assamese-43 | |
হা | assamese | indicvoices_assamese-44 | |
যোগাত্মক দিশটো হৈছে কোনো বস্তু বজাৰলৈ গ নগৈ ঘৰতে পাব পাৰি ইয়াৰ ফলত বজাৰলৈ যাব নালাগে কষ্ট নহয় আৰু বহুতো সময় ৰাহি হয় | assamese | indicvoices_assamese-45 | |
অঁ গোটেইখনি আপুনি মানে হেৰিৰে প পৰিভ্ৰমণ কৰিব নোৱাৰিব কিছু কিছু অঞ্চল যাব পাৰিব কিছু কিছু নোৱাৰিব | assamese | indicvoices_assamese-46 | |
গতিকে আপুনি অলপ সাৱধানে আহিব আৰু | assamese | indicvoices_assamese-47 | |
অঁ | assamese | indicvoices_assamese-48 | |
আহি আপুনি কাজিৰঙাত যোনখিনিত নামিব কাজিৰঙাৰ মেইন হেৰিয়তে নামি দিব আমি তাতে আপোনাক ৰিছিভ কৰিম | assamese | indicvoices_assamese-49 | |
অঁ সেইটো আকৌ | assamese | indicvoices_assamese-50 | |
আচ্ছা আচ্ছা | assamese | indicvoices_assamese-51 | |
জুনত নেকি আচ্ছা আচ্ছা | assamese | indicvoices_assamese-52 | |
এইট জিৰ' অৰ্থাৎ দুই দশমিক আঠ শূন্য গিগা হাৰ্টজহে হৈছে তাতকে আৰু অলপ ওপৰলে যোৱাৰ সম্ভাৱনা আছিলে আৰু তাৰ বাবে আমি চিপিউটো স্নেপ ড্ৰেগন বেচ কৰি দিয়া হৈছে কিন্তু এই চিপিউটো স্নেপ ড্ৰেগনৰ সলনি | assamese | indicvoices_assamese-53 | |
আপোনাৰ কাপোৰখন মানে কোমল হয় ফুলবিলাকো ভাল হয় এনেকৈ বুলি মানে মানুহে ভাল হেৰিয়ে দিছে | assamese | indicvoices_assamese-54 | |
পৰ্যটক আৰু লোকেল মানুহখিনিয়ে নিজৰ সময় কটাবলৈ আহে আৰু অতি ধুনীয়া ঠাই গেংটকখন ধন্যবাদ | assamese | indicvoices_assamese-55 | |
আপোনাক কেতিয়া লাগে জনাব | assamese | indicvoices_assamese-56 | |
গৰু গোবৰে | assamese | indicvoices_assamese-57 | |
হেৰি কেনেকুৱা খা খবৰ | assamese | indicvoices_assamese-58 | |
টু ফিফ টু ফিফটি অ টু ফিফটি চলি আছে | assamese | indicvoices_assamese-59 | |
ছিকিমৰ ৰাজধানী গেংটকলৈ ফুৰিবলৈ গৈছিলোঁ | assamese | indicvoices_assamese-60 | |
ইয়াৰ লগতে আৰু হ'ল যেনে মোবাইল ফোন | assamese | indicvoices_assamese-61 | |
ভাৰতবৰ্ষ নেপাল বাংলাদেশ পাকিস্থান আমেৰিকা যুক্তৰাষ্ট্ৰ | assamese | indicvoices_assamese-62 | |
কোন কোন যাব | assamese | indicvoices_assamese-63 | |
অঁ সবেই ভাল পাইছে ইমান ধুনীয়া আহিছে মানে ইমান ধুনীয়া আহিছে মানে ফটোতকৈ মানে ওচৰতহে দেখি বেছি ভাল লাগিছে মোৰ | assamese | indicvoices_assamese-64 | |
ভাৰত চীন জাপান অষ্ট্ৰেলিয়া নিউজিলেণ্ড | assamese | indicvoices_assamese-65 | |
ক'লৈ | assamese | indicvoices_assamese-66 | |
তেনেহ'লে মই আজিয়ে কৰি দিম লিষ্টখন | assamese | indicvoices_assamese-67 | |
অঁ | assamese | indicvoices_assamese-68 | |
লগ পাম লগ পাম দিয়ক | assamese | indicvoices_assamese-69 | |
থাকিব চাগে তাইৰ তাত গাহৰি বহুত দিন খোৱা নাই ন | assamese | indicvoices_assamese-70 | |
বড়ো আছে নেপালী আছে | assamese | indicvoices_assamese-71 | |
তো ভাবি লওক কি লয় আৰু আমাক খালি ইনফৰ্ম কৰিলে হ'ল আমাৰ ইয়াত কিন্তু সব মানে সব কোম্পানীৰ মোবাইলেই পাব বহুত ভাল হেৰিত পাব মানে কণ্ডিশ্যনত পাব | assamese | indicvoices_assamese-72 | |
অঁ এই ইমান ইমান দাম বাঢ়িছে নে কাৰো ক'তো ওলাৱা নাই দেখিহে ইমান দাম বাঢ়িছে | assamese | indicvoices_assamese-73 | |
অটল অমৃত অভিযান স্কীম অসম আদৰ্শ গ্ৰাম যোজনা | assamese | indicvoices_assamese-74 | |
হেল্ল' | assamese | indicvoices_assamese-75 | |
গতিকে শিক্ষাটো অতি দৰকাৰ | assamese | indicvoices_assamese-76 | |
তথাপিও দুই এজনক সোধে গাঁৱৰ তেওঁলোকে আগৰ মতে কৈ দিয়ে কয় আজিকালি ট্ৰেক্টৰ হৈছে বা | assamese | indicvoices_assamese-77 | |
চূণ ধঁপাত এইবিলাক লিয়ে লৈয়ে বহুত মানুহে এটা এটা ঘৰ চলি আছে লগতে চাইকেল দোকান এখন চাইকেলৰ মেৰামতি চাইকেলৰ মেৰামতিত একো পইচায়ে নালাগে কেইটামান মাৰ্টোল ল'লে হ'ল প্লাচ ৰেঞ্চ এইবিলাক লৈয়ে ধুনীয়াকৈ এটা ব্যৱসায় কৰিব পাৰে | assamese | indicvoices_assamese-78 | |
অ' | assamese | indicvoices_assamese-79 | |
সেইবিলাক সমস্যা হয় আৰু নেতাসকলৰ পৰা সহায়টো পাব লাগে আচলতে | assamese | indicvoices_assamese-80 | |
বাৰশ | assamese | indicvoices_assamese-81 | |
অ' ভগৱান আইছি যি ৰঙে চাবানে ডিজাইনে চাবা | assamese | indicvoices_assamese-82 | |
কিন্তু মই বাৰু যেনেতেনে কৰি পেলাই গৰু ছাগলীকেইটা বান্ধি যাম মোক কিন্তু পাঁচশ টকা এটা লাগিব | assamese | indicvoices_assamese-83 | |
এই মুকলি ধৰ্মালোচনী সভাত গাঁৱৰ ওচৰৰ পাজৰ যিবিলাক ব্যক্তি আছে ধৰ্মপ্ৰাণ ৰাইজ আছে | assamese | indicvoices_assamese-84 | |
তাৰ পিছত শংকৰ উৎসৱ পালন কৰা হয় ঠিক তেনেকৈ বিষ্ণু পূজা মানে কৰা হয় | assamese | indicvoices_assamese-85 | |
কাম দিয়া হয় আৰু সেই কামৰ বিনিময়তহে পইচা দিয়া হয় কিন্তু মাছৰ ক্ষেত্ৰত যিমান মাছ উৎপাদন বিক্ৰী কৰিব পাৰি সিমান লাভ হয় | assamese | indicvoices_assamese-86 | |
অ | assamese | indicvoices_assamese-87 | |
অসম অৰুণাচল নাগালেণ্ড মণিপুৰ মেঘালয় | assamese | indicvoices_assamese-88 | |
গৰুৰ গোবৰৰ বহুত | assamese | indicvoices_assamese-89 | |
সেইসমূহ বহুতো মানে আইন প্ৰণয়ন কৰিছে কিন্তু বৰ্তমানৰলৈকে জনসংখ্যা বৃদ্ধি হাৰ ৰোধ কৰিব পৰা নাই | assamese | indicvoices_assamese-90 | |
আৰু এনেদৰে গ্ৰাম্য সম্প্ৰদায়ত খেলবিলাকত মানে অংশগ্ৰহণ কৰি কৰি বিভিন্নজনে দক্ষতা দেখুৱাবলৈ সক্ষমো হৈছে আৰু | assamese | indicvoices_assamese-91 | |
সেইটো চাব লাগিব তাৰ পাছত আহে পুলিখিনি পুলিখিনি অলপ ডাঙৰ হ'লে ভাল হয় আৰু পুলি যিহেতু গাতটো খান্দোতে গাতটো খন্দা পিছত আমাৰ তাত অলপ যিহেতু পোক পৰুৱা থাকে মাটিডখৰত মাটিডখৰ পোক পৰুৱা মৰিবৰ কাৰণে অলপ ফুট ছাঁই ব্যৱহাৰ কৰিব পাৰে তাতে | assamese | indicvoices_assamese-92 | |
তাৰপিছত আৰু যিটো হেৰি আছে ফিচাৰিবিলাক আছে ফিচাৰিবিলাকত আমিতো পানীটো সিচিব নোৱাৰোঁ নোৱাৰিলে কি কৰোঁ ডাঙৰ নেট আমি সাত আঠজনমান মানুহে লগ লাগি কিনে নেটটো এফালৰ পৰা তলফালে | assamese | indicvoices_assamese-93 | |
ক'ৰ পৰা কৈছে আপুনি | assamese | indicvoices_assamese-94 | |
আৰু মনৰ নিজৰ মনৰ কথা প্ৰকাশ কৰে আৰু পূৰো হয় আৰু বহুত মানুহ মানে দৰ্শন কৰিবলৈ যায় চাবলগীয়া মন্দিৰ মানে গ'ল্ডেন টেম্পল হয় পঞ্জাবত আছে আৰু তেনেকৈ ঠিক তেনেকৈ | assamese | indicvoices_assamese-95 | |
অঁ এ চাই আহিম অঁ তাকেই নতুনকৈ খুলিছে যিহেতু এপাক চাইও আহিম ঘূৰাটোও হৈ যাব | assamese | indicvoices_assamese-96 | |
তাৰ সেই তালিকাখন পোৱাৰ পাছতহে আমি ওপৰৱালাৰ লগত মানে আলোচনা বিলোচনা কৰি কিবা এটা চিন্তা কৰিব কৰিব লাগিব | assamese | indicvoices_assamese-97 | |
এইটো মোৰ জীৱনৰ লক্ষ্য | assamese | indicvoices_assamese-98 | |
পুৰুষ আৰু মহিলাৰ ভূমিকা হৈছে | assamese | indicvoices_assamese-99 | |
আৰু বিশেষকৈ আমাৰ ভূপেন হাজৰিকাৰ গীত মই বহুত ভাল পাওঁ এতিয়াও ভাল পাওঁ তেতিয়াও ভাল পাইছিলোঁ আৰু শুনিও থাকোঁ এতিয়াও গুণগুণাই থাকোঁ | assamese | indicvoices_assamese-100 |
YAML Metadata Warning:The task_ids "speech-recognition" is not in the official list: acceptability-classification, entity-linking-classification, fact-checking, intent-classification, language-identification, multi-class-classification, multi-label-classification, multi-input-text-classification, natural-language-inference, semantic-similarity-classification, sentiment-classification, topic-classification, semantic-similarity-scoring, sentiment-scoring, sentiment-analysis, hate-speech-detection, text-scoring, named-entity-recognition, part-of-speech, parsing, lemmatization, word-sense-disambiguation, coreference-resolution, extractive-qa, open-domain-qa, closed-domain-qa, news-articles-summarization, news-articles-headline-generation, dialogue-modeling, dialogue-generation, conversational, language-modeling, text-simplification, explanation-generation, abstractive-qa, open-domain-abstractive-qa, closed-domain-qa, open-book-qa, closed-book-qa, text2text-generation, slot-filling, masked-language-modeling, keyword-spotting, speaker-identification, audio-intent-classification, audio-emotion-recognition, audio-language-identification, multi-label-image-classification, multi-class-image-classification, face-detection, vehicle-detection, instance-segmentation, semantic-segmentation, panoptic-segmentation, image-captioning, image-inpainting, image-colorization, super-resolution, grasping, task-planning, tabular-multi-class-classification, tabular-multi-label-classification, tabular-single-column-regression, rdf-to-text, multiple-choice-qa, multiple-choice-coreference-resolution, document-retrieval, utterance-retrieval, entity-linking-retrieval, fact-checking-retrieval, univariate-time-series-forecasting, multivariate-time-series-forecasting, visual-question-answering, document-question-answering, pose-estimation
am-pranav/stt-unified-bench
Private, language/locale-partitioned mini-benchmark for STT models.
Each subset is a dataset config (e.g., en, de, en_indian_accent, hi_in) with a single split val.
Audio is staged at 16 kHz and stored in-repo for reproducibility.
Schema
audio:Audio(sampling_rate=16000, decode=False)text: reference transcriptionlang: implied by dataset config namesource: upstream dataset tagid: source-stable id
⚠️ For internal evaluation only. Respect upstream licenses.
- Downloads last month
- 18