text stringclasses 736
values |
|---|
:) :) :) |
বা: .. সুন্দৰ কবিতা... |
চাৰ জয়ন্তই মাজে মাজে কবিতা নিলিখা নহয় |
নামটো দি দিব লাগে ৷তেহে ভাল বেছি লাগে |
ভাল লাগিল পঢ়ি:) |
সাংঘাটিক লিখিছে দেই ভুদা, আপোনৰ লিখনী মোৰ সদায় প্ৰিয়। এনেও ভুতৰ কাহীনি পালে মই গো গ্ৰাসে গিলো তাতে যদি আকৌ খুহুতীয়া ৰস অকন থাকে তেনেহলে তো কথাই নাই। বাক্য গাঠনিৰ লগতে উপস্থাপন অতি সুন্দৰ। পাঠকক উত্কণ্ঠাত ৰাখিব পৰাতোৱেই লিখকৰ ডাঙৰ গুণ বুলি মোৰ ভাৱ হয় আৰু আপোনাৰ লিখনিত এয়া স্পষ্ট হৈ পৰিছে। পিছৰ খণ্ডলৈ উত্কণ্ঠাৰে বাট চা... |
ভাল লিখিছে দেই । ৰাতি পঢ়িহে ভাল লাগে এনেকুরা ঘটনাবোৰ, সেয়ে এই মাত্র পঢ়ি শেষ কৰিছো, মানে ১১টাত । পৰরর্ত্তী খন্ডলৈ বাট চালো ।। |
আগলৈ মানে কি? পিছৰডোখৰ লিখক সোনকালে৷ |
বুজিলো বুজিলো কোন আছিল সেইজন |
তাৰ পিছত দত্ত আৰু লগৰকিজনে চাহপাত চোবাই খালে যে মুখৰ গোন্ধ নাককিয়া কৰিবলৈ . . কথাত বৰ ৰস পাই তাতে বহি থকা সেই অলপ (মানে অকনমান) বয়সীয়া ধুনীয়াকৈ ডেকা ল'ৰাজনযে, চুলি খিনি অলপ দীঘল, তেওঁ হাহি হাহি টেবুলতে বাগৰি পৰিল যে . . মোক আজি কাহিনীটো তেৱেঁই ফ'নত ক'লে . . . |
প্ৰভু বোলাজন আছিল কিজানি :) |
আছিল আছিল |
আকাশবাণী বিখ্যাত দোকানটো নাই এতিয়া,চাৰিআলিটোৰ নামেই আকাশবাণী হৈ পৰিল। |
আমাকো সৰুতে কোনোবাই এইটো কথা শিকোৱা মনত পৰে |
মাৰিব খুজিছে |
স্পুনাৰিজম নে কি নেকি এইটো?? |
End of preview. Expand in Data Studio
README.md exists but content is empty.
- Downloads last month
- 6