| সাংঘাটিক লিখিছে দেই ভুদা, আপোনৰ লিখনী মোৰ সদায় প্ৰিয়। এনেও ভুতৰ কাহীনি পালে মই গো গ্ৰাসে গিলো তাতে যদি আকৌ খুহুতীয়া ৰস অকন থাকে তেনেহলে তো কথাই নাই। বাক্য গাঠনিৰ লগতে উপস্থাপন অতি সুন্দৰ। পাঠকক উত্কণ্ঠাত ৰাখিব পৰাতোৱেই লিখকৰ ডাঙৰ গুণ বুলি মোৰ ভাৱ হয় আৰু আপোনাৰ লিখনিত এয়া স্পষ্ট হৈ পৰিছে। পিছৰ খণ্ডলৈ উত্কণ্ঠাৰে বাট চাই ৰলো। | |
| ভাল লিখিছে দেই । ৰাতি পঢ়িহে ভাল লাগে এনেকুরা ঘটনাবোৰ, সেয়ে এই মাত্র পঢ়ি শেষ কৰিছো, মানে ১১টাত । পৰরর্ত্তী খন্ডলৈ বাট চালো ।। | |
| আগলৈ মানে কি? পিছৰডোখৰ লিখক সোনকালে৷ | |
| বুজিলো বুজিলো কোন আছিল সেইজন | |
| তাৰ পিছত দত্ত আৰু লগৰকিজনে চাহপাত চোবাই খালে যে মুখৰ গোন্ধ নাককিয়া কৰিবলৈ . . কথাত বৰ ৰস পাই তাতে বহি থকা সেই অলপ (মানে অকনমান) বয়সীয়া ধুনীয়াকৈ ডেকা ল'ৰাজনযে, চুলি খিনি অলপ দীঘল, তেওঁ হাহি হাহি টেবুলতে বাগৰি পৰিল যে . . মোক আজি কাহিনীটো তেৱেঁই ফ'নত ক'লে . . . | |
| প্ৰভু বোলাজন আছিল কিজানি :) | |
| আছিল আছিল | |
| আকাশবাণী বিখ্যাত দোকানটো নাই এতিয়া,চাৰিআলিটোৰ নামেই আকাশবাণী হৈ পৰিল। | |
| আমাকো সৰুতে কোনোবাই এইটো কথা শিকোৱা মনত পৰে | |
| মাৰিব খুজিছে | |
| স্পুনাৰিজম নে কি নেকি এইটো?? | |
| যত সব গন্দগোল সদাই প্ৰতিভুৰ লগত হে হব পাই :) পাৰি জাত ! | |
| নাজানো কেনেকৈ হয় এইবোৰ | |
| কৃষ্ণ!! | |
| সুন্দৰ বৰ্ণনা পিছে প্ৰতিভু দা প্ৰথম ৰাস্তাটোৰ ঠিক কোনখিনিতে হাউ ওৱে ৰে সোমাই যাব লাগিব কওকছোন | |
| মই লৈ যাম তোমাক | |
| পূজাত এৰাতি কটাব পাৰিলে ভাল আছিল | |
| আচলতে সকলোৰে সৈতে ঘটে ৷ | |
| হেঃহেঃহেঃ | |
| পিছে নপ্তিপাৰা পালেগৈ নে আন ক'ৰবাত ওলালগৈ :) | |
| ওলালোগৈ নোলাম নে আৰু | |
| অনন্য ভোজন বিলাস :)বৰ্ণনা অনুপম হৈছে । | |
| খুব ভাল লাগিল পঢ়ি৷ বাৰ্তা এটা আছে৷ | |
| দাদাৰ ব্লগটোত আজিহে চকু ফুৰাইছো ...এৰিবই মন যোৱা নাই চোন । চাৰিওফালে টানি আছে । একষাৰে ক'ব পৰাকৈ সুন্দৰ, সুন্দৰ । | |
| সুন্দৰ.. | |
| তই মোক ভাল পাৱ বুলি জানো :) | |
| আপোনাৰ লিখনী বোৰ সচাই বৰ মনোৰম হয় , সেই কাৰনে আপোনাৰ লিখনী বিলাক পঢ়ি ভাল লাগে| | |
| নিৰর্থক প্রশ্ন। আমাৰ পঢ়ি ভাল লাগিছে। আপোনাৰ লিখি ভাল লাগিছে। মাজতে এই মানুহবোৰৰ কথা শুনিবলৈ কি দৰকাৰ। বিন্দাছ কাম কৰক, গল্প শুনাওক আৰু সময় পালেই লিখি যাওঁক। শুভকামনাবোৰ সদায় থাকিল। | |
| মই কাহিনী কৈ যাম,শুনিবলৈ মানুহ আছে শুনিবসাহিত্য নকৰো বাৰু ! | |
| ভাষা আৰু সাহিত্য হৈছে মনৰ ভাব প্রকাশ কৰা এটা মাধ্যম । আপুনিও নিজৰ মাতৃভাষাৰ জৰিয়তে নিজৰ মনৰ ভাব প্রকাশ কৰিছে । কথা সিমানেই । আৰু মোৰ বোধেৰে আপোনাৰ লিখনী আৰু প্রকাশভংগী খুবেই ধুনীয়া । গতিকে, বেলেগে ভাল পোৱা, বেয়া পোৱাৰ কথা সিমান বেছিকৈ ভাবি নাথাকিব ।"অবিশ্রান্ত"ৰ দীর্ঘায়ু কামনা কৰিলো । | |
| অতি সুন্দৰ ... :-) | |
| বঢ়িয়া দেই । | |
| ডেইজী,তই আকৌ ক’ৰ পৰা আহি ওলালি ? | |
| চুপাৰ্ব দাদা! | |
| ভাল লাগিল। | |
| মজা । | |
| হা হা হা-----কি জমনি!!!!মানুহ পাগল হৈ যাবদেই | |
| :)))))))))))))) | |
| ভাল পালো পঢ়ি..... সুন্দৰ বৰ্ণনা....... লিখি থাকা..... | |
| দাদা এইটো লিধি এতিয়া উত্তৰ দি দি হায়ৰাম হৈ গৈছো‘জোনাক সঁচাকৈয়ে আহে নেকি?’ | |
| ধন্যবাদ তিয়েন | |
| সাংঘাটিক দেই। আকৌ এবাৰ ভুতৰ অন্বেষণ কৰো দিয়ক। মই বহুবাৰ চে্ষ্টা কৰি ফেইলাৰ। পিছে বৰ ভাল লাগিল পঢ়ি। সৰল, সুষম বৰ্ণনা, লগতে গতিময়তা। বৰ ভাল লাগিল পঢ়ি। | |
| জোনাক আকৌ কেতিয়া আহিব ককাই ? | |
| ধন্যবাদ তিয়েন ৷পঢ়ি থাকিবা, উৎসাহিত হওঁ ৷ | |
| দেহি ঐ !!! | |
| বহু বছৰ আগতে শুনা এটা কৌতুকৰ আধাৰত লিখিছিলো | |
| :) | |
| আপোনাৰ অনুভৱ আৰু সমালোচনা (?) পঢ়ি ভাবিছো চিনেমাখন সোনকালেই চাব লাগিব। | |
| আশাকৰিছো সোনকালেই চাবলৈ পাব ৷ধন্যবাদ | |
| ~ | |
| আগলৈ থৈ দিয়াখিনি সোনকালে লিখক। এঢলীয়া বিচনাত কেনেকৈ শুলে, তিখৰ ৰুমমেট আৰু ভয়ানক ৱালমেটে পানীপথৰ যুদ্ধত আত্মসমৰ্পন, জয় নে পৰাজয় বৰণ কৰিলে জানিবলৈ আগ্রহেৰে ৰৈ আছো :) | |
| আজি দিবলৈ যত্ন কৰিম | |
| পানী আম্দোলন খণ্ডটি সোনকালে লিখক আকৌ । | |
| পাছৰখিনি !!!!!!!!!!!! | |
| ব্লগটো বৰ ভাল লাগিছে, ধন্যবাদ| আগলৈ আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...-নীলান্জনা | |
| নীলান্জনা,তুমিয়ে প্ৰথম মন্তব্য ৰাখিলা ৷ ধন্যবাদ ৷সময় আগবঢ়াৰ লগে লগে ময়ো আশা কৰিছো তুমি কোৱা ‘আৰু বহুত আশা কৰিলো আপোনাৰ পৰা...’খিনি পূৰ কৰিব পাৰিম ৷মৰমেৰেপ্ৰতিভু দা | |
| সুন্দৰ :) | |
| দাদা, এই ব্লগটো আগুৱাই লৈ যাবলৈ আপোনাৰ সহায়ৰ প্ৰয়োজন হব ৷:) | |
| ভাল লাগিল্... | |