madhabpaul/tts-speecht5-asm
Text-to-Audio • 0.1B • Updated
• 1
audio audioduration (s) 1.17 11 | transcription stringlengths 11 77 |
|---|---|
এদিন মাছবোৰ গোট খাই মাছখোৱা জন্তুবোৰৰ সৈতে | |
গংগাটোপে হাতযোৰ কৰি কবলৈ ধৰিলে | |
ৰাইজসকল মই আজি আপোনালোকৰ ভৰিৰ ধুলি মূৰত লৈ | |
আমাৰ পাচনী চেঙেলী ককাইৰ আজ্ঞামতে | |
আষাৰ চেৰেক কথা কব খুজিছো | |
যদি মোৰ কথাত কিবা স্বৰূপে কেনা লাগে | |
মই লৰামতিক মূৰুখ বুলি মোৰ জগৰ নধৰি দায় দোষ মৰিষণ কৰিব | |
যেন আপোনালোকৰ চৰণত মোৰ এয়ে তুতি | |
সকলো জন্তুৰ ভিতৰত আমাক ঘাই | |
ৰণ দিবলৈ থিৰ কৰাৰ নিমিত্তে মেল মৰা বিলৰ | |
ভগা ডুবিতে দুপৰীয়া মেল পাতিলে | |
সৌ মেললৈ ৰৌ বৰালি বাহু শল কাৱৈ গৰৈকে আদি কৰি ফুল দৰিকণালৈকে সকলোবোৰ মাছ আহিল | |
সমজুৱাসকল গোট খালত টপামুৰীয়া গৰৈক সকলোৱে | |
সেই দিনাৰ মেলখনত বৰমূৰীয়া পাতিবলৈ আৰু | |
লৰবৰ চেঙেলীক পাচনীৰ ভাৰ দিলে | |
পাচনীয়ে গংগাটোপক মেলখন নো কিয় পতা হৈছে | |
সমজুৱাসকলক ভালকৈ বুজাই দিবলৈ কলত | |
আপোনালোকে মানুহ নামৰ এই জন্তুবোৰৰ | |
ঘৰে পতি চাই ফুৰকগৈ | |
দেখিব সিহঁতে গৰু মহ ঘোঁৰা ছাগলী আদিৰ কি দৰে গোলামি কৰিব লাগিছে | |
গৰু ঘোঁৰাক সিহঁতে খাবলৈ ঘাঁহ দিছে | |
শুবলৈ খেৰ পাৰি দিছে থাকিবলৈ ঘৰ সাজি দিছে | |
গৰু ঘোঁৰা ছাগলীৰ গোবৰ আৰু লাড পৰ্যন্ত | |
এই বহটিয়াবোৰে উকতি চাফা কৰিছে | |
ৰাইজসকল একপ্রকাৰ চাবলে গলে এই মানুহ জাতিটো | |
সিহঁতে আমাক জাল পল জুলুকি পাউৰী চেপা ঠুহা আদি | |
নানা যন্ত্রৰে ধৰি তপত তেলত | |
আৰু পকা অঙঠাত পেলাই | |
ভাজি পুৰি পাতত দি খৰিকাত দি সিজাই পকাই খায় | |
কিন্তু এটা কথা ৰাইজে মন কৰি চাব যে | |
সিহঁতে আমাক এইদৰে নানা শাস্তি দি খায় | |
তথাপি সিহঁতক আন আন পশু জাতিৰ গোলাম কৰিহে | |
ঈশ্বৰে স্বৰজি পঠিয়াইছে | |
আগৰ কালত গৰু পোৱালি আছিল যেন মনে ধৰে | |
মোৰ মাহী গেদগেদী এই মেললৈ | |
কিয় আজি অহা নাই কব নোৱাৰো | |
তেওঁ ইয়াত থকা হেঁতেন জন্তুৰ ভিতৰত | |
কুলাধম এই মানুহবোৰৰ বিষয়ে | |
আৰু ভালকৈ বৰ্ণাই আপোনালোকৰ আগত কব পাৰিলেহেঁতেন | |
আৰু সিহঁতক কেনেকৈ মাৰিব পাৰি | |
কি গুণ কি ব্যৱস্থা সকলোবোৰ বহলাই কব পাৰিলেহেঁতেন | |
কাৰণ তেওঁৰ মুখখনি বহল | |
কিয়নো সিহঁতে গৰুৰ গাখীৰ খায় | |
মাকৰ গাখীৰ খাইহে পোৱালি ডাঙৰ হব পাৰে | |
এইবোৰ কথা ভালকৈ ভাবি চালে মানুহ | |
জাতিটো যে গোটগৰু আৰু সমূলি বুধি নাইকিয়া | |
এতেকে এনে গৰু মানুহক আমি | |
টিলিকতে বধ কৰি আইধা কৰিব পাৰিমহঁক | |
ৰাইজসকল মই মুৰুখমতি লৰা | |
জুকিয়াই লৈ ভাঙি পাতি কব পৰা নাই | |
সেই মুখখনৰেই মোৰ গেদগেদী মাহীয়ে | |
গৰৈয়ে গেদগেদীৰ ওচৰ পাই মাত লগালে | |
সবাহলৈ যায়নে নাযায় | |
গৰৈৰ কথা শুনি গেদগেদীৰ টিকচি বিকচি খং উঠিল | |
গেদগেদীয়ে গৰৈক জোকোৰা মাৰি উত্তৰ দিলে | |
বন্দী টভংমৰা পোৱালী খোৱা নেযাওঁ যা | |
এই উত্তৰ শুনি গৰৈয়ে অপমান পাই উভতি আহি | |
সমজুৱা সকলক জনালত গংগাটোপে নিজেই মাহীয়েকক মাতিবলৈ | |
মেলৰ বৰগৰাকী বৰমূৰীয়া গৰৈৰ অনুমতি লৈ লৰ ধৰিলে | |
আগৰ কালত কুৰুক্ষেত্র যুঁজত ওঠৰ অক্ষৌহিণী সৈন্যৰ ভিতৰত | |
অকলে এক অক্ষৌহিণী গিলিছিল বুলি শুনিছোঁ | |
এতেকে তেওঁক বেগতে মতাই আনি | |
মোৰ কথাৰ প্রমাণ লওক | |
গংগাটোপৰ কথা শুনি তেতিয়াই মেলৰ বৰমূৰীয়া গৰচেঙেলী | |
পাচনীক হুকুম দিলে যে গেদগেদী বাইক এতিয়াই অনাব লাগে | |
তৎক্ষনাৎ পাচনীয়ে গৰৈচিৰিকা এটাক | |
গেদগেদীৰ ঘৰলৈ লৰুৱাই পঠাই দিলে | |
গেদগেদী বায়ে যদিও গৰৈচিৰিকাৰ আগত | |
হৰিষতে গেদগেদীয়ে উত্তৰ দিলে | |
এৰা ভালেহে জানে ভালৰ মোল | |
আমাৰ গঙ্গাধৰ বোপা নে কোন | |
বলা গঙাই বোপা যাওঁ বলা | |
মাহীয়েকৰ মুখৰ শলাগনি | |
আমাৰ গঙাই বোপাৰ দুই কাণৰ বিন্ধাইদি হো হো কৰে | |
যেতিয়া সোমাবলৈ ধৰিলে গঙাই বোপা | |
আনন্দত উত্রাৱল হৈ পৰিল | |
খং কৰি সভালৈ নাযাওঁ বুলিছিল | |
তথাপি ৰাইজৰ হুকুম পেলাব নেপায় বুলি ভাবিব | |
কাছি পাৰি সেন্দুৰৰ ফোঁট ৰেখা লৈ ওলাইছিল | |
এনেতে গঙ্গাটোপ ওলালহি | |
গঙ্গাটোপে মাত লগালে | |
কাঞ্চনমতী আই কাঞ্চনমতী আই | |
গংগাটোপৰ সম্বন্ধটো শুনিয়েই গেদগেদীৰ | |
মূৰৰ খং শৰ্মা পলাবলৈ তৎ নাপালে | |
আগেয়ে তেওঁক সেইদৰে কোনেও শলাগ | |
এসময়ত এঠাইত এজন বৰ ধনী মানুহ আছিল | |
ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী | |
লাগীজনীৰো এজনী ছোৱালী হৈছিল | |
আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল | |
লাগী তিৰোতাৰ কথা শুনি গিৰিয়েকে সৰুজনীক | |
তাইৰ জীয়েকৰ সৈতে চুৱাপাতনিত থাকিবলৈ এটি পঁজাঘৰ সজাই দিলে | |
এলাগীয়ে দুখ কষ্টেৰে জীয়েকক লৈ খুজি মাগি খায় | |
ঘৰতে থাকিবলৈ ধৰিলে এলাগীৰ জীয়েকৰ নাম চম্পাৱতী | |
লোৱা নাছিল সেই দেখি তেওঁ হাতেৰে | |
স্বৰ্গখন ঢুকি পোৱা যেন লাগি গপত ওফন্দি পৰিল | |
মাহীয়েকৰ কথাষাৰে গঙ্গাটোপৰ মনত যিমান পাগুলিবলৈ ধৰিলে | |
সিমানে তেওঁৰ পেটটো ওফন্দিবলৈ ধৰিলে | |
ওফন্দা পেটটো খোজেপতি ওফোন্দাই ওফোন্দাই খোজকাঢ়ি | |
আহি গংগাটোপ যেতিয়া সবাহৰ ওচৰ পালেহি | |
হঠাৎ পানী হিলৈ ফটাদি শব্দ হোৱাত সমুজুৱাসকলে ভয় খাই দিহাদিহি |