Dataset Viewer
Auto-converted to Parquet Duplicate
id
large_stringlengths
14
20
text
large_stringlengths
1
457
audio
audioduration (s)
0.33
43.8
ASM_M_SURPRISE_00250
শেহতীয়াকৈ মহাকাশ অন্বেষণত হোৱা সকলো প্ৰযুক্তিগত সফলতাৰ বিষয়ে জানি মই আচৰিত হৈছিলোঁ।
ASM_M_DIGI_00105
আপুনি য়োন' এছ.বি.আই. [Yono SBI] -ৰ জৰিয়তে ধনলক্ষ্মী বেংক [Dhanlaxmi Bank] -ত থকা মোৰ 1266782343138 একাউণ্টলৈ সাপ্তাহিকভাৱে [weekly] 20000 টকা পঠিয়াব পাৰিবনে আৰু যদি বেলেঞ্চ তাতকৈ কম হয় তেন্তে মোক এটা এলার্ট দিব পাৰিবনে?
ASM_M_NEWS_00608
তেওঁ লগতে কয় যে দেশত ২ লাখ ৫০ হাজাৰ গাঁও পঞ্চায়তৰ আটাইকেইখনকে ব্ৰডবেণ্ড আৰু ইণ্টাৰনেট সেৱাৰে সংযুক্ত কৰাৰ অৰ্থে ভাৰত নেটপ্রকল্প পর্যায়ক্ৰমে ৰূপায়ণ কৰি থকা হৈছে।
ASM_M_DIGI_00122
এয়াৰটেল মানি [Airtel Money] ৰ জৰিয়তে মই এছআইপি-ৰ পৰা ধন উলিয়াব পাৰোঁ নেকি?
ASM_M_SURPRISE_00290
হয়! এইখন কিতাপেই মই বহুত দিন ধৰি বিচাৰি আছিলোঁ। এইখনৰ দাম কিমান?
ASM_M_BB_00125
মোক আমিষ বস্তু [Non veg Items] ৰ ৰেহাই মূল্য থকা বস্তুবোৰ দেখুওৱা।
ASM_M_NAMES_00673
ডগ্ৰী
ASM_M_NAMES_01523
কৰাপুত–ৰৌৰকেলা এক্সপ্ৰেছ
ASM_M_NEWS_00970
শ্ৰীজেটলীয়ে যোৱা নিশা নিউয়ৰ্কত থকা ভাৰতীয় বাণিজ্য দূতাবাসত দেউলীয়া অৱস্থা বিষয়ক এখন বৈঠকত ভিডিঅ' কনফাৰেন্সিং যোগে ভাষণ প্রদান কৰে।
ASM_M_HAPPY_00455
নিজৰ দলটোৱে নতুন অভিলেখ গঢ়া দেখি লক্ষ্মী অতি আনন্দিত হৈ পৰিছিল
ASM_M_CONV_02556
নিশ্চয়, শ্রৱণ।
ASM_M_DIGI_00034
মই সৌৰাষ্ট্র গ্রামীণ বেংক [Saurashtra Gramin Bank] ত 1341791,8553 লৈ পঠিওৱা 90000 টকাৰ ফচি থকা লেনদেনটোৰ পইচা কেতিয়া ঘূৰাই পাম?
ASM_M_NEWS_00982
বৈঠকত উভয় দেশৰ মন্ত্ৰ্যালয়ৰ মাজৰ সহযোগিতা বৃদ্ধিৰ বাবে আলোচনা কৰাৰ লগতে উপসাগৰীয় অঞ্চলৰ শেহতীয়া বিকাশৰ ক্ষেত্ৰতো মত বিনিময় কৰা হয়।
ASM_M_WIKI_01998
কিন্তু যদি আমাৰ ওচৰত পাৰ্ক বা গছ-গছনি আছে তেতিয়া ট্ৰেডমিলত দৌৰাতকৈ পাৰ্কত বা গছ-গছনিৰ তলত দৌৰাটো মই বেছি উপযুক্ত বুলি ভাবোঁ
ASM_M_BB_00084
গার্নিয়াৰ মেন [Garnier Men] এক্নো ফাইট এণ্টি-পিম্পল ফেচৱাছ [Acno Fight Anti-Pimple Facewas] ত এইটো অফাৰৰ বাবে কি চৰ্তাৱলী আছে?
ASM_M_CONV_02069
হাই দেৱাংগ! মোৰ ভাল।
ASM_M_BOOK_00055
ৰাতি দুপৰলৈকে নাচবাগ আনন্দ চলিল।
ASM_M_SURPRISE_00275
সঁচাকৈ ক'বলৈ গ'লে মই তেওঁলোকৰ পৰা ইমান উন্নত প্ৰদৰ্শন আশাই কৰা নাছিলোঁ।
ASM_M_NAMES_02384
বুচু জিদাব
ASM_M_WIKI_02749
[noise] জ্যেষ্ঠজনে যেতিয়া কথা ক'ব তেতিয়া আঙুলি দেখাই এনেকুৱা শব্দ প্ৰয়োগ কৰি শব্দকেইটা মই এতিয়া পাহৰিলোঁ এই এনেকুৱা অমুক তমুক শব্দকেইটা প্ৰয়োগ কৰি কনিষ্ঠসকলক ক'ব এইটোৱেই নিয়ম নেকি
ASM_M_ANGER_00445
আপুনি বিষয়টোৰ বিষয়ে একো নাজানে, পেনেল আলোচনাৰ আনজন পেনেলিষ্টৰ ওপৰত পেনেলিষ্টজনে চিঞৰ মাৰিলে। "আপুনি কোনো অৰ্থ থকা কথা কোৱা নাই "
ASM_M_CONV_01488
আৰু আমি প্লেন কৰা বেলেগ বস্তুবোৰৰ বাবেও আমি পইচা জমা কৰিব লাগিব নহয়।
ASM_M_SAD_00215
মোৰ ষ্টকবোৰৰ মূল্য বহুত তললৈ নমা দেখি মই বৰ হতাশ হৈ পৰিছোঁ। এই বিনিয়োগৰ ওপৰতে মই আশা কৰি আছিলোঁ।
ASM_M_BOOK_01191
যিমান   দিনলৈ পৃথিৱীত চাউলকঠা বিধতাই দিছে তাৰপৰা তোক কোনেও বঞ্চিত কৰিব আই!
ASM_M_CONV_01392
হয় বাইদেউ অনুগ্ৰহ কৰি কৈ যাওক।
ASM_M_WIKI_01094
ইয়াৰ পিছতে তেওঁ দ্য অ’ ২ এৰিনাত নাজ চৌধুৰীৰ বলীউড শ্ব’ষ্টপাৰ্ছতো সোণাক্ষী সিন্হা, জেকলিন ফাৰ্নাণ্ডেজ, মিকা সিং আৰু শ্বাহিদ কাপুৰৰ সৈতে পৰিৱেশন কৰিছিল।
ASM_M_BOOK_00300
চাবি দিব নালাগে।
ASM_M_INDIC_00790
এই গ্ৰন্থখন ত্ৰিবেণী গোস্বামী মাথুৰে ইংৰাজীলৈকো অনুবাদ কৰিছে
ASM_M_SURPRISE_00190
আৰে বাহ! দেশখনৰ এই অঞ্চলত বেছিভাগ দোকানেই কাশ্মিৰী উইলো বেট বিক্ৰী নকৰে। তোমাৰ তাত যে আছে মই আচৰিত হৈছোঁ।
ASM_M_HAPPY_00127
মেকানিকজনে মোৰ গাড়ীখনৰ বাবে দিয়া সালসলনিৰ পৰামৰ্শবোৰ শুনি মোৰ বৰ ভাল লাগিছে। এতিয়া ইয়াৰ এক সুকীয়া ব্যক্তিত্ব আছে যিটো মোৰ লগত সম্পূৰ্ণৰূপে খাপ খায়।
ASM_M_WIKI_02130
ঘূৰা ফুৰা কামতে ব্যস্ত হৈ থকা হয় ৰাতিৰ সাঁজ বাৰু তথাপি চেষ্টা কৰোঁ কিন্তু আজিকালি ল'ৰা-ছোৱালীবোৰো যদিও মানে সিহঁতে একেলগে খাইও একেলগে নহয় তাৰমানে ভাত খোৱাৰ সময়তো সিহঁতে মোৱাইল-চোবাইল টিপি থাকিব আৰু সিহঁত
ASM_M_DISGUST_00110
বেছি মেৰামতি আৰু সাল-সলনি কৰাটো মই একেবাৰে ভাল নাপাওঁ। মোৰ গাড়ীখন জাকজমক আৰু জিলিকি থকা যেন দেখা কিবা এটালৈ সলনি কৰি দিয়া ধাৰণাটো মোৰ একেবাৰে বেয়া লাগে।
ASM_M_FEAR_00075
চেন্নাইত ২০১৫ চনৰ ধুমুহাৰ সময়ত মই বিদ্যুতৰ লাইনবোৰ ছিঙি নপৰক বুলি ভয়ে ভয়ে আছিলো।
ASM_M_WIKI_00853
বিবাহ অনুষ্ঠানৰ বিভিন্ন পৰ্যায়ত দৰা-কইনাই বেদ মন্ত্ৰ উচ্চাৰণ কৰি তাৰ অৰ্থ অনুধাৱন কৰিব লাগে।
ASM_M_NAMES_00879
ৱেহাশলী
ASM_M_WIKI_03299
কমল গগৈ, ত্ৰিদিপ শইকিয়া, মায়া বৰুৱা, ৰতন দাস, ভৃগু নাথ
ASM_M_SAD_00200
মই সময়মতে ক'ভিড ভেকচিনৰ দ্বিতীয় ড'জটো নোলোৱাৰ কাৰণে মোৰ ভিছাখন কেঞ্চেল হ'ল।
ASM_M_NAMES_00092
হাওৰা
ASM_M_BOOK_00270
সেইবোৰৰ লোভতে জাকে জাকে হাঁহ আৰু পালে পালে বনৰীয়া হাতী গোটেই ৰাতি বিলত পৰি থাকে।
ASM_M_HAPPY_00011
মন্দিৰটো দৰ্শন কৰাৰ পাছত মই গভীৰ সন্তুষ্টি অনুভৱ কৰিছোঁ।
ASM_M_NAMES_01324
গোদাভাৰী ছুপাৰফাষ্ট এক্সপ্ৰেছ
ASM_M_NAMES_01609
মুম্বাই চেন্ট্ৰেল–ভদোদাৰা এক্সপ্ৰেছ
ASM_M_NAMES_01878
উত্তৰাখণ্ড চম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ
ASM_M_NAMES_00592
টিভি১৮ ব্ৰডকাষ্ট এলটিডি
ASM_M_CONV_00240
মই ছিষ্টেম ছফটৱেৰ ব্যৱহাৰ কৰি প্ৰডাক্টবোৰৰ গুণগত মান পৰীক্ষা কৰাৰ দায়িত্বত আছিলোঁ।
ASM_M_CONV_01596
আৰু লগতে মলবোৰ সন্ধিয়া ৯ বজাত বন্ধ হৈ যায় গতিকে আমি বজাৰ কৰিবলৈ মাত্ৰ এক ঘণ্টা সময় পাম।
ASM_M_SURPRISE_00460
মই প্ৰতিলিপিখন চালোঁ আৰু চূড়ান্ত পৰীক্ষাত সম্পূৰ্ণ নম্বৰ লাভ কৰা দেখি বিশ্বাস কৰিব নোৱাৰি চকুকেইটা ভালকৈ মোহাৰি চাইছিলোঁ।
ASM_M_WIKI_03141
আপুনি তলৰ সন্ধান বাকচ ব্যৱহাৰ কৰি ৱিকিপিডিয়াৰ সকলো সহায় পৃষ্ঠা অনুসন্ধান কৰিব পাৰে, বা হেল্প মেনু বা হেল্প ডাইৰেকটৰিত সন্ধান কৰিব পাৰে।
ASM_M_CONV_02730
হ’ব বাৰু একো নাই, আমি ভাগ্যৱান যে এই মন্দিৰলৈ আহি তেখেতলৈ প্ৰাৰ্থনা আগবঢ়াব পাৰিছো।
ASM_M_SAD_00150
প্ৰত্যেকবাৰে যেতিয়া মই কিবা এটা পাবলৈ কঠোৰ পৰিশ্ৰম কৰোঁ কিন্তু সেইটো হৈ নুঠে তেতিয়া মোৰ বহুত দুখ লাগে।
ASM_M_WIKI_02038
সন্ধিয়া নিজৰ ল'ৰা-ছোৱালাী বিলাকক লৈয়ে আৰম্ভ কৰা হয় বেলেগ ঠাইৰপৰাও আহে সাংস্কৃতিক অনুষ্ঠানত বিহু নৃত্য আধুনিক নৃত্য সেইবিলাক একাংক নাট
ASM_M_NAMES_01284
ডিব্ৰুগড়–চণ্ডীগড় এক্সপ্ৰেছ
ASM_M_HAPPY_00064
এই কোমল পেনকে'কবোৰৰ কাৰণে ব্রে'কফাষ্টৰ সময়খিনি ধুনীয়া লাগে।
ASM_M_WIKI_01210
এই আৱিষ্কাৰৰ ফলত সাতচল্লিশ বৰ্গ কিলোমিটাৰ এলেকা আৱৰি থকা নেচনেল চাইট্ৰাছ জিন চেংচুৱেৰী-কাম-বায়োস্ফেয়াৰ ৰিজাৰ্ভখন স্থাপন কৰা হ'ল ।
ASM_M_INDIC_00410
মোডী ডাঙৰীয়াই ঝাঢ়ু ধৰি দেখালেই দেশ নিকা নহয়
ASM_M_NEWS_00683
ইয়াৰ ফলত মুঠ ৩০ হাজাৰ কোটি টকা সাহায্য বৃদ্ধি পালে।
ASM_M_CONV_00937
লগতে এই আৱেদনসমূহত মোক সহায় কৰিবলৈ কোনো নাছিল, সেইবাবে সকলোবোৰ মই নিজেই বুজিব লগীয়া হৈছিল।
ASM_M_CONV_01399
বাইদেউ চিনেমাখনত ছাবটাইটেল থাকিব।
ASM_M_SURPRISE_00279
এইটো বঢ়িয়া দেখোন! দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব পৰা খুব সুন্দৰ ফৰ্মাইচীৰ কে'ক তৈয়াৰ কৰাত আমি বহুত পাকৈত।
ASM_M_HAPPY_00191
এই সংগীত শুনি মোৰ খুবেই ভাল লাগিছে। ই মোক সদায় ভাল মেজাজত ৰাখে।
ASM_M_CONV_01889
তেওঁ আমাক স্পষ্ট ধাৰণা এটা দিব পাৰিব।
ASM_M_FEAR_00375
ভ্ৰমণ কৰি থকাৰ সময়ত অৰণ্যখনৰ ভিতৰত এটা অস্বাভাৱিক দীঘলীয়া চিঞৰ শুনি মই কঁপি উঠিছিলোঁ।
ASM_M_NAMES_02488
আলু পিটিকা
ASM_M_SAD_00321
এইটো বৰ দুৰ্ভাগ্যজনক যে মই আপোনাক পুৰণি চকীসমূহ বিক্ৰী কৰাত সহায় কৰিব নোৱাৰিম।
ASM_M_WIKI_01030
হিন্দুস্তান টাইমছৰ মতে, "অভিনেতাজনে নিজৰ বিশেষ শৈলী আৰু কণ্ঠস্বৰৰ পৰিৱর্তন ঘটাব পৰা কার্য্যৰে নিজৰ বাবে এক উপযুক্ত স্থান অর্জন কৰিছিল।"
ASM_M_NAMES_01883
ভালচাদ–হৰিদ্বাৰ ছুপাৰফাষ্ট এক্সপ্ৰেছ
ASM_M_CONV_02516
গান গালে মোৰ মনটো শান্ত হৈ থাকে।
ASM_M_NEWS_00498
মধ্যপ্ৰদেশৰ কমল নাথ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনৰ ভাগ্য আজি ৰাজ্য বিধানসভাৰ মজিয়াত নির্ণিত হ'ব।
ASM_M_WIKI_00660
হাজাৰ হাজাৰ অনুগামীয়ে দাহ কৰাৰ এক আভাস পাবৰ বাবে হেঁচা-ঠেলা কৰিছিল।
ASM_M_HAPPY_00490
দুটা ৰাস্তাৰ সংযোগ স্থানত যেতিয়া এজন মটৰ-গাড়ীৰ চালকে মোক আগবাঢ়ি যাবলৈ কয়, তেতিয়া মোৰ ভাল লাগে
ASM_M_CONV_00312
এই আঁচনিসমূহে সমাজৰ দৰিদ্র শ্রেণীক লক্ষ্য কৰে।
ASM_M_CONV_02502
মইও এই বছৰ নাম ভৰ্তি কৰিছো।
ASM_M_CONV_01396
সেইসমূহ হুইল চেয়াৰ লৈ যাব পৰা আৰু প্ৰৱেশ আৰু প্ৰস্থানৰ গে’টৰ কাষতে আছে, কিন্তু ভিৰ হোৱা বাটতোৰ পৰা দূৰত।
ASM_M_CONV_00627
নথ মানে নাকফুলি নহয় নে?
ASM_M_BOOK_00429
দিনৰ দিনটো হাতী চোৱা মানুহৰ অন্ত নাই।
ASM_M_BB_00069
ছালৰ যতন লোৱা বস্তু [Skincare items] ত থকা আটাইতকৈ ভাল অফাৰটো কি?
ASM_M_WIKI_01229
সকলোৱে নতুন নতুন কাপোৰ পিন্ধে আৰু ই এক পৰিয়ালৰ সমাগমৰ সময়।
ASM_M_BOOK_01573
এহ্‌ গাত কটা চোৰাত পাত লাগিল হবলা।
ASM_M_CONV_02729
অহ, আমি এয়া আগতে জনা হ’লে সেইমতে আমাৰ ভ্ৰমণৰ পৰিকল্পনা কৰিলোহেঁতেন।
ASM_M_SURPRISE_00128
মই আচৰিত হৈছিলো যে দিল্লী-মুম্বাই এক্সপ্ৰেছৱে'ত গাড়ীৰ ডেশ্ববৰ্ডত থকা এটা গিলাচৰ পৰা পানীৰ টোপাল এটাও নপৰাকৈ যাবলৈ পাৰি।
ASM_M_NAMES_02357
বাথৌ পূজা
ASM_M_WIKI_01177
কাশ্মীৰত উপস্থিত হৈ হাইদাৰে ছৈয়দ ফৈদৰ মুৰব্বী নাজুকক চুলতান হিচাপে নিযুক্তি দিছিল।
ASM_M_FEAR_00135
মই চিন্তা কৰি আছোঁ যে কেনেকৈ আমি নিৰ্মাণৰ কামবোৰ চম্ভালিও ঘৰৰ দৈনিক কাম-কাজবোৰ যে ভালদৰে চলি আছে তাক কেনেকৈ নিশ্চিত কৰিম। তেওঁলোকৰ যদি ৰুটিনখন খেলিমেলি হয় তেওঁলোক ভয়ংকৰ হৈ যাবও পাৰে।
ASM_M_WIKI_01663
এইবোৰ হৈছে সোঁৱৰাই দিয়া লেবেল যে ডেলিভাৰী কেৱল চিভিএছ ষ্ট’ৰতহে হয়, য’ত আপুনি এজন সদস্যৰ প্ৰেছক্ৰিপচন ল’ব লাগিব।
ASM_M_WIKI_01987
হায়দৰাবাদ নাগপুৰ ঔদ্যোগিক কৰিডৰ এইচএনআইচি, তেলেংগনাৰ জৰিয়তে জহিৰাবাদ নোড
ASM_M_CONV_00356
এইটো বগা গ্ৰেনাইটেৰে নিৰ্মাণ কৰা হৈছে যি ইয়াৰ সৌন্দৰ্য্য বৃদ্ধি কৰে।
ASM_M_ALEXA_00092
অ'লি মোৰ এলাৰ্মবোৰ কোৱা
ASM_M_BOOK_00511
ঘোঁৰাৰ নেজৰ পিনে মুখ দি উঠি দৌৰাব লাগে ঘোঁৰা।
ASM_M_HAPPY_00082
ৰেষ্টুৰেণ্টৰ প্ৰতিটো ক'ৰ্ছ কোনো অসুবিধা নোহোৱাকৈ আৰু সময়মতে ডেলেভাৰী কৰাৰ বাবে মই খুব ভাল পাইছিলো; ই খোৱা-বোৱাৰ সামগ্রিক অভিজ্ঞতা ভাল কৰিছিল।
ASM_M_WIKI_01909
লখিমপুৰখন চাবলৈ গ'লে চাওক সবফালৰ পৰা আগবঢ়া ৰাজনৈতিক ক্ষেত্রতে আপোনালোকে চাবনে শিক্ষাৰ ক্ষেত্রতেই চাব ইয়াত বিভিন্ন আগবঢ়া কলেজ আছে, স্কুল আছে, বজাৰ-সমাৰ
ASM_M_NAMES_01387
হাওৰা–কন্যাকুমাৰী এক্সপ্ৰেছ
ASM_M_BOOK_00598
পিচদিনা ৰাতি হাতীৰ চিঞৰ শুনা গল খবৰ কৰি জানিলোঁমতিলাল নামেৰে দন্তাল এটাক খুচি খুচি এমাইলমানলৈ খেদি নিছে—তাৰ চিঞৰ সিমান দূৰৈৰপৰা শুনা গৈছিল।
ASM_M_CONV_02114
মোৰ লগত স্প’টিফাইৰ এটা অতিৰিক্ত কুপন আছে।
ASM_M_WIKI_01867
মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যই আলেকজেণ্ডাৰে এৰি যোৱা গ্ৰীক পালি-শাসকসকলক বশীভূত কৰিছিল, যিসকল চেলেউকিড সাম্ৰাজ্যৰ ১ম চেলেউকাছ নিকেটৰৰ অধীন আছিল।
ASM_M_BOOK_00549
চিঞৰবাখৰ কৰি তম্বুত ধৰি টনাআজোৰা লগালো।
ASM_M_DISGUST_00152
মোৰ এই গানটোৰ কথাখিনি শুনি অসহ্য লাগিছে। এয়া ইমান আক্ৰমণাত্মক আৰু খাপ নোখোৱা ধৰণৰ।
ASM_M_NAMES_00481
গ্ৰিণ্ডৱেল নৰ্তন এলটিডি
ASM_M_WIKI_00107
অৱশ্যে বৈদেশিক মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই কৈছিল যে সেই ব্যৱস্থাসমূহ ইজিপ্তৰ ৰাজহুৱা বিশ্ববিদ্যালয়ত অধ্যয়নৰত কাটাৰৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত, নতুবা ইজিপ্তীয় লোকৰ সংগী বা সন্তানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।
ASM_M_ALEXA_00091
গুড আফ্টাৰনুন
ASM_M_NAMES_01617
মুচ্চুৰিএ এক্সপ্ৰেছ
End of preview. Expand in Data Studio
README.md exists but content is empty.
Downloads last month
8