text
stringlengths
0
188k
More »
আৰ্কাইভ
আৰ্কাইভ Select Month August 2022 December 2021 November 2021 September 2021 June 2021 May 2021 January 2021 September 2020 August 2020 July 2020 May 2020 April 2020 March 2020 February 2020 January 2020 December 2019 November 2019 October 2019 September 2019 August 2019 July 2019 June 2019 April 2019 March 2019 August ...
শিতানসমূহ
শিতানসমূহ Select Category “গণিত বিকাশ” Fun Facts অলিম্পিয়াড ইতিহাস কাৰ্টুন কুইজ কেৰিয়াৰ গণিত পাঠ গল্প গ্ৰন্থ চিত্ৰ-সংগ্ৰহ জীৱনী নিবন্ধ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি বুদ্ধি পৰীক্ষা সঁফুৰা সমস্যা আৰু সমাধান সাক্ষাৎকাৰ
https://www.facebook.com/http://gonitsora
Recent Posts
গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ
গণিত কুইজ – ২
গণিত কুইজ – ১
ফাৰ্মা সংখ্যা: এবিধ সুন্দৰ সাজৰ সংখ্যা
Gonit Sora গণিত চ’ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We str...
বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ উদ্যোগত অনুষ্ঠিত এই অভিনন্দন অনুষ্ঠানত বোকাখাত সমষ্টিৰ ৫২ খন বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৪২৫ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষার্থী, ১৬ খন উচ্চতৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ১৭৫ গৰাকী উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ ছাত্র-ছাত্রী সৈতে সর্বমুঠ ৬০০ গৰাকী ছাত...
গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য এ কে বুঢ়াগোহাঁই, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা, জিলা আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেব ৰয়, মহকুমাধিপতি বিবেক শ্যাম উপস্থিত থাকে।
অনুষ্ঠানত ৬০০ গৰাকী ছাত্ৰ-ছাত্ৰীক কেবিনেট মন্ত্ৰী অতুল বৰাই ফুলাম গামোছা, মানপত্ৰ আৰু উপহাৰৰ টোপোলাৰে সম্বৰ্ধনা জনায়।
Recent News
বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ; খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত, নিহত ২ জন
পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ?
FIFA World Cup 2022: বিশ্বকাপ ফুটবলত এছিয়াৰ জয়জয়কাৰ! পৰ্তুগালক পৰাস্ত কৰি নকআউটত দক্ষিণ কোৰিয়া
FIFA World Cup 2022: বিশ্বকাপ ফুটবলত বৃহৎ অঘটন! ব্ৰাজিলক পৰাস্ত কৰি ইতিহাস গঢ়িলে কেমেৰুনে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
দেশবাসীক দেৱতা দুজনে চাকৰি দিছে। দেশবাসীৰ বাবে দেৱতা দুজনে লৈ আহিছে অপৰিসীম সুবিধা।
হয়, হিন্দুসকলৰ তেত্ৰিশ কোটি দেৱতা থাকিলেও এতিয়া আৰু দুজনকৈ দেৱতা যোগ কৰা হৈছে। তেওঁলোক আন কোনো নহয়। তেওঁলোক হৈছে সকলোৰে পৰিচিত মুকেশ আম্বানী আৰু আদানী।
বিজেপি সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কে জে আলফনছে এই দাবী কৰিছে। তেওঁ দাবী কৰিছে যে আম্বানী আৰু আদানী হৈছে একোজন দেৱতা। ইয়াৰ কাৰণ হৈছে দুয়োজনে দেশবাসীৰ বাবে জীৱিকাৰ সৃষ্টি কৰে।
সেয়ে দেশবাসীয়ে আম্বানী আৰু আদানীক পূজা-আৰাধনা কৰিব লাগে! সাংসদজনে এই মন্তব্য কৰিছে সংসদৰ বাজেট বিতৰ্কত।
তেওঁ কয় যে দেশখনত যিসকল লোকে জীৱিকাৰ সৃষ্টি কৰে, তেওঁলোকক পূজা কৰা উচিত!
শেহতীয়াকৈ দেশত বৰ্ধিত নিবনুৱা আৰু অৰ্থনৈতিক অনগ্ৰসৰতাৰ ওপৰত শাসক-বিৰোধীৰ মাজত বাকযুদ্ধ তুংগত আছে।
বিৰোধী দলসমূহে দেশৰ সম্পদসমূহ মোদী চৰকাৰে আম্বানী-আদানীৰ দৰে পুঁজিপতিক গটাই দিয়াক লৈ প্ৰতিবাদ সাব্যষ্ট কৰিছে।
আনহাতে, দেশৰ অৰ্থনৈতিক অৱস্থাৰ বাবে মোদী চৰকাৰে কংগ্ৰেছ আৰু নেহৰুক দোষাৰোপ কৰি আহিছে। তেনে সময়তে সাংসদজনৰ এই মন্তব্যৰ ব্যাপক চৰ্চা লাভ কৰিছে।
Recent News
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
বিড়ম্বনা! ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰি চাকৰি হেৰুৱালে শিক্ষকে
দুর্ভাগ্যই লগ নেৰা হৈছে বন্দে ভাৰতক! এইবাৰ পুনৰ ষাঁড় গৰুক খুন্দিয়ালে বন্দে ভাৰত এক্সপ্ৰেছে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উক্ত পেট্ৰল পাম্পটোৰ চৌহদত থকা এটা বন্ধ কোঠাত উদ্ধাৰ হোৱা মৃতদেহটোক নগাঁও নগৰৰ বাসিন্দা অনিল বৰুৱা বুলি চিনাক্ত কৰা হৈছে, মৃত অনিল পেচাত এগৰাকী ৰান্ধনী আছিল বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি কে আৰ চৌধুৰী পেট্ৰ’ল পাম্পটো যোৱা ৬ মাহ ধৰি বন্ধ হৈ আছে। আনহাতে ইয়াত ৰান্ধনী হিচাপে কাম কৰা অনিলৰ যোৱা ২০ দিন ধৰি পৰিয়ালৰ লোকৰ সৈতে কোনোধৰণৰ যোগাযোগ নাছিল।
দবকা আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ লোকজনৰ মৃতদেহটো নিজৰ জিম্মাত লৈ নগাঁৱৰ বি পি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
অত্যধিক মদ্যপান কৰাৰ ফলতে লোকজনৰ মৃত্যু হয় বুলি স্থানীয় একাংশ লোকে সন্দেহ কৰিছে যদিও এতিয়ালৈকে ইয়াৰ আচল ৰহস্য পোহৰলৈ অহা নাই।
অৱশ্যে অনুসন্ধানৰ পিছত লোকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে উল্লেখ কৰে।
Recent News
গৌৰৱান্বিত ৰাজ্য: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে কমনৱেলথ স্বৰ্ণজয়ী নয়নমণিয়ে
ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ড: চাৰি ছাত্ৰক বহিষ্কাৰ, নিলম্বন তিনি হোষ্টেল ৱাৰ্ডেনক
ত্ৰিপুৰাত পুনৰ ৰাজনৈতিক সংঘৰ্ষ: বিজেপি কৰ্মীৰ আক্ৰমণত চিপিআই-এমৰ এগৰাকী কৰ্মী নিহত, আহত কেইবাগৰাকীও
যৌতুকৰ দাবীৰে পত্নীক হত্যা: হত্যাকাৰী পতিক ১৪ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
Recent News
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত
নলবাৰীত ৰাজ্যৰ প্ৰথমটো 3D প্লেনেটেৰিয়াম উদ্বোধন: আধাৰশিলা স্থাপনৰ ১০ বছৰ পিছত হ’ল মুকলি
ধৰ্ষণৰ সংজ্ঞা সম্প্ৰসাৰণ চুইজাৰলেণ্ড নিম্ন সদনৰ
লখিমপুৰ খেৰী হত্যাকাণ্ড: আশীষ মিশ্ৰসহ ১৩ গৰাকীৰ বিৰুদ্ধে অভিযোগ গঠন আদালতৰ, আৰম্ভ হ’ব বিচাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
উদ্ধৱ থাকৰেৰ নেতৃত্বৰ শিৱসেনাৰ মুখপাত্ৰ ‘সামনা’ত দলটোৱে এন আৰ চি প্ৰসংগত চৰকাৰক সমৰ্থন জনোৱাৰ লগতে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। শিৱসেনাৰ মতে অসমৰ পৰা ৪০ লাখ অবৈধ অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াবলৈ বিজেপিয়ে কষ্টসাধ্য প্ৰয়াস কৰিছে।
শিৱসেনাই অবৈধ অনুপ্ৰৱেশকাৰী বাংলাদেশ, শ্ৰীলংকা, পাকিস্তান আৰু ম্যানমাৰৰ ৰহিংগিয়া মুছলমান যিয়েই নহওক লাগিলে সকলোকে ভাৰতৰ পৰা খেদি দিব লাগে বুলি মন্তব্য কৰিছে।
‘সামনা’ৰ সম্পাদকীয় দলটোৱে লগতে শংকা প্ৰকাশ কৰিছে যে অনুপ্ৰৱেশকাৰীৰ বাবে অসমত এতিয়া বিদেশী খেদাৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে সেয়া যদি কাশ্মীৰতো হয় তেতিয়াহ’লে সমগ্ৰ দেশৰ জনতাই তেওঁলোকৰ ঘৰত গেৰুৱা পতাকা উত্তোলন কৰিব। পাকিস্তানৰ পৰা অহা ভাবুকিৰ পৰিপ্ৰেক্ষিতত কাশ্মীৰতো অসমৰ দৰে ব্যৱস্থাগ্ৰহণ কৰিব লাগে বুলি উদ্ধৱ থাকৰেই মন্তব্য ...
শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই লগতে উল্লেখ কৰিছে যে অসমত বাস কৰি থকা ৪০ লাখ অবৈধ বাংলাদেশীয়ে ৰাজ্যখনৰ ভৌগলিক, ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰতিচ্ছবি সলনি কৰি পেলাইছে। থাকৰেই অসমৰ জলন্ত সমস্যা ৰূপে চিহ্নিত অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাটোক গুৰুত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীকো ধন্যবাদ জ্ঞাপন কৰে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ সৈতে একে স্থিতি গ্ৰহণ কৰা শিৱসেনাই এন আৰ চি প্ৰসংগতো অসমৰ সপক্ষে কৰা মন্তব্যই আঞ্চলিকতাবাদী ৰাজনীতিৰ যথাৰ্থতাকে প্ৰতিপন্ন কৰিছে।
Recent News
ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
বংগত গাড়ীৰ স্পেয়াৰ টায়াৰৰ ভিতৰত উদ্ধাৰ ৯৪ লাখ টকা: বিজেপিলৈ অভিযোগৰ আঙুলি মমতা বেনাৰ্জীৰ
সংবাদ মাধ্যমে বৰ্জন কৰিছে ভাৰত জোড়ো যাত্ৰা, কৰা নাই কাৰ্যসূচীৰ সম্প্ৰচাৰ! অভিযোগ অশোক গেহলটৰ
লুডুৰ জুৱাত হেৰুৱালে সৰ্বস্ব: শেষত নিজকে বাজী ৰাখি ঘৰৰ মালিকৰ ওচৰত পৰাস্ত হ’ল মহিলা
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
আনহাতে ৰাইজৰ দলৰ সভাপতি ভূপেন বৰাই এ আই ইউ ডি এফক বাদ দি সকলো বিৰোধী ৰাজনৈতিক দলক একেখন মঞ্চৰ তললৈ আনি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
বিৰোধীৰ এনে ৰাজনৈতিক তৎপৰতাৰ বিপৰীতে বিজেপিৰ সভাপতি ভৱেশ কলিতাই এখোজ আগুৱাই গৈ কোন কেইটা সমষ্টিত নিৰ্বাচনত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেই বিষয়ে ঘোষণা কৰিছে।
বিজেপি সভাপতিগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি লোকসভাৰ নিৰ্বাচনত মুঠ ১৪ খন আসনৰ বিপৰীতে তেওঁলোকে ১২ খনতে প্ৰতিদ্বন্দিত আগবঢ়াব। দুখন আসন তেওঁলোকে মিত্ৰদলক এৰি দিব।
সেই অনুসৰি আঞ্চলিকাতবাদী দল অসম গণ পৰিষদক ধুবুৰী সমষ্টি এৰি দিয়াৰ বিপৰীতে ইউ পি পি এলক কোকৰাঝাৰ সমষ্টি এৰি দিয়াৰ কথা প্ৰকাশ পাইছে। উল্লেখ্য যে ধুবুৰী সমষ্টি বৰ্তমান এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলৰ দখলত থকাৰ বিপৰীতে কোকৰাঝাৰ সমষ্টি সমষ্টি আছে নৱ শৰণীয়াৰ দখলত।
বিজেপিয়ে ধুবুৰী সমষ্টিত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে জয়ী সম্ভাৱনা প্ৰায় শূন্য। এ আই ইউ ডি এফৰ শক্তিশালী ভেঁটি থকা ধুবুৰীত অগপয়ো যে ভাল ফল লাভ কৰিব পাৰিব সেয়া আজিৰ তাৰিখত কোনোৱেই ক'ব নোৱাৰে। এক কথাত পৰাজয় নিশ্চিত বুলি জানিয়েই বিজেপিয়ে ধুবুৰীক অগপলৈ এৰি দিছে বুলি চৰ্চা চলিছে।
আনহাতে বি টি আৰত চলি থকা বড়ো, অবড়ো যুঁজখনৰ বাবেই নৱ শৰণীয়া দুবাৰকৈ সাংসদ হ'বলৈ সক্ষম হৈছে। ইউ পি পি এলক এই সমষ্টি এৰি দিলেও বি পি এফৰ সৈতে ইউ পি পি এলৰ ৰাজনৈতিক সংঘাতৰ বাবেই বেকফুটত পৰাৰ সম্ভাৱনা আছে।<eot>সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ ৯২ সংখ্যক জন্মদিন উলহ মালহৰে পালন কৰা হয়। শিৱসাগৰৰ অন্...
এই উপলক্ষে পুৱা ৯ বজাত পতকা উত্তোলন আৰু ৯.৩০ বজাত জয়দয়াল খেমকা মাতৃ সদনৰ সন্মুখত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে দিনজোৰা কাৰ্য্যসূচীৰে সুধাকণ্ঠৰ জন্মদিন পালনৰ অনুষ্ঠান আৰম্ভ হয়।
ইয়াৰ পিছতেই আৰম্ভ হোৱা সদৌ অসম ভিত্তিত একক আৰু দ্বৈত শাখাৰ ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগীতা মুকলি কৰে বিশিষ্ট গীটাৰবাদক কমল কটকীয়ে। কমল কটকী আৰু বিপুল কাথাই দ্বৈত ভাৱে মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰি প্ৰতিযোগীতা আৰম্ভ কৰে।
উক্ত প্ৰতিযোগীতাত অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰাৰ লগতে বিচাৰক হিচাপে অংশ গ্ৰহণ কৰে ভূপেনদাৰ লগত বাদ্যযন্ত্ৰী হিচাপে থকা কমল কটকী, পৰমেশ্বৰ বসুমতাৰী আৰু জনপ্ৰিয় গায়ক বিপুল কাথাই।
Recent News
ছত্তীশগড়ত পুৱতি নিশাৰ অভিযানত নিহত মহিলা কেডাৰসহ তিনি মাওবাদী সদস্য
ইলন মাস্কৰ প্ৰশংসা কৰি সমালোচনাৰ সন্মুখীন লেখিকা তছলিমা নাছৰিন
ভীমা কোৰেগাঁও গোচৰ: অৱশেষত কাৰামুক্ত হ’ল আনন্দ টেলটুম্বডে
গাহৰি উৎপাদক কোম্পানীৰ বাবে উমৈহতীয়া সুবিধা কেন্দ্ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন এনএইচপিচিৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
মঙলদৈ য়ুথ ক্লাবৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি সাধনা সংগীত কলা কেন্দ্ৰ য়ুথ ক্লাবৰ উদ্যোগত সংগীত নাটক অকাডেমীৰ গুৱাহাটী সত্ৰীয়া কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত ১০ দিনীয়া সত্ৰীয়া নৃত্য কৰ্মশালাৰ কালি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। শ্ৰীমন্ত মাধৱ দেৱৰ 'পিম্পৰা গুচোৱা ভাওনা' খন ব্ৰজাৱলী ভাষাত আজি মঞ্চায়ন...
মঙলদৈ নাট্য মন্দিৰত হোৱা সামৰণি অনুষ্ঠানত তেওঁ লগতে কয়, 'ছাত্ৰ-ছাত্ৰী সকলে পঢ়া শুনা কৰিবই লাগিব। তাৰ লগতে তেওঁলোকক শিপাৰ সন্ধান দিবলৈও অভিভাৱক সকল আগ্ৰহী হ'ব লাগিব। তেতিয়াহে আমাৰ ভাষা – সংস্কৃতি উজ্জীৱিত হৈ থাকিব।' শনিবাৰে দিনৰ ১১.৩০ বজাত বিশিষ্ট সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্...
এই অনুষ্ঠানত বিশিষ্ট শিল্পী ৰামকৃষ্ণ তালুকদাৰ, প্ৰদীপ কলিতা, নেহাৰিকা কলিতা, চুম্পী ডেকা, আব্দুল হান্নানক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই য়ুথ ক্লাবৰ কাৰ্যকৰী সভাপতি গিৰিশ চন্দ্ৰ ডেকাই। উল্লেখ্য যে, সাধনা সংগীত কলা কেন্দ্ৰৰ নৃত্য বিভাগৰ শিক্ষয়িত্ৰী বিশিষ্ট শিল্পী ভানু ডেকা চহৰীয়াৰ নেতৃত্বত...
বিৰোধী নেতাগৰাকীয়ে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেলৈ এখন মুকলি পত্ৰ লিখি প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ সাজু বুলি জানিবলৈ দিছে।
প্ৰেমদাছাই পত্ৰখনত কয় যে ‘চামাগি জানা বালাৱেগয়া’ নেতৃত্বাধীন বিৰোধীয়ে এখন নতুন অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিবলৈ ইচ্ছুক। অৱশ্যে ইয়াৰ বাবে চাৰিটা চৰ্ত আৰোপ কৰিছে প্ৰেমদাসাই।
চৰকাৰ গঠনৰ ক্ষেত্ৰত প্ৰেমদাছাই আৰোপ কৰা চাৰিটা চৰ্ত অনুসৰি ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই এক নিৰ্দিষ্ট সময়ৰ ভিতৰত পদত্যাগ কৰিব লাগিব।
দ্বীতিয়তে, ৰাষ্ট্ৰপতিৰ কাৰ্যবাহী ক্ষমতা বাতিল কৰিব লাগিব।
তৃতীয়তে, সংবিধানৰ ১৯ তম সংশোধনী দুসপ্তাহৰ ভিতৰত কাৰ্যকৰী কৰিব লাগে।
চতুৰ্থতে, কাৰ্যকৰীকৰণ সাংবিধানিক সংস্কাৰৰ পিছত সংসদীয় নিৰ্বাচনে নতুন চৰকাৰ নিয়োগ কৰিব।
ৰাষ্ট্যপতি ৰাজাপাক্ষেক সংসদীয় নিৰ্বাচনৰ আহ্বান জনাই জনসাধাৰণক এখন নতুন স্থিৰ চৰকাৰ নিৰ্বাচন কৰাৰ সুযোগ দিয়াৰ লগতে আইনৰ শাসন প্ৰতিষ্ঠা কৰিবলৈ দাবী জনায় বিৰোধী নেতাগৰাকীয়ে।
উল্লেখ্য যে পুৱতি নিশা ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই এক ভাষণযোগে সাংবিধানিক সংস্কাৰ প্ৰৱৰ্তনৰ উদ্দেশ্যে এই সপ্তাহতে এজন নতুন প্ৰধানমন্ত্ৰী আৰু যুৱ কেবিনেট নিযুক্ত কৰিব বুলি ঘোষণা কৰিছিল।
Recent News
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
বিড়ম্বনা! ‘ভাৰত জোড়ো যাত্ৰা’ত অংশগ্ৰহণ কৰি চাকৰি হেৰুৱালে শিক্ষকে
দুর্ভাগ্যই লগ নেৰা হৈছে বন্দে ভাৰতক! এইবাৰ পুনৰ ষাঁড় গৰুক খুন্দিয়ালে বন্দে ভাৰত এক্সপ্ৰেছে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
আপোনাৰ কিমান বাঢ়িছে আয়, কিমান বাঢ়িছে ঋণ-
The CrossCurrent Mar 30, 2022
আপোনাৰ কিমান বাঢ়িছে আয়, কিমান বাঢ়িছে ঋণ- স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook:…
ৰাহুল গান্ধীৰ মতে জিডিপি মানে কি ?
The CrossCurrent Sep 1, 2021