text
stringlengths
0
188k
ৱিকিপিডিয়া বাৰ্তা
শিল্প-ভাস্কৰ্য্য
শিশু-শিতান
শ্ৰব্য-নাট
সংখ্যাটোত আঁৰত
সম্পাদকলৈ চিঠি
সম্পাদকীয়
সম্পাদনা সমিতি
সৰিয়হ ফুল
সাক্ষাৎকাৰ
স্বাস্থ্যকথা
ধাৰাবাহিক
অসমীয়া সাহিত্যৰ বুৰঞ্জী- সপ্তম অধ্যায় : জোনাকী যুগৰ অসমীয়া সাহিত্য- ড° মৃণালজ্যোতি গোস্বামী
January 15, 2021 March 10, 2021 0 Comments
৭.৩.৪ উপন্যাস
জোনাকী যুগৰ আন সাহিত্য ধাৰাসমূহৰ দৰে অসমীয়া উপন্যাসো মূলতঃ পাশ্চাত্য সাহিত্যৰ প্ৰভাৱেই ফল৷ অৰুণোদই যুগত উকমুকনি উঠা সাহিত্যৰ এই ন-ৰূপটিয়ে জোনাকী যুগতে ফুলে-ফলে জাতিষ্কাৰ হৈ উঠিল৷ ‘জোনাকী’ আলোচনীৰ বুকুতেই প্ৰকৃতাৰ্থত আধুনিক অসমীয়া উপন্যাসে উজ্বলি উঠিল৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে কাহিনী কোৱা আৰু শুনাৰ যি এটা স্বাভাৱিক প্...
অসমীয়া উপন্যাসধৰ্মী কাহিনীসমূহৰ ভিতৰত প্ৰথম ৰচনা হ’ল ‘যাত্ৰিকৰ যাত্ৰা’৷ এই ৰচনা ১৮৪৮ চনৰ নভেম্বৰ মাহৰ পৰা অৰুনোদইত ছোৱা-ছোৱাকৈ প্ৰকাশ পাইছিল৷ ‘যাত্ৰিকৰ যাত্ৰা’ দৰাচলতে জন বনিয়নৰ Pilgrim’s Progressৰ অসমীয়া ৰূপান্তৰ৷ অসমীয়ালৈ ইয়াক অনুবাদ কৰিছিল নাথান ব্ৰাউনে৷ পাপ ভাৰক্লিষ্ট মানুহ কেনেকৈ মুক্তিপথৰ পথিক হয় আৰু শেষত ভগৱৎ দৰ...
‘যাত্ৰিকৰ যাত্ৰা’ৰ পাছতে একেলগে (১৮৩৩ চনত) তিনিখন উল্লেখযোগ্য কাহিনীমূলক প্ৰচাৰ গ্ৰন্থ মিছনেৰীসকলৰ দ্বাৰা প্ৰকাশ পায়৷ সেইকেইখন হ’ল – ‘এলোকেশী বেশ্যাৰ কথা’, ‘কামিনীকান্ত’ আৰু ‘ফুলমণি আৰু কৰুণা’৷ প্ৰথম দুখন মিষ্টাৰ গাৰ্ণিয়ে আৰু তৃতীয়খন মিছেছ গাৰ্ণিয়ে ৰচনা কৰা৷ ‘এলোকেশী বেশ্যাৰ কথা’ আৰু ‘ফুলমণি আৰু কৰুণা’ বাংলা ভাষাৰ পৰা ...
মিছনেৰীসকলৰ প্ৰচাৰধৰ্মী উক্ত কাহিনীকেইটিৰ সমসাময়িকভাৱে প্ৰকাশ পায় হেমচন্দ্ৰ বৰুৱাৰ ‘বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰী’ (১৮৩৬)৷ ই ব্যংগাত্মক কাহিনী৷ ইংৰাজ আমোলৰ আগছোৱাৰ ‘বাহিৰ শুৱনি ভিতৰি ফোঁপোলা’ সমাজখনৰ ভণ্ড, চৰিত্ৰহীন আৰু দুৰ্নীতিগ্ৰস্ত একশ্ৰেণী ব্যক্তিৰ কদৰ্য ৰূপ ইয়াত প্ৰকাশ কৰা হৈছে৷ প্ৰধানতঃ ব্যঙ্গাত্মকভাৱে সমাজৰ ভণ্ড...
১৮৮৪ চনত প্ৰকাশ হয় পদ্মাৱতী দেৱী ফুকননীৰ ‘সুধৰ্মাৰ উপাখ্যান’৷ এই উপাখ্যানটিত মিছনেৰীসকলৰ দৰে ধৰ্মৰ প্ৰচাৰৰ উদ্দেশ্য নাই; কিন্তু কাহিনী বৰ্ণনাৰ ক্ষেত্ৰত প্ৰাচীন আখ্যানৰ ৰীতি অনুকৰণ কৰা হৈছে৷ হয়৷ ছয়টা পৰিচ্ছেদত বৰ্ণিত ৪২ পৃষ্ঠাৰ এই উপন্যাসখনত ‘সজ আৰু অসজ মানুহৰ কাৰ্য্যৰ ফল’ দেখুৱাইছে বুলি ঔপন্যাসিকাই মন্তব্য কৰিছে৷ আকস্ম...
১৮৮৫ চনত প্ৰকাশ হৈ থকা ‘আসাম বন্ধু’ (সম্পাদক : ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱা)ৰ প্ৰথম ভাগৰ সপ্তম আৰু অষ্টম সংখ্যাত কৰুণাভিৰাম বৰুৱাই লিখা ‘প্ৰমীলা’ নামৰ উপন্যাস এখন ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল যদিও তাৰ পাছৰ সংখ্যাকেইটাত এইখন প্ৰকাশিত নহ’ল৷ অসমীয়া সাহিত্যত ‘উপন্যাস’ শব্দটো এইখন উপন্যাসৰ প্ৰসংগতে ‘আসাম বন্ধু’ত পোন-প্ৰথমবাৰৰ ব...
এনেদৰে আলোচনা কৰিলে দেখা যায় যে ‘ভানুমতী’ৰ পূৰ্বৱৰ্তী কালত যিবিলাক উপন্যাসধৰ্মী কাহিনী ৰচনা হৈছিল তাৰ বেছিভাগেই আছিল অনূদিত৷ আনহাতে, এই কাহিনীসমূহ ৰচনাৰ উদ্দেশ্য আছিল খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰা৷ ‘বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰী’ আৰু ‘সুধৰ্মাৰ উপাখ্যান’ত ধৰ্ম প্ৰচাৰৰ প্ৰচেষ্টা নাই যদিও তীব্ৰ ব্যংগভাব আৰু কাহিনী-কথনৰ প্ৰাচীনতা...
প্ৰকৃতাৰ্থত উপন্যাসৰ বৈশিষ্ট্যৰে সমৃদ্ধ অসমীয়া প্ৰথমখন উপন্যাস হ’ল ‘ভানুমতী’, ঔপন্যাসিক পদ্মনাথ গোহাঞিবৰুৱা৷ এই উপন্যাসখন পুথি হিচাপে প্ৰকাশ পাইছিল ১৯০৮ চনত৷ পুথিখনৰ পাতনিতে গোহাঞিবৰুৱাই লিখিছে— ‘‘ভানুমতী ৰচোঁতাৰ পোন প্ৰথম সাহিত্যিক অৰ্জ্জন৷ ইয়াক অসমীয়া সাহিত্যৰ ভঁড়ালত তেওঁৰ প্ৰথম লখিমী বুলিব লাগিব৷ ১৮১২-১৩ শকৰ ‘বিজুলী...
১৮৯২ খ্ৰীঃত পদ্মনাথ গোহাঞিবৰুৱাৰ ‘লাহৰী’ নামৰ উপন্যাসখন গ্ৰন্থাকাৰে প্ৰকাশ পায়৷ উল্লেখ্য যে এইখনেই প্ৰথম পুথি হিচাপে ছপা হোৱা অসমীয়া উপন্যাস৷ পুথিখনৰ প্ৰথম তাঙৰণৰ পাতনিত লিখা কথাখিনি উল্লেখযোগ্য— ‘‘অসমীয়া উপন্যাস বুলিবলৈ আজিলৈকে এখনো পুথি ওলোৱা নাই৷ সেই অভাৱ আৰু দুৰ্নাম গুচাবৰ মনেৰেই ‘লাহৰী’ ৰচিবলৈ লোৱা হয়৷’’ গোহাঞিবৰু...
‘বিজুলী’ৰ দ্বিতীয় বছৰতো আন এখন উপন্যাস ছোৱা-ছোৱাকৈ প্ৰকাশ পাইছিল৷ ‘মেম’ নামৰ এই উপন্যাসখনৰ ঔপন্যাসিক আছিল পদ্মনাথ গোহাঞিবৰুৱাৰ জেষ্ঠ ভাতৃ নীলকণ্ঠ বৰুৱা৷ আঠটা অধ্যায়ত বিভক্ত এই উপন্যাসখনত ব্যঙ্গাত্মক উপস্থাপন ৰীতি ব্যৱহাৰ কৰা হৈছে যদিও কাহিনী গতিশীল ৰূপত উপস্থাপিত হৈছে৷ ‘মেম’খন উপন্যাসৰূপে বৰ সাৰ্থক নাছিল যদিও সামাজিক স...
এই কেইখন উপন্যাসৰ পাছত ৰচিত হ’ল ৰজনীকান্ত বৰদলৈৰ প্ৰথম আৰু একমাত্ৰ সামাজিক উপন্যাস ‘মিৰি-জীয়ৰী’৷ প্ৰকাশৰ চন ১৯৯৪৷ পাছলৈ ঐতিহাসিক উপন্যাস ৰচনা কৰি ‘অসমৰ স্কট’, ‘উপন্যাস সম্ৰাট’ হিচাপে খ্যাতি অৰ্জন কৰা ৰজনীকান্ত বৰদলৈয়ে অসমৰ ভূমিপুত্ৰ মিচিংসকলৰ পটভুমিত এইখন প্ৰণয়মূলক উপন্যাস ৰচনা কৰিছিল৷ উল্লেখ্য যে এই সময়চোৱাত ৰচিত উপন্...
প্ৰকৃততে অসমীয়া উপন্যাসৰ ভেটি সুপ্ৰতিষ্ঠিত হয় ৰজনীকান্ত বৰদলৈৰ হাততহে৷ সেই যুগত তেৱেঁই আশাশুধীয়াভাৱে উপন্যাস ৰচনা কৰে আৰু আজিলৈকে অসমীয়া উপন্যাসৰ ক্ষেত্ৰত বৰদলৈয়ে এখনি বিশিষ্ট আসন লাভ কৰি আহিছে৷ বৰদলৈয়ে ৰচনা কৰা নখন উপন্যাসৰ ভিতৰত আঠখনেই ঐতিহাসিক উপন্যাস৷ সেইকেইখন হ’ল– ‘মনোমতী’ (১৯০১), ‘ৰঙ্গিলী’ (১৯২৫), ‘ৰাধা-ৰুক্মিণী’...
ৰজনীকান্ত বৰদলৈৰ পাছত ঐতিহাসিক ঔপন্যাসিক নাই বুলিয়েই ক’ব পাৰি৷ দৰাচলতে, বৰদলৈৰ হাতত অসমীয়া ঐতিহাসিক উপন্যাসৰ জন্ম আৰু বিকাশ ঘটিল, লগতে ই পূৰ্ণ প্ৰতিষ্ঠাও লাভ কৰিলে৷ বৰদলৈৰ পৰৱৰ্তী কালত আঙুলিৰ মূৰত লেখিব পৰা কেইখনমান ঐতিহাসিক উপন্যাসৰ জন্ম হৈছিল যদিও সাহিত্যৰ বুৰঞ্জীত গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম নহ’ল৷ তেনে উপন্য...
১৯৪০ চনলৈ অসমীয়া উপন্যাসৰ ধাৰালৈ লক্ষ্য কৰিলে দেখা যায় যে প্ৰথমছোৱাত ঐতিহাসিক উপন্যাসে আৰু তৃতীয় দশকৰ পৰা সামাজিক উপন্যাসে বিকাশ লাভ কৰিবলৈ আৰম্ভ কৰে৷ কিন্তু বৰদলৈক বাদ দিলে একান্তভাৱে উপন্যাস ৰচনাত মনোনিৱেশ কৰা ঔপন্যাসিক নাই বুলিলেও হয়৷ তথাপি ছেগা-চোৰোকাকৈ হ’লেও সামাজিক উপন্যাস কেইখনমানো এই সময়ছোৱাৰ ভিতৰতে প্ৰকাশ পাইছ...
এই সময়ছোৱাৰ ভিতৰত আৱিৰ্ভাৱ ঘটা ঔপন্যাসিকসকলৰ ভিতৰত দুগৰাকী বিশেষভাৱে উল্লেখনীয়৷ সেই দুগৰাকী ঔপন্যাসিক হ’ল– দণ্ডিনাথ কলিতা আৰু দৈৱচন্দ্ৰ তালুকদাৰ৷ দণ্ডিনাথ কলিতাই ‘ফুল’ (১৯২০), ‘সাধনা’ (১৯২৮), ‘আৱিষ্কাৰ’ (১৯৩৮), ‘গণবিপ্লৱ’ (১৯৪৮) – এই চাৰিখন উপন্যাসৰ যোগেদি ঔপন্যাসিক হিচাপে অসমীয়া সাহিত্যত পৰিচয় দিবলৈ সক্ষম হৈছে৷ ইয়াৰে ...
এনেদৰে আলোচনা কৰিলে দেখা যায় যে ১৯৪০ চনৰ ভিতৰত অসমীয়া ভাষাত যিখিনি উপন্যাস ৰচনা হ’ল, সেই উপন্যাসখিনিৰ প্ৰথমাৰ্ধত ঐতিহাসিক উপন্যাসে বিস্তাৰ লাভ কৰিছিল, কিন্তু তৃতীয় দশকৰ পৰা ঐতিহাসিক উপন্যাসৰ সলনি সামাজিক উপন্যাসে বিকাশ লাভ কৰিবলৈ আৰম্ভ কৰে৷
(ক্ৰমশঃ)
← দশম বছৰ ষষ্ঠ সংখ্যাৰ আঁৰত
ষ্টাফ্‌ড জলকীয়াৰ আচাৰ — ড° মদন তাপৰীয়া →
You May Also Like
হিতেন শৰ্ম্মাৰ দিনলিপি (২য় অধ্যায়)-১-৩ (ধ্ৰুৱজ্যোতি শৰ্ম্মা)
December 14, 2012 0
কাটাৰৰ ডায়েৰী-৩০ — কাটাৰত পালিত অসম সমাজৰ ঈদ মেহফিল (ডা০ ভূপেন্দ্ৰ শইকীয়া)
September 14, 2014 0
টাৱাং, এনফিল্ড ইত্যাদি… (উজ্জ্বল দিপ্লু গগৈ)
May 15, 2017 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>অহা ৬ ডিচেম্বৰত মুকলি হ’ব নলবাৰী তাৰকাগৃহ,মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো 3D তাৰকাগৃহ
বছৰ বছৰ ধৰি খেতি নকৰা দীপৰ বিলৰ পাৰত পতিত মাটিত সেউজ বিপ্লব গঢ়াত ব্যস্ত এজাক ডেকা
কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় সন্দৰ্ভত অনুষ্ঠিত হ’ল গুৰুত্বপূৰ্ণ বৈঠক
Farmers should be issued land cards.Nagaland Governor
গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইলৈ পদ্ম ভূষণ সন্মান
মহিলাৰ উদ্যমীয়তা আৰু সবলীকৰণৰ সম্পৰ্কত ৱেবিনাৰ অনুষ্ঠিত
বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ উদ্যোগত ৫৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
এছ এছ বিৰ উদ্যোগত গুৱাহাটীত সামৰিক-অৰ্দ্ধ সামৰিক, চোৰাংচোৱা বাহিনীৰ গুৰুত্বপূৰ্ণ বৈঠক, তথ্যৰ আদান প্ৰদানত গুৰুত্ব
NE Focus -
সম্পাদনাৰ মেজৰ পৰা