text
stringlengths
0
188k
আনহাতে জে পি নাড্ডা আৰু অমিত শ্বাহে খানাপাৰাতে ৭৫টা মণ্ডল বিজেপি কাৰ্যালয়ৰ কৰিব আধাৰশিলা ৷ ৪০খন জিলা বিজেপিক দিব একোখনকৈ বাহন ৷ চাৰিচকীয়া একোখনকৈ বাহন লাভ কৰিব বিজেপিৰ আঠোটা মৰ্চাই ৷
Published by:Manjumoni Borah
First published: September 24, 2022, 22:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|
amit shahBJPRameswar Teli
ফটো
...
...
...
শেহতীয়া বাতৰি
...
...
...
...
...
LIVE TV
শাখা
অসম
খবৰ
দেশ
বিশ্ব
জীৱন শৈলী
ফটো
ভিডিঅ
লাইভ টিভি
শেহতীয়া বাতৰি
অসম পথ গৱেষণা আৰু কাৰিকৰী প্ৰতিষ্ঠানত লোক নিৰ্মাণ (পথ) বিভাগৰ বিষয়াৰ সৈতে কেইবাটাও বৃহৎ প্ৰকল্প সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন; প্ৰকল্পসমূহৰ কাম ২০২৬ চনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা
Gujarat Assembly Elections 2022: গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ, প্ৰায় ৬০% ভোটাৰে কৰিলে ভোটদান
কৰোনাৰ পাছত এই জম্বি ভাইৰাছে পৰৱৰ্তী মহামাৰী আনিব নেকি? ফৰাচী বিজ্ঞানীসকলৰ কৰা দাবী সম্পৰ্কে জানো আহক
SONARI : সোণাৰিত দহ বছৰীয়া কিশোৰক নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত ব্যৱহাৰ কৰি আটক দুই
Optical Illusion: ক'লা-বগা সৰু বৰ্গবোৰৰ মাজত লুকাই আছে এটা শব্দ, ১০ ছেকেণ্ডত বিচাৰি উলিয়াব পাৰিবনে আপুনি?
আমাৰ বিষয়ে
আমাক যোগাযোগ কৰক
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News
Marathi News
TopperLearning
Moneycontrol
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the intellectual property rights of Cable News Network in respect of them. © Copyright Network18 Media and Investments Ltd 2016. All rights reserved.<eot>নামনি সোৱণশিৰি বৃ্হৎ বান্ধৰ বৃ্হস্পতিবাৰে শুনানি : সেউজ ন্যায়াধিকৰণে পৰীক্ষা কৰিব কেন্দ্ৰীয় চৰকাৰৰ বিশেষজ্ঞ সমিতিৰ বৈধতা
by ৰাজীব ৰয়
February 13, 2018 9:19 pm
নামনি সোৱণশিৰি বান্ধ
89
VIEWS
Share on FacebookShare on Twitter
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে অহা বৃ্হস্পতিবাৰে নতুন দিল্লীত ২০০০ মেগাৱাট নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধিকৰণে বান্ধটো সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে গঠন কৰা বিশেষজ্ঞ সমিতিখনৰ বৈধতা সম্পৰ্কেও বিচাৰ কৰিব।
যোৱা সপ্তাহত ক’লকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱা সেউজ ন্যায়াধিকৰণৰ ন্যায়াধীশ ডঃ জাৱাদ ৰহিম আৰু ডঃ নাগিন নন্দাই এই শুনানি গ্ৰহণ কৰিব।
তাৎপৰ্য্যপূৰ্ণভাৱে বৃ্হস্পতিবাৰে গুৱাহাটীত বিশেষজ্ঞ সমিতিৰ পৰৱৰ্তী বৈঠক আহ্বান কৰি কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ে যোৱা মাহত এক নিৰ্দেশ জাৰি কৰিছিল।
বৃহৎ নদীবান্ধৰ বিৰুদ্ধে এই গোচৰটোৰ আবেদনকাৰী হ’ল আছাম পাব্লিক ৱৰ্কচ।
যোৱা সোমবাৰে এই সন্দৰ্ভত গুচৰীয়াৰ বক্তব্য শুনাৰ পিছত ন্যায়াধীশ ৰহিমে মত প্ৰকাশ কৰিছিল যে যিহেতু বিশেষজ্ঞ সমিতিখনৰ গঠনকে প্ৰত্যাহ্বান জনোৱা হৈছে, গতিকে উক্ত সমিতিখনে নিজৰ কাম কাজ অব্যাহত ৰখাটো উচিত নহ’ব আৰু সেয়ে সমিতিৰ আহ্বায়িত বৈঠক খন স্থগিত ৰাখিবলৈ নিৰ্দেশ দিয়ে।
এ’ পি ডব্লিউৰ সভাপতি অভিজিৎ শৰ্মাই কয়, ‘পৰৱৰ্তী শুনানিত এই সমিতিখন গঠন কৰাৰ যুক্তিযুক্ততা লিখিতভাৱে দাখিল কৰিবলৈ কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰ্যালয়ক ন্যায়াধীশ ৰহিমে নিৰ্দেশ দিয়ে।’
এই তিনিজনীয়া বিশেষজ্ঞ সমিতিখনৰ সদস্যসকল হ’ল ডঃ প্ৰভাস পাণ্ডে, ডঃ আই দি গুপ্তা আৰু পি এম স্কট। সেউজ ন্যায়াধিকৰণে যোৱা বছৰ অক্টোবৰত দিয়া এক ৰায়ৰ আধাৰত ১৮ জানুৱাৰিত এ’ পি ডব্লিউৱে এই তিনিজনীয়া সমিতিখনৰ গঠনক প্ৰত্যাহ্বান জনাইছিল।
Recent News
জেইলত কি কৰি থাকে প্ৰেয়সীক টুকুৰা টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থোৱা আফতাবে ?
ইণ্ডোনেছিয়াত নিষিদ্ধ কৰা হ’ল বিবাহ বৰ্হিভূত যৌন সম্পৰ্ক
ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক
বিহাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীৰ: উদ্ধাৰ হত্যাত ব্যৱহৃত কুঠাৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।<eot>প্ৰাগজ্যোতিষ বাৰ্তা ঃ ‘নিজি প্ৰডাকচন’ৰ বেনাৰত নির্মিত বহুপ্রত্যাশিত অসমীয়া চলচ্চিত্র ‘জনকনন্দিনী’ অহা ২ ছেপ্টেম্বৰত চিত্ৰগৃহলৈ আহিব । ৰিংকু দাসে প্রযোজনা কৰা ছবিখনিৰ পৰিচালক কুঞ্জলতা গগৈ দাস। মুখ্য সহকাৰী পৰিচালক অৰিন্দম কাশ্যপ। অসমৰ লোককৃষ্টি তথা সংস্কৃতিক একপ্ৰকাৰে বেপাৰলৈ পৰিণত কৰি কেনেদৰে একাংশ লোকে সাতামপুৰুষীয়া কলা-সংস্কৃতিক বিকৃত কৰিছে তাৰেই আলমত নিৰ্মাণ কৰা হৈছে ‘জনকনন্দিনী’। কুঞ্জলতা গগৈ দাসৰ পৰিকল্পনা আৰু কাহিনীৰ আলমত ছবিখনিৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে বিষ্ণুজ্যোতি সন্দিকৈ, অৰিন্দম কাশ্যপ আৰু অমিতাভ বৰাই।
সংগীত পৰিচালক নন্দ বেনাৰ্জী। সংগীত ব্যৱস্থাপনা অনুপ শৰ্মাৰ। নৃত্যপ্ৰধান ছবিখনিৰ নৃত্য পৰিচালক নৃত্যাচাৰ্য পদ্মশ্রী বঁটাপ্রাপ্ত যতীন গোস্বামী। সাজসজ্জা কুঞ্জলতা গগৈ দাসৰ৷ ৰূপসজ্জা ভূমিকা তালুকদাৰৰ । মূলতঃ মাজুলী আৰু গুৱাহাটীৰ আশে-পাশে দৃশ্যগ্ৰহণ কৰা ‘জনকনন্দিনী’ৰ চিনেমাট’গ্ৰাফাৰ পাপু ডেকা। সঞ্জীৱ তালুকদাৰে সম্পাদনা কৰা ছবিখনিৰ ডি আই কালাৰিষ্ট মূম্বাইৰ সুজিত বৰা। ভিএফএক্স কৰিছে ধর্মেন্দ্ৰ দাসে। মিক্স এণ্ড মাষ্টাৰ কৰিছে মুম্বাইৰ জ্যোতি চেতিয়াই।
অপূর্বজ্যোতি ভূঞা, প্ৰতিমা দাসে ৰচনা কৰা ‘জনকনন্দিনী’ৰ গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, অংগৰাগ মহন্ত, জুবলী বৰুৱা, মধুস্মিতা ভট্টাচাৰ্য আৰু সত্যসন্ধ্যাই । ছবিখনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে— গুঞ্জন ভৰদ্বাজ, নন্দিনী কাশ্যপ, অৰুণ নাথ, মাধুৰিমা চৌধুৰী, ৰূপম বৰুৱা, ৰঞ্জীৱলাল বৰুৱা, সীমাশ্ৰী বৰা, পংকজ পূজাৰী (সদ্যপ্রয়াত), অপর্ণা দত্ত চৌধুৰী, নীলাক্ষী শইকীয়া, মুন বৰকটকী, বৰিশ দত্ত, গৌৰাং বৰদলৈ, গৌতম বৰুৱা, ৰঞ্জিত ভূঞা আদি। উল্লেখ্য যে বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ছবিখনিৰ মুক্তিৰ দিন আনুষ্ঠানিকভাবে ঘোষণা কৰে ‘জনকনন্দিনী’ৰ প্ৰযোজকগোষ্ঠীয়ে ।
Like this:
Like Loading...
Tags
Assam
Assamese Film Industry
DISPUR
GPC
Guwahati
Previous article
শিৱসাগৰ জিলাত গাহৰিৰ সৰবৰাহ আৰু বিক্ৰীত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ
Next article
জ্যেষ্ঠ সহায়ক-নাট্যকৰ্মী ভাস্কৰজ্যোতি দাস সহ শিৱসাগৰ জিলাৰ পৰা চাৰিজন কৰ্মচাৰীয়ে লাভ কৰিলে লোকসেৱা পুৰস্কাৰ-২০২২
pragjyotishassamhttps://pragjyotishassam.com
LEAVE A REPLY Cancel reply
Comment:
Please enter your comment!
Name:*
Please enter your name here
Email:*
You have entered an incorrect email address!
Please enter your email address here
Website:
Save my name, email, and website in this browser for the next time I comment.