text stringlengths 0 188k |
|---|
Post a Comment |
Newer Post Older Post Home |
Subscribe to: Post Comments (Atom) |
Post Bottom Ad |
Responsive Ads Here |
Author Details |
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog. |
Facebook |
Powered by Blogger. |
Search |
শেহতীয়া |
জনপ্ৰিয় |
গুৱাহাটীত উত্তৰ-পূবৰ প্ৰথমটো ডাইৰেক্ট ছাৰ্ভিচ চেণ্টাৰ মুকলি এলজি ইলেকট্ৰ'নিক্সৰ |
W7s news ষ্টাফৰিপোৰ্টাৰ ঃ ভাৰতৰ আগশাৰীৰ উপভোক্তা বহনক্ষম ব্লেণ্ড এল জি ইলেকট্রনিক্সে মঙলবাৰে গুৱাহাটীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ প্ৰথমটো ডাইৰে... |
ব্ৰহ্মকুমাৰী'জৰ উদ্যোগত কাঁহিকুছিত আত্মনির্ভৰ কৃষক অভিযান ; কৃষক -কৃষি বিজ্ঞানীক সম্বৰ্ধনা |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আৰ্থিক সাহায্যত , ব্ৰহ্মকুমাৰীজ'ৰ ৰাজযোগ শিক্ষা আৰু গৱেষণা ফাউণ্ডেশ্যনৰ কৃষি আ... |
গুণোৎসৱ ২০২২: গুণগত আৰু উন্নত শিক্ষাৰ দিশত এক সবল খোজ |
১১ মে'ৰপৰা ৪ জুনলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ'ব গুণোৎসৱ ২০২২ W7s news ষ্টাফৰিপোৰ্টাৰ: ক'ভিড-১৯ পৰিস্থিতিয়ে প্ৰভাৱান্বিত কৰা অসমৰ শিক... |
চাৰিদিনীয়া INTCON এক্সপ’ গুৱাহাটী ২০২২ ৰ শুভাৰম্ভ |
W7s news গুৱাহাটী: ইন্টেৰিঅ’ৰ ডিজাইন আৰু নিৰ্মাণ খণ্ডৰ বাবে আৰম্ভ হ’ল চাৰিদিনীয়া (২৫-২৮ আগষ্ট, দিনৰ ১১ বজাৰ পৰা ৭ বজালৈ) অনন্য INTCON এক্স... |
আই এ এছ এছ টিত অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰশিক্ষণ আৰু প্ৰদৰ্শন কাৰ্যসূচী আৰম্ভ |
W7s news গুৱাহাটী : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইনষ্টিটিউট অফ এডভান্স চায়েন্স এণ্ড টেকন&#... |
মন্তব্য |
Archive |
Archive November (50) October (116) September (171) August (129) July (140) June (134) May (116) April (103) March (103) February (81) January (44) December (106) November (84) October (128) September (149) August (157) July (182) June (110) May (148) April (107) March (44) February (2) |
Sponsor |
AD BANNER |
সাহিত্য |
Tags |
অসম আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূৰ্বাঞ্চল ক্ৰীড়া গুৱাহাট গুৱাহাটী গুৱাহাটী- গুৱাহাটী-ব্যবসায়-বাণিজ্য গুৱাহাটী-ব্যৱসায়-বাণিজ্য গুৱাহাটী' চিত্ৰ-আলোকচিত্ৰ পৰ্যটন ফেশ্বন ফেশ্যন বৰাক বলিউড বসায়-বাণিজ্য ব্যবসায়-বাণিজ্য ব্যৱসায় ব্যৱসায়-বাণিজ্য ভাৰত ভিডিঅ’ মনোৰঞ্জন ৰাজনীতি ৰাষ্ট্ৰীয় শিক্ষা সাহিত্য স্বাস্থ্য<eot>ৰাইজৰ সজাগতা আৰু চাপৰ... |
আনহাতে ডকাইতৰ দলৰ নাওখনত কেইবাটাও গৰু থকা গাঁওবাসীয়ে দেখা পায় আৰু এয়া ডকাইতৰ দল বুলি নিশ্চিত হয় ।তাৰ পাছত ডকাইতৰ দলটোৱে ডকাইতিৰ উদ্দেশ্যেৰে নাওৰ পৰা নমাৰ সময়তে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত গাঁওবাসীয়ে তাৰে পাঁচটা ডকাইতক আটক কৰি উত্তম মাধ্যম শোধায়। |
কিন্তু দলটোত থকা দুজন মানে গৰুভৰ্তি নাওখন লৈ পলায়ন কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ধৃত ডকাইত কেইটা ক্ৰমে গোৱালপাৰা জিলাৰ চুনাৰী থানাৰ শিয়ালমাৰী গাঁওৰ বাদশাহ আলী, মজিদ আলী, চাকাদ আলী, আনোৱাৰ হুছেইন আৰু ছাইজুদ্দিন আলী বুলি চিনাক্ত কৰা হৈছে। |
ইপিনে ৰাইজে ডকাইতৰ দলটোক আটক কৰি চাপৰ আৰক্ষীক খবৰ দিয়াৰ লগে লগে তৎপৰতাৰে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত কাকতিৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আটকাধীন ডকাইতকেইটাক চাপৰ থানালৈ আনে। আৰক্ষীয়ে ধৃত দলটোৰ পৰা চোকা অস্ত্ৰকে ধৰি কেইবাবিধো মাৰণাস্ত্ৰ সদৃশ সঁজুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। |
Recent News |
পশ্চিম বংগত তৃণমূল নেতাৰ গৃহত বিস্ফোৰণ: তিনি গৰাকীৰ মৃত্যু |
অচিনাকি বাহনত যাত্ৰা কৰি বিপদত দুই যুৱক; নিচাযুক্ত বস্তু খুৱাই সকলো লুটি নিলে দুৰ্বৃত্তই |
ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ বিৰুদ্ধে থিয় দিবলৈ ইউৰোপ যথেষ্ট শক্তিশালী নহয়: ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী |
দিল্লীত পুনৰ লিভ-ইন সংগীক নৃশংস হত্যা! দেহ কাটি টুকুৰা-টুকুৰ কৰাৰ চেষ্টা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অসম |
CHANGE LANGUAGE |
অসমীয়া |
ENGLISHहिन्दी मराठीગુજરાતીதமிழ் ಕನ್ನಡ বাংলা മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ |
WATCH LIVE TV |
DOWNLOAD APP |
FOLLOW US ON |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
অসম |
দেশ |
অপৰাধনামা |
মনোৰঞ্জন |
ব্যৱসায় |
কেৰিয়াৰ |
Explained |
ক্ৰীড়া |
ফটো |
প্ৰযুক্তি |
স্বাস্থ্য |
জীৱনশৈলী |
বিশ্ব |
ভিডিঅ’ |
LIVE TV |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
ভিডিঅ’ |
LIVE TV |
#CryptoKiSamajh |
Home |
» |
News |
» |
assam |
» |
BJP: বিধায়ক চক্ৰধৰ গগৈ, মন্ত্ৰী ৰামেশ্বৰ তেলীলৈ প্ৰত্যাহ্বান! বিজেপিলৈ আহি আছে প্ৰাঞ্জল ঘাটোৱাৰ! |
BJP: বিধায়ক চক্ৰধৰ গগৈ, মন্ত্ৰী ৰামেশ্বৰ তেলীলৈ প্ৰত্যাহ্বান! বিজেপিলৈ আহি আছে প্ৰাঞ্জল ঘাটোৱাৰ! |
প্ৰাঞ্জল ঘাটোৱাৰৰ আগমনে BJPৰ সংগঠনত পেলাব বিৰূপ প্ৰভাৱ: চক্ৰ গগৈ |
প্ৰাঞ্জল ঘাটোৱাৰৰ আগমনে BJPৰ সংগঠনত পেলাব বিৰূপ প্ৰভাৱ: চক্ৰ গগৈ |
News18 Assam |
Last Updated : September 24, 2022, 22:18 IST |
Share this: |
RAJU BARUAH |
শেহতীয়াকৈ শাসকীয় গেৰুৱা দলৰ ৰাষ্ট্ৰীয় নেতাৰ আগমন সঘনাই ঘটিছে অসমলৈ ৷ অহা ৭ আৰু ৮ অক্টোবৰত অসমলৈ আহিব বিজেপি (BJP)ৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (JP Nadda)আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah) ৷ ৭ অক্টোবৰত পদ্ম ভৱনত উত্তৰ পূবৰ সাংগঠনিক বৈঠকত মিলিত হ'ব জে পি নাড্ডা আৰু ৮ অক্টোবৰত দুয়োগৰাকী ৰাষ্ট্ৰীয় নেতাই মুকলি কৰিব বশ... |
বৰাক উপত্যকাৰ কংগ্ৰেছী ৰাহুল ৰয়, অজিত সিঙে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা ৷ একেটা দিনতে আছু আৰু আন সংগঠনৰ নেতাই যোগ দিব বিজেপিত ৷ খানাপাৰাতে দুই ৰাষ্ট্ৰীয় শীৰ্ষ নেতাৰ উপস্থিতিত বিজেপিত যোগ দিব পাৰে প্ৰাঞ্জল ঘাটোৱাৰে ৷ যি খবৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে উজনি অসমত ৷ |
উজনিৰ প্ৰতাপী চাহ জনগোষ্ঠীয় কংগ্ৰেছী নেতা পৱনসিং ঘাটোৱাৰ (Pawansingh Ghatowar) আৰু জীৱনতাৰা ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি আগমনক লৈ তলে তলে বিজেপিত আৰম্ভ হৈছে বিৰোধ ৷ প্ৰাঞ্জল ঘাটোৱাৰৰ যোগদানৰ লগে লগে মৰাণৰ বৰ্তমানৰ বিধায়ক চক্ৰধৰ গগৈলৈ আহি পৰিব প্ৰত্যাহ্বান ৷ অৱশ্যে এই কথা স্বীকাৰ নকৰি প্ৰাঞ্জল ঘাটোৱাৰৰ আগমনে ... |
শনিবাৰে সংবাদ মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৰাণৰ বিধায়ক গৰাকীয়ে এইদৰে কয়, "প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিলৈ আহিব বুলি অব্যাহত থকা চৰ্চাই হাঁহিৰ খোৰাক যোগাইছে ৷ আশ্ৰয় বিচাৰি বিজেপিলৈ মন মেলিছে নেকি ঘাটোৱাৰে প্ৰাঞ্জল ঘাটোৱাৰৰ শক্তি আৰু সম্ভাৱনা মই একো দেখা নাই ৷ প্ৰাঞ্জল ঘাটোৱাৰেই নহয়, তেওৰ পিতৃকো পৰাজিত কৰিছোঁ ৷ ঘাটোৱাৰ... |
চক্ৰ গগৈৰ লগতে ঘাটোৱাৰ পৰিয়ালৰ বিজেপি আগমনৰ লগে লগে চাহ জনগোষ্ঠীয় নেতা বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameswar Teli)লৈও এক প্ৰকাৰ আহিব পাৰে বৃহৎ প্ৰত্যাহ্বান ৷ একমাত্ৰ চাহ জনগোষ্ঠীয় নেতা বুলিয়েই বাৰে বাৰে বিজেপিৰ টিকট পোৱা আৰু এইবাৰ মন্ত্ৰীত্বৰো সোৱাদ লোৱা সাংসদ তেলীৰ কাম-কাজক লৈ সুখী নহয় সমষ্টিৰ লোক... |
একেদৰে প্ৰত্যাহ্বান আহিব পাৰে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালালৈ ৷ উজনিৰ বিজেপিৰ চাহ জনগোষ্ঠীয় নেতাৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়েও বিৰোধ কৰিছে প্ৰাঞ্জল ঘাটোৱাৰৰ যোগদানৰ ৷ কিন্তু এই বিৰোধে যে প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপিত যোগদান ৰোধ কৰিব যে নোৱাৰে সেয়া একপ্ৰকাৰ নিশ্চিত ৷ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.