text
stringlengths
0
188k
ফটো
...
...
...
শেহতীয়া বাতৰি
...
...
...
...
...
LIVE TV
শাখা
অসম
খবৰ
দেশ
বিশ্ব
জীৱন শৈলী
ফটো
ভিডিঅ
লাইভ টিভি
শেহতীয়া বাতৰি
PF একাউণ্টলৈ সুতৰ ধন কেতিয়া আহিব ? একাউণ্ট ধাৰকৰ প্ৰশ্নৰ পিছত ইপিএফঅ'য়ে কি উত্তৰ দিলে ?
Sonari Police Firing Incident : সোণাৰি আৰক্ষী থানাৰ কাণ্ডক লৈ চাঞ্চল্য অব্যাহত, সতীৰ্থ আৰক্ষীৰ গুলীত নিহত জোৱান বসুমতাৰীৰ ঘৰত শোকাকুল পৰিৱেশ
Planetarium in Nalbari : নলবাৰীত ৰাজ্যৰ চতুৰ্থটো আৰু প্ৰথমটো ত্ৰিমাত্ৰিক তাৰকাগৃহৰ লগতে কেইবাটাও প্ৰকল্প উদ্বোধন মুখ্যমন্ত্ৰীৰ
ৰঞ্জিত বৰা হত্যাকাণ্ডৰ গোচৰত আন এজনক আটক, মাৰাথন জেৰা
Stadium 974: কাটাৰত বিশ্বকাপ ফুটবল অনুষ্ঠিত হোৱা এখন আচৰিত ষ্টেডিয়াম, খেল শেষ হোৱাৰ লগে লগে ষ্টেডিয়ামো শেষ!
আমাৰ বিষয়ে
আমাক যোগাযোগ কৰক
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News
Marathi News
TopperLearning
Moneycontrol
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int...
একে দিশৰ পৰা প্ৰতিযোগিতা কৰি তীব্ৰ গতিৰে আহি থকা AS-02-AJ9013 আৰু AS-02-AJ0987 নম্বৰৰ দুখন বাইকৰ মাজত সংঘৰ্ষৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত ফৰিদুল ইছলাম নামৰ যুৱকজন থিতাতে নিহত হয়। আনহাতে আহত হয় আন দুই যুৱক।
ঘটনাস্থলীত বৰিবজাৰ আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ ফৰিদুল ইছলামৰ মৃতদেহ চমজি লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰে।<eot>লঘু বাহনৰ নিবিদাত থলুৱা নিবনুৱাক বঞ্চিত কৰাৰ প্ৰতিবাদত আজি শিৱসাগৰৰ নাজিৰাৰ অ’এনজিচিৰ অসম সম্পদৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত তিনিটাকৈ জাতীয় সংগঠনে বিক্ষোভ প্ৰদৰ্শন কৰে। লগতে সংগঠনকেইটাই কাৰ্য্যাল...
উল্লেখ্য যে যোৱা ২০১৮ৰ ১০ মে’ত অ’এনজিচি য়ে ৩৯২ খন লঘু বাহনৰ নিবিদা আহ্বান কৰিছিল। উক্ত নিবিদাৰ চৰ্ত সমুহ ইমান জটিল আছিল যে নতুন কোনো এজন নিবনুৱাই এই নিবিদাত অংশ গ্ৰহণ কৰিব নোৱাৰে। অ’এনজিচিক নিবিদাৰ জটিল চৰ্তসমুহ প্ৰত্যাহাৰ কৰি এজন স্থানীয় নিবনুৱাই যাতে নিবিদাত অংশ গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ কেইবাটাও জাতীয় সংগঠ...
এনে প্ৰতিবাদত সেও মানি অ’এনজিচিয়ে ৫ জুলাইত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অ’এনজিচি আৰু বিভিন্ন দল সংগঠনৰ মাজত এক ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছিল।’
এই আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে বিষয়টো সেই সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত বিচাৰধীন হৈ থকাৰ বাবে দল সংগঠনৰ দাবীৰ ওপৰত কোনো ব্যৱস্থা লব পৰা নাযাব। যেতিয়াই উচ্চ ন্যায়ালয়ে চূড়ান্ত শুনানি আৰু সিদ্ধান্ত প্ৰদান কৰিব তেতিয়া অ’এনজিচিয়ে পূৰ্বে দিয়া জটিল চৰ্তসমুহ পুনৰীক্ষণ কৰি তাক শিথিল কৰাৰ বাবে ব্যৱস্থা ...
কিন্তু যোৱা ২ আগষ্টত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটোৰ নিস্পত্তি কৰাৰ লগে লগে অ’এনজিচিয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি অতি গোপনে ৬ আগষ্টত নিবিদা প্ৰক্ৰিয়া মুকলি কৰিব বিচাৰিছিল।
এই কথা জানিব পাৰি আজি সংগঠন তিনিটাই অ’এনজিচিৰ নাজিৰাস্থ মূখ্য কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে অ’এনজিচিক নিবিদা মুকলি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনাইছে।এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল’বলৈ সংগঠন কেইটাই অ’এনজিচিৰ উচ্চতম কৰ্তৃপক্ষলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।
Recent News
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
গান্ধীৰ ৰাজ্যত বিপৰ্যস্ত কংগ্ৰেছ; কিয় গুজৰাটৰ নিৰ্বাচনী ইতিহাসৰ আটাইতকৈ বেয়া ফলাফল কংগ্ৰেছৰ?
পুটিনৰ সতৰ্কবাণী! পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ দৰে পৰিস্থিতিয়েই কিন্তু ক্ৰমে সৃষ্টি হৈছে
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
মি টু আন্দোলনেও কমাব পৰা নাই নাৰীৰ প্ৰতি যৌন নিৰ্য্যাতনৰ ঘটনা
by মদুল প্ৰীতম ডেকা
October 27, 2018 6:57 pm
অভিযুক্ত অৰূপ শৰ্মা আৰু যুৱতী সংগীত শিল্পীগৰাকী।
1.5k
VIEWS
Share on FacebookShare on Twitter
এগৰাকী উদীয়মান গায়িকাই ৰাতি সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ বলি হ’ব লগীয়া হ’ল সহযোগী বাদ্যযন্ত্ৰীৰ যৌন নিৰ্যাতনৰ। এই দুৰ্ভাগ্যজনক ঘটনাটো ঘটিছে দক্ষিণ কামৰূপ অঞ্চলত।
#Me too মুভমেণ্টে দেশত ধুমুহাৰ সৃষ্টি কৰি থকাৰ সময়তে অসমৰ সাংস্কৃতিক জগতত সংঘটিত এই ঘটনাটোৱে সমগ্ৰ অঞ্চলটোৰ শিল্পী সমাজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
“তেওঁ তেনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলো। সংগীতৰ সূত্ৰে তেওঁৰ লগত ভালেই চিনাকি আছিল।” অৰূপ শৰ্মা নামৰ অভিযুক্ত যুৱকজনৰ অপকৰ্মত হতাশ হোৱা বুলি কৈ ভুক্তভোগী শিল্পী অজন্তা মজুমদাৰে কয়।
যুৱতী শিল্পীগৰাকীয়ে জনোৱামতে, তেওঁ ২৫ অক্টোৰৰ নিশা দক্ষিণ কামৰূপৰ ৰামপুৰৰ এটা সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি ঘৰলৈ উভতাৰ পথত সন্মুখীন হৈছিল বাদ্যযন্ত্ৰীজনৰ এই নিৰ্যাতনৰ। অভিযুক্ত বাদ্যযন্ত্ৰী অৰূপ শৰ্মাই জোৰ কৰি তেওঁক আপত্তিকৰ স্থানত স্পৰ্শ কৰিছিল।
“আজি মোৰ লগত কৰিছে, কাইলৈ আন কাৰোবাৰ লগত কৰিব। এইটো কাৰণে মই মাত মাতিছো। তেওঁ যাতে আন কাৰো লগত এনে কৰিবলৈ সাহস নকৰে।” ভুক্তভোগী অজন্তাই কয়।
আনহাতে নিজৰ হাতত প্ৰমাণ থকা বুলিও দাবী কৰে অজন্তাই। “মোৰ হাতত সম্পূৰ্ণ প্ৰমাণ আছে। তেওঁ মোক নিজৰ কামৰ কাৰণে ক্ষমা খুজিছে, মই সকলো ৰেকৰ্ডিং কৰি থৈছো।” আত্মবিশ্বাসী অজন্তাই দৃঢ়তাৰে কয়, “মই আইনী ব্যৱস্থা ল’ম।”
মহিলা শিল্পীসকলৰ নিৰাপত্তাৰ দিশটোত উদ্বিগ্নতা প্ৰকাশ কৰি তেওঁ নিজৰ অভিজ্ঞতাক দুৰ্ভাগ্যজনক আখ্যা দি কয়, “মই আন শিল্পীৰ ক্ষেত্ৰত এনে হোৱাৰ কথা শুনিছো যদিও এয়া মোৰ জীৱনত প্ৰথম হৈছে। আৰু মই বৰ হতাশ হৈছো।” অজন্তাই কয়।
তেওঁ ইয়াক ৰক্ষকেই ভক্ষক হোৱাৰ দৰে কথা বুলি কয়, “আমি ৰাতি প্ৰগ্ৰাম কৰিবলৈ যাব লগীয়া হয়। তেওঁলোকৰ ভৰসাতে যাওঁ। তেওঁলোকে আমাক ভণ্টী হিচাপে সুৰক্ষা দিব লাগে। সকলো একে নহয় অৱশ্যে। বহুতে আমাক ভণ্টী হিচাপে লয়। তেতিয়া খুব ভাল লাগে।”
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ’ব লগা হ’ল বোকাখাত মহকুমাৰ দ্বিতীয় পৰঙনীয়া গাঁৱৰ এগৰাকী মেধাবী ছাত্ৰী।
কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্রী গৰাকী নিশা পৰীক্ষাৰ বাবে অধ্যয়ণ কৰি থকা অৱস্থাত ২১ জানুৱাৰিৰ পৰাই নিখোঁজ হৈ আছে।
ইফালে, পৰিয়ালৰ লোকে ছোৱালীজনী নিৰুদ্দেশ হোৱাৰ নিশাই বোকাথাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।কিন্তু বিগত সময়ত নিৰুদ্দিষ্ট ছাত্রী গৰাকীক উদ্ধাৰ কৰি পৰীক্ষাত বহিব পৰাকৈ পৰিয়ালক চমজাই দিয়াত সম্পুৰ্ণৰূপে ব্যৰ্থ হ’ল বোকাখাত আৰক্ষী।
এজাহাৰত উল্লেখ কৰা অনুসৰি, বিজয় দাস নামৰ এজন যুৱকে ছাত্ৰী গৰাকীক অপহৰণ কৰিছে৷
পৰিয়ালৰ সুত্ৰই জনোৱা মতে, ছাত্রী গৰাকীক অপহৰণত সহায় কৰা এজন যুৱকক আৰক্ষীয়ে আটক কৰে যদিও পৰৱৰ্তী সময়ত এৰি দিছিল।
ছাত্রী গৰাকীৰ মাতৃৰ মতে বিজয় দাস নামৰ যুৱকজনে ছাত্ৰী গৰাকীক পূর্বেও ভাবুকি প্ৰদান কৰিছিল, যাৰ কৰাণে যুৱকজনৰ বিৰুদ্ধে পূৰ্বেও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে।
ইফালে, যুৱক জনক বিচাৰি তেওঁৰ পিতৃক থানাত আবদ্ধ কৰাত গাঁৱৰ একাংশ লোকে ৩১ জানুৱাৰীত ছাত্ৰী গৰাকীক চমজাই দি পৰীক্ষাত বহাৰ সুবিধা কৰি দিয়াৰ কথা আছিল যদিও সেয়া হৈ নুঠিল।
উল্লেখযোগ্য যে, ছাত্ৰী গৰাকী কুৰুৱাবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী মেধাবী ছাত্রী। ইংৰাজী বিষয়ত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জিলাৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰাৰ বাবে পুৰস্কৃত হোৱাৰ লগতে কমলেশ্বৰ ৰাজখোৱা ফাউণ্ডেশ্যনৰ দ্বাৰাও পুৰষ্কৃত হৈছিল।
আজি উচ্চ মাধ্যমিক পৰীক্ষাৰ দিনা অন্যান্য অভিভাৱক সকলে নিজৰ পুত্ৰ-কন্যাক পৰীক্ষা গৃহলৈ লৈ যোৱাৰ বিপৰীতে নিৰুদ্দিষ্ট ছাত্ৰী গৰাকীৰ মাতৃয়ে বোকাখাত থানালৈ যাবলগীয়া হয়৷
Recent News
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে!
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...