text stringlengths 0 188k |
|---|
কোন জিকিল পাঁচখন ৰাজ্যৰ বিধান সভাৰ উপনিৰ্বাচনত ?? |
মহাভিযোগত অপসাৰিত ৰাষ্ট্ৰপতি পেদ্ৰো কাষ্টিলো; পেৰুৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’ল দিনা বোলুয়াৰ্ট |
ভাৰতে নাগৰিকৰ ধৰ্মীয় স্বাধীনতা বজাই ৰাখক : আমেৰিকা |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
উক্ত কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ ২৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা যথাক্ৰমে সেৱাব্ৰত বৰুৱা, কিশোৰ তহবিলদাৰ, মৃণাল কুমাৰ বৰা, অৰূপ বৰঠাকুৰ, হিমাংশু প্ৰসাদ দাস আৰু মুকাভিনয় শিল্পী মিনাংক ডেকাই। |
অসম নাট্য সন্মিলনৰ সভাপতি দুলাল ৰয়ে প্ৰত্যেক দিনেই প্ৰশিক্ষাৰ্থীসকলৰ লগত মত বিনিময় কৰে। কৰ্মশালাত শিশু নাটৰ পাণ্ডুলিপিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। প্ৰশিক্ষণৰ অন্তত সভাপতিয়ে প্ৰশিক্ষাৰ্থী সকললৈ |
প্ৰমাণ-পত্ৰ প্ৰদান কৰে। |
কৰ্মশালাটিৰ আহ্বায়ক আছিল সন্মিলনৰ উপ সভাপতি বসন্ত বৰ্মন আৰু বিত্তীয় উপ সমিতিৰ সম্পাদক ভূপেন চন্দ্ৰ ডেকা। আগন্তুক দিনবোৰতো এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সন্মিলনৰ প্ৰধান সম্পাদকে জানিবলৈ দিয়ে। |
Recent News |
শ্ৰেণীকোঠাৰ ভিতৰতে মুছলমান ছাত্ৰক ‘সন্ত্রাসবাদী’ আখ্যা অধ্যাপকৰ: অভিযুক্ত শিক্ষকক নিলম্বন, তদন্তৰ নিৰ্দেশ |
চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
অমিত শ্বাহে কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত সমিতিৰ প্ৰতিবেদন দাখিল কৰিছিল। সমিতিৰ প্ৰতিবেদনত স্পষ্ট প্ৰস্তাৱ দিয়া হৈছে যে ৰাষ্ট্ৰসংঘত ভাৰতৰ চৰকাৰী ভাষা হ’ব লাগে হিন্দী। আকৌ চৰকাৰী শিক্ষানুষ্ঠান অৰ্থাৎ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা আইআইটি আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়লৈকে শিক্ষাদানৰ ভাষাও হিন্দী হ’ব লাগে। |
তদুপৰি, হিন্দীভাষী ৰাজ্যসমূহত হিন্দীক উচ্চ ন্যায়ালয়ৰ কামৰ ভাষা কৰিব লাগে। লগতে চৰকাৰী চাকৰিৰ পৰীক্ষাত বাধ্যতামূলক ইংৰাজীৰ ঠাইত এইবাৰ হিন্দীক ৰাখিব লাগিব। কেন্দ্ৰীয় সমিতিয়ে এনে ধৰণৰ বহুতো প্ৰস্তাৱ দিছে। তেতিয়াৰ পৰা, হিন্দী আগ্ৰাসনৰ অভিযোগ বাঢ়ি আহিছে। |
এনে পৰিস্থিতিত, মঙলবাৰে তামিলনাডু বিধানসভাত এটা প্ৰস্তাৱ উত্থাপন কৰা হয়। তাত কোৱা হৈছে যে সদনে সংসদীয় সমিতিৰ প্ৰস্তাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে। লগতে কোৱা হৈছে যে সংসদীয় সমিতিৰ প্ৰতিবেদন অনুসৰি কেন্দ্ৰই তেনে কোনো পদক্ষেপ লোৱা উচিত নহয়। কাৰণ ই ৰাজ্যৰ ভাষাসমূহৰ বিৰোধী। লগতে যিসকলে সেই ভাষা কয় তেওঁলোকৰো বিৰোধী। |
সাম্প্ৰতিক সময়ত, কেন্দ্ৰৰ বিৰুদ্ধে বাৰে বাৰে হিন্দী আগ্ৰাসনৰ অভিযোগ উত্থাপিত হৈছে। অমিত শ্বাহে চৰকাৰী কাম আৰু যোগাযোগৰ মাধ্যম হিচাপে ইংৰাজীৰ পৰিৱৰ্তে হিন্দীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ দিয়াৰ পিছত সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছিল। বিশেষকৈ দক্ষিণৰ ৰাজ্যসমূহক তীব্ৰ নিন্দা কৰা দেখা গৈছিল। |
তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনক প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উপস্থিত থকা মঞ্চত কোৱা শুনা গৈছিল, “তামিলকো হিন্দীৰ দৰে কামৰ ভাষা হিচাপে ঘোষণা কৰা উচিত। আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়েও ইয়াক চৰকাৰী ভাষা হিচাপে গঢ়ি তুলিব লাগে।” |
ইপিনে, অসমত চৰকাৰী পক্ষই হিন্দীৰ সপক্ষে মত প্ৰকাশ কৰা দেখা যায়। স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে হিন্দীৰ সপক্ষে মন্তব্য কৰিবলৈ গৈ কৈছে যে হিন্দী নাজানিলে ৰাজ্যৰ যুৱক-যুৱতীসকলে চাকৰি-বাকৰি আদিত সুযোগ নাপাব। অমিত শ্বাহৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ সাহস নোপজা চৰকাৰখনে কেবল কেন্দ্ৰৰ সকলো কথাতে হয় হুজুৰ কৰাৰ বিপৰীতে ৰাজ্যৰ স্বাৰ্থত... |
Recent News |
চোৰৰ চুৰিকাণ্ডৰ অভিনৱ কৌশল! কোম্পানীৰ বিষয়াৰ ভাও লৈ লুটি নিলে মোবাইল টাৱাৰ |
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান |
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ |
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী? |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে শুকুৰবাৰে বিমান কোম্পানীটোৰ দ্বাৰা ৰাজ্যখনত বিমান সেৱা স্থগিতকৰণৰ সিদ্ধান্তত হস্তক্ষেপ কৰাৰ বাবে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সুৰেশ প্ৰভুক অনুৰোধ জনাইছে বুলি মুখ্য মন্ত্ৰীৰ সচিবালয়ৰ এগৰাকী বিষয়াই কৈছে। |
উল্লেখ্য যে ইয়াৰ পূৰ্বে ৰাজহ ঘাটিৰ দোহাই দি জেট এয়াৰৱেজে ত্ৰিপুৰাত ইয়াৰ বিমান সেৱা বন্ধ কৰিছে। |
বৰ্তমানে ইণ্ডিগ’ আৰু এয়াৰ ইণ্ডিয়াই আগৰতলালৈকে বিমান সেৱা আগবঢ়াই আছে। এই বিমান পৰিচালনা কোম্পানী দুটাই আগৰতলাৰ পৰা দিল্লী, কলকাতা, গুৱাহাটী, ইম্ফল আৰু শিলচৰৰ মাজত পোনপটীয়া বিমান সেৱা আগবঢ়ায়। |
উল্লেখ্য যে বিগত সপ্তাহত ত্ৰিপুৰাৰ অন্তিম ৰজা মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ নামেৰে নতুনকৈ নামকৰণ কৰা আগৰতলা বিমানঘাটীটো গুৱাহাটীৰ পিছতেই ব্যস্ততম বিমানঘাটী। |
ভাৰতীয় বিমানঘাটী প্ৰাধিকৰণৰ এগৰাকী বিষয়াই জনাইছে যে আগৰতলা বিমানঘাটীটোত বিশ্বমানৰ সা-সুবিধা প্ৰদান কৰি ইয়াক উন্নত কৰাৰ বাবে ভাৰতীয় বিমানঘাটী প্ৰাধিকৰণে এটা ৪৩৮ কোটি টকা ব্যয়সাপেক্ষ এটা প্ৰকল্প আৰম্ভ কৰিছে। |
নতুন টাৰ্মিনেল বিল্ডিং, ৰানৱে আৰু অন্যন্য আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ভাৰতীয় বিমানঘাটী প্ৰাধিকৰণৰ হাতত ৭২ একৰ ভুমি অৰ্পণ কৰিছে। |
Recent News |
লাচিতলৈ সন্মান, নে অপমান? |
খাবলৈ দিয়াৰ পইচা নথকাৰ বাবেই নিজৰ কান্দি থকা ২ বছৰীয়া কন্যাক হত্যা অভিযন্তাৰ! |
অসমৰ ১৬ গৰাকী বিশিষ্ট শিল্পী তথা সাংস্কৃতিক কৰ্মীলৈ সংগীত নাটক একাডেমীৰ সন্মান |
অস্কাৰ বিজয়ী সংগীত শিল্পী, অভিনেত্ৰী আইৰিন কাৰা এস্কালাৰাৰ মৃত্যু |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
এনে সময়তে ক’ভিদৰ এক নতুন ভেৰিয়েণ্টে ভূমুকি মাৰিছে ইজৰাইলত। ইজৰাইলৰ এক চৰকাৰী সূত্ৰই এটা নতুন কোভিড প্ৰজাতিৰ দুটা সংক্ৰমণৰ তথ্য পাইছে বুলি প্ৰকাশ কৰিছে। |
ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত কয়, “ক’ভিদৰ এই নতুন প্ৰজাতি এতিয়াও সমগ্ৰ বিশ্বতে অজ্ঞাত।” |
ক’ভিদৰ নতুন প্ৰজাতিটোৱে অ’মিক্ৰণৰ দুটা উপ-প্ৰকাৰ বি.এ.1 আৰু বি.এ.2 একত্ৰিত কৰিছে বুলি ইজৰাইলৰ বিশেষজ্ঞমহলে প্ৰকাশ কৰিছে। |
ইজৰাইলৰ স্বাস্থ্য মন্ত্ৰালয়ে কয় যে নতুন প্ৰজাতিটোৰ দ্বাৰা সংক্ৰমিত দুই ৰোগীৰ বাবে কোনো বিশেষ চিকিৎসা ব্যৱস্থাৰ প্ৰয়োজন নাই। |
ৰোগী দুজনৰ শৰীৰত সাধাৰণ জ্বৰ, মুৰৰ বিষ আৰু পেশীৰ বিষৰ লক্ষণ দেখা দিছে বুলি মন্ত্ৰালয়ে সদৰি কৰিছে। |
পিচিআৰ পৰীক্ষাৰ সময়ত ইজৰাইলৰ বেন গুৰিয়ন বিমানবন্দৰত উপস্থিত হোৱা দুজন যাত্ৰীৰ ক্ষেত্ৰত এই প্ৰজাতিটো চিনাক্ত কৰা হৈছিল। |
Recent News |
বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ |
বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ; খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত, নিহত ২ জন |
পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ? |
FIFA World Cup 2022: বিশ্বকাপ ফুটবলত এছিয়াৰ জয়জয়কাৰ! পৰ্তুগালক পৰাস্ত কৰি নকআউটত দক্ষিণ কোৰিয়া |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
বাৰ বছৰ বয়সত মাকে মালবিকাক বিদ্যালয়ৰ পৰা লৈ আহে৷ তেতিয়া তাই সপ্তম শ্ৰেণীৰ ছাত্ৰী৷ মাক সুপ্ৰিয়াৰ ভাষাত— “আমি এটা মধ্যবিত্ত পৰিয়াল৷ মালবিকাই স্কুলত ভালদৰেই পঢ়া-শুনা কৰি আছিল৷ কিন্তু কোনোবা মুহূৰ্তত মই ভাবিলোঁ যে তাই সুখী হৈ থকাটো দৰকাৰ৷ ‘পৰম্পৰাগত জ্ঞান’তকৈ সুখ অধিক গুৰুত্বপূৰ্ণ৷ ….. মোৰ স্বামী ৰাজে প্ৰথমে মোৰ সিদ্ধান্তট... |
কিন্তু মালবিকাৰ দৰে প্ৰতিভাৱান মেধাসম্পন্ন ছোৱালীজনীয়ে ভাৰতৰ উচ্চশিক্ষাৰ প্ৰতিষ্ঠান আইআইটি বা তেনেজাতীয় প্ৰতিষ্ঠানত নামভৰ্তি কৰাটো সম্ভৱ নহ’ল৷ কাৰণ, তাৰ বাবে লাগিব দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ, লাগিব আইআইটিৰ প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ৷ মালবিকাৰ বিশেষ ৰাপ আছিল ‘কম্পিউটাৰ প্ৰগেমিঙ’তহে৷ অৱশেষত ‘চ... |
ইয়াৰ পিছত মালবিকাৰ জীৱনলৈ আহিল সেই সুখবৰটো৷ বিশ্বৰ প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ ওপৰত চোকা নজৰ ৰখা এমআইটিয়ে মালবিকাৰ লগত যোগাযোগ কৰে৷ এমআইটিৰ সহকাৰী পৰিচালক খ্ৰিছ পিটাৰছনে মালবিকাৰ লগত যোগাযোগ কৰে আৰু শিক্ষানুষ্ঠানখনৰ ‘কম্পিউটাৰ বিজ্ঞান’ৰ স্নাতক মহলাত বৃত্তিসহ ভৰ্তি কৰোৱায়৷ |
ভাৰতৰ প্ৰচলিত শিক্ষা-নীতিৰ মূল তত্বটো কেনেকুৱা? ২০০ৰ ভিতৰত ১৫০ পোৱাজন যোগ্য আৰু ১৪৯ পোৱাজন শৈক্ষিক আৰু সামাজিকভাৱে ‘অযোগ্য’৷ দেশৰ বিভিন্ন চুকে-কোণে সোমাই থকা মেধাৱী-প্ৰতিভাৱান কিশোৰ-কিশোৰী, যুৱক-যুৱতীৰ মগজুৰ সদ্ব্যৱহাৰৰ অৰ্থে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজনৈতিক, বৌদ্ধিক, শৈক্ষিক আদি ক্ষেত্ৰসমূহৰ এক সামূহিক সদিচ্ছাৰ... |
প্ৰসংগক্ৰমে ক’ব পাৰি, বিগত সময়ছোৱাত বিদেশত পঢ়িবলৈ যোৱা ভাৰতীয় শিক্ষাৰ্থীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷ ২০১৫ চনৰ ‘ইক’নমিক টাইমছ্’ত (ই-কাকত, ২৮ আগষ্ট) এটা বাতৰি পঢ়িলোঁ৷ “Around 3 lakh Indian Students go abroad annually, 33% take property-backed loans.”(৷) প্ৰতিবেদনটোত সন্নিৱিষ্ট ইউনেস্কৰ এটা তথ্যৰ মতে; ২০১২ চ... |
উপযুক্ত সময়ত স্বীকৃতি আৰু সন্মান প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ নিৰুদ্বেগ, উদাসীন দৃষ্টিভংগী মনকৰিবলগীয়া৷ এইধৰণৰ বৰ্জনীয় দৃষ্টিভংগীৰ বাবেই প্ৰতিভাৱান মানুহে এইখন দেশত প্ৰতিষ্ঠা লাভ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়৷ Tedx নামৰ এটা জনপ্ৰিয় অনুষ্ঠান, যিটো অনুষ্ঠানত দৰ্শক হ’বলৈও দৰ্শকে আৱেদন কৰিব লাগে, তেনে এটা মৰ্যাদাপূৰ্ণ অন... |
শেহতীয়াকৈ বব ডিলানে ন’বেল বঁটা পোৱাৰ পিছত আমাৰ সমাজৰ এটা অংশত ভূপেন হাজৰিকাৰ নামটো উচ্চাৰিত হৈছে৷ ভূপেন হাজৰিকাৰ গীত, কবিতাসমূহৰ উচিত মূল্যাংকণ হ’ব লাগিছিল, তেওঁৰ গীতি-সাহিত্যসমূহ ইংৰাজীলৈ অনুবাদ হ’ব লাগিছিল ইত্যাদি বিভিন্ন মন্তব্য আমাৰ দৃষ্টিগোচৰ অথবা কৰ্ণগোচৰ হৈছে৷ কিন্তু প্ৰশ্ন উত্থাপিত হয়— যদিহে বব ডিলানে ন’বেল নাপ... |
ঈশান জ্যোতি বৰা |
WhatsApp |
Tweet |
More |
Email |
Print |
Tags: |
উদ্ধৱ ভড়ালী, এমআইটি, চিএমআই, চেন্নাই মেথেমেটিকেল ইনষ্টিটিউট, বিশ্ব কম্পিউটাৰ অলিম্পিয়াড, মালবিকা ৰাজ যোশী |
No Comments |
Post A Comment |
Cancel Reply |
Save my name, email, and website in this browser for the next time I comment. |
Δ |
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. |
Please submit your article by email to : [email protected] |
বিনামূলীয়া ই-বুক |
More » |
আৰ্কাইভ |
আৰ্কাইভ Select Month August 2022 December 2021 November 2021 September 2021 June 2021 May 2021 January 2021 September 2020 August 2020 July 2020 May 2020 April 2020 March 2020 February 2020 January 2020 December 2019 November 2019 October 2019 September 2019 August 2019 July 2019 June 2019 April 2019 March 2019 August ... |
শিতানসমূহ |
শিতানসমূহ Select Category “গণিত বিকাশ” Fun Facts অলিম্পিয়াড ইতিহাস কাৰ্টুন কুইজ কেৰিয়াৰ গণিত পাঠ গল্প গ্ৰন্থ চিত্ৰ-সংগ্ৰহ জীৱনী নিবন্ধ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি বুদ্ধি পৰীক্ষা সঁফুৰা সমস্যা আৰু সমাধান সাক্ষাৎকাৰ |
https://www.facebook.com/http://gonitsora |
Recent Posts |
গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ |
গণিত কুইজ – ২ |
গণিত কুইজ – ১ |
ফাৰ্মা সংখ্যা: এবিধ সুন্দৰ সাজৰ সংখ্যা |
Gonit Sora গণিত চ’ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We str... |
এই প্ৰবন্ধ কোনোবা এজন অভিজ্ঞ ৱিকিপিডিয়ানে (প্ৰবন্ধৰ লিখকজনৰ বাহিৰে) নিৰীক্ষণ কৰাৰ পাছত এই সাঁচটো আঁতৰাই দিব পাৰে। |
তক্ষশীলা (ইংৰাজী: Taxila) পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ ৰাৱালপিণ্ডি জিলাত অৱস্থিত এখন চহৰ। তক্ষশীলা এখন গুৰুত্বপূৰ্ণ প্ৰত্নতাত্বিক স্থান। পাকিস্তানৰ ৰাজধানী ইছলামাবাদ আৰু পাঞ্জাবৰ ৰাৱলপিণ্ডি অঞ্চলৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ (২০ মাইল) উত্তৰ পশ্চিম দিশত অৱস্থিত। এই ঠাই গ্ৰাণ্ড ট্ৰাঙ্ক ৰ'ডৰ নিকটবৰ্তী। তক্ষশীলা সমুদ্ৰপৃষ্ঠৰ পৰা... |
ইতিহাস[সম্পাদনা কৰক] |
তক্ষশীলা বিশ্বৰ প্ৰথম বিশ্ববিদ্যালয় আৰু ই খ্ৰীঃপূঃ ৭ম শতিকাত প্ৰতিষ্ঠা কৰা হৈছিল। গান্ধাৰ জনপদৰ ৰাজধানী আছিল তক্ষশীলা। বাল্মিকীৰ ৰামায়নৰ মতে ৰামৰ ভায়েক ভৰতৰ পুত্ৰ তক্ষই এই বিশ্ববিদ্যালয় স্থাপন কৰিছিল।[3] অৱশ্যে চহৰখনৰ আধুনিক নামটো টলেমীৰ জিয়'গ্ৰাফীত (গ্ৰীক) উল্লেখ থকা প্ৰাচীন চহৰখনৰ প্ৰাচীন নামৰ পৰা উদ্ভৱ হৈছে।[4]... |
তথ্য উৎস[সম্পাদনা কৰক] |
↑ http://www.pbs.gov.pk/sites/default/files/population_census/Administrative%20Units.pdf সাঁচ:Bare URL PDF |
↑ The name for the city of Taxila as it appears on the Heliodorus Pillar inscription, circa 100 BCE. |
↑ "Taxila, ancient city, Pakistan" (en ভাষাত). Encyclopædia Britannica. https://www.britannica.com/place/Taxila। আহৰণ কৰা হৈছে: 16 May 2017. |
↑ Lahiri, Nayanjot (2015) (en ভাষাত). Ashoka in Ancient India. প্ৰকাশক Chapter 3: Harvard University Press. ISBN 9780674915251. https://books.google.com/books?id=JaVRCgAAQBAJ. |
"https://as.wikipedia.org/w/index.php?title=তক্ষশীলা&oldid=319770"ৰ পৰা অনা হৈছে |
শ্ৰেণীসমূহ: |
বিশ্ব ঐতিহ্যবাহী স্থান |
পাকিস্তানৰ পুৰাতাত্বিক ক্ষেত্ৰ |
অদৃশ্য শ্ৰেণীসমূহ: |
Pages containing cite templates with deprecated parameters |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.