text stringlengths 0 188k |
|---|
মধ্য প্ৰদেশত ভয়াৱহ দুৰ্ঘটনা: দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে বাছ ষ্টপেজত ৰৈ থকা লোকক; ৬ গৰাকী নিহত, আহত কেইবাগৰাকীও |
ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত কিশোৰীক অপহৰণ কৰি কেইবাদিন ধৰি ধৰ্ষণ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
(২)নং ছৱিত SS Narkunda নামৰ জাহাজখন য’ত আৰোহন কৰি ইংলেণ্ডৰ পৰা ভাৰতলৈ আহি থাকোতে ভূমধ্য সাগৰৰ পানীৰ নীলা ৰং দেখি চি ভি ৰমণৰ মনত পানীৰ ৰং নীলা কিয় হয় বুলি প্ৰশ্নৰ উদ্ৰেক হৈছিল৷ |
(৩)নং ছৱিত “ৰমন কোৱাটৰ্জ বৰ্ণালীবীক্ষণ যন্ত্ৰ” যাৰ সহায়ত পোহৰৰ ৰশ্মিৰ তৰংগদৈৰ্ঘ্য নিৰুপন কৰা হয়৷ পোহৰৰ ৰশ্মি যেতিয়া কোনো মাধ্যমৰ মাজেৰে গতি কৰে তেতিয়া ই বিভিন্ন দিশত বিচ্ছুৰিত হৈ পৰে৷এই বিচ্ছুৰিত ৰশ্মিৰ একাংশৰ তৰংগদৈৰ্ঘ্য আপতিত ৰশ্মি(incident ray)ৰ তৰংগদৈৰ্ঘ্যৰ সৈতে একে থাকে৷আনহাতে বিচ্ছুৰিত ৰশ্মিৰ একাংশৰ আকৌ তৰংগদ... |
(৪)নং ছৱিত কলকাতাৰ Indian Association for the Cultivation of Science(IACS)ৰ কাৰ্য্যালয় য’ত চি ভি ৰমণে পোনপ্ৰথমবাৰৰ বাবে “ৰমণ পৰিঘটনা”ৰ উদ্ভাৱণ কৰিছিল৷ |
(৫)নং ছৱিত পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা দেখুওৱা হৈছে য’ত প্ৰকৃতিদেৱীক প্ৰাচীন গ্ৰীক দেৱী ইছিছৰ(যাক আদৰ্শ মাতৃ, পত্নী তথা যাদু আৰু প্ৰকৃতি দেৱী ৰুপে পূজা হয়) ৰুপত দেখুওৱা হয়৷বঁটাটোত ইছিছৰ ওৰণি এজন ব্যক্তিয়ে(যিজনৰ দ্বাৰা প্ৰকৃততে বিজ্ঞানৰ সাধকসকলক বুজোৱা হৈছে)আঁতৰাই দিয়া দেখিবলৈ পাওঁ যাৰ দ্বাৰা বিজ্ঞানৰ সাধকসকলে তেওঁলোক... |
(৬)নং ছৱিত পদাৰ্থ বিজ্ঞানৰ নবেল বঁটাৰ আৰ্হি প্ৰস্তুতকৰোঁতা এৰিক লিণ্ডবাৰ্গ(Erik Lindberg)৷ |
(৭)নং ছৱিত বিখ্যাত ৰোমান কবি ভাৰ্জিলৰ মহাকাব্য “এনেইদ”(Aeneid)ৰ ৬নং খণ্ডৰ ৬৬৩নং স্তৱকটি দেখুওৱা হৈছে৷এই স্তৱকটিৰে Inventas aut qui vitam juvat excoluere perartes(যাৰ ইংৰাজী ভাঙনিটো হৈছে “And they who bettered life on earth by their newly found mastery”) শাৰীটি পদাৰ্থ বিজ্ঞানৰ নবেল বঁটাত খোদিত কৰা আছে৷ |
অন্বেষণ (২): |
সমিধান : |
ছৱিত প্ৰথম ছৱিখন হৈছে বিখ্যাত “দাণ্ডী যাত্ৰা”ৰ গোটেই পথছোৱাৰ এক ভৌগৌলিক মানচিত্ৰ৷ছৱিখনত “ক” হৈছে গুজাৰাটৰ আহমেদাবাদ চহৰ য’ত মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা সবৰমতী আশ্ৰমৰ পৰা “দাণ্ডী যাত্ৰা” আৰম্ভ হৈছিল আৰু “খ” হৈছে গুজাৰাটৰ জালাপুৰ গাওঁৰ আৰৱ সাগৰৰ পাৰত অৱস্থিত বিখ্যাত দাণ্ডী নামৰ ঠাইখন য’ত দাণ্ডী যাত্ৰা শেষ হৈছিল৷ছৱিত ... |
…..দাণ্ডীকেই কিয় যাত্ৰাৰ অন্তিম লক্ষ্য হিচাপে বাছি লৈছিল ? সেইসময়ত(১৯৩০) বৃট্ৰিছ চৰকাৰে লোণৰ ওপৰত কৰ আৰোপ কৰিছিল৷ লোণৰ দৰে নিত্য আৱশ্যকীয় বস্তুৰ ওপৰত কৰ লগোৱাৰ বাবে মহাত্মা গান্ধী ক্ষোভিত হৈ পৰিছিল আৰু ভাবিছিল যে এইদৰে থাকিলে এদিন বৃট্ৰিছ চৰকাৰে খোৱা পানীৰ ওপৰতো কৰ আৰেোপ কৰিব৷বৃট্ৰিছ চৰকাৰে লোণৰ এই কৰৰ ওপৰত ইমানেই অ... |
এই যাত্ৰা ১৯৩০ ৰ ১২ মাৰ্চত আৰম্ভ হৈ ৫ এপ্ৰিলত অন্ত পৰিছিল৷গান্ধী আৰু স্বাধীনতা সংগ্ৰামীসকলে ২৫ দিনত প্ৰত্যেকদিনাই ২৪ কিঃমিঃ পথ খোজ কাঢ়ি প্ৰায় ৪০০ কিঃমিঃ দৈৰ্ঘ্যৰ পথ অতিক্ৰম কৰিছিল আৰু শেষত এই দাণ্ডীৰ পৰাই গান্ধী আৰু তেওঁৰ সতীৰ্থ স্বাধীনতা সংগ্ৰামীসকলে প্ৰত্যেকেই এমুঠি লোণ হাতত লৈ আৰম্ভ কৰিছিল বিখ্যাত সত্যাগ্ৰহ আন্দোল... |
……ছৱিত দেখুওৱা ব্যক্তিজন হৈছে লীলাধৰ বৰুৱা৷১৯৩০ত বৰুৱাই কলিকতাৰ “City college” ত শিক্ষাগ্ৰহণ কৰি আছিল৷কিন্তু গান্ধীজীয়ে আৰম্ভ কৰিবলগীয়া দাণ্ডী যাত্ৰাৰ কথা শুনি তেওঁ শিক্ষা সাং নকৰাকে উক্ত যাত্ৰাত ভাগ লবলৈ সবৰমতী আশ্ৰম পাইছিলেগৈ৷ |
অন্বেষণ (৩): |
সমিধান : |
নৃত্যবিধৰ নাম হ’ল “ভাৰীগান” ৷এই নৃত্য মূলত পাতীৰাভাসকলৰ মাজত অতীজৰে পৰা প্ৰচলিত হৈ আহিছে৷এই নৃত্যত ৰামায়ণৰ বিভিন্ন কাহিনী সমূহ পৰিৱেশন কৰা হয়৷নাট্যবিধ প্ৰদৰ্শন কৰোতে শিল্পীসকলে মুখত ৰামায়ণৰ বিভিন্ন চৰিত্ৰসমূহৰ মুখা পিন্ধি লয়৷ভাৰীগানৰ দলটিৰ সমগ্ৰ সামগ্ৰী এঠাইৰপৰা আনঠাইলৈ ভাৰ বান্ধি কঢ়িয়াই ফুৰিবলগীয়া হোৱাৰ বাবেই এ... |
অন্বেষণ (৪): |
সমিধান : |
প্ৰথম ছৱিত দেখুওৱা হৈছে বহুৱা নৃত্য ৷ এই নৃত্যবিধ অসমৰ সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান৷ ডিব্ৰুগড় জিলাৰ বৃহৎ জামিৰা অঞ্চলৰ ধমল গাঁৱত বসবাস কৰা সোণোৱাল কছাৰীসকলৰ মাজত অতীজৰে পৰা বহুৱা নাচ প্ৰচলন হৈ আহিছে ৷প্ৰতি দুবছৰৰ অন্তত তেওঁলোকে এই নৃত্যৰ আয়োজন কৰে ৷ |
দ্বিতীয় ছবিত ডিব্ৰগড় জিলাৰ জমিৰা ধমল গাঁৱৰ ভৌগৌলিক মানচিত্ৰ খন দেখুওৱা হৈছে ৷ |
তৃতীয় আৰু চতুৰ্থখন ছবিত ক্ৰমে সদাশিৱ আৰু সদাশিৱৰেই অন্য এক ৰুপ বীৰভদ্ৰ আৰু দক্ষৰাজক দেখুওৱা হৈছে ৷ |
পৌৰাণিক উপাখ্যান মতে দক্ষ মহাৰাজৰ পুত্ৰী সতীয়ে দেউতাকৰ আদেশ অমান্য কৰি ভগৱানসদাশিৱক বিবাহ কৰাৰ বাবে দক্ষৰাজ খঙত অগ্নিশৰ্মা হৈ পৰে৷ ইয়াৰ পোতক তুলিবৰ বাবে দক্ষ মহাৰাজে এক মহাযজ্ঞৰ আয়োজন কৰে যত তেওঁ সদাশিৱ আৰু জীয়েক সতীৰ বাহিৰে জগতৰ সকলো অসুৰ, দেৱতাক নিমন্ত্ৰণ জনায়৷ কিন্তু দেউতাকে ভুলতে তেওঁলোকক যজ্ঞলৈ নিমন্ত্ৰণ জনাব... |
অন্বেষণ (৫): |
সমিধান : |
প্ৰথম ছৱিখনত ইশ্বেবৰা (এজন জাপানী সৈনিক)আৰু চাৰিংলাৰ কাহিনীৰে আৰম্ভ কৰা এইখন ১৯৬১ত সাহিত্য একাডেমী বঁটা বিজয়ী উপন্যাস “ইয়াৰুইঙ্গম”ৰ প্ৰথম পৃষ্ঠাটো…….দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নগাপাহাৰত চলা জাপানী আৰু সুভাষ চন্দ্ৰ বসুৰ “ইণ্ডিয়ান নেশ্যনেল আৰ্মি”ৰ সৈনিকৰ কুচকাবাজ আৰু এখিনি সহজ-সৰল নগালোকৰ ওপৰত পৰা যুদ্ধৰ প্ৰভাৱক ভিত্ত... |
দ্বিতীয়খন ছবিত এটি নগাজুপুৰীৰ সন্মুখত এডাল ফেৰেঙ্গনি মেলা গছ দেখা গৈছে…. টাংখুল.নগালোকসকলে এইডালক তেওঁলোকৰ ভাষাত “ইয়াৰুইঙ্গম” বুলি কয়৷…কোনো টাংখুল.নগালোকে নিজৰ বিশেষ অৱস্থা বুজাবলৈ ঘৰৰ সন্মুখত এইডাল পোতে৷লেখক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ মনত উপন্যাসখনৰ নাম কি ৰখা হব বুলি বিভিন্ন নামে ডোলা দি যোৱাৰ পিছত এই নামটো ৰাখ... |
বি:দ্ৰ:উপন্যাসখনত কিন্তু লেখকে “ইয়াৰুইঙ্গম” শব্দৰ অৰ্থ উপন্যাসৰ নায়ক ৰিছাংৰ মুখেৰে “জনতাৰ শাসন”(people’s rule) বুলিহে কোৱাইছে ৷উপন্যাসখনত যেতিয়া ৰিছাংৰ প্ৰেয়সী খুটিংলাই তেওঁলোকৰ হবলগীয়া সন্তান ল’ৰা হ’লে কি নাম ৰাখিব বুলি ৰিছাংক প্ৰশ্ন কৰে তেতিয়া ৰিছাংয়ে “ইয়াৰুইঙ্গম” ৰাখিব বুলি কয়৷খুটিংলাই এই “ইয়াৰুইঙ্গম” মানে... |
অন্বেষণ (৬): |
.প্ৰথম ছৱিত দেখুওৱা কিতাপখন হ’ল “ফেৰেংগাদাও” যিখন আছিল উপন্যাসিক মেদিনী চৌধুৰীয়ে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ওপৰত যুগুতোৱা এখন জীৱনভিত্তিক উপন্যাস ৷কিতাপখন লিখিবৰ বাবে সমল গোটাবলৈ মেদিনী চৌধুৰীয়ে কলাগুৰুৰ একালৰ সতীৰ্থ কমৰেড সকলক লগ ধৰিবলগীয়া হৈছিল৷ এই কমৰেডসকলৰ মাজৰে এজন আছিল নলবাৰী জিলাৰ দীঘেলী অঞ্চলৰ ৰতি স্বৰ্গিয়... |
বাকী কেইখন ছৱিত ক্ৰমে এটি ফেঁচু চৰাই আৰু লেখক মেদিনী চৌধুৰীক দেখুওৱা হৈছে ৷ |
অন্বেষণ (৭): |
সমিধান : |
প্ৰথমখন ছৱি আছিল এলিচ প্লিজেন্স লিডেলৰ,দ্বিতীয়খন ছৱিত এলিচৰ সৈতে দুই ভগ্নী ল’ৰিনা আৰু এডিথ আৰু তৃতীয়খন ছৱিত ছাৰ্লছ লুডউইগ ড’ডছন(যি লিৱিছ কেৰল ছদ্মনাম লৈ “এলিচ ইন ৱাণ্ডাৰলেন্ড” নামৰ চেমনীয়া সাহিত্যৰ এখন মনোৰম উপন্যাস লিখিছিল)৷ |
ইংলেন্ডৰ আইছিছ নামৰ দ্বীপত ফল্লি দলংৰ পাৰৰ পৰা গ’ডষ্টৱ’ লৈ এদিন আৱেলি নৌকাবিহাৰ কৰি থাকোতে লিৱিছ কেৰলে এলিছ আৰু তেওঁৰ ভগ্নীদ্বয়ক এলিচ নামৰ সৰু ছোৱালী এজনী ঘটনাক্ৰমে শহাপহুৰ গাত এটাত পৰি কি কি অলৌকিক ঘটনাৰ সন্মুখীন হৈছিল তাৰ বিষয়ে কেইটামান সাধু কৈছিল৷ সাধুকেইটাত এলিচ ইমানেই মুগ্ধ হৈছিল যে পিছত ঘৰলৈ আহি তেওঁ লিৱিছ কেৰল... |
অন্বেষণ (৮): |
সমিধান : |
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই ছিৰাজত “আঘোণা”ৰুপে,প্ৰতিধ্বনিত “চিয়েম” ৰুপে আৰু ১৯২১ ত বাৰবছৰ বয়সত তেজপুৰৰ বাণৰংগঞ্চত জীৱনত প্ৰথমবাৰৰ বাবে কৰা “আলিবাবা” নামৰ নাটকখনত “মৰ্জিয়ানা”ৰ ৰুপত অভিনয় কৰিছিল৷ |
তেখেতে “মিচিং কনেং” নামৰ এখন উপন্যাস ৰচিছিল ৷ |
“হিয়াৰ পুং” তেখেতৰ এটা উল্লেখযোগ্য গল্প৷এই গল্পটিৰ এশাৰী বাক্য “আমাৰ অৱস্থা বেয়া হ’লে এবাৰ কপালক,এবাৰ ঈশ্বৰক দোষ দিওঁ৷দৰাচলতে কপালৰো দোষ নহয়,দেৱতাৰো দোষ নহয়,আচলতে ধনতন্ত্ৰবাদী সমাজ ব্যৱস্থাৰ দোষ” এসময়ত খুবেই জনপ্ৰিয় হৈছিল৷ |
ছৱিকেইখন হ’ল ক্ৰমান্বয়ে আন্দ্ৰেঁ মুৰইচ( Andre Murois),কবি পাৰ্শ্বি ৱিশ্বি চ্যেলী( Percy Bysshe Shelley),আন্দ্ৰেঁ মুৰইচয়ে পাৰ্শ্বি ৱিশ্বি চ্যেলীৰ জীৱনৰ ওপৰত লিখা জীৱনী “এৰিয়েল”, বিখ্যাত লেখক আৰভিং ষ্ট’ন(Irving Stone), বিখ্যাত চিত্ৰকৰ ভিনচেন্ট ভেন গ’গ( vincent van gogh) আৰু আৰভিং ষ্ট’নে ভিনচেন্ট ভেন গ’গৰ বিষয়ে লিখা জ... |
যেতিয়া বিশিষ্ট অসমীয়া লেখক তিলক দাসে বিষ্ণু ৰাভাৰ জীৱনৰ ওপৰত “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি” নামৰ জীৱনীখন লিখিবলৈ আৰম্ভ কৰিছিল তেতিয়া কলাগুৰুৱে তিলক দাসলৈ এখন চিঠি প্ৰেৰণ কৰিছিল য’ত তেওঁ লিখিছিল “…….মোৰ জীৱনৰ বিষয়ে লিখিবলৈ হ’লে, তুমি Andre Murois ৰ “Ariel” অথবা Irving Stone য়ে লিখা “Lust for Life” পঢ়িবা৷সেইঠাঁচত ... |
এইখিনিতে আৰু এটা কথা কৈ থও যে ১৯৬২ চনত “চীন-ভাৰত” যুদ্ধৰ সময়ত ভাৰত চৰকাৰে বিষ্ণু ৰাভাক গ্ৰেপ্তাৰ (কমিউনিষ্টক চীনদেশৰ দালাল বুলি কোৱাৰ অপৰাধত)কৰোতে সাহিত্যিক ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই চৰকাৰৰ এই কাৰ্য্যৰ বিৰোধিতা কৰি “বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি” শীৰ্ষক এটি কবিতা লিখিছিল আৰু পিছলৈ এই কবিতাটিৰ পৰাই অনুপ্ৰাণিত হৈ... |
…..একেবাৰে তলৰ ফটোখন হ’ল “কাশী হিন্দু বিশ্ববিদ্যালয়”ৰ য’ত বিষ্ণু ৰাভাই প্ৰদৰ্শন কৰা শিৱৰ “তাণ্ডৱ নৃত্য”ত মুগ্ধ হৈ সেইসময়ৰ(১৯৩৯) সেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে বিষ্ণু ৰাভাক “কলাগুৰু” উপাধিটো প্ৰদান কৰিছিল৷ |
অন্বেষণ (৯): |
প্ৰথম প্ৰশ্ন—-এওঁলোক কোনটো জনগোষ্ঠীৰ মানুহ ? |
দ্বিতীয় প্ৰশ্ন—–এওঁলোকে নাকত পিন্ধা সামগ্ৰীপদৰ নাম কি ? |
তৃতীয় প্ৰশ্ন—-এওঁলোকে মুখত এবিধ বিশেষ ধৰণৰ ফোঁট আঁকি লয়(যাক আমি ইংৰাজীত tatto বুলি কও) ৷ইয়াৰ নাম কি ? |
সমিধান : |
১. অৰুণাচলৰ আপাটানি জনগোষ্ঠীৰ লোক |
২.তেঁওলোকৰ নাকত পিন্ধা সামগ্ৰীপদৰ নাম Yapin hullo |
৩. মুখত অঁকা ফোঁট বিধৰ নাম Tiipe |
অন্বেষণ (১০): |
সমিধান : |
কবিতাটোৰ নাম হ’ল “টাৰান্টেলা” (ইয়াত টাৰান্টেলা মানে বিষাক্ত মকৰাবিধ নহয়, দক্ষিণ ইটালীৰ এবিধ মনোমোহা নৃত্যহে)৷ হিল্যেৰী বেলক আছিল কবি ৷ হিল্যেৰী বেলকৰ এটা সন্ধ্যা দক্ষিণ ইটালীৰ এখন গাওঁৰ হোটেলত এজনি সুন্দৰী যুবতীৰ লগত টাৰান্টেলা নৃত্য কৰাৰ স্মৃতিখিনি বন্দী কৰি থোৱাৰ প্ৰচেষ্টাতেই সৃষ্টি হৈছিল “টাৰান্টেলা” ৰ !….তাৰপিছত ... |
মনত পৰেনে, অৰুন্ধতী ?” (বৰুৱাদেৱৰ অসমীয়া কবিতাটিৰ নাম আছিল “এটা প্রেমৰ পদ্য”) |
অন্বেষণ (১১): |
সমিধান : |
(১)অসম উপত্যাকা সাহিত্য বঁটা (২). উইলিয়ামচন মেগৰ চিহ্ণ (৩).1990 চনত ভবেন্দ্ৰ নাথ শইকীয়াই প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছিল (৪). শোভা ব্ৰহ্মই এই বঁটাৰ আৰ্হি প্ৰস্তুত কৰিছিল (৫). কেপ্তেইন উইলিয়ামচন আৰু আৰ এম বি মেগৰ (“উইলিয়ামচন মেগৰৰ “দুই প্ৰতিষ্ঠাতা) (৬). উইলিয়ামচন মেগৰৰ মুখ্য কাৰ্য্যালয় (৭). উইলিয়ামচন মেগৰৰ মুখ্... |
অন্বেষণ (১২): |
সমিধান : |
প্ৰথমখন ছৱি দেৱেন্দ্ৰ নাথ আচাৰ্য্যৰ,দ্বিতীয় খন ছৱিত তেখেতৰ সাহিত্য একাডেমী বঁটা বিজয়ী (১৯৮৪) উপন্যাস জঙ্গম ৷ জঙ্গম উপন্যাসখনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানী সৈন্যৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ এমুঠি ভাৰতীয় নাগৰিকে কিদৰে বাৰ্মাৰ মানকু নামৰ গাওঁখনৰ পৰা অসমৰ লিডুলৈ সুদীৰ্ঘ পথ খোজকাঢ়ি পলাই আহিছিল তাৰেই বৰ্ণনা আছে আৰু তৃত... |
← সিহঁত ভিক্ষাৰী-(নিশাংক মিলন ) |
এলুমিনিয়ামৰ আঙুলি (গল্পকাৰ:- মনোজ কুমাৰ গোস্বামী ) (গ্ৰন্থ আলোচনা – ধ্ৰুৱজ্যোতি শৰ্মা) → |
You May Also Like |
কৃষি হওক অসমৰ অৰ্থনীতিৰ নতুন ভেঁটি (অগ্নিভ দত্ত) |
June 15, 2015 March 10, 2021 0 |
ভাৰতীয় জনগাঁথনি আৰু উৰ্বৰতা হাৰ – এক অৱলোকন- ড. আৰমান উল্লাহ মুজাদ্দাদী |
August 18, 2020 0 |
শংকৰদেৱৰ কৰ্মৰাজিত আদৰ্শনীয় জীৱন চৰ্যাৰ শিক্ষন আৰু বৰ্তমান ইয়াৰ প্ৰাসংগিকতা – তুলিকা নাথ |
September 18, 2017 0 |
Subscribe |
Login |
Notify of |
new follow-up comments new replies to my comments |
Label |
Name* |
Email* |
Website |
Δ |
Label |
Name* |
Email* |
Website |
Δ |
0 Comments |
Inline Feedbacks |
View all comments |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.