text stringlengths 0 188k |
|---|
সংস্কৃত ভাষাত বৰ্ণমালাৰ সংখ্যা সন্দৰ্ভত বিভিন্ন দাবী আছে। কিন্তু ইয়াৰে কোনোটোৱেই ওচৰত নহয় ১০৮। এনেদৰে সূৰ্য্য আৰু চন্দ্ৰৰ বিষয়ে কৰা দাবীও সত্য নহয়। |
তাৰ মূল কাৰণ হ’ল পৃথিৱীখন উপবৃত্তাকাৰ কক্ষপথত সূৰ্য্যৰ চাৰিওফালে ঘূৰি থাকে আৰু চন্দ্ৰই উপবৃত্তাকাৰ কক্ষপথত পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। ইয়াৰ বাবে পৃথিৱী আৰু সূৰ্য্য আৰু পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্ব স্থিৰ নহয়। |
বাইৰ’ণ ইন’য়েৰ ছবি (Image by Byron Inouye) |
ওপৰৰ ছবিখনত সূৰ্য্যৰ চাৰিওফালে পৃথিৱীৰ কক্ষপথ দেখুওৱা হৈছে। পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ সৰ্বাধিক দূৰত্ব ১৫.২ কোটি কিলোমিটাৰ। পৃথিৱী যেতিয়া সূৰ্য্যৰ পৰা আটাইতকৈ দূৰত থাকে, সেই পৰিঘটনাটোক এফেলিয়ন বোলা হয়। এফেলিয়নৰ বিপৰীত দিশটো হ’ল পেৰিহেলিয়ন আৰু এই পৰিঘটনাৰ সময়ত পৃথিৱীখন সূৰ্য্যৰ আটাইতকৈ ওচৰত থাকে। পৃথিৱী আৰু সূৰ্য্যৰ... |
সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব আৰু সূৰ্য্যৰ ব্যাসৰ অনুপাত হ’ব ১০৮ আনহাতে সূৰ্য্যৰ দূৰত্ব পৃথিৱীৰ পৰা ১৫০.৪১ (১০৮*১.৩৯২৭) মিলিয়ন কিলোমিটাৰ হ’ব। |
ছবিৰ উৎস |
চন্দ্ৰৰ ক্ষেত্ৰতো একেই কথা। চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে উপবৃত্তাকাৰ কক্ষপথত ঘূৰি থাকে। পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ সৰ্বাধিক দূৰত্ব ৪ লাখ ৫ হাজাৰ কিলোমিটাৰ। যেতিয়া চন্দ্ৰ পৃথিৱীৰ পৰা আটাইতকৈ দূৰত থাকে সেই পৰিঘটনাটোক এপ’জি বোলা হয়। এপ’জিৰ বিপৰীত দিশটো হ’ল পেৰিজি যেতিয়া চন্দ্ৰ পৃথিৱীৰ পৰা ৩ লাখ ৬০ হাজাৰ কিলোমিটাৰ দূৰত থাকে। ... |
চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ দূৰত্ব আৰু চন্দ্ৰৰ ব্যাসৰ অনুপাত হ’ব ১০৮ আনহাতে চন্দ্ৰৰ দূৰত্ব হ’ব ৩৭৫২৭৮.৪ (১০৮*৩৪৭৪.৮) কিলোমিটাৰ পৃথিৱীৰ পৰা। |
ফলাফল |
আমাৰ অনুসন্ধানৰ পৰা স্পষ্ট হৈ পৰিছে যে আমালৈ অহা পোষ্টটোত থকা দাবী বিভ্ৰান্তিকৰ। চন্দ্ৰ আৰু সূৰ্য্যৰ পৰা পৃথিৱীৰ দূৰত্ব স্থিৰ নহয়। আনহাতে এই আকাশী বস্তুবোৰৰ ব্যাস স্থিৰ হৈ থাকে। সেয়েহে ইহঁতৰ অনুপাত স্থিৰ হ’ব নোৱাৰে কিন্তু ই এক মানৰ পৰিসৰৰ ভিতৰত ভিন্ন হয়। |
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক। |
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে: |
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ |
Title:সূৰ্য্য আৰু চন্দ্ৰৰ পৃথিৱীৰ পৰা নিজ নিজ ব্যাসৰ দূৰত্বৰ অনুপাত ১০৮ ত স্থিৰ নহয় |
Fact Check By: Debanjana Baishya |
Result: Misleading |
Tagged ১০৮108DharmaFact CrescendoFact Crescendo AssameseHinduMoonSadhusSanatanSUNচন্দ্ৰফেক্ট ক্ৰেছেণ্ড অসমীয়াসনাতনসাধুসূৰ্যহিন্দু |
Post navigation |
এয়া জাৰ্মানীত উদ্ধাৰ হোৱা ৩৫,০০০ৰ পৰা ৪,০০০০ বছৰ পুৰণি ভগৱান নৰসিংহৰ ভাস্কৰ্য নহয় |
সিংহই বিচৰণ কৰি থকা এই ভিডিঅ’টো অসমৰ নহয় |
Related Posts |
FACT CHECK: বিভ্ৰান্তিকৰ পোষ্টত উল্লেখ কৰা হৈছে যে ১.২৪লাখ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় আৱেদন পত্ৰত নিজৰ ধৰ্মৰ উল্লেখ কৰা নাই। |
January 26, 2021 March 12, 2022 Manjori Borkotoky |
লক ডাউন উলংঘা কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েডিয়ুৰাপ্পা প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ পুত্ৰৰ বিবাহ অনুষ্ঠানত উপস্থিত আছিল নেকি? |
April 20, 2020 March 12, 2022 Manjori Borkotoky |
FACT CHECK: এই ফটোখন বিশ্বৰ ভিন্ন প্ৰান্তত কোভিড১৯ত মৃত্যু ঘটা স্বাস্থ্যকৰ্মীসকলৰ ফটোৰে প্ৰস্তুত কৰি তোলা হোৱা নাই। |
June 8, 2021 January 29, 2022 Manjori Borkotoky |
Leave a Reply Cancel reply |
Your email address will not be published. Required fields are marked * |
Comment * |
Name * |
Email * |
Website |
Save my name, email, and website in this browser for the next time I comment. |
Δ |
ClimateFactChecks.org |
Climate Change adversely impacts Water Security | Steps Towards Climate Resilient Water Management Systems |
Legalizing Cannabis in Sri Lanka? Pros, Cons & Impacts on Climate Change! |
Explained | What is Net-Zero Greenwashing and why was it highlighted by the UN Secy-Gen at COP27 |
Post misleadingly claims UN Report says CO2 deadlier than Cancer |
Hydroelectric power for Climate resilience – Overview of the Victoria Hydropower plant |
Popular Posts |
এইখন পৃথিৱীৰ ক্ষুদ্ৰতম চৰাই হামিংবাৰ্ডৰ দুষ্প্ৰাপ্য ছবি নেকি? ছচিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো সমগ্ৰ দেশতে ভাইৰ... by Manjori Borkotoky |
ভূমিকম্পৰ সময়তো নামাজ পঢ়ি থকা এই ভিডিঅ’টো ইণ্ডোনেছিয়াত হোৱা শেহতীয়া ভূমিকম্পৰ সময়ৰ নহয় যোৱা ২১ তাৰিখ সোমবাৰে ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত হোৱা এ... by Debanjana Baishya |
শ্ৰীলংকাত সঁচাকৈ হনুমানৰ গদা উদ্ধাৰ হৈছে নেকি? ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট ফেচবুকত ২০১৬ চনতেই ভাইৰেল... by Manjori Borkotoky |
ফটোখনত দেখা দম্পতীহাল দাবী কৰাৰ দৰে মাক-পুতেক নহয়! ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ টুইটাৰ... by Manjori Borkotoky |
FACT CHECK: কাজিৰঙাৰ বুলি ভাইৰেল হোৱা বগা হৰিণৰ ফটো দুখনৰ এখন পুৰণি আৰু আমেৰিকাৰ হয়! শেহতীয়াকৈ বগা ৰঙৰ হৰিণৰ দুখন ফটো এই দাবীৰে অসমত ছ'চিয়... by Manjori Borkotoky |
জলমগ্ন পথত আৰক্ষী সহ এখন ই-ৰিক্সা বাগৰি পৰা এই ভিডিঅ’টো গুৱাহাটীৰ নহয়! গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ যোৱা কেইদিনমানৰ প... by Manjori Borkotoky |
এইটো কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ সময়ৰ ভিডিঅ’ হয়নে? কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২২ৰ উদ্বোধনী অনুষ্ঠানৰ... by Manjori Borkotoky |
Home |
Archives |
Submit For Fact-Check |
Our Policies |
Privacy Policy |
Terms of Use |
Code Of Principles |
Correction & Submission Policy |
Our Methodology |
Disclaimer |
About Us |
Contact Us |
Coronavirus |
Categories |
Categories Select Category Altered (16) Business (1) Communal (5) Coronavirus (72) Covid-19 (6) Disaster (1) Economy (11) Environment (1) Explainer (4) False (349) False Headline (5) Health (1) International (72) Medical (44) Misleading (16) Missing Context (14) National (5) Partly-False (20) Political (73) Politics (5... |
Home |
Upload Lachit Essay |
Lachit Certificate Download |
ADMIT |
RESULTS |
19 November 2022 |
Lachit Barphukan Essay in Assamese | লাচিত বৰফুকন বিষয়ে ৰচনা |
Assam News, Lachit App No comments |
Advertisement |
The Assam State Government released a notification regarding the organization of the 400th Birth Anniversary of Lachit Borphukan which will be on 24 November 2022. The government had provided guidelines about essay competitions among the students of classes 1 to 12 in every school. After the essay competition, the offi... |
Lachit Barphukan Essay in Assamese |
Many Teachers and students search for the best Lachit Barphukan Essay in Assamese. Lachit Barphukan Essay in English, Lachit Barphukan Essay in Bengali & they need the Assamese লাচিত বৰফুকন বিষয়ে ৰচনা . So we are here to help you , Please check below Lachit Barphukan Essay in Assamese | লাচিত বৰফুকন বিষয়ে ৰচনা |
Lachit Barphukan Essay in Assamese |
লাচিত বৰফুকন বিষয়ে ৰচনা |
‘সাগৰ দেখিছা‘ ৰ কবি দেৱকান্ত দেৱে ‘লাচিত ফুকন’ কবিতাত লিখিছিল.. |
“লাচিত ফুকন! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ! |
দেশৰ কাৰণে তাহানি এদিন যাঁচিলা নিজৰ শিৰ। |
দেশৰ কাৰণে, মুক্তিৰ হকে, অন্যায় ৰোধি বীৰ! |
নৰ-শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ। |
দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আৱাহন, |
জাতিৰ বুকুত জগাই তুলিলা, দুৰ্মদ যৌৱন” |
ছশ বছৰীয়া ইতিহাস বিজড়িত পৰাক্ৰমী ,জাতি আহোম সকলৰ এটা বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ ব্যক্তি হ’ল লাচিত বৰফুকন। আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা তথা পাইক প্ৰথাৰ প্ৰৱৰ্তক মোমাই তামুলী বৰবৰুৱাৰ ঔৰষজাত সন্তান লাচিত বৰফুকন । চাওলুং চুকাফাৰ লগতে অসমলৈ আহিছিল লাচিত বৰফুকনৰ পূৰ্বপুৰুষ। তেওঁৰ জন্ম সম্পর্কে সঠিক তথ্য পোৱা ন... |
প্ৰাৰম্ভিক শিক্ষা: |
শিশু অৱস্থাৰ পৰাই সততা, কৰ্তব্যনিষ্ঠা,নিয়মানুৱৰ্তিতা স্পষ্টবাদিতা আদি গুণৰ অধিকাৰী লাচিত বৰফুকনে নিজৰ বাসগৃহতেই আৰম্ভ কৰিছিল প্ৰাৰম্ভিক শিক্ষা। ৰাজপৰিয়ালত জন্ম গ্ৰহণ কৰাৰ সূত্ৰেই সামৰিক আৰু অসামৰিক দুয়োবিধ শিক্ষাই আয়ত্ত কৰিছিল লাচিত বৰফুকনে। উল্লেখ্য যে লাচিত বৰফুকনক উপযুক্ত শিক্ষাৰে দিক্ষিত কৰি তুলিবলৈ তেওঁৰ পিতৃয... |
লাচিত বৰফুকনৰ প্ৰাৰম্ভিক জীৱন: |
ছশ বছৰীয়া ইতিহাস বিজড়িত পৰাক্ৰমী জাতি আহোম সকলৰ এটা বিখ্যাত ফৈদ লুখুৰাখন ফৈদৰ লান-ফিমা বংশৰ ব্যক্তি আছিল লাচিত বৰফুকন। লাচিত বৰফুকনৰ জন্ম সম্পর্কে সঠিক তথ্য পোৱা নাযায় যদিও তেওঁৰ জন্ম ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে হৈছিল বুলি কোৱা হয়। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ ... |
লাচিত বৰফুকনৰ কৰ্মজীৱন: |
নিজৰ অধ্যাৱসায়, সাহস তথা কষ্টৰ ফলত আহোম ৰাজ্যৰ বৰফুকন তথা প্রধান সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল লাচিত বৰফুকন। গুৰুত্বপূৰ্ণ কথা যে পোন প্রথমেই আহোম ৰাজ্যৰ সেনাপতিৰ পদত অধিষ্ঠিত হোৱাৰ বিপৰীতে লাচিত বৰফুকনে সেইসময়ৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ ‘হাঁচতিধৰা তামুলী’ৰ পদত নিযুক্ত হৈছিল। ব্যক্তিগত সহায়কৰ পৰ্যায়ৰ এই পদটোত অধিষ্ঠিত হৈ প... |
ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকন নিযুক্ত পাইছিল ঘোঁৰাবৰুৱাৰ পদত। ঘোঁৰাবৰুৱাৰ পদত সুকলমে দায়িত্ব সম্পন্ন কৰাৰ বাবে পৰৱৰ্তী সময়ত আহোম ৰজাই লাচিত বৰফুকনক দুলীয়া বৰুৱা পদবীত নিযুক্তি দিছিল। ইয়াৰ পৰৱৰ্তী সময়ত লাচিত বৰফুকনে নিযুক্তি লাভ কৰিছিল শিমলুগুৰিয়া খেলৰ প্ৰধান বিষয়া শিমলুগুৰিয়া ফুকনৰ পদবীত। শিমলুগুৰিয়া ফুকন হ... |
লাচিত বৰফুকন দোলাকাষৰীয়া বৰুৱা পদত অধিষ্ঠিত হৈ থাকোঁতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ দক্ষতাৰ উমান পাইছিল। যাৰ বাবে চক্ৰধ্বজ সিংহই লাচিত বৰফুকনৰ নিৰ্ভীকতা, সাহসীকতা আৰু আত্মমর্যাদাবোধৰ প্ৰমাণ চাই মর্যাদা অনুসৰি আনুষ্ঠানিকভাৱে আহোম ৰাজ্যৰ প্রধান সেনাপতি আৰু বৰফুকন পদত নিযুক্ত কৰিলে। ' |
লাচিত বৰফুকনৰ মোগলৰ সৈতে যুদ্ধ: |
গুৰুত্বপূৰ্ণ কথা যে স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ১৬৬২ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেৱৰ সেনাবাহিনীয়ে মীৰজুমলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰতলীয়া ৰাজ্য হিচাপে অন্তর্ভুক্ত কৰিছিল। জয়ধ্বজ সিংহই সেই সময়ত অসমৰ স্বাধীনতা ঘুৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যদিও সফল হ'ব পৰা নাছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ মৃত্... |
লাচিত বৰফুকনে সেনাপতি দায়িত্ব লৈয়েই দেশৰ সৈন্য সকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ১৬৬৭ খ্ৰীষ্টাব্দত লাচিত বৰফুকনে নেতৃত্ব লৈ গুৱাহাটী উদ্ধাৰৰ প্রচেষ্টা চলায় মোগল সকলক আক্রমণ কৰে। গুৰুত্বপূৰ্ণ কথা যে এই আক্ৰমণত ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰেই আহোম সৈন্যই বিজয়ধ্বজা উৰুৱাই আৰু ... |
গুৰুত্বপূৰ্ণ কথা যে অসম আক্ৰমণ কৰিবলৈ মোগল সম্রাট ঔৰেংগজেৱে সেনাপতি ৰাম সিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ ১৮,০০০ অশ্বাৰোহী, ৩০,০০০ পদাতিক আৰু ১৫,০০০ কাড়ী সৈন্য প্ৰেৰণ কৰিছিল। অন্যহাতে আহোম সেনাপতি লাচিত বৰফুকনে ৰামসিংহক ভেটা দিবলৈ শৰাইঘাটৰ চাৰিওকাষে কোঠ নিৰ্মাণ কৰিছিল। এটা ৰাতিৰ ভিতৰত গড় সম্পূর্ন কৰাৰ দায়িত্ব মোমাইয়... |
যুগান্তকাৰী শৰাইঘাট ৰণ: |
গুৰুত্বপূৰ্ণ কথা যে আলাবৈ ৰণত মোগল সেনা জয় লাভ কৰাৰ পিছত পুনৰ আহোম সৈন্যক চূড়ান্ত আক্রমণ কৰিবলৈ ঔৰংজেৱৰৰ নিৰ্দেশত ৰামসিংহ সাজু হৈছিল। কিন্তু দুর্ভাগ্যবশতঃ আহোম সেনাপতি লাচিত বৰফুকনৰ স্বাস্থ্য সেই সময়ত সুস্থ নাছিল, ৰোগাক্ৰান্ত হৈ আছিল লাচিত বৰফুকন। তথাপিও দেশৰ স্বাৰ্থত ৰোগীয়া শৰীৰেই মোগলৰ মুখা মুখি হ’বলৈ সাজু হৈছিল ... |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.