text stringlengths 0 188k |
|---|
24কফৰ-অন্মোনী, অফনী আৰু গেবা৷ এই বাৰখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল। |
25তাৰ ওপৰিও আন নগৰবোৰ হ’ল, যেনে - গিবিয়োন, ৰামা, বেৰোৎ, |
26মিস্পী, কফীৰা, মোচা, |
27ৰেকম, যিৰ্পেল, তৰলা, |
28চেলা, এলফ আৰু যিবুচী অৰ্থাৎ যিৰূচালেম, গিবিয়ৎ আৰু কিৰিয়ৎ৷ এই চৌধ্যখন তেওঁলোকৰ নগৰ আছিল, তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল। এই অঞ্চলবোৰত বিন্যামীনৰ নিজ নিজ বংশ অনুসাৰে উত্তৰাধিকাৰ আছিল৷ |
< যিহো 17 |
যিহো 19 > |
BREAK EVERY YOKE |
Creating and distributing free Bible translations for the web and mobile phones to every tribe on Earth. Click to learn how you can support this work!<eot>ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প (এপাৰ্ট)ৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সৌজন্যত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ক্ষুদ্র... |
প্ৰশিক্ষণ কৰ্মশালাটিৰ আৰম্ভণি কৰি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ডঃ নিৰঞ্জন ডেকাই 'ধান উৎপাদনত বিশেষ গুৰুত্বপূৰ্ণ জিলা হিচাপে চিহ্নিত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ কৃষক সকলে কম খৰচত, সুবিধাজনক স্থানত এই ক্ষুদ্র ধান বনা কল ব্যৱহাৰ কৰি উন্নত মানৰ চাউল পাব পাৰিব' বুলি মত পোষণ কৰে। সহকাৰী প্ৰকল্প বিষেশজ্ঞা বিদিশা বৰাই আ... |
হাগ্ৰামা মহিলাৰী কেন্দ্ৰিক চৰ্চা অব্যাহত থকাৰ মাজতে আজি বি জে পিৰ শীৰ্ষ নেতৃত্বলৈ হাগ্ৰামা মহিলাৰীয়ে প্ৰেৰণ কৰা পত্ৰই পুনৰ ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে। বি পি এফ মুৰব্বীগৰাকীয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ এন ডি এত বি পি এফক অন্তৰ্ভুক্তিৰ বাবে অনুৰোধ জনোৱাৰ লগতে মুঠ ৪ টা প্ৰস্তাৱ প্ৰেৰণ কৰিছে। |
তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি সভাপতি জে পি নড্ডালৈ প্ৰেৰণ কৰিছে এই পত্ৰ। এই পত্ৰখনৰ জৰিয়তে হাগ্ৰামাই লোকসভাৰ নিৰ্বাচনত বি পি এফে বি জে পিক সহায়ৰ আশ্বাস প্ৰদান কৰিছে। তেওঁ এই নিৰ্বাচনত বি পি এফে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ কথা উল্লেখ কৰিছে। |
ইফালে অসম বিধানসভাত অনানুষ্ঠানিক মিত্ৰতাত থকা বি পি এফৰ এজন বিধায়ক অসম মন্ত্ৰীসভাত কবিনেট মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে হাগ্ৰামাই। ৰাজ্যৰ ৰাজনীতিত ধুমুহা সৃষ্টি কৰা হাগ্ৰামাৰ শেহতীয়া কাৰ্যকলাপে ইউ পি পি এলৰ বাবে যে সংকট নমাই আনিছে সেয়া নিশ্চিত।<eot>ডিজিটেল ডেস্কঃ আন এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল কলিয়াব... |
কলিয়াবৰৰ হাতীয়েখোৱাৰ ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। এখন ট্ৰাক আৰু হুণ্ডাই বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতেই সংঘটিত হ'ল এই দুৰ্ঘটনা। |
দুৰ্ঘটনাগ্ৰস্ত হুণ্ডাই আউৰা বাহনখনৰ নম্বৰ AS-05 Q 2683। আনহাতে ট্ৰাকখনৰ নম্বৰ UP 37 AT 2766। জানিব পৰা মতে হুণ্ডাই বাহনখন তেজপুৰ অভিমুখী আছিল। নিহত আটাইকেইজন লোক হুণ্ডাই বাহনখনত আছিল। |
ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ বাহনদুখন জব্দ কৰিছে। ইফালে স্থানীয় লোকে হুণ্ডাই বাহনখনত থকা ৫ গৰাকী লোককে উদ্ধাৰ কৰে যদিও আটাইকেইজনৰেই ঘটনাস্থলীতে মৃত্যু হয়। |
ইফালে নিহত ৫ জন লোকৰ ভিতৰত ৪ জনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই। নিহত এজন লোক বোকাখাতৰ সঞ্জীৱ কুমাৰ পাল বুলি চিনাক্ত কৰা হৈছে।<eot>নগাঁৱৰ বৰদোৱাৰ ধনিয়াভেটি সুৰাপাড়া অঞ্চলত বুধবাৰে অনুষ্ঠিত এক ৰাজহুৱা সভাত নগাঁৱৰ বটদ্ৰৱাত সংঘটিত ধৰ্ষণৰ চেষ্টা চলোৱা লম্পটক আক্ৰমণ কৰি প্ৰতিহত কৰা মহিলাগৰাকীক ‘যুঁজাৰু দ্যা ফাইটাৰ্চ’ৰ সাহ... |
যুঁজাৰু দ্যা ফাইটাৰ্চ গ্ৰুপৰ সভানেত্ৰী জোনমণি দেৱী খাউণ্ড, সাংগঠনিক সম্পাদিকা চাহেবা আহমেদ , বিত্ত সম্পাদিকা জুলী চক্ৰৱৰ্তী আৰু কাৰ্যকৰী সদস্য ৰাজু গগৈৰ উপস্থিতিত অনুষ্ঠিত হোৱা উক্ত ৰাজহুৱা সভাত স্থানীয় বহু লোকে অংশগ্ৰহণ কৰে। |
উল্লেখযোগ্য যে, সমগ্র অসমত খলকনি লগোৱা নগাঁৱৰ সেই বিশেষ সাহসী মহিলাগৰাকীয়ে তেখেতক ধৰ্ষণৰ অপচেষ্টা চলোৱা আবুল কাছেম নামৰ লোকজনৰ গুপ্তাংগ কাটি পেলাইছিল। ‘যুঁজাৰু দ্যা ফাইটাৰ্চ’ৰ সভানেত্ৰী জোনমণি দেৱী খাউন্দে তেওঁক ‘যুঁজাৰু দ্যা ফাইটাৰ্চ-২০১৮’ৰ সাহসিকতাৰ বঁটা প্ৰদান কৰে। |
কালিৰ সভাত সংগঠনটোৰ বিত্ত সম্পাদিকা জুলী চক্ৰৱৰ্তীয়ে নাৰীসকলৰ সজাগতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত কি দৰে নাৰীসকলৰ লগতে সমাজখনো সচেতন হ’ব লাগে তাৰ বাখ্যা দাঙি ধৰে। আনহাতে, সাংগঠনিক সম্পাদিকা চাহেবা আহমেদে নাৰীসকলৰ সৱলীকৰণৰ ক্ষেত্ৰত ল’ব লগা ভূমিকাৰ বিষয়ে মন্তব্য আগবঢ়োৱাৰ লগতে কাৰ্যকৰী সদস্য ৰাজু গগৈয়ে পুৰুষ আৰু নাৰীৰ যৌথ সহযোগত... |
নাৰীৰ সুৰক্ষাৰ বাবে এইদৰে আগবাঢ়ি অহাৰ বাবে ‘যুঁজাৰু দ্যা ফাইটাৰ্চ’ গ্ৰুপক সভাত উপস্থিত লোকসকলে ভূয়সী প্ৰশংসা কৰাৰ লগতে সংগঠনটোৰ উত্তৰণৰ কামনা কৰে। |
Recent News |
পথাৰৰ মাজতে মহিলাক এছিড আক্ৰমণ সন্যাসীৰ বেশধাৰী দুৰ্বৃত্তৰ: আক্ৰমণকাৰীৰ সম্ভেদ লাভত ব্যৰ্থ আৰক্ষী |
শ্ৰেণীকোঠাত নাই ব্লেকবৰ্ড, ব্লেকবৰ্ডৰ বিকল্পৰ ৰূপত শ্ৰেণীকোঠাৰ দুৱাৰ! তদন্তৰ ঘোষণা |
এইবাৰ আম্বেদকাৰক গেৰুৱাকৰণ! হিন্দুত্ববাদী সংগঠনৰ আজৱ কাণ্ডত হতভম্ব দেশ |
কুকুৰ হত্যাৰ অভিযোগত আইনী ৰোষত পঞ্চায়ত সভানেত্ৰী: অভিযোগ ৰুজু আৰক্ষীৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
এই প্ৰতিবাদৰ কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটা জিলাৰ নাৰ্ছসকলে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পতালত বিগত দুদিন ধৰি ৰূপায়ণ কৰি আছে কৰ্ম বিৰতি কাৰ্যসূচী। |
মন কৰিব লগীয়া যে এই কৰ্ম বিৰতি কাৰ্যসূচীৰ মাজতে চিকিৎসা মহাবিদ্যালয়খনত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। |
আনহাতে প্ৰতিবাদকাৰী নাৰ্ছসকলক আৰক্ষীয়ে গাড়ীত উঠাই নিয়াৰ চেষ্টা চলাওঁতেই প্ৰতিবাদকাৰী নাৰ্ছ আৰু আৰক্ষীৰ মাজত হতাহতি হয় আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সম্প্ৰতি আৰক্ষীয়ে নাৰ্ছসকলক চিকিৎসা মহাবিদ্যালয় চৌহদতে আৱদ্ধ কৰি ৰাখিছে। |
নাৰ্ছসকলে ন্যায্য প্ৰাপ্যৰ দাবীত কৰ্মবিৰতি পালন কৰিছে যদিও পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ তাৰকা প্ৰচাৰক, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যস্ত থাকি নাৰ্ছৰ আন্দোলনত কোনো গুৰুত্ব প্ৰদান নকৰাত জাঙুৰ খাই উঠিছে নাৰ্ছসকল। |
ইফালে চৰকাৰে নাৰ্ছসকলৰ অভাৱ, অভিযোগক কোনো গুৰুত্ব প্ৰদান নকৰাৰ ফল ভোগ কৰিছে সমগ্ৰা ৰাজৰ বিভিন্ন জিলাৰ ৰোগী আৰু অভিভাৱকসকলে। |
Recent News |
২১ হাজাৰ শিক্ষক পদৰ নিযুক্তিত ভয়ংকৰ জালিয়াতি :: CBI তদন্তত ওলাই পৰিল কোন কোন নেতা জড়িত |
নলবাৰীত ৰাজ্যৰ প্ৰথমটো 3D প্লেনেটেৰিয়াম উদ্বোধন: আধাৰশিলা স্থাপনৰ ১০ বছৰ পিছত হ’ল মুকলি |
ধৰ্ষণৰ সংজ্ঞা সম্প্ৰসাৰণ চুইজাৰলেণ্ড নিম্ন সদনৰ |
লখিমপুৰ খেৰী হত্যাকাণ্ড: আশীষ মিশ্ৰসহ ১৩ গৰাকীৰ বিৰুদ্ধে অভিযোগ গঠন আদালতৰ, আৰম্ভ হ’ব বিচাৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
যদিও সকল ধৰণেৰ সংস্থাৰে শাসন ব্যৱস্থা থাকে, সাধাৰণত "চৰকাৰ" শব্দটিৰ দ্বাৰা সাৰ্বভৌম ৰাষ্ট্ৰক পৰিচালনা কৰা সংস্থাটোকহে বুজোৱা হয়।[2] চৰকাৰ স্থানীয়, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় হ'ব পাৰে। চৰকাৰৰ আকাৰ অঞ্চল বা উদ্দেশ্য অনুযায়ী ভিন্ন ভিন্ন হয়। |
শ্ৰেণীবিভাজনসম্পাদনা কৰক |
চৰকাৰৰ চৰিত্ৰৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন কৰা হয়। সেয়েহে কোৱা হয়- চৰকাৰৰ শ্ৰেণীবিভাজন মানেই ৰাষ্ট্ৰৰ শ্ৰেণীবিভাজন। গ্ৰীক দাৰ্শনিক প্লেটোৱে চৰকাৰৰ শ্ৰেণীবিভাজনৰ সূচনা কৰিছিল। প্লেটোৰ পাছত এৰিষ্ট'টলে চৰকাৰক কেইবাটাও শ্ৰেণীত বিভাজন কৰিছিল। প্লেটো আৰু এৰিষ্ট'টলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তিত ভাগ কৰি... |
জনকল্যাণৰ হকে হোৱা চৰকাৰ: |
এজনৰ শাসন হ'লে ৰাজতন্ত্ৰ (Monarchy) |
কেইবাজনমানৰ শাসন হ'লে অভিজাততন্ত্ৰ (Aristocracy) |
বহুজনৰ বা ৰাইজৰ শাসন হ'লে ৰাজ ব্যৱস্থা (Polity) |
জনস্বাৰ্থৰ বিপৰীতে শাসকৰ স্বাৰ্থৰ বাবে চলা চৰকাৰ: |
এজনৰ শাসন হ'লে স্বৈৰতন্ত্ৰ (Tyranny) |
কেইবাজনমানৰ শাসন হ'লে আঢ্যৱন্ততন্ত্ৰ (Oligarchy) |
বহুজনৰ শাসন হ'লে গণতন্ত্ৰ (Democracy) |
সেইসময়ৰ চিন্তাবিদসকলে গণতন্ত্ৰক ভাল চৰকাৰ বুলি বিবেচনা কৰা নাছিল। বৰ্তমানে ৰাজতন্ত্ৰ আৰু অভিজাততন্ত্ৰই ক্ৰমাৎ প্ৰাসংগিকতা হেৰুৱাইছে। বৰ্তমান বিশ্বৰ বেছিভাগ ৰাষ্ট্ৰৰ শাসন গণতান্ত্ৰিক। কিছু দেশত ৰজা বা ৰাণী আছে যদিও সেয়া মূলতঃ পৰম্পৰা ৰক্ষাৰহে প্ৰতীক। ৰজাৰ হাতত বিশেষ একো ক্ষমতা নাথাকে বাবে এই ব্যৱস্থাক সীমিত ৰাজতন্ত্ৰ ... |
আধুনিক যুগত মেৰিয়ত, ব্ৰাইচ, লীকককে ধৰি বহুকেইজন পণ্ডিতে চৰকাৰৰ শ্ৰেণীবিভাজন কৰিছে। সেইবোৰৰ ভিতৰত ষ্টিফেন লীককৰ শ্ৰেণী বিভাগ আটাইতকৈ গ্ৰহণযোগ্য বুলি বিবেচিত। লীককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতঃ দুটাভাগত ভগাইছে: |
একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ (Dictatorship): একনায়কতন্ত্ৰ হৈছে একোজন ব্যক্তি বা এটা ৰাজনৈতিক দলৰ একচ্ছত্ৰী শাসন ব্যৱস্থা। |
গণতন্ত্ৰ (Democracy): গণতন্ত্ৰ হ'ল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন। |
গণতন্ত্ৰৰ সকলো ক্ষমতাৰ উৎস আৰু অধিকাৰী জনসাধাৰণ। প্ৰাচীন গ্ৰীচৰ এথেন্সত প্ৰতক্ষ গণতন্ত্ৰ (Direct Democracy) চলিছিল। জনসাধাৰণে প্ৰতক্ষভাৱে শাসনত অংশগ্ৰহণ কৰিব পাৰিছিল। বৰ্তমানে প্ৰতক্ষ গণতন্ত্ৰ বিভিন্ন কাৰণত সম্ভৱ নোহোৱা হৈছে। আধুনিক যুগত গণতন্ত্ৰত প্ৰতিনিধিৰ যোগেদিহে সৰ্বসাধাৰণে শাসনত অংশগ্ৰহণ কৰিব পাৰে বাবে এনে গণতন্ত... |
লীককে আধুনিক গণতন্ত্ৰক সীমিত ৰাজতন্ত্ৰ বা সাংবিধানিক ৰাজতন্ত্ৰ (Constitutional monarchy) আৰু গণৰাজ্য বা প্ৰজাতন্ত্ৰ (Republic) - এই দুটা ভাগত ভাগ কৰিছে। তেখেতে পুনৰ দুয়োটা প্ৰকাৰকে আকৌ এককেন্দ্ৰীয় (Unitary) আৰু যুক্তৰাষ্ট্ৰীয় (Federal) এই দুই ভাগত ভগাইছে। শেষত এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰকো সংসদীয় (Parlia... |
ক্ষমতাৰ কেন্দ্ৰীকৰণ আৰু বিতৰণৰ ওপৰত ভিত্তি চৰকাৰক এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় এই দুই শ্ৰেণীত ভাগ কৰা হয়। যি পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে অৰ্থাৎ মাত্ৰ এটা কেন্দ্ৰৰ পৰাই শাসন চলে, তেনে চৰকাৰক এককেন্দ্ৰীয় চৰকাৰ বোলা হয়। ইয়াৰ বিপৰীতধৰ্মী চৰকাৰখন হ'ল যুক্তৰাষ্ট্ৰীয় ... |
সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই ইয়াৰ গণতান্ত্ৰিক বৈধতা বিধামণ্ডল বা সংসদৰ পৰা পায়। কাৰ্যপালিকা আৰু বিধামণ্ডল পৰস্পৰ সম্বন্ধিত হয়। এই পদ্ধতিত ৰাষ্ট্ৰৰ মুৰব্বী আৰু চৰকাৰৰ মুৰব্বী বেলেগ বেলেগ হয় অৰ্থাৎ ই এক দ্বৈত্ব মুৰব্বী ব্যৱস্থা। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন প্ৰধান কাৰ্যপালিকা আৰু ৰাষ্ট্ৰপ্ৰধানজন (ৰজ... |
বৰ্তমান যুগত জনপ্ৰিয় হৈ পৰা গণতান্ত্ৰিক পদ্ধতিৰ শাসন ব্যৱস্থাৰ চৰকাৰসমূহক এককেন্দ্ৰীয়, যুক্তৰাষ্ট্ৰীয়, সংসদীয়, আৰু ৰাষ্ট্ৰপতীয় এই চাৰিটা ভাগত ভগাব পাৰি। |
মানচিত্ৰসম্পাদনা কৰক |
চৰকাৰৰ প্ৰকাৰ অনুসৰি পৃথিৱীৰ ৰাষ্ট্ৰসমূহ |
সম্পূৰ্ণ ৰাষ্ট্ৰপতীয় গণৰাজ্য |
অৰ্ধ-ৰাষ্ট্ৰপতীয় গণৰাজ্য |
বিধানমণ্ডলত নিৰ্ভৰশীল কাৰ্যকৰী ৰাষ্ট্ৰপতিৰ সৈতে সংসদীয় গণৰাজ্য |
সংসদীয় গণৰাজ্য |
সংসদীয় সাংবিধানিক ৰাজতন্ত্ৰ য'ত ৰাষ্ট্ৰশাসকজনে ব্যক্তিগতভাৱে ক্ষমতা প্ৰয়োগ নকৰে (সম্ভৱতঃ আৰক্ষিত ক্ষমতাসমূহক বাদ দি) |
দ্বৈত্ব ব্যৱস্থাৰ সাংবিধানিক ৰাজতন্ত্ৰ ৰাষ্ট্ৰশাসকজনে ব্যক্তিগতভাৱে ক্ষমতা প্ৰয়োগ কৰে (সচৰাচৰ দুৰ্বল সংসদৰ লগত একেলগে) |
পূৰ্ণ ৰাজতন্ত্ৰ |
একক-দলীয় ৰাষ্ট্ৰ |
যিবোৰ ৰাষ্ট্ৰত চৰকাৰৰ বাবে সাংবিধানিক বিধানসমূহ স্থগিত কৰা হৈছে (যেনে: সামৰিক স্বৈৰতন্ত্ৰ) |
যিবোৰ ৰাষ্ট্ৰই ওপৰত দিয়া কোনো শ্ৰেণীত নপৰে (যেনে: অন্তৰ্বৰ্তী চৰকাৰ) |
কোনো চৰকাৰ নাই |
উল্লখযোগ্য যে বহুকেইখন ৰাষ্ট্ৰই নিজৰ সংবিধান অনুসৰি নিজকে বহু-দলীয় গণৰাজ্য হিচাপে গণ্য কৰে, পিছে বহিৰাগ সংস্থাই সেইবোৰক স্বৈৰতন্ত্ৰ ৰূপে বিবেচনা কৰে। এই তালিকাত ৰাষ্ট্ৰসমূহৰ চৰকাৰৰ সাংবিধানিক প্ৰকাৰটোহে দেখুওৱা হৈছে, ইয়াত গণতন্ত্ৰৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি চৰকাৰসমূহক দেখুওৱা হোৱা নাই। |
Economist Intelligence Unit-ৰ দ্বাৰা ২০১৭ চনত প্ৰকাশিত ৰাষ্ট্ৰ অনুসৰি গণতন্ত্ৰৰ সূচক[4] |
পূৰ্ণ গণতন্ত্ৰ |
৯–১০ |
৮–৯ |
ত্ৰুটিপূৰ্ণ গণতন্ত্ৰ |
৭–৮ |
৬–৭ |
মিশ্ৰিত শাসন |
৫–৬ |
৪–৫ |
স্বৈৰতান্ত্ৰিক শাসন |
৩–৪ |
২–৩ |
০–২ |
পৃথিৱীৰ প্ৰশাসনিক অঞ্চলসমূহ |
পৃথিৱীৰ এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰসমূহ |
এককেন্দ্ৰীয় |
যুক্তৰাষ্ট্ৰীয় |
তথ্য সংগ্ৰহসম্পাদনা কৰক |
↑ "government" -- Dictionary.com: cites 3 separate dictionaries |
↑ International Encyclopedia of the Social & Behavioral Sciences. Elsevier. 2001. ISBN 978-0-08-043076-8. |
↑ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান: সমাজ বিজ্ঞান (নৱম শ্ৰেণীৰ পাঠ্যপুথি). অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ণ আৰু প্ৰকাশন নিগম লিমিটেড, গুৱাহাটী. ২০১৪. পৃষ্ঠা. ১৩-২১. |
↑ "Democracy Index 2017 – Economist Intelligence Unit". EIU.com. http://pages.eiu.com/rs/753-RIQ-438/images/Democracy_Index_2017.pdf। আহৰণ কৰা হৈছে: 17 February 2018.<eot>কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে ২০২৪ চনৰ ভিতৰত চৰকাৰে ২৬টা গ্ৰীণ এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিব আৰু সমগ্ৰ ভাৰতৰ গুৰুত্বপূৰ্ণ চহৰসমূহৰ মাজত য... |
RelatedPosts |
Data breach and masking of data |
December 9, 2022 |
Bharat Jodo: Thinking beyond Electoral Politics |
December 9, 2022 |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.