text stringlengths 0 188k |
|---|
অসম |
নৰ্থ-ইষ্ট |
অৰুণাচল |
অসম |
ছিকিম |
ত্ৰিপুৰা |
নাগালেণ্ড |
মণিপুৰ |
মিজোৰাম |
মেঘালয় |
প্ৰতিৱেশী |
অভিমত |
ক্ৰীড়া |
বাণিজ্য |
সংস্কৃতি |
সাহিত্য |
যুৱ-কণ্ঠ |
শিক্ষা |
জীৱনশৈলী |
প্ৰযুক্তি |
মনোৰঞ্জন |
প্ৰাসংগিক প্ৰশ্ন |
No Result |
View All Result |
English |
Home দেশ |
অশান্ত কাশ্মীৰ: সন্ত্ৰাসবাদীৰ গুলীত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনা জোৱানে, সেনাৰ হাতত বন্দী লস্কৰ-ই-তৈবা সদস্য |
by এন ই নাও নিউজ, গুৱাহাটী |
October 28, 2022 12:20 am |
প্ৰতিনিধিত্বমূলক ছবি |
204 |
VIEWS |
Share on FacebookShare on Twitter |
ক্ৰমাৎ সন্ত্ৰাসবাদী আৰু ভাৰতীয় নিৰাপত্তাৰক্ষী বাহিনীৰ মাজৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে জম্মু-কাশ্মীৰত। সন্ত্ৰাসবাদী নিৰ্মূলৰ লক্ষ্যৰে উপত্যকাটোত নিৰাপত্তাৰক্ষীয়ে যোৱা বৰ্ষৰ সামৰণিৰ পৰা আৰম্ভ কৰা ধাৰাবাহিক অভিযানে জম্মু-কাশ্মীৰৰ পৰিস্থিতি ক্ৰমে উত্তপ্ত কৰি তুলিছে। |
নিৰাপত্তাৰক্ষীৰ এনে অভিযানত বিগত সময়চোৱাত কেইবাগৰাকীও সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ সমসাময়িকভাৱে প্ৰাণ হেৰুৱাইছে কেইবাগৰাকীও সেনা জোৱানেও। এনে এক অভিযানতে আজি সন্ত্ৰাসবাদীৰ গুলীত পুনৰ এগৰাকী সেনা জোৱান নিহত হৈছে বুলি সদৰী কৰিছে কাশ্মীৰ আৰক্ষীয়ে। |
কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুধবাৰৰ পৰা জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত আৰম্ভ হোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ত এগৰাকী সেনা জোৱান নিহত হৈছে। বাৰামুলাৰ শ্বিৰি অঞ্চলৰ ৱানচিৰান তাৰিপোৰা বনাঞ্চলত এই অভিযান চলোৱা হৈছিল বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে। |
এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ ভাষ্য মতে তাৰিপোৰা বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতি সম্পৰ্কে নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে এক যুটীয়া তালাচী অভিযান আৰম্ভ কৰিছিল। |
তালাচী অভিযানৰ সময়ত লুকাই থকা সন্ত্ৰাসবাদীসকলে সেনা-আৰক্ষীৰ দলটোৰ ওপৰত গুলী চালনা কৰে আৰু প্ৰতিৰক্ষামূলকভাৱে অভিযানকাৰী দলটোৱেও প্ৰতি আক্ৰমণ চলায় বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। |
গুলী চালনাৰ সসময়ে এগৰাকী সেনা জোৱান সন্ত্ৰাসবাদীৰ গুলীত আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু চিকিৎসাৰ সময়ত তেওঁ গুৰুতৰ আঘাতৰ পৰিণতিত মৃত্যুবৰণ কৰে বুলি বিষয়াগৰাকীয়ে লগতে কয়। |
আনহাতে অভিযানৰ সময়ত লস্কৰ-ই-তৈবাৰ এগৰাকী স্থানীয় সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে সদৰী কৰিছে। আনহাতে পাকিস্তানী মূলৰ বুলি সন্দেহ কৰা আন এগৰাকী সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ তালাচী অভিযান চলাই থকা হৈছে বুলিও বিষয়াগৰাকীয়ে নিজ ভাষ্যত উল্লেখ কৰে। |
ধৃত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী গৰাকীক নিছাৰ আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে। গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীগৰাকীৰ পৰা এটা একেএছ-৭৪ইউ, ২৮ ৰাউণ্ডৰ গুলীৰ লগতে অন্যান্য আপত্তিজনক সামগ্ৰীসহ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়। |
Recent News |
বিশ্বকাপত অংশগ্ৰহণ কৰা দেশৰ ফুটবলাৰসকলৰ পৰিয়ালক ভাবুকি দিছে ইৰানে! |
চীনে ইন্ধন সুৰক্ষাৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে গভীৰ সম্পৰ্ক গঢ়ি তুলিব: জি জিনপিং |
চাৰ্ভাইকেল স্পণ্ডাইল’ছিছ কি জানো আহক |
বিমানৰ ইঞ্জিনত প্ৰথম হাইড্ৰ’জেন ইন্ধন; সফল পৰীক্ষাৰ দাবী ৰোলছ ৰয়েছৰ |
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই... |
উল্লেখ্য যে, অক্টোবৰৰ ৩১ তাৰিখে গুজৰাটৰ মৰবী নদীৰ ওপৰত সংঘটিত হৈছিল এক ভয়াৱহ দুৰ্ঘটনা । পুনৰ্নিমাণৰ অন্তত জনসাধাৰণৰ বাবে মুকলি কৰি দিয়াৰ ৫ দিন পাছতেই অত্যাধিক বোজা আৰু কিছু লোকৰ অসাৱধানতাৰ ফলত ভাঙি পৰিছিল দলং খন । প্ৰায় ১৪১ ৰো অধিক লোকৰ মৃত্যু হোৱা এই শোকাৱহ ঘটনাটোৰ পাছত পোহৰলৈ আহিছিল বহু কথা । |
দলং এখন পুনৰ্নিমাণৰ দ্বায়িত্ব কিদৰে এটি ঘড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠানক বিনা চৰকাৰী টেণ্ডাৰত দিয়া হৈছিল আৰু প্ৰতিষ্ঠানটিৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত কিয় প্ৰতিষ্ঠানটিৰ স্বত্বাধিকাৰীৰ নাম কিয় নাই বুলি চৰকাৰক প্ৰশ্ন কৰে বিৰোধী দলে । |
এই দুটি প্ৰশ্নৰ ওপৰিও ২০১৬ চনত পশ্চিম বংগত দলং ভাঙি পৰা দুৰ্ঘটনাৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ ভগৱানৰ ইচ্ছাৰ ঠাইত প্ৰৱঞ্চকৰ ইচ্ছা আখ্যা দিয়াৰ পাছত এতিয়া মৰবী নদীৰ দুৰ্ঘটনাক প্ৰৱঞ্চকৰ ইচ্ছা আখ্যা দিছে বিৰোধীয়ে ।<eot>বৰ্ত্তমান যুগটো হ’ল প্ৰতিযোগিতাৰ যুগ। এই প্ৰতিযোগিতাত নিজ... |
আমাৰ জীৱনৰ আৰম্ভণিৰে পৰাই আমি দেখোঁ সুন্দৰ মোহনীয় প্ৰকৃতি, গ্ৰীষ্ম-বসন্ত-শীতৰ সন্তুলিত মিশ্ৰণ, বসন্তৰ কোমল সেউজীয়া পাত, কুলি কেতেকীৰ মৌ-মিঠা মাত, বৰ্ষাৰ সেউজী পথাৰখন, শৰতৰ ৰাতিৰ সেমেকা শেৱালীৰ স্নিগ্ধ সুবাসিত নিয়ৰকণা, শীতৰ ৰোমান্তিক শিহৰণ।তাৰ মাজে মাজে উদযাপন কৰোঁ প্ৰকৃতিৰ লগত জড়িত আৱেগেৰে আমাৰ উৎসৱবোৰ। এই প্ৰেমৰ মাজত... |
তথাপি এটা কথা নুই কৰিব নোৱাৰি যে আমি তুলনামূলকভাৱে পিছ পৰি আছো। কিন্তু কিয়? এই কিয়ৰ পম খেদি যদি আমি বিচাৰ কৰো তেন্তে দেখিম যে উত্তৰ-পূৰ্বাঞ্চলত পোৱা সুবিধাৰ অভাৱে এনে অৱস্থাৰ সৃষ্টি কৰিছে। যাতায়তৰ অসুবিধা ইয়াৰ এটা মূল কাৰণ। তাৰ পাছতে গুৰু উদ্যোগৰ অভাৱ আন এটা মূল কাৰণ, যাৰ ফলস্বৰূপে যথেষ্ঠ পৰিমাণে প্ৰযুক্তিগত অভাৱৰ আমি ... |
Image Source : Shutterstock |
প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ উত্তৰ-পূৰ্বাঞ্চলত বাৰুকৈয়ে প্ৰয়োজনীয়। অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য্য ইমানেই মোহনীয় আৰু বিচিত্ৰ যে বহুতো দেশে আৰু প্ৰতিষ্ঠানে পৰ্যটন ক্ষেত্ৰত বিনিয়োগ কৰাৰ বাবে সঁহাৰি আগবঢ়াইছে। গতিকে প্ৰযুক্তিবিদ্যাৰ শিক্ষাৰ্থীসকলে নিজৰ দক্ষতা ব্যৱহাৰ কৰি এই বিষয়ত যথেষ্ঠ সংখ্যক কৰ্মনিয়োগ সৃষ্টি কৰিব পাৰে। ঠিক তে... |
মানদণ্ড আৰু জ্ঞানৰ ফালৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰী বহু পৰিমাণে আগবঢ়া। কেৱল অন্যান্য সুবিধাৰ অভাৱ। সেইকাৰণে বাহিৰলৈ উচ্চ শিক্ষাৰ বাবে গ’লে তেওঁলোকে দাঙি ধৰে অনন্য প্ৰতিভাৰ নিদৰ্শন। এই সকলোবোৰ সফলতা বিফলতা বিশ্লেষণ কৰি দেখা যায় যে বৰ্তমান যুৱচাম নিজে আগবাঢ়ি অহা উচিত। যিমান সম্ভৱ এটা চামে নিজৰ বাবে আৰু তাৰ পাছত ... |
(২০১০ চনৰ টেকক্ষেত্ৰ উপলক্ষে প্ৰকাশিত আলোচনীৰ পৰা।) |
লেখক:- নৱজিৎ শইকীয়া। |
তৃতীয় ষান্মাসিক, সংগণক বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ, |
তেজপুৰ বিশ্ববিদ্যালয়। |
পংকজ জ্যোতি মহন্ত |
pankajjyoti.com |
WhatsApp |
Tweet |
More |
Email |
Print |
Tags: |
উত্তৰ-পূৰ্ৱাঞ্চল, প্ৰযুক্তি |
No Comments |
Post A Comment |
Cancel Reply |
Save my name, email, and website in this browser for the next time I comment. |
Δ |
This work is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. |
Please submit your article by email to : [email protected]nitsora.com |
বিনামূলীয়া ই-বুক |
More » |
আৰ্কাইভ |
আৰ্কাইভ Select Month August 2022 December 2021 November 2021 September 2021 June 2021 May 2021 January 2021 September 2020 August 2020 July 2020 May 2020 April 2020 March 2020 February 2020 January 2020 December 2019 November 2019 October 2019 September 2019 August 2019 July 2019 June 2019 April 2019 March 2019 August ... |
শিতানসমূহ |
শিতানসমূহ Select Category “গণিত বিকাশ” Fun Facts অলিম্পিয়াড ইতিহাস কাৰ্টুন কুইজ কেৰিয়াৰ গণিত পাঠ গল্প গ্ৰন্থ চিত্ৰ-সংগ্ৰহ জীৱনী নিবন্ধ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি বুদ্ধি পৰীক্ষা সঁফুৰা সমস্যা আৰু সমাধান সাক্ষাৎকাৰ |
https://www.facebook.com/http://gonitsora |
Recent Posts |
গাণিতিক ক্ৰিয়াপ্ৰণালী আৰু কেৰিয়াৰ |
গণিত কুইজ – ২ |
গণিত কুইজ – ১ |
ফাৰ্মা সংখ্যা: এবিধ সুন্দৰ সাজৰ সংখ্যা |
Gonit Sora গণিত চ’ৰা is a multi lingual (English and Assamese) web magazine devoted to publishing well written and original articles related to science in general and mathematics in particular. Gonit Sora is an attempt to bridge the gap between classroom math teaching and real life practical and fun mathematics. We str... |
২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত অমানুষিক আৰু নৃশংস ধাৰাবাহিক বোমা বিস্ফোৰণত নিহতসকলৰ সোঁৱৰণত বিগত ৫ বছৰ ধৰি এই শিবিৰৰ আয়োজন কৰি অহা হৈছে। |
সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰক্তপাতৰ বিপৰীতে ৰক্তদানেৰে যুঁজ দিয়াৰ মহৎ উদ্দেশ্য আগত ৰাখি সংস্থাটোৱে এই শিবিৰৰ আয়োজন কৰি আহিছে । এই শিবিৰত প্ৰায় ৩০ গৰাকী ব্যক্তিয়ে ৰক্তদান কৰে । অংকুৰন ৱেলফেয়াৰ এছোচিয়েচনৰ এই প্ৰচেষ্টাত HDFC বেংকেও সহযোগ কৰে ।<eot>পূজাৰ বতৰতে দিচপুৰস্থিত বিধায়ক আৱাসত বুধবাৰে বিজেপি বিধায়ক শিলাদিত্য দেবক সাক্... |
আলোচনাত অসম-বাংলাদেশ সম্প্ৰীতি আৰু অৰ্থনীতিৰ বিষয়টোৱে স্থান পোৱা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ড০ মনচুৰে। তেওঁ লগতে কয় যে ‘এইখন এখন সৌহাৰ্দ্যসমূলক আলোচনা।‘ |
আনহাতে, আলোচনাৰ পাছতেই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁ অসমৰ ৰাইজক দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি লগতে কয়, ‘বাংলাদেশৰ লোকসকলৰ হৃদয়ৰ পৰা এই শুভেচ্ছা জ্ঞাপন কৰিছো।’ |
তেওঁ লগতে কয় ‘অসমৰ সকলো জাতি-জনগোষ্ঠী সমন্বিতে অতি আনন্দৰে দুৰ্গোৎসৱ উদযাপন কৰিছে। এইখন মোৰ বাবে বিদেশী ভূমি, তথাপি মই অসমৰ দুৰ্গা পূজা উপভোগ কৰিছো, ভাল লাগিছে।‘ |
আনহাতে, উক্ত আলোচনাৰ পাছতেই শিলাদিত্যই সংবাদ মাধ্যমৰ আগত কয় ‘অসম-বাংলাদেশৰ কথা আলোচনা কৰিলে দুটা দিশ থাকে। এটা হৈছে অবৈধ অনুপ্ৰৱেশকাৰী আৰু আনটো হৈছে চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে বন্ধুত্বৰ দিশটো। এখন ৰাষ্ট্ৰৰ সৈতে আমি কাজিয়া কৰিব নোৱাৰো। আমাৰ কাজিয়া হৈছে অবৈধ অনুপ্ৰৱেশকাৰীসকলক লৈ।‘ |
ইয়াৰোপৰি তেওঁ কয় ‘বাকী দেশসমূহৰ লগত বন্ধুত্ব কৰি আমাৰ অবৈধ অনুপ্ৰৱেশৰ কথাটো বন্ধ কৰিব পাৰি সেইটোহে আচল কথা। সমগ্ৰ দেশ যাতে উপকৃত হয় তথা অসম যেন উপকৃত হয়, তাৰ তাৰ বিষয়ে এটা ভাল আলোচনা আজি হৈছে।‘ |
আন একাংশই বাংলাদেশী মুছলমানৰ বিৰুদ্ধে সদা সৰৱ হৈ থকা শিলাদিত্য দেৱক সকীয়নি দিবৰ বাবে অহা বুলিও সন্দেহ প্ৰকাশ কৰিছে। |
Recent News |
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ |
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী |
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.