text
stringlengths
0
188k
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ৰুজু কৰা ৫/১৮ নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানিকালত কাৰ্বি আংলঙৰ উপায়ুক্তই শেহতীয়াকৈ উচ্চ ন্যায়ালয়ৰ মজিয়াত এই শপতনামা দাখিল কৰিছে।
উল্লেখযোগ্য যে যোৱা ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাৰ পাণজুৰি গাঁৱত গুৱাহাটীৰ পৰা প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ যোৱা দুই যুৱক ক্ৰমে নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপাধৰাৰ সন্দেহত স্থানীয় একাংশ উন্মত্ত লোকে অতি নৃশংসভাৱে মৰিয়াই হত্যা কৰিছিল।
উক্ত ঘটনাৰ ভিডিঅ’ ৰাজহুৱা হোৱাৰ পাছতেই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। সৰ্বত্ৰে অপৰাধীৰ কঠোৰ শাস্তিৰ দাবী তোলা হৈছিল। আনকি এই ঘটনাৰ পিছতে ৰাজ্যজুৰি অন্ধবিশ্বাস বিৰোধী এক অভিযান আৰম্ভ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে।
আনহাতে, অসম আৰক্ষীৰ তৎপৰতাত ডকমকা থানাত ৰুজু হোৱা ৩৩/১৮ আৰু ৩৪/১৮ নম্বৰৰ দুটা গোচৰত ৪৮ জনকৈ অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে ৪০টাকৈ গুৰুত্বপূৰ্ণ তথ্য ফৰেনছিক লেবৰেটৰীলৈ প্ৰমাণৰ বাবে প্ৰেৰণ কৰা হৈছে।
তাৎপৰ্যপূৰ্ণভাৱে উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি বিচাৰ প্ৰক্ৰিয়া ফাষ্টট্ৰেক আদালতত কৰাৰ নিৰ্দেশ দিয়াৰ পাছত এই বিচাৰ প্ৰক্ৰিয়া কাৰ্বি আংলঙৰ বাহিৰত সম্পন্ন কৰাৰ পোষকতা কৰিছে কাৰ্বি আংলং প্ৰশাসনে।
মূলতঃ গোচৰৰ অভিযুক্ত আৰু সাক্ষীসকল একেস্থানৰ হোৱা হেতুকে কোনো প্ৰকাৰে যাতে সাক্ষীসকল ভাবুকিৰ সন্মুখীন হ’ব নোৱাৰে তাৰ বাবে প্ৰশাসনে এই ব্যৱস্থাৰ পোষকতা কৰিছে।
Recent News
বৰপেটা জিলা কাৰাগাৰত চাঞ্চল্য: কাৰাগাৰ চৌহদৰ ভিতৰত উদ্ধাৰ কয়দীৰ মৃতদেহ
ভাৰত জোড়ো যাত্ৰা হৈছে ‘লুট-তন্ত্ৰ’ৰ বিৰুদ্ধে ‘লোকতন্ত্ৰ’ৰ কণ্ঠ: মোদী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
ভুৱা আছিল আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ! ওমৰ খালিদক দোষমুক্ত ঘোষণা আদালতৰ
যোগীৰ উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ কাণ্ড: দলিত কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা দুৰ্বৃত্তৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
Painkillers: বেছি পেইন কিলাৰ খায় নেকি? সাৱধান! হ’ব পাৰে এইসমূহ সমস্যা!
বেছি পেইন কিলাৰ খালে শৰীৰত কেতবোৰ গুৰুতৰ ৰোগে বাহ বান্ধে।
News18 Assam
| August 01, 2022, 17:02 IST
1/ 7
সামান্য শাৰীৰিক সমস্যাতে পেইন কিলাৰ খাই নেকি? চিকিৎসকে কৈছে, ইয়াৰ ফলত ডাঙৰ বিপদ মাতি আনিছে! বেছি পেইন কিলাৰ খালে শৰীৰত কেতবোৰ গুৰুতৰ ৰোগে বাহ বান্ধে।
2/ 7
বিষনাশক ঔষধ বা পেইন কিলাৰ যেনে আইবুপ্ৰোফেন, এছপিৰিন আৰু নেপ্ৰোক্সেন অতিৰিক্ত মাত্ৰাত খালে পেটৰ বিষ, আলছাৰো হ’ব পাৰে।
3/ 7
পেইন কিলাৰ বিশেষকৈ পেৰাচিটামলে লিভাৰৰ ক্ষতি কৰে। প্ৰতিদিনে ৮টা টেবলেট (৫০০ মিলিগ্ৰাম) খালে লিভাৰৰ গুৰুতৰ ক্ষতি হ’ব পাৰে।
4/ 7
পেইন কিলাৰে ডিপ্ৰেচনৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ কাৰ্যকাৰিতা হ্ৰাস কৰে। সেয়ে যিসকলে বিষণ্ণতাত ভুগিছে আৰু এণ্টিডিপ্ৰেছেণ্ট গ্ৰহণ কৰিছে, তেওঁলোকে ঘনে ঘনে বিষনাশক ঔষধ নাখাব।
5/ 7
গৱেষণাত দেখা গৈছে, ননষ্টেৰেয়ডাল এণ্টি–ইনফ্লেমেটৰী ড্ৰাগছে হাৰ্ট এটেকৰ সম্ভাৱনা বঢ়ায়। যিসকলে এই ঔষধবোৰ ব্যৱহাৰ কৰে তেওঁলোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা ২০ৰ পৰা ৫০ শতাংশ বৃদ্ধি পায়।
6/ 7
এছপিৰিন, আইবুপ্ৰোফেন আৰু নোপ্ৰেক্সেনৰ দৰে পেইন কিলাৰে তেজ পাতল কৰে। যিসকলৰ তেজ জমা বন্ধা সমস্যা আৰু হাৰ্টৰ সমস্যা আছে, তেওঁলোকৰ বাবে এই ঔষধবোৰ উপকাৰী হ’ব পাৰে। কিন্তু তেজ পাতল কৰাৰ ঔষধ খোৱাসকলে যিকোনো বিষনাশক ঔষধ এৰি চলা উচিত। ইয়াৰ ফলত তেজ বেছি পাতল হয় আৰু অত্যধিক ৰক্তপাত হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।
7/ 7
উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ আক্ৰান্ত লোকসকলে আইবুপ্ৰোফেন আৰু নেপ্ৰোক্সেনৰ দৰে বিষনাশক ঔষধ গ্ৰহণ কৰিলে কিডনীৰ সমস্যা হ’ব পাৰে। কিডনী ফেইলো হ’ব পাৰে।
ফটো
...
...
...
শেহতীয়া বাতৰি
...
...
...
...
...
LIVE TV
শাখা
অসম
খবৰ
দেশ
বিশ্ব
জীৱন শৈলী
ফটো
ভিডিঅ
লাইভ টিভি
শেহতীয়া বাতৰি
নেডাৰলেণ্ডে এক বিশেষ ৰণনীতি গ্ৰহণ কৰিছে, আৰ্জেণ্টিনাৰ সপোন ভাঙিব পাৰে যদিহে এই ফান্দত পৰে ...
HSLC Exam 2023 : ঘোষণা হ’ল ২০২৩ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ দিন, নতুন পদ্ধতিৰে হ’ব এইবাৰৰ পৰীক্ষা
Gujarat Assembly Election Results 2022: সকলো ৰেকৰ্ড ভংগ কৰি গুজৰাটত পুনৰ মোদী মেজিক ! ১৫২ খন আসনত আগবাঢ়ি আছে বিজেপি ...
আৰু এখন টোলগেটত ধন ভৰিবলৈ সাজু হওক! নতুন বছৰৰ পৰাই আৰম্ভ হ’ব এই টোলগেটখন!
Himachal Pradesh Election Results 2022 : হিমাচল প্ৰদেশত কংগ্ৰেছ–বিজেপিৰ মাজত তুমুল যুঁজ, ৩২–৩২খন আসনত অগ্ৰগতি
আমাৰ বিষয়ে
আমাক যোগাযোগ কৰক
ব্যক্তিগত নীতি
কুকি পলিচী
চাইট মেপ
NETWORK 18 SITES
News18 India
CricketNext
News18 States
Bangla News
Gujarati News
Urdu News
Marathi News
TopperLearning
Moneycontrol
Firstpost
CompareIndia
History India
MTV India
In.com
Burrp
Clear Study Doubts
CAprep18
Education Franchisee Opportunity
CNN name, logo and all associated elements ® and © 2017 Cable News Network LP, LLLP. A Time Warner Company. All rights reserved. CNN and the CNN logo are registered marks of Cable News Network, LP LLLP, displayed with permission. Use of the CNN name and/or logo on or as part of NEWS18.com does not derogate from the int...
গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি দেখুওৱা এই সহানুভূতিৰ বাবে স্বেচ্ছাসেৱী সংস্থাটোক ভূয়সী প্ৰশংসা কৰিছে অঞ্চলটোৰ ৰাইজে।
উল্লেখযোগ্য যে, স্বেচ্ছাসেৱী সংস্থাটোই বহু বছৰ ধৰি বৃহত্তৰ অঞ্চলটোত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছিল।
এইবাৰ সংস্থাটোই ‘চাইল্ড কেয়াৰ প্ৰজেক্ট’ নামৰ এটি প্ৰকল্প গ্ৰহণ কৰিছিল।
এই প্ৰকল্পৰ অধীনত লুংচুং অঞ্চলৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সংস্থাটোৱে বিনামূলীয়াকৈ ১৪৫ খন কম্বল বিতৰণ কৰে।
সংস্থাটোৰ লুংচুংস্থিত কেন্দ্ৰটোত প্ৰায় তিনি শতাধিক স্থানীয় ৰাইজৰ উপস্থিতিত কম্বল বিতৰণ অনুষ্ঠানটোত উপস্থিত থাকে সঞ্চালক মণি কুমাৰ শ্ৰেষ্ঠা সহ উপদেষ্টা মিন্তু বৰুৱা আৰু প্ৰকল্প পৰিচালক পেৰ’জ ৰাভা।
উল্লেখযোগ্য যে, ২০১২ চনতে সংগঠিত হোৱা “ব্ৰীজ অফ হ’প” নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে জন্মলগ্নৰে পৰা প্ৰতি বছৰেই বৃহত্তৰ অঞ্চলটোৰ শিশু সকলৰ মাজত সংস্থাৰ নিজা পূঁজিৰে ইউনিফ’ৰ্ম, গৰম জেকেট, স্কুল বেগ, কিতাপ, আঁঠুৱা, জোতা আদি বিতৰণ কৰি আহিছে।
এই বছৰৰ কম্বল বিতৰণৰ কাৰ্য্যসূচী গ্ৰহণ কৰা সংস্থাটোৰ প্ৰতিজন কৰ্মকৰ্তাই এই পদক্ষেপৰ জৰিয়তে দৰিদ্ৰ শিশু সকলক সুস্বাস্থ্যৰ অধিকাৰী কৰি অনাগত দিনত প্ৰতিজন শিশুৱেই অঞ্চলটোৰ ভিতৰত একো একো গৰাকী মানব সম্পদ হিচাপে গঢ়লৈ উঠাৰ ক্ষেত্ৰত কিছু পৰিমানে হলেও সহায় কৰিব বুলি আশাবাদী।
Recent News
ভাৰত জোড়ো যাত্ৰাক উদ্দেশ্যি বিজেপি সমৰ্থকৰ ‘মোদী, মোদী’ ধ্বনি: ‘ফ্লাইং কিছ’-এৰে সঁহাৰি ৰাহুল গান্ধীৰ
ছিংগাপুৰত সফলতাৰে সম্পন্ন লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণৰ অস্ত্ৰোপচাৰ: জনালে পুত্ৰ তেজস্বীয়ে
কিম জঙ উনৰ নতুন ফতোৱা; দেশৰ শিশুসকলৰ নাম ৰাখিব লাগিব ‘বোমা’,’বন্দুক’!
অস্কাৰলৈ ৰাজামৌলীৰ ‘আৰআৰআৰ’! ভিজুৱেল ইফেক্ট শাখাত মনোনয়ন?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
কুশল কোঁৱৰ
Born
21 March 1905
Sarupathar, Golaghat, Assam, India