text
stringlengths
0
188k
180 shares
Share 29 Tweet 18
লাচিত বৰফুকন বৰসেনাপতি
82 shares
Share 33 Tweet 21
Dholera: Modi’s Dream Project turns lifeless and barren!
169 shares
Share 68 Tweet 42
অসমৰ বুৰঞ্জী
215 shares
Share 86 Tweet 54
Mahabahu is a collection of premium articles, opinions and writes from the writers all around the world.
Category
Category Select Category Adventure (12) Afghanistan (38) Agriculture (14) Bhupen Hazarika (5) Bishnu Rabha (10) Book (29) Business (56) Celebrity (11) Cinema (10) Climate Change (102) Cultural (52) Culture (18) Dance (2) Drama (9) Economy (76) Entertainment (20) Environment (105) Fashion (5) Finance (32) Folk (7) food ...
কৃষক সভাই অভিযোগ কৰে যে প্ৰতি বছৰে জীয়া ভৰলী নৈৰ গৰাখহনীয়াৰ কবলত পৰি অঞ্চলটোৰ শ-শ পৰিয়াল গৃহহীন, ভূমিহীন হোৱাৰ পাছতো আজিপৰ্য্যন্ত চৰকাৰে সমস্যাটো সমাধানৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই।
প্ৰতিবাদকাৰীসকলে সমস্যাসমূহৰ শীঘ্ৰ সমাধান দাবী কৰিছে।
Recent News
নেটফ্লিক্স ৱেব ছিৰিজ ‘খাকী: দ্য বিহাৰ চেপ্টাৰ’ৰ মূল আধাৰ আই পি এছ বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ
ভুলৱশত: সোমাল পাকিস্তানৰ ভূখণ্ডত: পাকিস্তান সেনাৰ হাতত বন্দী বি.এছ.এফ জোৱান
হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ
মোদী পাছ, নাড্ডা ফেইল! বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ৰাজ্য হিমাচলত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব কোন?
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
আজিৰ শুনানি লৈ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে নতুন নিৰ্দেশনা দিয়ে।
এই নতুন নিৰ্দেশনা মতে, এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক অসম চৰকাৰৰ বিষয়া তথা অধিবক্তা, কেন্দ্ৰীয় চৰকাৰৰ বিষয়া তথা অধিবক্তা, বিভিন্ন সংগঠনৰ নেতৃত্বক কিয় এই পাঁচটা নথি দাবী-আপত্তি পৰ্যায়ত ব্যৱহাৰ কৰিব নালাগে, সেই সম্পৰ্কে অহা ২৬ অক্টোবৰৰ ভিতৰত বিস্তাৰিতভাৱে জনাবলৈ কয়। উক্ত দিনা পাৱাৰ পইণ্ট প্ৰেজেণ্টেইশ্যন (Pow...
ইয়াৰ উপৰি গোচৰৰ প্ৰতিপক্ষ প্ৰতিটো সংগঠনক প্ৰতীক হাজেলাৰ প্ৰতিবেদন আৰু পাৱাৰ পইণ্ট প্ৰেজেণ্টেইশ্যন চাই ইয়াৰ ওপৰত নিজৰ নিজৰ স্থিতি তথা মত শপতনামা আকাৰে অহা ৩০ অক্টোবৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ত দাখিল কৰিবলৈ আহ্বান জনায়।
উল্লেখযোগ্য যে অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই যোৱা ২২ অক্টোবৰত পূৰ্বৰ ১৫বিধ নথিৰ মাজৰে ৫বিধ বৈধ নথি হিচাপে অগ্ৰাহ্য কৰিবলৈ দুখনকৈ গোপন প্ৰতিবেদন আদালতত দাখিল কৰিছিল।
ইফালে উচ্চতম ন্যায়ালয়ৰ সংশ্লিষ্ট বিচাৰপীঠে হাজেলাৰ দ্বিতীয় প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ লগতে প্ৰতিপক্ষ সকলো সংগঠনৰ অধিবক্তাক অহা দুদিনৰ ভিতৰত বিতৰণ কৰিবলৈ আদালতৰ পঞ্জীয়কক নিৰ্দেশনা প্ৰদান কৰিছে।
পাঁচটা লিগেচি নথি কিয় ব্যৱহাৰ কৰিবলৈ দিব লাগে সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ এটৰ্নি জেনেৰেল, ৰাজ্য চৰকাৰৰ অধিবক্তা, আমছু আৰু জমিয়তৰ অসম ৰাজ্যিক সমিতিৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বাল, ছলমান খুৰশ্বিদ, ইন্দিৰা জেইছিংয়ে যুক্তি আগ বঢ়াবলৈ চেষ্টা কৰোতে বিচাৰপীঠখনে অহা ১ নৱেম্বৰত এই বিষয়ত সকলো পক্ষৰে যুক্তি শুনিব বুলি সিদ্ধান্ত...
মন কৰিব লগীয়া যে আজি শুনানিৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিক কঠোৰ বাক্য শুনায় বিচাৰপীঠখনে। ব্যক্তিৰ দৰে নহয়, চৰকাৰৰ দৰে আচৰণ কৰিবলৈ সকীয়াই দিয়ে চৰকাৰ দুখনক।
Recent News
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘লুট গেয়ে’ খ্যাত গায়ক জুবিন; হাস্পাতালত ভৰ্তি
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
অসম প্ৰশাসনীয় প্ৰাধিকাৰী মহাবিদ্যালয়ৰ এক অনুষ্ঠানত বুধবাৰে দুঘণ্টা পলমকৈ উপস্থিত হৈ সাংবাদিকৰ সন্মুখত মুখ্য মন্ত্ৰীয়ে ক্ষমা বিচাৰিব লগা হোৱাটো নিশ্চিতভাৱে অস্বস্তিকৰ কথা। অনুষ্ঠানটো আছিল সাংবাদিকক স্বীকৃতি পত্ৰ বিতৰণৰ।
ৰাজ্যৰ তথ্য আৰু জনসম্পৰ্ক বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাৰ চূড়ান্ত অপেছাদাৰিত্বৰ বাবেই কৰ্মসূত্ৰে খুব ব্যস্ত থকা সাংবাদিকসকলে নষ্ট কৰিব লগা হয় দিনটোৰ দুঘণ্টাকৈ মূল্যৱান কৰ্ম সময়।
‘অনুষ্ঠানটোৰ নিৰ্ধাৰিত সূচী আবেলি ২ বজা বুলি আমাক আমন্ত্ৰণ জনোৱা হৈছিল। আবেলি ২ বজাত অনুষ্ঠানটোত উপস্থিত হ’বলৈ ১.৪৫ত মই তথ্য সঞ্চালকৰ কাৰ্য্যালয়ৰ পৰা ফ’ন পাইছিলো,’ নৰ্থ ইষ্ট নাও-ক জনালে এগৰাকী সাংবাদিকে।
মুখ্য মন্ত্ৰীৰ পৰা পৰিচয় পত্ৰ গ্ৰহণৰ নামত শাৰী পতা আৰু ইমান দীঘলীয়া সময় ধৰি অপেক্ষা কৰোৱাৰ কোনো অৰ্থ নাই বুলিও আনকি একাংশ সাংবাদিকে মন্তব্য কৰিছে। ‘পৰিচয় পত্ৰখনৰ এনে কি বিশেষ বস্তু যে ইয়াক মুখ্য মন্ত্ৰীয়ে বিতৰণ কৰিব লগা হৈছে?’ তেওঁৰ প্ৰশ্ন।
মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী আৰু ৰাজীৱ প্ৰকাশ বৰুৱাই জনা নাছিল নেকি যে অসম বিধান সভাত চাৰিখন কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মুখ্য মন্ত্ৰীৰ মত বিনিময় অনুষ্ঠান আছিল? বৰুৱাই অনুষ্ঠানটোৰ সূচী দুঘণ্টা পিছুওৱা হৈছে বুলি সাংবাদিকসকলক জনাব (এছ এম এছ/ ৱাটচ এপ বা ই-মে’ইলৰ জৰিয়তে) পাৰিলেহেঁতেন।
চৰফৰাজ খান নামৰ এগৰাকী সাংবাদিকৰ অভিযোগ চৰকাৰৰ বাবে আৰু অধিক অস্বস্তিকৰ। ‘ৰাজীৱ প্ৰকাশ বৰুৱাই পৰিচয় পত্ৰখন ল’বৰ বাবে মোক পত্ৰযোগে নিমন্ত্ৰণ কৰিছিল। কিন্তু মই নাপালো,’ খানে জনায়।
পৰিচয় পত্ৰ নোপোৱা সাংবাদিকগৰাকীয়ে লগতে জনাই যে এই সন্দৰ্ভত আনকি একো কাৰণো দৰ্শাব পৰা নাই বৰুৱাই। ‘মোৰ কাৰ্ডখন ল’বলৈ অনুষ্ঠানটোলৈ আহিবলৈ বৰুৱাৰ কাৰ্য্যালয়ৰ পৰা মই কেইবাবাৰো ফ’ন পাইছিলো। এতিয়া গম পালো যে মোৰ কাৰ্ডখন হেৰাইছে,’ জনালে খানে।
বৰুৱা অসম অসামৰিক সেৱাৰ বিষয়া আৰু ৩০ ছেপ্তেম্বৰত তেওঁ অৱসৰ লোৱাৰ কথা। কাৰ্য্যকাল বৃদ্ধিৰ বাবে কৰা বৰুৱাৰ আবেদন এতিয়াও শূন্যত ওলমি আছে।
কিন্তু সোণোৱালৰ প্ৰতিশ্ৰুতি সত্বেও নতুন বিজ্ঞাপন নীতি আৰু ডিজিটেল তথ্য সঞ্চালকালয়ৰ ৰূপ দিয়াত পুতৌজনকভাৱে ব্যৰ্থ হৈছে বৰুৱা।
Recent News
সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’
চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ
যোগীৰ দুই সতীৰ্থলৈ মুখ্যমন্ত্ৰীত্বৰ টোপ অখিলেশৰ; গাদী যাব নেকি যোগীৰ?
কুখ্যাত অপৰাধী হৰপ্ৰীত সিঙক দিল্লী বিমান বন্দৰত আটক
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
সিদিনা সোনকালে ভাত-পানী খুৱাই আমাক শুৱাই দিয়া হয়৷ পিছনিশা কেতিয়াবা হঠাতে সাৰ পাই যাওঁ৷ কাণত পৰেহি ৰোজা ৰাখিবলৈ আহ্বান জনাই ডেকাসকলে আলিবাটেৰে সুৰ লগাই গাই যোৱা জিকিৰ, গজল ইত্যাদি৷ শব্দবোৰ দূৰৰ পৰা ক্রমাৎ ওচৰ চাপি আহে, আকৌ দূৰলৈ আঁতৰি যায়৷ সিফালে পাকঘৰত চেহৰীৰ বাবে কুৰুং-কাৰাং শুনো৷ আকৌ শুই পৰোঁ৷
ৰাতিপুৱা সাৰ পাই প্ৰথম চকু মেলোঁতে পৰিৱেশটো কিবা আখজা আখজা লাগে৷ বিছনাখন বা পৰিৱেশ সলনিৰ বাবে বেলেগ ধৰণৰ অনুভূতি এটা জাগে৷ উঠি আহি মুখ ধুই কিবা অলপ পেটত পৰিলেই পিটপিটাই ফুৰা কামটো আৰম্ভ হৈ যায়৷ পূৰ্বতে কোনফালে কি আছিল, নতুন কি কি হ’ল… পৰিদৰ্শন কাৰ্য নিৰ্বিবাদে চলিব ধৰে৷ দিনকেইটা দীঘলীয়া হ’লে আনন্দৰ প্ৰকোপ চৰে৷ পুখুৰীৰ ...
আমি যোৱা বুলি গম পাই স্থানীয় কাণ-সমনীয়াবোৰ হাজিৰ হয়হি৷ সেই পালৰ সৈতে ভঁৰালৰ আগত বা সৰু ককাদেউতাহঁতৰ চোতালত মাৰ্বল, পিছফালে কঠীয়াতলীত ফুটবল খেলোঁ৷ আমৰ দিনত আম, লেচু, মধুৰি, ভীমকল, কথবেল, বগৰীৰ দিনত বগৰী আদিকে ধৰি ঘৰৰ গছপকা ফল এফালৰ পৰা তহিলং কৰি ফুৰোঁ৷ ৰাস্তাৰ দাঁতিৰ গছত বাদুলি ওলোমা দিওঁ৷ ঘৰৰ আগেৰে বৈ যোৱা দিজৈখনাত নাম...
ঈদ বুলি আমাৰ ককাদেউতাই বাৰীৰ নাৰিকল কেইযোৰমান পাৰে৷ নাৰিকলৰ পানী খাবলৈ আমাৰ মাজত হেতা-ওপৰা লাগে৷ শীতকাল হ’লে বাঁহৰ মুঢ়া কিছুমান আগতীয়াকৈ গোটাই ৰাখে৷ গধূলি পাকঘৰৰ সিফালৰ এমূৰীয়া কোঠাটোত জুই ধৰে৷ গাঁৱৰ বুঢ়া-মেথাসকল আহে৷ কথাৰ মহলা মাৰে৷ বয়োজ্যেষ্ঠৰ আড্ডাত আমিও বহাৰ বিৰল সুযোগ পাওঁ৷ ধোঁৱাই চকুত ধৰিলে লাহেকৈ উঠি যাওঁ৷
আইতাই কৰাইগুড়ি, পিঠাগুড়ি খুন্দে৷ পাৰোঁ-নোৱাৰোঁ আমিও লগতে দুই-এচাব ঢেঁকী দি চাওঁ৷ বেঞ্চ এখনৰ এমূৰে ডিফুৰ পৰাই লৈ যোৱা মেছিনটো লগাই পেহীহঁতে ছেৱৈ পেৰে৷ মায়ে শিকাই দিয়ে৷ ৰ’দ পৰি থকা তাঁৰকেইডালত কেঁচা ছেৱৈবোৰ মেলে৷ তলত খবৰ কাগজ পাৰি দিয়ে৷ হেণ্ডেলডালত ধৰি কোনোবা এজনীয়ে ঘূৰাই থাকে, আন এজনীয়ে খচি লোৱা ময়দাৰ বলবোৰ হাতৰ বুঢ়া আঙ...
ঈদৰ আগ-সন্ধিয়া কাপোৰ ইস্ত্ৰি কৰাৰ পাল সৰু দদাইদেউৰ৷ পকা অঙঠা ভৰাই জোকাৰি জোকাৰি ইস্ত্ৰিটো তেওঁ গৰম কৰে৷ তাৰ আগেয়ে গাঁৱৰ কোন ঘৰে নিছিল সেইঘৰৰ পৰা ইস্ত্ৰিটো বিচাৰি আনেগৈ৷ ঈদৰ আগদিনা ইস্ত্ৰিটোৰো তত নথকা হয়৷ টেবুল লেম্পটোৰ ফিটাডাল ভালকৈ বঢ়াই দি ভাতখোৱা টেবুলখনতে দদাইদেৱে ঘৰৰ আটাইৰে পায়জামা-পাঞ্জাৱীবোৰ ইস্ত্ৰি কৰি কৰি ভাঁজ ...
ঈদৰ পুৱা ঘৰখনত বেছ খদমদম লাগে৷ সোনকালে উঠিব লাগে৷ ডাঙৰবোৰে দাড়ি খুৰায়৷ কোনো কোনোৱে নখ কাটে৷ গা-পা ধুই পৰিষ্কাৰ সাজ পিন্ধি, গাত আঁতৰ সানি সকলোটি ওলায়৷ তাৰ মাজৰে পলম কৰি থকাকেইটাই গালি খায় আৰু সিয়ে পিছলৈ আমাৰ বাবে ৰগৰৰ বিষয় হৈ পৰে৷ একেলগে আহাৰ খোৱা, ডাঙৰক মান্যানুসাৰে সেৱা কৰা, ঈদ বুলি বিভিন্নজনে মৰমতে আমাৰ হাতত গুজি দিয়...
এটা সময়ত ডাঙৰবোৰৰ লগতে আমিও তেতিয়াৰ সেই সৰু মছজিদটোত প্ৰৱেশ কৰোঁগৈ৷ মায়ে দি পঠোৱা পইচাকেইটা বিভিন্ন শিতানত মুক্তহস্তে দি দিওঁ৷ কাবা শ্বৰীফৰ ফালে মুখ কৰি ইমামৰ পিছত শাৰী পাতি থিয় হওঁ৷ ডাঙৰক অনুসৰণ কৰি পৱিত্ৰ ঈদৰ নামাজ দুই ৰাকাত আদায় কৰোঁ৷
← এটা টেলিফ’নৰ কথাৰে (নীলোৎপল শৰ্মা)
প্ৰতিশ্ৰুতিৰ দেশ (Promise land) ইজৰাইল, আৰব, হামাচ ইত্যাদি আৰু এটি প্ৰেম কাহিনী (ধনজিৎ কলিতা) →
You May Also Like
গুপ্তকাশীৰ পৰা কাশীলৈ– ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ বৰ্ণিল অনুভৱ (প্ৰত্যাশা বৰঠাকুৰ)
August 14, 2013 0
সাহিত্য, সাহিত্যিক আৰু বিচাৰক – গীতালি দাস
May 17, 2020 0
মাত্ৰ ১৪ ছেকেণ্ডৰ এই মানৱ ইতিহাস –প্ৰাঞ্জল তালুকদাৰ
December 16, 2020 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ