text stringlengths 0 188k |
|---|
শ্ৰব্য-নাট |
শিশু-শিতান |
ৱিকিপিডিয়া বাৰ্তা |
ভাল খবৰ |
সৰিয়হ ফুল |
শিল্প-ভাস্কৰ্য্য |
শিতানত লেখাৰ সংখ্যা |
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)... |
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved. |
Theme: ColorMag by ThemeGrill. Powered by WordPress. |
Copying is Prohibited! |
wpDiscuz |
Insert |
সাহিত্য ডট অৰ্গ |
দায়লুপ্তি |
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷ |
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>ছাৰ পিটাৰ জন ৰেটক্লিফ (জন্ম: ১৪ মে' ১৯৫৪[1]) এগৰাকী ব্ৰিটিছ চিকিৎসক আৰু কোষ আণৱিক জীৱবিজ্ঞানী। বৰ্তমান তেওঁ অক্সফোৰ্ডৰ জন ৰেডক্লিফ হস্পিটেলত চিকিৎসক হিচাপে কৰ্মৰত। তেওঁ ২০০৪ চনৰ পৰা ২০... |
পিটাৰ জন ৰেটক্লিফ |
জন্ম |
১৪ মে', ১৯৫৪ (৬৮ বছৰ) |
মৰেকেম্বে, লেন্সশ্বাযাৰ, যুক্তৰাজ্য |
ক্ষেত্ৰ |
কোষ আৰু আণৱিক জীৱবিজ্ঞান |
কৰ্মস্থান |
ফ্ৰান্সিছ ক্ৰিক ইনষ্টিটিউট |
অক্সফোৰ্ড বিশ্ববিদ্যালয় |
শিক্ষানুষ্ঠান |
গনেভিল এণ্ড কেইউছ কলেজ, কেম্ব্ৰিজ |
জনা যায় |
অক্সিজেনৰ অভাৱত কোষত ঘটা ৰাসায়নিক বিক্ৰিয়াৰ অধ্যয়ন |
উল্লেখনীয় বঁটা |
বেলি প্ৰাইজ (২০১১) |
ৱিলি প্ৰাইজ (২০১৪) |
চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা (২০১৬) |
মাছৰী প্ৰাইজ (২০১৮) |
চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা (২০১৯) |
তেওঁ হাইপ'ক্সিয়া বা অক্সিজেনৰ অভাৱত কোষত ঘটা বিক্ৰিয়া সমূহৰ অধ্যয়নৰ বাবে বিখ্যাত। ইয়াৰ বাবে তেওঁ উইলিয়াম কেলিন জুনিয়ৰ আৰু গ্ৰেগ লিয়নাৰ্ড চেমেনজাৰ সৈতে "অক্সিজেনৰ উপলব্ধতাৰ ওপৰত কোষ সমূহে কেনেকৈ সংবেদন লাভ কৰে আৰু নিজকে সেই পৰিৱেশৰ উপযোগী কৰি লয় আৱিষ্কাৰ"ৰ বাবে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[4] |
সূচী |
1 প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা |
2 কৰ্মজীৱন |
3 বঁটা আৰু সন্মান |
4 তথ্য উৎস |
5 বাহ্যিক সংযোগ |
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষাসম্পাদনা কৰক |
১৯৫৪ চনৰ ১৪ মে' তাৰিখে যুক্তৰাজ্যৰ মৰেকেম্বে, লেন্সশ্বাযাৰত পিটাৰ জন ৰেটক্লিফৰ জন্ম হৈছিল। তাৰপিছত তেওঁ ল'ৰাৰ লেনচেষ্টাৰ ৰয়েল গ্লোৱেল গ্ৰামাৰ স্কুলত শিক্ষা গ্ৰহণ কৰে। তেওঁ ১৯৭২ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত গনেভিল এণ্ড কেইউছ কলেজ, কেম্ব্ৰিজত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ জলপানি লাভ কৰে। তাৰপিছত তেওঁ লণ্ডন... |
১৯৮৯ চনত তেওঁ ৱেলকাম ট্ৰাষ্টৰ চিনিয়ৰ ফেল'শ্বিপ লাভ কৰি নিজৰ ক্ষেত্ৰ সলনি কৰি এক ননতুন পৰীক্ষাগাৰ স্থাপন কৰে। ইয়াত তেওঁ কোষৰ অক্সিজেন সংবেদনশীলতাৰ পথৰ ওপৰত গৱেষণা আৰম্ভ কৰে।[5] |
কৰ্মজীৱনসম্পাদনা কৰক |
১৯৮০ৰ দশকত গৱেষক সকলে হাইপ'ক্সিয়া হ'লে কোষীয় মৌলিক পৰিঘটনা সমূহৰ বিষয়ে অজ্ঞাত আছিল। ১৯৮৯ চনত এই ধাৰণা সলনি হ'ল। সেইসময়ত ডাঃ ৰেটক্লিফে লোহিত ৰক্ত কণিকাৰ উৎপাদন নিয়ন্ত্ৰণ কৰা ইৰিথ্ৰ'প্ৰটিন নামৰ হৰমনৰ ওপৰত গৱেষণা কৰিবলৈ পৰীক্ষাগাৰ স্থাপন কৰিছিল। ইয়াৰ লগতে এই হৰমনে অক্সিজেনৰ অনুপস্থিতিত বৃক্কৰ কোষক উত্তেজিত কৰে। |
ৰেটক্লিফৰ গোটে আৱিষ্কাৰ কৰিলে যে বৃক্কৰ কোষবিলাকৰ বাহিৰেও আন আন কোষ সমূহেও হাইপ'ক্সিয়াৰ সময়ত বিশেষ আচৰণ কৰে। বহুতো মানুহ আৰু আন জীৱৰ বহুতো কোষৰ ধৰণে অক্সিজেনৰ অভাৱত ইৰিথ্ৰ'প্ৰটিন তো অন্যান্য জিনক সক্ৰিয় কৰে। ইয়াৰ ফলত ডাঃ ৰেটক্লিফ আৰু তেওঁৰ দলে অক্সিজেনৰ প্ৰতি সংবেদনশীল কোষৰ আণৱিক প্ৰক্ৰিয়াৰ শাৰীক চিনাক্ত কৰে। এই এ... |
বঁটা আৰু সন্মানসম্পাদনা কৰক |
ৰেটক্লিফে তেওঁৰ গৱেষণাৰ বাবে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হল |
দা মিলনে-মিউৰেক ফাউণ্ডেচন বঁটা, ১৯৯১ |
গ্ৰাহাম বুল বঁটা, ১৯৯৮ |
দা ইণ্টাৰনেচেনেল ছ'চাইটি ফৰ ব্লাড পিউৰিফিকেচন বঁটা, ২০০২ |
একাডেমী অফ মেডিকেল চাইন্সছৰ ফেল', |
২০০২ |
ৰয়েল ছ'চাইটিৰ ফেল' (২০০৬) |
এন ই.এম.বি.অ' ফেল'শ্বিপ, ২০০৬ |
আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্সৰ সন্মানীয় বিদেশী সদস্যপদ, ২০০৭ |
লুইছ জিনটেট প্ৰাইজ ফৰ মেডিচিন, ২০০৯[6][7] |
কানাডা গ্ৰেইডনাৰ ইণ্টাৰনেছনেল বঁটা, ২০১০[5] |
২৪তম বাৰ্ষিক হৃদযন্ত্ৰৰ ওপৰত গৱেষণাৰ ৰবাৰ্ট জে. এণ্ড ক্লেৰী পাছাৰৌ ফাউণ্ডেচন বঁটা, |
২০১১ |
বেলি মেডেল, ৰয়েল কলেজ অফ ফিজিছিয়ান, ২০১১ |
বাৰ্ষিক ৰিভিউ বঁটা, ফিজিঅ'লজিকেল ছ'চাইটি, ২০১৩ |
ৱিলি প্ৰাইজ, ২০১৪ |
চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা, ২০১৬ |
মাছৰী প্ৰাইজ, ২০১৮[8] |
চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, ২০১৯ |
২০১৪ চনত ক্লিনিকেল মেডিচিনত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে নাইট উপাধি প্ৰদান কৰা হৈছিল। |
তথ্য উৎসসম্পাদনা কৰক |
↑ (en ভাষাত) Ratcliffe, Sir Peter (John) | WHO'S WHO & WHO WAS WHO. doi:10.1093/ww/9780199540884.013.43812. https://doi.org/10.1093/ww/9780199540884.013.43812. |
↑ "Peter Ratcliffe | The Francis Crick Institute". The Francis Crick Institute. https://www.crick.ac.uk/research/a-z-researchers/researchers-p-s/peter-ratcliffe/। আহৰণ কৰা হৈছে: 2018-01-03. |
↑ Crick Website |
↑ "The Nobel Prize in Physiology or Medicine 2019" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/medicine/2019/summary/। আহৰণ কৰা হৈছে: 2019-10-07. |
↑ 5.0 5.1 5.2 "Peter J. Ratcliffe". Gairdner. http://www.gairdner.org/content/peter-j-ratcliffe। আহৰণ কৰা হৈছে: 2014-01-02. |
↑ "Wellcome Trust | Wellcome Trust". Wellcome.ac.uk. 2009-03-26. http://www.wellcome.ac.uk/News/2009/News/WTX053976.htm। আহৰণ কৰা হৈছে: 2014-01-02. |
↑ "Nuffield Department of Medicine - Prof Peter J Ratcliffe FRS". Ndm.ox.ac.uk. http://www.ndm.ox.ac.uk/principal-investigators/researcher/peter-ratcliffe। আহৰণ কৰা হৈছে: 2014-01-02. |
↑ "Massry Prize 2018 – Keck School of Medicine of USC". https://keck.usc.edu/events/massry-prize-2018/। আহৰণ কৰা হৈছে: 8 October 2019.<eot>১৯৭৬ চনৰ জুন মাহৰ কোনোবা এটা দিনত চানমাৰিত থকা আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ গেইটখনৰ ভিতৰত সোমাই কৃষ্ণচূড়া আৰু ৰাধাচূড়া ফুলৰ দুটা লানিয়ে আৱৰি থকা দীঘলীয়া বাটটোৰে সোমাই গৈছিলোঁ। মোৰ হা... |
দীঘলীয়া বাটটি শেষ কৰি গছ গছনিৰে ভৰা টিলা এটাৰ আহল–বহল; কিছু অঁকোৱা পকোৱা পকাৰ খটখটিৰে উঠি গৈ ধুনীয়া দুমহলীয়া আকাশবাণীৰ অফিচত সোমাইছিলোঁ। সেইবছৰ আমি এদল প্ৰথমবাৰৰ বাবে পোনপটীয়াকৈ নিযুক্তি পোৱা ট্ৰেন্সমিচন এক্সিকিউটিভ বা সহজতে ডিউটি অফিচাৰ বোলা চাকৰিয়াল আকাশবাণীত সোমাইছিলোঁ। কমল শৰ্মা (প্ৰয়াত), মনোৰঞ্জন দাস, সুভাষ ডেকা (... |
আকাশবাণী গুৱাহাটীত যোগ দি চিনাকি কণ্ঠৰ মানুহবোৰ চাৰিওকাষে দেখি কি যে ভাল লাগিছিল! আমাৰ কৰ্মস্থলী আছিল ডিউটি ৰূম, তাৰ কাষতেই বিভিন্ন ষ্টুডিঅ’ কক্ষ, ৰেকৰ্ডিং ৰূম, ডাবিং ৰূম, নিউজ ৰূম আদি। সকলো আহে ডিউটি ৰূমলৈ তেখেতসকলৰ অনুষ্ঠানসমূহৰ ৰেকৰ্ডিং জমা দিবলৈ বা শিল্পীসকলৰ মাননি দিবলৈ। আমিও যাব লাগে সকলোৰে ওচৰলৈ, একোটা ট্ৰেন্সমি... |
অকল জানো তেওঁলোক! পুৰুষোত্তম দাস, নিৰ্মল দত্ত, অৰুণ শৰ্মাৰ দৰে ব্যক্তিসকল যে আকাশবাণী গুৱাহাটীৰ ধৰণী ধৰোঁতা সেয়া গম পাইছিলো। মই যোগ দিয়াৰ পৰত অৱনী দাস, তাৰ পিছতে বীৰেন্দ্ৰ কুমাৰ ফুকন আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰ সঞ্চালক (Station Director) আছিল। উবেইদুল লতিফ বৰুৱা, যাক সকলোৱে ইউ এল বৰুৱা বুলিয়েই উল্লেখ কৰিছিল; যিজন পিছলৈ ... |
আমাৰ আকাশবাণীৰ লগত সম্পৰ্ক বিবিধ ভাৰতী আৰু বিনাকা গীতমালাৰ দিনৰ পৰা। আকাশবাণী গুৱাহাটীনো কেতিয়াৰ পৰা শুনিবলৈ লৈছিলোঁ, সঠিককৈ ক’ব নোৱাৰিম। হয়তো দেউতাই ৰাতিপুৱা–গধূলি বাতৰি শুনাৰ পৰা। তেতিয়া “আকাচবাণী”, অৰ্থাৎ হিন্দী ভাষা বা সংস্কৃত তথা অসমৰ বাহিৰৰ প্ৰায়বোৰ ভাষাত ‘আকাশ’ৰ যেনে উচ্চাৰণ হয়, তেনেদৰে। কোৱা শুনিছিলো, সেইটো এটা... |
লাহে লাহে আকাশবাণী গুৱাহাটী আমাৰ জীৱনৰ অংশ হৈ পৰিছিল। দেওবাৰৰ ৰাতিপুৱা অকণিৰ মেল, শনিবাৰে চেমনীয়াৰ মেল, সপ্তাহত দুদিন আইদেউৰ বুলনি হ’লেও দেওবাৰৰ আইদেউৰ বুলনি আমাৰ বাবে অপৰিহাৰ্য হৈছিল নাটকৰ বাবে; তাৰ লগতে বুধবৰীয়া নিশাৰ নাটক, ৰাতিপুৱা গীতিমালিকা, বিশেষ গীতৰ অনুষ্ঠান সুৰৰ শৰাই। খুব সম্ভৱ আকাশবাণী গুৱাহাটীৰ এই বিস্তাৰ আৰ... |
নতুনকৈ আৰম্ভ কৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চালে চকু ৰোৱা শীত–তাপ নিয়ন্ত্ৰিত ষ্টুডিঅ’, ৰেকৰ্ডিং ৰূম, আলহী–অতিথি বহা ঠাইৰ আৰামদায়ক চোফাচেট, বেৰত আঁৰি থোৱা সুন্দৰ সুন্দৰ ছবিবোৰৰ সৈতে আকষৰ্ণীয় ভিতৰ ভাগ চাবলৈ প্ৰায় সদায়েই বহুলোক আহিছিল। সেই সময়ত অকণিৰ মেল অনুষ্ঠানটো লাইভ হৈছিল আৰু অভিভাৱকসকলে তেওঁলোকৰ কণমানিহঁতক লৈ ষ্টুডিঅ... |
১৯৭৬ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত আমি যোগ দিয়াৰ পৰত দেশত অভ্যন্তৰীণ জৰুৰী অৱস্থা চলি আছিল। চৰকাৰৰ প্ৰচাৰ বিভাগৰ অধীনত থাকি আকাশবাণী গুৱাহাটীয়ে চৰকাৰৰ মুখপত্ৰ হৈ কাম কৰিলেও, সেইখিনি সময়ত কেন্দ্ৰটিৰ অসমীয়া ভাষা–সাহিত্য–সংস্কৃতিৰ প্ৰতি অৱদানত বাধা অহা নাছিল। দৈনিক দুঘণ্টাকৈ ব্ৰডকাষ্ট হোৱা যুৱবাণী অনুষ্ঠানটোৰ যোগেদি এচাম... |
অন্যান্য শিতান |
অসমীয়া লিখন সঁজুলি |
সাহিত্যৰ এপ |
দেশে-বিদেশে |
গ্ৰন্থ আলোচনা |
আখল |
বোলছবি |
ক্ৰীড়া |
অনুভৱ |
স্বাস্থ্যকথা |
অনুবাদ |
সম্পাদকলৈ চিঠি |
প্ৰাক্তন সম্পাদকসকল |
সম্পাদনা সমিতি |
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.