text
stringlengths
0
188k
নিহত প্ৰাণজিত দাসৰ মৃতদেহ সম্প্ৰতি শিমলা আৰক্ষীৰ জিম্মাত আছে।
Recent News
পুনৰ ফিল্ডত নামিছে সাংসদ বদৰুদ্দিন আজমল! সাম্প্ৰদায়িক মন্তব্যৰে এইবাৰ কি লক্ষ্য মৌলানাৰ?
FIFA World Cup 2022: বিশ্বকাপ ফুটবলত এছিয়াৰ জয়জয়কাৰ! পৰ্তুগালক পৰাস্ত কৰি নকআউটত দক্ষিণ কোৰিয়া
FIFA World Cup 2022: বিশ্বকাপ ফুটবলত বৃহৎ অঘটন! ব্ৰাজিলক পৰাস্ত কৰি ইতিহাস গঢ়িলে কেমেৰুনে
ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ই...
ৰোগৰ সংজ্ঞা দিয়াৰ আগেয়ে আমি স্বাস্থ্যৰ সংজ্ঞালৈ চোৱা উচিত হ’ব। আমি সৰুকালি পঢ়া মনত আছে: ‘শৰীৰৰ নিৰোগী অৱস্থাকে স্বাস্থ্য বোলে’। কিন্তু নিৰোগী অৱস্থাৰ সংজ্ঞা কি হ’ব? সেয়া সৰুকালি পঢ়া কিতাপত কৈ দিয়া হোৱা নাছিল। বিশ্ব স্বাস্থ্য সংস্থাই (WHO) ১৯৪৬ চনত আগবঢ়োৱা মতে স্বাস্থ্যৰ সংজ্ঞা হৈছে: “a state of complete physical...
এইবাৰ আমি আহো ৰোগৰ সংজ্ঞালৈ। আচৰিত ধৰণে বিশ্ব স্বাস্থ্য সংস্থাই ৰোগৰ কোনো ব্যাপক সংজ্ঞা দিয়া নাই। (অৱশ্যে লেখকৰ দৃষ্টিগত নোহোৱাকৈ ক’ৰবাত সোমাই থাকিবও পাৰে, সদাশয় ব্যক্তিয়ে আঙুলিয়াই দিলে মই আনন্দিত হ’ম।) কিন্তু চিকিৎসা-বিজ্ঞানৰ অভিধানত দিয়া অনুসৰি ৰোগৰ সংজ্ঞা হৈছে: A disease is an abnormal condition affecting the b...
অকণমান গভীৰলৈ গ’লেই এই সংজ্ঞাৰ সীমাবদ্ধতা দেখিবলৈ পোৱা যায়। যেনে বৃদ্ধকালীন অৱস্থাত আহি পৰা বিভিন্ন সমস্যা, যিবোৰ হয়তো সেই বয়সত হোৱা ‘সামান্য’ পৰিৱৰ্তন, কিন্তু সেইবোৰেও ব্যক্তিগৰাকীক অসুবিধাত পেলায়। কিন্তু এই অৱস্থাটোক ৰোগ বুলিব নোৱাৰি। আমি নিৰ্দ্বিধাই মানি ল’ব পাৰোঁ যে বৃদ্ধাৱস্থাক এটা ৰোগ বোলাও সমীচিন নহ’ব। কিন্ত...
আকৌ এনে কিছুমান অসুবিধা আছে যিবোৰে হয়তো দেহৰ কাৰ্য্যপ্ৰণালীৰ তেনে কোনো প্ৰভাৱ নেপেলায়, কিন্তু ভূগি থকা ব্যক্তিৰ জীৱনত সি প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে চুলি নোহোৱা হোৱাটোলৈ আঙুলিয়াব পাৰোঁ। পুৰুষৰ ক্ষেত্ৰত সেইটো প্ৰায়েই কোনো ৰোগ বুলি ধৰা নহয়, কিন্তু মহিলাৰ ক্ষেত্ৰত? বা ধৰা হওঁক কোনো এজন ব্যক্তিয়ে নিজৰ খোনা অৱস্থাৰ ...
ৰোগৰ সংজ্ঞাত এই ধৰণৰ ওভোটা যুক্তিবোৰে তৰ্কক আগবঢ়াই নিয়ে যদিও বহুতে ইয়াক অদৰকাৰী বুলিও ক’ব খোজে। তেওঁলোকৰ মতে কিছুমান অসুবিধা আচলতে ৰোগ নহয়, সৌন্দৰ্য্য বিষয়ক বা সামাজিক সমস্যাহে (ওপৰত উল্লেখিত প্ৰথম আৰু দ্বিতীয় উদাহৰণ দুটা)। তেওঁলোকৰ মত মানি লোৱাত কোনো অসুবিধা নাই, কিন্তু সেইখিনিতে এৰি দিয়াত অসুবিধা আছে।
সৌন্দৰ্য্য বিষয়ক বা সামাজিক যিয়েই নহওঁক কিয়, ভূগি থকা অসুবিধাৰ বাবে ব্যক্তিজনে সহায় বিচাৰিব আৰু দেহ বিষয়ক সমস্যাৰ বাবে তেখেত কোনো এজন চিকিৎসকৰ ওচৰলৈ আহিব। কিন্তু চিকিৎসক এজনে ‘সঁচাসচি’ ৰোগ এবিধক যিমান গুৰত্ব দিব, অন্যান্য সমস্যাক সিমান গুৰুত্ব দিব জানো? তাতকৈ ডাঙৰ প্ৰশ্নটো হ’ল, ‘ৰোগ নোহোৱা’ ৰোগৰ চিকিৎসা কৰিবলৈ তেও...
চিকিৎসক এজনৰ বাবে ৰোগৰ সংজ্ঞা কি? চিকিৎসকৰ বাবে ৰোগৰ আচল অৰ্থ হৈছে ব্যক্তিজনে ভূগি থকা অসুবিধা বিলাকৰ আঁৰৰ কাৰণটো। উদাহৰণ এটা ললে বুজিবলৈ সহজ হ’ব। এগৰাকী বিছ বছৰীয়া যুৱক আজি তিনিদিনৰপৰা জ্বৰত ভূগিছে, মাজে মাজে জ্বৰ উঠে, এঘণ্টামান পাছত কঁপি কঁপি নোহোৱা হৈ যায়। ইয়াৰ বাহিৰেও তেখেতৰ খোৱা-বোৱাত ৰুচি নোহোৱা হৈছে, তেখেতৰ ম...
এতিয়া চোৱা যাওঁক, ‘চিকিৎসকজনৰ মতে ৰোগ’ আৰু ‘ৰোগীৰ মতে ৰোগ’ একেই নে বেলেগ বেলেগ। চিকিৎসকজনৰ বাবে ৰোগবিধ হৈছে মেলেৰিয়া, কাৰণ তেখেতৰ বাবে ৰোগ হৈছে মানুহজনে ভূগি থকা অসুবিধা খিনি বাখ্যা কৰিব পৰা এটা কাৰণ। কিন্তু ভুক্তভোগীয়ে জোৰ দিয়ে তেখেতে ভূগি থকা অসুবিধাৰ ওপৰত। গতিকে ৰোগী যুৱকজনৰ বাবে সেয়া মেলেৰিয়া নে টাইফয়ড সেইটো...
ৰোগীৰ আৰু চিকিৎসকৰ মাজত ৰোগ সম্বন্ধে থকা ধাৰণাৰ পাৰ্থক্য্‌ই প্ৰায়েই দুয়ো পক্ষৰ মাজত সংঘাতৰ (conflict) সৃষ্টি কৰে। ওপৰৰ উদাহৰণটোলৈ আকৌ আহিছোঁ, চিকিৎসকে মেলেৰিয়াৰ বাবে ঔষধ দিলে, কিন্তু ঔষধে কাম কৰি ৰোগ দূৰ কৰোঁতে কিছুদিন সময় ল’ব। এইখিনি সময়ত ৰোগীৰ জ্বৰ আৰু অন্যান্য অসুবিধাখিনি কম-বেছি পৰিমাণে থাকিবই। সেয়ে ৰোগীয়ে ক...
মেলেৰিয়া আদিৰ দৰে ৰোগৰ ক্ষেত্ৰত সাধাৰণতে ৰোগী আৰু চিকিৎসকৰ মাজত চিন্তাৰ বেছি প্ৰভেদ নাথাকে, কাৰণ মেলেৰিয়া সাধাৰণতে সহজেই সম্পূৰ্ণৰূপে চিকিৎসা কৰিব পাৰি। আৰু মানুহেও দেখি-শুনি জনা হৈ গৈছে মেলেৰিয়া কিমান দিনলৈ থাকে, ঔষধে কিমান দিন মানত কাম কৰে ইত্যাদি। কিন্তু আন বহুতো ৰোগ য’ত সাধাৰণ মানুহৰ বেছি জ্ঞান নাই, তেনে ৰোগৰ ক্...
উদাহৰণ স্বৰূপে, ডায়েবেটিছ ৰোগৰ নিৰ্মূলকাৰী চিকিৎসা এতিয়ালৈ ওলোৱা নাই। কাৰণ এই ৰোগত ইনছুলিন ক্ষৰণ কৰা গ্ৰন্থিয়ে সঠিক ভাৱে কাম নকৰে। সেয়ে এই ৰোগৰ মূল কাৰণৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। এনে ৰোগৰ ক্ষেত্ৰত চিকিৎসকৰ প্ৰধান দায়িত্ব হৈছে, এই ৰোগৰপৰা হোৱা লক্ষণসমূহ আঁতৰোৱাৰ লগতে ভৱিষ্যতলৈ সৃষ্টি হ’ব পৰা জটিলতাবোৰ বিদূৰত ৰখা। ...
ৰোগ মানে কি সেইটো বিষয়ত চিকিৎসক আৰু ৰোগীয়ে পোষণ কৰা ধাৰণা একে নহয় বাবেই এই অসুবিধাবোৰ আহি পৰে।
লক্ষণীয় যে চিকিৎসা বিজ্ঞানত ইয়াক লৈ বৰ্তমান চিন্তা-চৰ্চা আৰম্ভ হৈছে। নিদান-সৰ্বস্ব চিকিৎসা (diagnosis oriented treatment) পদ্ধতিক বহুতে সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। এই অসুবিধা বিলাকৰ অধ্যয়ন কৰি ‘মনোদৈহিক ৰোগ বিজ্ঞানে’ (psychosomatic medicine) বিভিন্ন দিশৰপৰা ৰোগ সম্বন্ধে চিন্তা চৰ্চা আৰম্ভ কৰিছে।
এই বিজ্ঞানৰ মতে ৰোগ, আচলতে তিনিটা ভিন্ন উপাদানৰ সংমিশ্ৰণ:
১. ৰোগৰ জৈৱিক কাৰণ (disease): ৰোগৰ মূল কাৰণ আৰু ৰোগে দেহত কৰা ক্ষয়-ক্ষতি।
২. ৰোগীয়ে ভুগিব লগীয়া অসুবিধা সমূহ (illness): ৰোগ বিধে ৰোগীৰ জীৱনত অনা অসুবিধা সমূহ, দৈহিক আৰু মানসিক দুয়োটাই।
৩. সমাজে ৰোগীৰ প্ৰতি লোৱা স্থিতি (sickness): প্ৰতিটো ৰোগৰ লগতে এটা সামাজিক উপাদানো থাকে। ৰোগীয়ে কি কৰিব, কি নকৰিব, কি খাব-নাখাব, কামত যাব নে নাই ইত্যাদি সমাজেই নিৰ্ধাৰণ কৰি দিয়ে। ব্যক্তিভেদে, পৰম্পৰাভেদে ৰোগৰ লগত জড়িত সামাজিক উপাদান সমূহৰ তাৰতম্য ঘটে।
ৰোগীৰ চিকিৎসাই এই তিনিওটা উপাদানতে গুৰুত্ব দিয়াটো বাঞ্চনীয়। অকল ৰোগৰ জৈৱিক কাৰণৰ চিকিৎসা কৰি থ’লেই নহ’ব , ৰোগীয়ে ভূগি থকা অসুবিধাসমূহ আঁতৰ কৰাৰো ব্যৱস্থা কৰিব লাগিব। প্ৰয়োজন ভেদে সামাজিক আচাৰ-ব্যৱহাৰৰ ক্ষেত্ৰতো চিকিৎসকে উপদেশ দিবলগীয়া হ’ব পাৰে। সমাজ মানে ইয়াত পৰিয়ালৰপৰাই আৰম্ভ কৰা হৈছে। একেটা ৰোগতে পৰিয়ালভেদে ভ...
তিনিওটা দিশত একেলগে চিকিৎসা কৰা উচিত বুলি কোৱাটো সহজ, কিন্তু তাক কাৰ্যক্ষেত্ৰত আগবঢ়োৱাটো সহজ নহয়। চিকিৎসকে ৰোগৰ জৈৱিক কাৰণৰ বিষয়ে ভালকৈ জানে, কিন্তু একেবিধ ৰোগতে ৰোগীৰ মানসিকতাৰ লগত সংগতি ৰাখি লক্ষণ ভিন্ন হোৱা দেখা যায়, তাৰোপৰি ৰোগৰ লক্ষণৰ জটিলতা (severity) ৰোগীৰ পাৰিপাৰ্শ্বিক আৰু পৰিয়ালভেদে বেলেগ বেলেগ হ’ব পাৰে। ...
অৱশ্যে এনেও নহয় যে চিকিৎসক এজনে এই তিনিওটা কথা (প্ৰথমটো লাগিবই, মূলত: দ্বিতীয় আৰু তৃত্বীয় অৱস্থা) একেলগে আয়ত্ত্ব কৰিব নোৱাৰে। কাৰণ চিকিৎসকক প্ৰয়োজন এই তিনিওটাৰ প্ৰায়োগিক দিশটোহে, এই বিষয়বোৰৰ গভীৰ আলোচনাৰ পৰ্যায়লৈ তেওঁলোক নগলেও চলে। কিন্তু বৰ্তমানৰ চিকিৎসা বিজ্ঞানত দুই আৰু তিনি নম্বৰ বিষয় দুটাৰ ওপৰত অকণো জ্ঞান ...
ৰোগীৰ ফালৰপৰাও এই ক্ষেত্ৰত কিছু সীমাবদ্ধতা আছে। (মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, আনৰ লগত নিমিলিবও পাৰে।) আমাৰ ৰোগীয়ে শুদ্ধকৈ ৰোগৰ বিৱৰণী দিব নাজানে। ৰোগৰ বিষয়ে নকৈ আৰম্ভ কৰে অমুকত দেখুৱালো, ভাল পোৱা নাই, তমুকে ইমান কেইটা পৰীক্ষা কৰালে, ইত্যাদি। ৰোগটো সম্বন্ধে তেওঁলোকে আহিয়েই নাপায়। বহুতে আকৌ উভতি ধৰে, মোৰ কি বেমাৰ হৈছ...
ৰোগৰ জৈৱিক কাৰণ দূৰ কৰাত ৰোগী আৰু পৰিয়ালে অধিক ভূমিকা লব নোৱাৰে, কিন্তু অসুবিধা সমূহ আৰু সামাজিক দিশত লব পৰা বহুতো উপায় আছে। ৰোগীয়ে যিবোৰ অসুবিধা পাই আছে, সেইখিনি চিকিৎসকৰ লগত খৰচি মাৰি আলোচনা কৰা উচিত। ইয়াতে চিকিৎসকে সময়ৰ অভাৱৰ অজুহাত দিব নোৱাৰিব। (পিছে সদায় ইমান সময়ো পোৱা নাযায়, বিশেষকৈ চৰকাৰী চিকিৎসালয় বিলা...
সামৰণিত ‘ৰোগ কি’, সেইটোৰ মই এটা নিজস্ব সংজ্ঞা আগবঢ়োৱাৰ দু:সাহস কৰিছোঁ। “ৰোগ এটা বিশেষ শাৰীৰিক, মানসিক আৰু সামাজিক অৱস্থা, য’ত ভুক্তভোগীয়ে জীৱনটো নিয়াৰিকৈ চলাই নিয়াত অসুবিধা পায়।” (‘Disease’ is a physical, mental and social condition, where the person is unable to continue his life with full social and occupational...
← জীৱনৰ ভগ্নাংশ-১ (মৃণালজ্যোতি গোস্বামী)
আপুনি খাৰ খাই ভাল পাই নেকি? (বৰ্ণালী দেউৰী) →
You May Also Like
এখন কিটছেন গাৰ্ডেন আৰু আমি –ডাঃনয়নজ্যোতি হাজৰিকা
December 16, 2020 0
স্বাস্থ্য আৰু মনত থাইৰয়ড গ্ৰন্থিৰ বিকাৰৰ বিষয়ে আলোচনা (ডা০ ভূপেন শইকীয়া)
April 14, 2013 2
কেচুমুৰীয়া ৰোগ আৰু তাৰ ঔষধ (ডিম্বেশ্বৰ কোচ)
October 15, 2015 6
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>অসমীয়া বাংলা बोड़ो डोगरी ગુજરાતી ಕನ್ನಡ كأشُر कोंकणी संथाली মনিপুরি नेपाली ଓରିୟା ਪੰਜਾਬੀ संस्कृत தமிழ் తెలుగు ردو
Register Login
কৃষি
স্বাস্থ্য
শিক্ষা
সমাজ কল্যাণ
শক্তি
ই-প্ৰশাসন
আঁচনিসমূহ
উচ্চাকাংক্ষী জিলাসমূহ
Register for Webinar
ভিন্ন ৰোগৰ বাবে প্ৰয়োজন হেল্‌থ পলিচি :