text
stringlengths
0
188k
0 shares
Share 0 Tweet 0
অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি
0 shares
Share 0 Tweet 0
এটি কলি দুটি পাত
0 shares
Share 0 Tweet 0
বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা
0 shares
Share 0 Tweet 0
শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য
0 shares
Share 0 Tweet 0
“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।<eot>তেতিয়া মই ডিৰাঙত৷ মনোমোহা ডিৰাং৷ চৌদিশে নৈস...
পেটেলত মই তেতিয়া পৰিৱেশ বিষয়া হিচাপে কৰ্মৰত৷ জলবিদ্যুৎ প্ৰকল্পৰ কাম৷ তাতেই লগ পাইছিলো দাৰ্জিলিংৰ অভিযন্তা আকাশ ছেত্ৰীক৷ মোতকৈ বয়সত প্ৰায় তিনি বছৰ সৰু আকাশ ভাৰতৰ এক বিখ্যাত অভিযান্ত্ৰিক প্ৰতিষ্ঠান BITS পিলানীৰ স্নাতক৷ চিভিল ইঞ্জিনীয়াৰিং যেন নখ দৰ্পনত৷
আকাশ আৰু মই প্ৰায় সম বয়সৰ বাবেই এক বন্ধুত্ব গঢ় লৈ উঠিছিল৷ সন্ধিয়া জমি উঠিছিল ৰসাল আদ্দা৷ দাৰ্জিলিঙৰ পৰা আৰম্ভ কৰি পিলানীৰ হোষ্টেল হৈ ডিৰাঙলৈকে আকাশৰ জীৱন যাত্ৰা৷ নলবাৰী নৱোদয়ৰ পৰা বিশ্ববিদ্যালয়, তাৰ পিছত দিল্লী হৈ ভায়া গুৱাহাটী ডিৰাঙলৈ মোৰ কৰ্ম জীৱন৷ তেনে এক ৰসাল সন্ধিয়াতেই আকাশ কৈছিল তাৰ সদ্য প্ৰাক্তন প্ৰেয়সী মৌলীৰ কথ...
সেইদিনা আকাশ আৰু মই ফিল্ডৰ কামত গৈছিলোঁ৷ সন্ধিয়া দেৰি হৈছিল৷ কাম বাকী ৰৈ যোৱা বাবে আমি দুয়ো ফিল্ডতেই কেম্প কৰি থকাৰ সিদ্ধান্ত ল’লোঁ৷ মোৰ পৰিৱেশৰ বায়ু প্ৰদূষণ মাপ কৰা যন্ত্ৰ এটা লগাই থৈছোঁ৷ সময়ে সময়ৰ সেইটো নিৰীক্ষণ কৰি থকাটো প্ৰয়োজন৷ লগত দুজন সহায়ক আৰু ড্ৰাইভাৰ বাব্লু৷ সহায়ক দুজনে বাব্লুৰ সৈতে গৈ নাতিদূৰত অৱস্থিত আমাৰ অ...
আড্ডা আৰু স্কটচ! আস্! কি মজ্জ্বা৷ অলপ পিছতে আকাশ বহা ঠাইতে থিয় হ’ল৷ সি মোক ৰূপ দাদা বুলি মাতে৷
-ৰূপ দাদা৷
-কোৱা আকাশ?
– সৌৱা চোৱা৷ মৌলী!
– ধেই! আৰ ইউ বিক’ম মেড? মৌলী ইয়াত কেনেকৈ আহিব?
– আই এম চিৰিয়াছ ব্ৰ’!
মই মৌলীৰ ফ’টো দেখিছোঁ আকাশৰ ম’বাইলত৷ যদিও যোৱা প্ৰায় ডেৰ বছৰ ধৰি আকাশৰ কোনো যোগাযোগ নাই মৌলীৰ লগত সি মাজে মাজে মৌলীৰ ফ’টোখন চাই থাকে৷ ফেচবুকত তাক কেতিয়াবাই মৌলীয়ে ব্লক কৰি থৈছে৷ ম’বাইলটো একেই দশা৷
আকাশৰ ভুল ভঙাৰ উদ্দেশ্যেই মই থিয় দিলোঁ৷ মই নিশ্চিত আছিলোঁ যে এয়া আকাশৰ ভ্ৰান্ত ধাৰাণা৷ স্কটচ পানী নিদিয়াকৈ খোৱাৰ বাবে তাৎক্ষণিক নিচাৰ বাদে একো নহয়৷
কিন্তুু এয়া কি দেখি আছোঁ মই! আমাৰ সন্মুখত সেয়া শুভ্ৰ চুৰিদাৰ পৰিহিত সাক্ষাৎ মৌলী দেখোন! মিঠা হাঁহি এটিৰে চাই আছে আকাশৰ পিনে!
তেনেদৰে প্ৰায় দহ-পোন্ধৰ মিনিট৷ মৌলী আৰু আকাশ দুয়ো দুয়োকে চাই আছে বাকৰূদ্ধ হৈ৷ মই কাষত থিয় হৈ আছো নীৰৱ দৰ্শক হৈ চাৰি চকুৰ মিলনৰ!
অলপ পিছত যেন অনাকাংক্ষিত অন্ধকাৰ নামি আহিল ধৰাৰ বুকুলৈ৷ চৌদিশে ধোঁৱাময়৷ পাহাৰত এয়া পৰিচিত পৰিৱেশ৷
মৌলী নেদেখা হৈ পৰিল সেই ধুঁৱলীৰ মাজত৷ পৰিৱেশ ফৰকাল হ’ল কিন্তুু মৌলী নেদেখাই হৈ থাকিল৷ কিংকৰ্তব্যবিমূঢ় হৈ স্থানু হৈ থাকিলোঁ আমি দুয়ো৷
বাব্লু আৰু সহায়ক দুজনে আহি আমাক মাতোতেহে সন্বিত ঘূৰাই পালোঁ৷ সেইদিনা ৰাতিটো তেনেকৈ কটালো৷ নিশব্দে৷
পিছদিনা পুৱাই ডিৰাঙ গৈ পাই আকাশে ঘৰত ফোন কৰিলে ভায়েকক৷ তাৰ পিছত সি যিখিনি কথা ক’লে সেয়া শুনি মই হতচকিত!
এমাহমান আগতেই মৌলী আহিছিল দাৰ্জিলিনঙৰ পৰা৷ ডিৰাং আৰু টাৱাং ফুৰিবলৈ৷ তাইৰ লগৰ আন বন্ধু-বান্ধৱী কেইজনমানৰ লগত৷ মৌলীৰ মনতে আছিল এক ইচ্ছা আকাশক শেষ বাৰৰ বাবে এবাৰ লগ কৰাৰ৷ কিন্তুু সেই ইচ্ছা বাস্তৱায়িত নহ’ল জীয়াই থকা অৱস্থাত৷ মৌলী সহ সিহঁত আটাইকেইজন অহা গাড়ীখন দুৰ্ঘটনাত পতিত হয় ডিৰাঙ পোৱাৰ আগত৷ সম্ভৱত আমি আগদিনা কেম্প কৰি থ...
মৌলীৰ আত্মাই শেষ দেখা দিবলৈ আহিছিল চাগে আকাশক সেইদিনা ৰাতি৷ সাক্ষী মাথোঁ মই!
← মাইক্ৰ’ কাহিনী – আব্দুল ৰাকিব
বাবা সংস্কৃতি ( জ্ঞানদীপ শইকীয়া ) →
You May Also Like
সম্ভোগ – অভিজিত দত্ত
April 20, 2019 0
দ্যুতি- (মানবেন্দ্ৰ কুমাৰ শৰ্মা)
February 28, 2017 0
যন্ত্ৰণাৰ মুহূৰ্তবোৰ পাৰহৈ (প্ৰীতিমা চাংমাই নেওগ)
November 15, 2011 0
Subscribe
Login
Notify of
new follow-up comments new replies to my comments
Label
Name*
Email*
Website
Δ
Label
Name*
Email*
Website
Δ
0 Comments
Inline Feedbacks
View all comments
অন্যান্য শিতান
অসমীয়া লিখন সঁজুলি
সাহিত্যৰ এপ
দেশে-বিদেশে
গ্ৰন্থ আলোচনা
আখল
বোলছবি
ক্ৰীড়া
অনুভৱ
স্বাস্থ্যকথা
অনুবাদ
সম্পাদকলৈ চিঠি
প্ৰাক্তন সম্পাদকসকল
সম্পাদনা সমিতি
সংখ্যাটোত আঁৰত
ই-কিতাপ
শ্ৰব্য-নাট
শিশু-শিতান
ৱিকিপিডিয়া বাৰ্তা
ভাল খবৰ
সৰিয়হ ফুল
শিল্প-ভাস্কৰ্য্য
শিতানত লেখাৰ সংখ্যা
শিতানত লেখাৰ সংখ্যা Select Category অনুবাদ (274) অনুভৱ (528) অসমীয়া লিখন সঁজুলি (1) আখল (215) ই-কিতাপ (38) কবিতা (1,316) ক্ৰীড়া (36) গল্প (1,217) গ্রন্থ-আলোচনা (133) দেশে-বিদেশে (307) ধাৰাবাহিক (465) প্ৰবন্ধ (1,432) বোলছবি (116) ভাল খবৰ (23) ভিন্নস্বাদ (973) ৰহঘৰা (895) ৱিকিপিডিয়া বাৰ্তা (15) শিল্প আৰু ভাষ্কৰ্য্য (194)...
Copyright © 2022 সাহিত্য ডট অৰ্গ. All rights reserved.
Theme: ColorMag by ThemeGrill. Powered by WordPress.
Copying is Prohibited!
wpDiscuz
Insert
সাহিত্য ডট অৰ্গ
দায়লুপ্তি
সাহিত্য ডট অৰ্গত প্ৰকাশ হোৱা যিকোনো লেখাৰ সমল, মতামত তথা দৃষ্টিভংগী সম্পূৰ্ণৰূপে লেখকৰ নিজা; আলোচনীৰ তাত কোনো হস্তক্ষেপো নাথাকে বা লেখাৰ মতামত আলোচনীৰ মতামত নহয়৷
সেয়েহে, লেখা এটাৰ কাৰণে কোনো অনাহুত পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰবাবে লেখকে নিজেই দায়িত্ব ল’ব লাগিব আৰু আলোচনী কোনোপধ্যেই জগৰীয়া নহ’ব৷<eot>নিজৰ জীয়েকৰ নাম এ পি এছ চিৰ কেলেংকাৰিত সাঙোৰ খাই পৰাৰ পিছত তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই আজি সংবাদমেলত চাফাই গোৱাৰ চেষ্টা কৰে। তেওঁৰ জীয়েক পল্লৱী শৰ্মাক হস্তাক্ষৰ নমুনাৰ বাবে এ পি এছ চিৰ ...
তেওঁৰ বিৰুদ্ধে অসম বিজেপিত এজন-দুজন অতি প্ৰভাৱশালী নেতাই যোৱা কিছু দিনৰ পৰা ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে বুলি জানিবলৈ দিয়ে।
কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে এই ষড়যন্ত্ৰত মুখ্য মন্ত্ৰী সোণোৱাল নাই বুলিও স্বীকাৰ কৰে। কেৱল সেয়ে নহয়, মুখ্য মন্ত্ৰীৰ মংগল কামনাৰে প্ৰতিদিনে পুৱা ভগৱানৰ ওচৰত এপাহ ফুল দিয়ে সাংসদগৰাকীয়ে।
তেওঁ নিজৰ জীয়েকক বচাবলৈ মুখ্য মন্ত্ৰীৰ কাষ চাপিছে বুলি উঠা অভিযোগৰ উত্তৰ দিবলৈ গৈ এইদৰে কয়। আনহাতে মুখ্য মন্ত্ৰীক অনুৰোধ কৰি এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত লেহেমীয়া কৰাৰ চেষ্টা কৰা বুলি উঠা অভিযোহ সন্দৰ্ভত কয়, “অখিল গগৈয়ে এই কথাটোৰ প্ৰমাণ দিয়ক। প্ৰমাণ দিব পাৰিলে মই ৰাজনীতি ত্যাগ কৰিম, আজিয়েই সাংসদ পদো ত্যাগ কৰিম।”
Recent News
শিহৰণকাৰী দৃশ্য! ১০০ ফুট ওপৰৰ বিদ্যুৎ লাইনত ওলমি ৰ’ল দুৰ্ঘটনাগ্ৰস্ত বিমান
মৰ্মান্তিক! ডিঙিত চকলেট লাগি ধৰি মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ; পৰিয়ালত শোকৰ ছাঁ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড: কোন দায়ী?